সম্বন্ধগত ব্যাকৰণ মানে কি ?

উত্তৰ ঃসংগঠনবাদ আৰু টিজি ধাৰাৰ অতিবিধিৰ বিৰোধিতাকাৰি যিবোৰ নতুন ব্যাকৰণ উদ্ভৱ হৈছে সেইবোৰক ভিতৰত সম্বন্ধগত ব্যাকৰণ অন্যতম ।