ভীষ্ম শব্দটো কি অৰ্থ বুজায়?   

উত্তৰঃ ভীষ্ম শব্দটো ভীষণ প্ৰতিজ্ঞা কৰি যথাৰ্থভাৱে সেই প্ৰতিজ্ঞা পালন কৰা লোকক বুজায়।