ভগ্নাংশৰ ধাৰণা

অধ্যায়ঃ৮

অনুশীলনীঃ ৮ (ক)


১। ভগ্নাংশত লিখাঃ

 




























২। কাষত দিয়া ভগ্নাংশ মতে প্ৰতিটো চিত্ৰ ৰং কৰাঃ










৩। ভগ্নাংশত লিখাঃ

ক) ৭ ভাগৰ ৩ = 

খ) ৮ ভাগৰ ৫=



গ) ৬ ভাগৰ ২=



ঘ) ৯ ভাগৰ ৪=



ঙ) ৫ ভাগৰ ২=



চ) ১০ ভাগৰ ৪=



৪। তলত দিয়া ভগ্নাংশবোৰৰ হৰ আৰু লব লিখা।

ক)   

= হৰ=৪    লব=৩


খ)



= হৰ=৫   লব=৩



গ)

=হৰ=৮   লব=৭



ঘ)

=হৰ =১২  লব=৫


ঙ) 
= হৰ=৬   লব=১


চ) 
=হৰ=৭    লব=৩



৫। চিত্ৰৰ সহায়ত প্ৰকাশ কৰাঃ 









৬। উত্তৰ লিখাঃ

ক) জ্যোতিয়ে এটা আপেল সমানে ৪ ভাগ কৰি চাৰিজন বন্ধুৰ মাজত ভগাই দিলে। প্ৰতিজনৰ ভাগত কিমানকৈ পৰিল?

Solution:  আপেল এটা সমানে চাৰিভাগ কৰিলে, সেই চাৰিভাগক চাৰিটা বন্ধুৰ মাজত ভগাই দিলে প্ৰতিজনৰ মাজত ১/৪ বাগ পৰিল।


খ) এটা তিয়ঁহ সমানে ৬ ভাগ কৰা। প্ৰতিটো ভাগত কিমান থাকিল?

Ans: এটা তিয়ঁহ সমানে ৬ ভাগ কৰিলে। প্ৰতিট ভাগত ১/৬ কে পৰিল।