অনুশীলনী 5.2

1. ইউ ক্লিডৰ 5ম স্ৱীকাৰ্ষৰ সহজ বোধগাম্য় হোৱাকৈ তুমি পুনৰ লিখা।

উত্তৰঃ 

স্ৱতসিন্ধ মতে, যিকোনো ৰেখা e আৰু e নথকা যিকোনো বিন্দু pৰ মাজেৰে মাথোন এডালহে  m ৰোখা টানিব পাৰি যি eৰ সমান্তৰাল হ’ব । অৰ্থাৎ p বিন্দুৰে  টনা আটাইবোৰ ৰেখাৰ ভিতৰত অকল m ৰেখাটোৱে হ’ল e ৰেখাৰ সমান্তৰাল।


2. ইউক্লিডৰ পঞ্চম স্ৱীকাৰ্য  সমান্তৰাল ৰেখাৰ অৱস্থিত সূচায়নে?
উত্তৰঃ  



ইউক্লিডৰ পঞ্চম স্ৱীকাৰ্ষই সমান্তৰাল ধাৰণা দিয়ে। কাৰণ m আৰু n সৰল ৰেখাৰ ওপৰত d এডাল সৰল ৰেখা একে ফালে থকা অন্তঃস্থ কোণৰ সমষ্টি 2 সমকোণ হয়।

Type- Bhaskar Jyoti Nath