বাস্তৱবাদী ব্যাকৰণ কি ?

উত্তৰ ঃ ভাষাগত ব্যৱহাৰৰ সৈতে জড়িত স্মৃতি,বোধ-শক্তি আদি মনস্তাত্ত্বিক উপাদাবোৰৰ সৈতে ব্যাকৰণৰ নীতি-নিয়মৰ সংযোগ সাধনৰ লক্ষ্য আগত ৰাখি যি ব্যাকৰণতত্ত্বৰ উদ্ভৱ হৈছে সেয়াই বাস্তৱবাদী ব্যাকৰণ ।