অধ্যায় 10

বীজগণিত ( Algebra )

অনুশীলনী 10 (B)


1. তলত দিয়া প্ৰতীকবোৰৰপৰা ধ্ৰুৱক আৰু চলকবোৰ বাছি উলিওৱা ।




2. তলৰ প্ৰতিটো বীজীয় ৰাশিৰ পদবোৰ লিখা ।

(i) a + b - c

(ii) 2x2yz

(iv) 3a2bc – 4ab2c + 5abc2 - 9

(v) 3x3 – 2x2 + 4x – 7



3. তলৰ বীজগণিতীয় ৰাশিবোৰৰ মাজৰ পৰা একপদ, দ্বিপদ আৰু ত্ৰিপদবোৰ বাছি উলিওৱা ।

(i) 2x - 3y + 6z

(ii) 



(iii) -0.5x + 1

(iv) 

(v) 7a2bc

(vi) 6x2yz + 3

(vii) 9y - 7z + 2

(viii) 

(ix) a + b

(x) 2x + 3b - 4c



4. তলৰ পদবোৰৰ উৎপাদকবোৰ লিখা । ( যিকোনো পাঁচটা )

(i) 4x

(ii) -5x2

(iii) 11a2b

(iv) 13ab2c

(v) 12xyz



5. তলৰ পদবোৰৰ নিৰ্দেশ কৰা অনুসৰি সহগবোৰ লিখা ।

(i) 7xত x ৰ সহগ

(ii) -15yত y ৰ সহগ

(iii) 6a2bত b ৰ সহগ

(iv) -8xyত x ৰ সহগ

(vi) - 3pqrত p ৰ সহগ

(vii) 9pq2r q2 ৰ সহগ

(viii) –a2a2  সহগ

(ix) x3 x3 ৰ সহগ

(x) -5a2bc c ৰ সহগ



6. তলৰ পদবোৰৰ সাংখ্যিক সহগবোৰ লিখা ।

(i) -pq



(iii) x3y

(iv) -11xyz

(v) -9a2bc

(vi) 0.5 x3



7. তলৰ বীজগণিতীয় ৰাশিবোৰৰ ধ্ৰুৱক পদবোৰ লিখা ।

(i) x2 - 9

(ii) 2y3 – 6y2 + 3

(iii) 2a2 – 3b2 + C2 + 1


(v) 3x2y +4xy – 2y + 5  


(vii) 2z3 – 3

 


8. তলৰ পদবোৰৰ পৰা সদূশ পদবোৰ বাছি উলিওৱা ।

(i) ab, 2a2, bc, -a2, ca, 3a2

(ii) 2x2y, xy, -3xy2, x2y, 6xyz, -5x2y

(iv) u2v, uvw, u2w, -4uvw, w2u, 3uvw, u2v2

(v) -2z, 6x, -4y, 3z, 5z2, -7z, z2x


9. তলত দিয়া প্ৰতিটো পদৰে চাৰিটাকৈ সদূশ পদ লিখা ।

(i) x2y

(ii) xyz2

(iii) -3p2q

(iv) ab3

(v) abc


Question Type By- Himadree Bora


Post ID: DABP001863