প্ৰশ্নঃ 'জ্ঞানমালিনী' কবিতা-পুথিখনৰ ৰচক কোন?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাদেৱ।