সন্মান পাঠ্য়ক্ৰম
(HONOVVVVVVURS COURSE)
This is approved in the Academic Council held on 08/11/2019
সন্মান পাঠ্য়ক্ৰম
(HONOURS COURSE)
ㅁগুৱাহাট বিশ্ববিদ্য়ালয়ৰ অসমীয়া বিষয়ৰ স্নাতক (সন্মান) পাঠ্য়ক্ৰম ৬ টা ষাণ্মাসিকত সম্পন্ন হ'ব।
ㅁপ্ৰত্য়েক পাঠ্য়ৰ বাবে (Course) ৬ ক্ৰেডিট অথবা ৪ ক্ৰেডিট ধাৰ্য কৰা হৈছে। ৬ ক্ৰেডিটৰ পাঠ্য়ৰ বাবে সপ্তাহত ৬ বিদ্য়ায়তনিক ঘণ্টা আৰু ৪ ক্ৰেডিটৰ পাঠ্য়ৰ বাবে ৪ বিদ্য়ায়তনিক ঘণ্টা নিদিষ্ট কৰা হৈছ। সপ্তাহটোৰ ৬ ক্ৰেডিটৰ পাঠ্য়ত ৫ টা শৈক্ষিকশ্ৰেণী আৰু ১ টা শৈক্ষিক বৈঠক (Tutorial Class) অনুষ্ঠিত হ'ব।
অসমীয়া সন্মান পাঠ্য়ক্ৰমৰ পাঠ্য় বিভাজন
(Course Structure for BA in Assamese (Honours) Under (CBCS)
২০১৯
নিৰ্দেশনাঃ
স্নাতক সন্মান পাঠ্য়ক্ৰম (১৪৮ ক্ৰেডিট) পাঠ্য় তালিকা
(ক) বুনিয়াদী পাঠ্য় (Core Course)
ক্ৰমিক নং পাঠ্য়সংখ্য়া পাঠ্য়শীৰ্ষক
1 ASM-HC-1016 অসমীয়া সাহিত্য়ৰ বুৰঞ্জী (চৰ্যাপদ-শংকৰী যুগ)
2 ASM-HC-1026 অসমীয়া সাহিত্য়ৰ বুৰঞ্জী (উত্তৰ শংকৰী যুগ অৰুনোদই যুগ) 3 ASM-HC-2016 ভাষা-বিজ্ঞান পৰিচয়
4 ASM-HC-2026 সাহিত্য়-সমালোচনা
5 ASM-HC-3016 অসমীয়া সাহিত্য় প্ৰৱেশ
6 ASM-HC-3026 অসমীয়া কবিতাৰ চানেকি
7 ASM-HC-3036 অসমৰ সংস্কৃতি
8 ASM-HC-4016 তুলনামূলক ভাৰতীয় সাহিত্য়
9 ASM-HC-4026 অসমীয়া ভাষাৰ সমাহাৰণঃ আৰ্ষভাষা আৰু আৰ্ষভিন্নভাষা 10 ASM-HC-4036 অসমীয়া গদ্য় সাহিত্য় (আৰম্ভণিৰ পৰা অষ্টাদশ শতিকালৈ) 11 ASM-HC-5016 অসমীয়া নাটক আৰু পৰিৱেশন শৈলী
12 ASM-HC-5026 অসমীয়া ব্য়াকৰণ
13 ASM-HC-6016 অসমীয়া চুটিগল্প আৰু উপন্য়াস
14 ASM-HC-6026 অসমীয়া লিপিৰ ইতিহাস
(খ) বিষয়সম্পৰ্কীয় ঐচ্ছিক পাঠ্য় (DSE)
ক্ৰমিক নং পাঠ্য়সংখ্য়া পাঠ্য়শীৰ্ষক
1 ASM-HE-5016 অসমীয়া লোক-সাহিত্য় অধ্য়য়ন
2 ASM-HE-5026 অসমীয়া ৰমন্য়াসবাদী কবিতা
3 ASM-HE-5036 শংকৰদেৱ
4 ASM-HE-5046 অসমীয়া কল্পবিজ্ঞান সাহিত্য়
5 ASM-HE-6016 লক্ষ্মীনাথ বেজবৰুৱা
6 ASM-HE-6026 বাণীকান্ত কাকতি
7 ASM-HE-6036 অসমীয়া শিশু আৰু কিশোৰ সাহিত্য়
8 ASM-HE-6046 অসমীয়া ভাষাৰ উপভাষা
9 ASM-HE-6056 প্ৰকল্প
(গ) দক্ষতা বিকাশ পাঠ্য় (SEC)
ক্ৰমিক নং পাঠ্য় সংখ্য়া পাঠ্য়শীৰ্ষক
1 ASM-SE-3014 ব্য়ৱহাৰিক অসমীয়া
2 ASM-SE-4014 সৃজনীমূলক সাহিত্য়
(ঘ) বৰ্গীয় ঐচ্ছিক পাঠ্য় (GE)
ক্ৰমিক নং পাঠ্য় সংখ্য়া পাঠ্য় শীৰ্ষক
1 ASM-HG-1016 অসমীয়া ভাষাৰ ইতিহাস
2 ASM-HG-2016 অসমীয়া সাহিত্য়ৰ ইতিহাস (আৰম্ভণিৰ পৰা অষ্টাদশ শতিকা পৰ্যন্ত)
3 ASM-HG-3016 অসমীয়া নাটক আৰু মঞ্চকলা
4 ASM-HG-4016 আধুনিক অসমীয়া গীতিসাহিত্য়
প্ৰথম ষাণ্মাসিক
বুনিয়াদী পাঠ্য় ASM-HC-1016
অসমীয়া সাহিত্য়ৰ বুৰঞ্জী
(চৰ্যাপদ - শংকৰী যুগ)
মূল্য়াংকঃ ৮০
(উদ্দেশ্য়ঃ এই পাঠ্য়ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া সাহিত্য়ৰ যুগ বিভাজন সম্পৰ্কত পণ্ডিতসকলৰ মতামত, উমৈহতীয়া সাহিত্য়ৰ ধাৰণা আৰু ইয়াৰ গুৰুত্বপূৰ্ণ নিদৰ্শন, প্ৰাক্শংকৰী আৰু শংকৰী যুগৰ প্ৰধান সাহিত্য়িকসকলৰ ৰচনাৰ বৈশিষ্ট্য় সম্পৰ্কে জানিব পাৰিব)
প্ৰথম গোটঃ অসমীয়া সাহিত্য়ৰ যুগ বিভাগ ২০
দেবেন্দ্ৰ নাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, বাণীকান্ত কাকতি, মহেশ্বৰ নেওগ, সত্য়েন্দ্ৰনাথ শৰ্মা কৃত অসমীয়া সাহিত্য়ৰ যুগবিভাজন
দ্বিতীয় গোটঃ উদ্ভৱ কালৰ অসমীয়া সাহিত্য় ২০
উমৈহতীয়া সাহিত্য়ঃ চৰ্যাপদ, ডাকৰ বচন, শ্ৰীকৃষ্ণ কীৰ্তন আৰু শূন্য় পুৰাণ
তৃতীয় গোটঃ প্ৰাক্-শংকৰী যুগ ২০
পটভূমি, সাধাৰণ বৈশিষ্ট, কবিসকল আৰু তেওঁলোকৰ সাহিত্য়ৰাজি (হেম সৰস্বতী, মাধৱ কন্দলি, হৰিবৰ বিপ্ৰ)
চতুৰ্থ গোটঃ শংকৰী যুগ ২০
পটভূমি, সাধাৰণ বৈশিষ্ট, বৈষ্ণৱ আৰু পাঁচালী (শংকৰদেৱ, মাধৱদেৱ, ভট্টদেৱ, দুৰ্গাবৰ, সুকবি নাৰায়ণ দেৱ) কবিসকল আৰু তেওঁলোকৰ সাহিত্য়কৃতি
সহায়ক গ্ৰন্থ (নিৰ্বাচিত)ঃ
অসমৰ বৈষ্ণৱ ধৰ্ম আৰু সাহিত্য়ঃ কনক চন্দ্ৰ চহৰীয়াপ্ৰথম গোটঃ উদ্ভৱকালীন অসমীয়া ভাষা 20
আৰ্য-ভিন্ন থলুৱা জনগোষ্ঠী, আৰ্ষসকলৰ অসমলৈ প্ৰব্ৰজন, অসমীয়া ভাষা-সম্প্ৰদায়ৰ গঠন
দ্বিতীয় গোটঃ ভাৰতীয় আৰ্যভাষাৰ লগত অসমীয়া ভাষাৰ সম্বন্ধ 20
অসমীয়া ভাষাত মাগধী প্ৰাকৃত আৰু অন্য়ান্য় প্ৰাকৃতৰ উপাদান
তৃতীয় গোটঃ আৰ্য-ভিন্ন ভাষাৰ লগত অসমীয়া ভাষাৰ সম্বন্ধ 20
অষ্ট্ৰিক, তিব্বতবৰ্মীয় আৰু দ্ৰাবিড় ভাষা-পৰিয়ালৰ উপাদান
চতুৰ্থ গোটঃ সাম্প্ৰতিক অসমীয়া ভাষাত আৰ্য আৰু আৰ্য-ভিন্ন ভাষাৰ উপাদান 20
সহায়ক গ্ৰন্থ (নিৰ্বাচিত)ঃ
অসমৰ ভাষাঃ ভীমকান্ত বৰুৱা
অসমীয়া আৰু অসমৰ তিব্বতবৰ্মীয় ভাষাঃ উপেন ৰাভা হাকচাম
অসমীয়া আৰু অশমৰ ভাষাঃ বিশ্বজিৎ দাস আৰু ফুকন বসুমতাৰী (সম্পা.)
অসমীয়া, বাংলা আৰু উড়িয়া ভাষাঃ তুলনামূলক অধ্য়য়নঃ দীপ্তি ফুকন পাটগিৰি
অসমীয়া ব্য়াকৰণ আৰু ভাষাতত্ত্বঃ কালিৰাম মেধি
অসমীয়া ভাষাৰ উদ্ভৱ, সমৃদ্ধি আৰু বিকাশঃ উপেন্দ্ৰ নাথ গোস্বামী
অসমীয়া ভাষাৰ মৌলিক বিচাৰঃ দেৱান্দ ভৰালি
উদ্ভৱকালীন অসমীয়া ভাষাঃ সুবাসনা মহন্ত
পালি-প্ৰাকৃত-অপভ্ৰংশ ভাষা আৰু সাহিত্য়ঃ নগেন ঠাকুৰ
Assamese: Its Formation and Development : Banikanta Kakati
Introduction to Prakrit : A.C. Woolner
Sino-Tibetan : A Compectus : Poul K. Benedict
Studies in Sino-Tibetan Languages : S.N. Goswami
বুনিয়াদী পাঠ্য়
ASM-HC-4036
অসমীয়া গদ্য় সাহিত্য়
(আৰম্ভণিৰ পৰা অষ্টাদশ শতিকালৈ)
মূল্য়াংকঃ ৮০
(উদ্দেশ্য়ঃ ছাত্ৰ-ছাত্ৰীৰ মনত অসমীয়া গদ্য় সাহিত্য় সম্পৰ্কে স্পষ্ট ধাৰণা গঢ়ি তুলিবৰ বাবে শংকৰদেৱৰ নাটৰ গদ্য়ৰ পৰা বুৰঞ্জী গদ্য়লৈকে পাঠ ইয়াত সন্নিবিষ্ট কৰা হৈছে।)
প্ৰথম গোটঃ শংকৰদেৱৰ 'ৰুক্মিণী হৰণ' নাটৰ অন্তৰ্গত ৰুক্মিণীৰ প্ৰেমপ্ৰত্ৰ 20
মাধৱদেৱৰ 'অৰ্জুন ভঞ্জন' নাটৰ অন্তৰ্গত নন্দ-যশোদাৰ কলহ
বৰকৰতী পুথিৰ বায়কৰতী মন্ত্ৰ
দ্বিতীয় গোটঃ ভট্টদেৱৰ কথাগীতা (প্ৰথম অধ্য়ায়) অৰ্জুনৰ বিষাদ যোগ 20
গোলাপচৰণ দ্বিজৰ শ্ৰীভক্তি ৰত্নাকৰ কথাঃ গুৰু-সেৱা মহাত্ম্য়
ৰঘুনাথ মহন্তৰ শ্ৰীৰামায়ণ কথাঃ ৰামৰ বন গমন
তৃতীয় গোটঃ কথা গুৰুচৰিতঃ গুৰু-শিষ্য়ৰ মণিকাঞ্চন সংযোগ 20
সাতসৰী অসম বুৰঞ্জীঃ অসমৰ ৰণোদ্য়ম
চতুৰ্থ গোটঃ সুকুমাৰ বৰকাথৰ 'হস্তী বিদ্য়াৰ্ণৱ' ঃ হাতীৰ লক্ষণ 20
সপ্তদশ শতিকাৰ চামধৰা গড়ৰ ৰণজয়ৰ শিলৰ ফলি
বদন চন্দ্ৰ বৰফুকনলৈ চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউৰ গোপনীয় প্ৰত্ৰ
সহায়ক গ্ৰন্থ (নিৰ্বাচিত)ঃ
অসমীয়া কথা সাহিত্য়ঃ বিৰিঞ্চি কুমাৰ বৰুৱা
অসমীয়া গদ্য় সাহিত্য়ৰ গতিপথঃ হৰিনাথ শৰ্মাদলৈ
অংকমালাঃ সতেন্দ্ৰনাথ শৰ্মা
অংকাৱলীঃ কালিৰাম মেধি
ক্ৰমবিকাশত অসমীয়া কথাশৈলীঃ প্ৰফুল্ল কটকী
গুৰু চৰিত কথাঃ মহেশ্বৰ নেওগ
প্ৰাচ্য় শাসনাৱলীঃ মহেশ্বৰ নেওগ (সম্পা.)
সাতসৰী অসম বুৰঞ্জী ঃ সূৰ্যকুমাৰ ভূঞা (সম্পা.)
স্নাতকৰ কথাবন্ধঃ মহেশ্বৰ নেওগ (সম্পা.)
Hastibidyarnava: Pratap Ch. Choudhury (ed.)
দক্ষতা বিকাশ পাঠ্য়
ASM-SE-4014
সৃজনীমূলক সাহিত্য়
(উদ্দেশ্য়ঃ এই পাঠ্য়ৰ জৰিয়তে কবিতা আৰু গল্প লিখাৰ প্ৰাথমিক আৰু ব্য়ৱহাৰিক জ্ঞান প্ৰদান হ'ব।)
প্ৰথম গোটঃ 20
কল্পনাৰ সংজ্ঞা আৰু পৰিসৰ
কল্পনাৰ কৰ্ষণ
সৃজনীমূলক সাহিত্য় ৰচনাৰ প্ৰয়োজনীয় যোগ্য়তা
দ্বিতীয় গোটঃ 20
আধুনিক কবিতাঃ সংজ্ঞা আৰু বৈশিষ্ট্য়
আধুনিক কবিতাৰ পটভূমি
আধুনিক কবিতাৰ ভাষা
তৃতীয় গোটঃ 20
গল্পৰ বীজ ৰোপণ
গল্প ৰচনাৰ বাবে ক্ষেত্ৰ অধ্য়য়ন
গল্পৰ নিৰ্মাণ
চতুৰ্থ গোটঃ 20
কবিতাৰ আৰু গল্পৰ আৰ্হি প্ৰস্তুকৰণ
সহায়ক গ্ৰন্থ (নিৰ্বাচিত)ঃ
আধুনিক অসমীয়া কবিতাঃ কামালুদ্দিন আহমেদ
আধুনিক বাংলা কাব্য় পব়িচয়ঃ দীপ্তি ত্ৰিপাঠী
আধুনিকতাবাদ আৰু অন্য়ান্য় প্ৰবন্ধঃ হৰেকৃষ্ণ ডেকা
কবিতাব় ক্লাসঃ নীব়েন্দ্ৰ নাথ চক্ৰবৰ্তী
ৰমন্য়াসবাদঃ মহেন্দ্ৰ বৰা
সৃজনীমূলক সাহিত্য়ঃ প্ৰেৰণা আৰু আৰ্হিঃ অতনু ভট্টাচাৰ্য
Romantic Imagination : C M Bowra
বৰ্গীয় ঐচ্ছিক পাঠ্য়
ASM-HG-4016
আধুনিক অসমীয়া গীতি সাহিত্য়
মূল্য়াংকঃ৮০
(উদ্দেশ্য়ঃ এই পাঠ্য়ৰ জৰিয়তে আধুনিক অসমীয় গীতি সাহিত্য়ৰ বিভিন্ন পৰ্বৰ যুগমীয়া গীতৰ সৈতে ছাত্ৰ-ছাত্ৰীৰ পৰিচয় আৰু অন্তৰংগতা স্থাপন কৰা কথা চিন্তা হৈছে।
প্ৰথম গোটঃ 20
অসমমীয়া আধুনিক গীতি সাহিত্য়ৰ ইতিহাস
দ্বিতীয় গোটঃ 20
হেৰা আমাৰ জন্মভূমি ঃ লক্ষ্মীনাথ বেজবৰুৱা
মোৰ গানত জ্বলে শত যুগৰ কত অভিমানঃ জ্য়োতিপ্ৰসাদ আগৰৱালা
পৃজোঁ আহাঁ আই মাতৃ ঃ পাৰ্বতিপ্ৰসাদ বৰুৱা
অ' অসমীয়া ডেকা দল ঃ বিষ্ণুপ্ৰসাদ ৰাভা
চতুৰ্থ গোটঃ 20
বহুদিন বকুলৰ গোন্ধ পোৱা নাই ঃ তফজ্জুল আলি
সন্ধিয়াৰ আকাশত বগলি উৰে ঃ নিৰমপ্ৰভা বৰদলৈ
মাহ হালধিৰে নোৱালে ধুৱালে ঃ দ্বিজেন্দ্ৰমোহন শৰ্মা
তোমাৰ বাবেই আছোঁ বাট চাই ঃ কীৰ্তিকমল ভূঞা
সহায়ক গ্ৰন্থ (নিৰ্বাচিত)ঃ
অসমীয়া আধুনিক গীতৰ বিকাশত আকাশ বাণীৰ ভূমিকাঃ কীৰ্তিকমল ভূঞা
অসমীয়া আধুনিক গীতৰ সংগীতকাৰসকলঃ তফজ্জুল আলি
কেশৱ মহন্তৰ গীত সমগ্ৰঃ মনজ্য়োৎস্না মহন্ত গোস্বামী (সম্পা.)
গান আৰু কবিতা সমগ্ৰঃ নৱকান্ত বৰুৱা
জ্য়োতিপ্ৰসাদ ৰচনাৱলীঃ নগেন শইকীয়া (সম্পা.)
পাৰ্ৱতিপ্ৰসাদ বৰুৱা ৰচনাৱলীঃ পৱনাথ শৰ্মা (সম্পা.)
ফুলৰ এই মেলাতেঃ নিৰ্মলপ্ৰভা বৰদলৈ
বহুদিন বকুলৰ গোন্ধ পোৱা নাই ঃ তফজ্জুল আলি
বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ (প্ৰথম খণ্ড) ঃ যোগেশ দাস (সম্পা.)
বেজবৰুৱাৰ গ্ৰন্থাৱলীঃ অসম সাহিত্য় সভা
ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথঃ দিলীপকুমাৰ দত্ত
পঞ্চম ষাণ্মাসিক
বুনিয়াদী পাঠ্য়
ASM- HC-5016
অসমীয়া নাটক আৰু পৰিৱেশন শৈলী
(আৰম্ভণিৰ পৰা অষ্টাদশ শতিকালৈ)
মূল্য়াংকঃ৮০
(উদ্দেশ্য়ঃ এই পাঠ্য়ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া নাটকৰ ইতিহাসৰ ৰূপৰেখাৰ বিষয়ে অৱগত হোৱাৰ লগতে প্ৰতিনিধিত্বমূলক নাটক বিশেষৰ পৰিৱেসন শৈলী বিষয়েও জানিব পাৰিব।)
প্ৰথম গোটঃ অসমীয়া নাটকৰ চমু ইতহাস 20
লোকনাট্য়; অংকীয়া নাট আৰু ঝুমুৰা
উত্তৰ স্বাধীনতা যুগৰ নাটক (মহাকাব্য়িক নাটক, এবচাৰ্ড নাটক, লোককলাৰ সমল অন্তৰ্ভূক্ত নাটক)
অসমীয়া নাটকৰ পৰিৱেশন শৈলীৰ ইতিহাসঃ বিভিন্ন ধৰণৰ মঞ্চ (পৰিৱেশনৰ স্থান), দৃশ্য়সজ্জা, মঞ্চসজ্জা,
নাটকৰ আহাৰ্য, অভিনয় শৈলী আদিৰ স্বৰূপ আৰু বিকাশ
দ্বিতীয় গোটঃ অংকীয়া নাট আৰু পৰিৱেশন 20
ৰুক্মিণী হৰণঃ শংকৰদেৱ
(অংকীয়া নাটৰ আহাৰ্য, মুকা, গায়ন বায়ন সম্পৰ্কে বিশেষকৈ জানিব লাগিব)
তৃতীয় গোটঃ প্ৰাক্-স্বাধীনতা যুগৰ অসমীয়া নাটক আৰু পৰিৱেশন 20
নীলাম্বৰঃ প্ৰসন্নলাল চৌধুৰীৃ
(মঞ্চসজ্জা, আলোকসম্পাত, অভিনয়ৰীতি সম্পৰ্কে বিশেষকৈ জানিব লাগিব)
চতুৰ্থ গোটঃ উত্তৰ-স্বাধীনতা যুগৰ অসমীয়া নাটক আৰু পৰিৱেশন 20
আহাৰঃ অৰুণ শৰ্মা
উৰুখাঃ কৰুণা ডেকা
(মঞ্চৰীতি, অভিনয়ৰীতি, উপস্থাপন শৈলী সম্পৰ্কে বিশেষকৈ জানিব লাগিব)
সহায়ক গ্ৰন্থ (নিৰ্বাচিত)ঃ
অসমৰ লোকনাট্য়ঃ নবীনচন্দ্ৰ শৰ্মা
অসমীয়া নাটকঃ স্বৰাজোত্তৰ কালঃ শৈলোন ভৰালী
অসমীয়া নাট্য় সাহিত্য়ঃ সত্য়েন্দ্ৰনাথ শৰ্মা
অসমীয়া নাট্য় সাহিত্য়ৰ জিলিঙনি (আদিৰ পৰা ১৯৬৭ পৰ্যন্ত) হৰিশ্চন্দ্ৰ ভট্টাচাৰ্য
আধুনিক অসমীয়া নাটকঃ পৰীক্ষা নিৰীক্ষা আৰু বিভিন্ন ধাৰাঃ কুলদা কুমাৰ ভট্টাচাৰ্য
আহাৰঃ অৰুণ শৰ্মা
উদ্ভট নাটকঃ বিনোদ শৰ্মা
নাটক আৰু অভিনয় প্ৰসংগঃ সত্য়প্ৰসাদ বৰুৱা
নাটক আৰু মঞ্চকলাঃ অজিত ভৰালী
প্ৰসংগ নাটকঃ পোনা মহন্ত
ভৰতৰ নাট্য়শাস্ত্ৰঃ অসম নাট্য় সন্মিলন
মঞ্চলেখাঃ অতুলচন্দ্ৰ হাজৰিকা
মঞ্চ দৃশ্য়েব় বিকাশ ও সমীক্ষাঃ ব়ঞ্জিতকুমাৰ মিত্ৰ
An Anatomy of Drama : M. Boulton
Bhaona : The Ritual Play of Assam : M. Neog (s.l)
Performance Theory : R. Schechner
Theory of Performance Studies : P. Auslanu
বুনিয়াদী পাঠ্য়
ASM-HC-5026
অসমীয়া ব্য়াকৰণ
মূল্য়াংকঃ৮০
(উদ্দেশ্য় ঃ এই পাঠ্য়ত উচ্চ ব্য়াকৰণৰ ৰীতি অনুয়ায়ী অসমীয়া ভাষাৰ বৈয়াকৰণিক বিশ্লেষণ কৰা হ'ব।)
প্ৰথম গোটঃ অসমীয়া বপ্য়াকৰণৰ ইতিহাস, ব্য়াকৰণৰ শ্ৰেণীবিভাগ, ব্যাকৰণৰ উপাদানঃ 20
ধ্বনি, ৰূপ, শব্দ আৰু বাক্য়
দ্বিতীয় গোটঃ অসমীয়া ভাষাৰ ধ্বনিতত্ত্বঃ 20
ব্য়ঞ্জন ধ্বনি ঃ স্বৰ ধ্বনি, ব্য়ঞ্জন ধ্বনি
অবিভাজ্য় ধ্বনিঃ শ্বাসাঘাত, সন্ধি, অনুনাসিকতা, সুৰ-লহৰ
তৃতীয় গোটঃ অসমীয়া ভাষাৰ ৰূপতত্ত্বঃ 20
বচন, লিংগ, নাম বিভক্তি, ক্ৰিয়া বিভক্তি
চতুৰ্থ গোটঃ অসমীয়া ভাষা বাক্য়তত্ত্বঃ 20
অসমীয়া বাক্য়ৰ শ্ৰেণী বিভাজন, অসমীয়া বাক্য়ৰ গাঁঠনিক বিশ্লেষণ- নিকটস্থ অঙ্গ বিচাৰ, খণ্ডবাক্য় গঠনৰ নিয়ম
সহায়ক গ্ৰন্থ (নিৰ্বাচিত)ঃ
অসমীয়া বৰ্ণপ্ৰকাশঃ গোলক চন্দ্ৰ গোস্বামী
অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্বঃ কালিৰাম মেধি
অসমীয়া ব্য়াকৰণৰ মৌলিক বিচাৰঃ গোলোক চন্দ্ৰ গোস্বামী
অসমীয়া ভাষাৰ ব্য়াকৰণঃ উপেন্দ্ৰ নাথ গোস্বামী
অসমীয়া ভাষাৰ ৰূপকথাঃ উপেন্দ্ৰ নাথ গোস্বামী
অসমীয়া ভাষাৰ ৰূপতত্ত্বঃ লীলাৱতী শইকীয়া বৰা
উচ্চতৰ অসমীয়া ব্য়াকৰণঃ ৰমেশ পাঠক
ব্য়াকৰণ আৰু প্ৰাকৃতিক বিজ্ঞানঃ ৰমেশ পাঠক
ব্য়ৱহাৰিক ধ্বনি বিজ্ঞানঃ দীপংকৰ মৰল
ব্য়াকৰণঃ প্ৰাচ্য় আৰু পাশ্চাত্য়ঃ খগেশ সেন ডেকা
ভাষাবিজ্ঞান উপক্ৰমণিকাঃ অৰ্পণা কোঁৱৰ
Assamese: Its Formation and Development : B.K. Kakati
Syntactic Structure : Noam Chomsky
বিষয় সম্পৰ্কীয় ঐচ্ছিক পাঠ্য়
(এই ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীয়ে চাৰিটা বিষয় সম্পৰ্কীয় ঐচ্ছিক পাঠ্য় ASM-HE-5016, ASM-HE-5026, ASM-HE-5036,
ASM-HE-5046- ৰ মাজৰ পৰা যিকোনো দুটা পঠ্য় বাছি ল'ব পাৰিব)
ASM-HE-5016
অসমীয়াা লোক-সাহিত্য় অধ্য়য়ন
মূল্য়াংকঃ৮০
(উদ্দেশ্য়ঃ এই পাঠ্য়ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে লোক সাহিত্য় স্বৰূপ আৰু অসমীয়া লোকসাহিত্য়ৰ বিভিন্ন সমলৰ সৈতে পৰিচিত হ'ব।)
প্ৰথম গোটঃ লোকসাহিত্য়ৰ প্ৰকৃতি বিচাৰ আৰু শ্ৰেণী বিভাগঃ 20
গেয় আৰু কথ্য়, প্ৰাচীন আৰু সমকালীন, আঞ্চলিক আৰু জনগোষ্ঠীয়
দ্বিতীয় গোটঃ প্ৰবাদ-পটন্তৰ, জনশ্ৰুতি-সাধুকথা, মন্ত্ৰসাহিত্য়, নিচুকনি আৰু 20
খেল-ধেমালিৰ গীত-মাত (অসমীয়া আৰু অসমীয়াৰ নৃগোষ্ঠীয়
উপভাষাত ৰচিত গীত-মাতৰ বিশেষ প্ৰসংগত)
তৃতীয় গোটঃ মালিতা আৰু কাহিনী গীতঃ 20
আখ্য়ানমূলক, বুৰঞ্জীমূলক, ব্য়ঙ্গাত্মক, সমকালীন, খণ্ডিত মালিতা
(অসমীয়া আৰু অসমৰ নিৰ্বাচিত জনগোষ্ঠীৰ গীত-মাতৰ বিশেষ প্ৰসংগত)
চতুৰ্থ গোটঃ অনুষ্ঠানমূলক,উৎসৱকন্দ্ৰিক, স্তুতিমূলক, ধৰ্মকেন্দ্ৰিক, প্ৰেম আৰু 20
বিৰহ বিষয়ক (বৰমাহী গীত), অসমীয়া আৰু অসমৰ নিৰ্বাচিত জনগোষ্ঠীিৰ
গীত-মাতৰ বিশেষ প্ৰসংগত)
সহায়ক গ্ৰন্থ (নিৰ্বাচিত)ঃ
অলৌ গুটি-তলৌ গুটিঃ অসমৰ খেল-ধেমালিৰ গীত-মাতঃ উপেন ৰাভা হাকাচাম (সম্পা.)
অসমীয়া জনসাহিত্য়ঃ প্ৰফুল্লদত্ত গোস্বামী
অসমীয়া লোক-সাহিত্য়ৰ ৰূপৰেখাঃ লীলা গগৈ
কামৰূপী লোকগীতি সংগ্ৰহঃ হেমন্ত কুমাৰ শৰ্মা (সম্পা.)
গোৱালপৰীয়া লোকগীত সংগ্ৰহঃ বীৰেন্দ্ৰনাথ দত্ত (সম্পা.)
দৰঙী লোকগীত সংগ্ৰহঃ কনক চন্দ্ৰ চহৰীয়া (সম্পা.)
বাৰমাহৰ তেৰ গীতঃ প্ৰফুল্লদত্ত গোস্বামী
হেনা-হুচাঃ অসমীয়া জনজাতীয়/জনগোষ্ঠীয় লোকসাহিত্য়ৰ সংকলন (প্ৰথম আৰু দ্বিতীয় খণ্ড)ঃ উপেন ৰাভা হাকাচাম (সম্পা.)
প্ৰথম গোটঃ শংকৰদেৱৰ সাহিত্য়ৰ পৰিচয় আৰু পটভূমি 20
দ্বিতীয় গোটঃ বৰগীত 20
(১) নাৰায়ণ কাহে ভকতি
(২) সাৰঙ্গ পাণি হে
কীৰ্ত্তনঘোষাঃ
(১) গজেন্দ্ৰ উপাখ্য়ান (২) শিশু লীলা
তৃতীয় গোটঃ হৰিচন্দ্ৰ উপাখ্য়ান 20
চতুৰ্থ গোটঃ পৰিজাত- হৰণ নাট 20
সহায়ক গ্ৰন্থ (নিৰ্বাচিত)
অনুবাদঃ শ্ৰীমন্ত শংকৰ আৰু অসমীয়া সংস্কৃতিঃ ৰঞ্জিৎ কুমাৰ দেৱগোস্বামী (সম্পা.)
অসমৰ বৈষ্ণৱ সাহিত্য় আৰু দৰ্শনঃ অণিমা দত্ত
পুৰণি অসমীয়া সাহিত্য়ঃ বাণীকান্ত কাকতি
প্ৰবন্ধ গানৰ পৰম্পৰাত বৰগীতঃ বাপচন্দ্ৰ মহন্ত
মহাপুৰুষ শংকৰদেৱঃ নবীন চন্দ্ৰ শৰ্মা
শংকৰী সাহিত্য়ৰ সমীক্ষাঃ ভৱ প্ৰসাদ চলিহা (সম্পা.)
শংকৰদেৱ (১ম আৰু দ্বিতীয় খণ্ড)ঃ মহেশ্বৰ মেওগ
শংকৰদেৱ অধ্য়য়ন প্ৰসঙ্গঃ কেশৱানন্দ দেৱগোস্বামী
শংকৰদেৱ অধ্য়য়নৰ গ্ৰন্থপঞ্জীঃ বিমল মজুমদাৰ (সম্পা.)
শংকৰদেৱৰ কৃতি আৰু কৃতিত্ত্বঃ শিৱনাথ বৰ্মন
শংকৰদেৱৰ সাহিত্য় প্ৰতিভাঃ হৰিনাথ শৰ্মা দলৈ
শ্ৰীমন্ত শংকৰদেৱৰ সমাজ আৰু সংস্কৃতিঃ প্ৰদীপজ্য়োতি মহন্ত (সম্পা.)
বিষয় সম্পৰ্কীয় ঐচ্ছিক পাঠ্য়
ASM-HE-5046
অসমীয়া কল্পবিজ্ঞান সাহিত্য়
মূল্য়াংকঃ৮০
(উদ্দেশ্য়ঃ এই পাঠ্য়ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে কল্পবিজ্ঞানৰ স্বৰূপ সম্পৰ্কে জ্ঞাত হেৱাৰ লগতে অসমীয়া কল্পবিজ্ঞান চুটিগল্প, অসমীয়া কল্পবিজ্ঞান উপন্য়াস আৰু অসমীয়া কল্পবিজ্ঞান নাটকৰ ৰসাস্বাদন কৰিব পাৰিব।)
প্ৰথম গোটঃ বিজ্ঞান সাহিত্য় আৰু কল্পবিজ্ঞান সাহিত্য়ঃ এটা তুলনামূলক পৰিচয় 20
কল্পবিজ্ঞান সাহিত্য়ৰ চমু ইতিহাস
অসমীয়া কল্পবিজ্ঞান সাহিত্য়ৰ চমু ইতিহাস
দ্বিতীয় গোটঃ অসমীয়া কল্পবিজ্ঞান চুটিগল্পৰ অধ্য়য়নঃ 20
'বিৰচতীয়াৰ দেশ' হৰিপ্ৰসাদ বৰুৱা
'আৱাজ' ঃ সৌৰভ কুমাৰ চলিহা
তৃতীয় গোটঃ অসমীয়া কল্পবিজ্ঞান উপন্য়াসৰ অধ্য়য়নঃ 20
ইলেক্ট্ৰনিক নামৰ ল'ৰাটোঃ শান্তনু তামুলী
শব্দ নিৰন্তৰ শব্দঃ দীনেশ চন্দ্ৰ গোস্বামী
চতুৰ্থ গোটঃ অসমীয়া কল্পবিজ্ঞান নাটকৰ অধ্য়য়নঃ 20
বিন্দুঃ হিমেন্দ্ৰ বৰঠাকুৰ
সহায়ক গ্ৰন্থ (নিৰ্বাচিত) ঃ
অসমীয়া বিজ্ঞান সাহিত্য়ঃ দীনেশ বৈশ্য় (সম্পা.)
অসমীয়া বিজ্ঞান সাহিত্য়ঃ অতীতৰ পৰা বৰ্তমানলৈঃ ক্ষীৰধৰ বৰুৱা (সম্পা.)
ইলেক্ট্ৰনিক নামৰ ল'ৰাটোঃ শান্তনু তামুলী
বিজ্ঞান সাহিত্য়ঃ অসমীয়া বিজ্ঞান সাহিত্য়ৰ বিভিন্ন ধাৰাঃ প্ৰমোদ চন্দ্ৰ নেওগ
বিংশ শতিকাৰ অসমীয়া বিজ্ঞান সাহিত্য়ঃ পৰমানন্দ মহন্ত
মইনাঃ হিৰপ্ৰসাদ বৰুৱা
হিমেন্দ্ৰ বৰঠাকুৰৰ নাট্য়সম্ভাৰ আৰু আলোচনাঃ নিশিগন্ধা তালুকদাৰ (সম্পা.)
শব্দ নিৰন্তৰ শব্দঃ দীনেশ চন্দ্ৰ গোস্বামী
সৌৰভ কুমাৰ চলিহা ৰচনাৱলীঃ শোণিত বিজয় দাস, মুনীন বায়ন (সম্পা.)
Science Fiction: Adam Charles Roberts
Science Fiction: Brian Baker
ষষ্ঠ ষাণ্মাসিক
বুনিয়াদী পাঠ্য়
ASM-HC-6016
অসমীয়া চুটিগল্প আৰু উপন্য়াস
মূল্য়াংকঃ ৮০
(উদ্দেশ্য়ঃ ছাত্ৰ-ছাত্ৰীসকলে এই পাঠ্য়ৰ জৰিয়তে অসমীয়া চুটিগল্প আৰু উপন্য়াসৰ ধাৰা সম্পৰ্কে অৱহিত হোৱাৰ লগে লগে অসমীয়া ভাষাৰ গুৰুত্বপূৰ্ণ গল্প আৰু উপন্য়াসৰ ৰসস্বাদনৰ লগতে ইয়াৰ বিদায়তনিক গুৰুত্ব উপলব্ধি কৰিব।)
প্ৰথম গোটঃ অসমীয়া চুটিগল্পৰ ধাৰা 20
দ্বিতীয় গোটঃ অসমীয়া উপন্য়াসৰ ধাৰা 20
তৃতীয় গোটঃ চুটিগল্প 20
লক্ষ্মীধৰ শৰ্মাঃ নীনা
যোগেশ দাসঃ বৰদেউতা
পুৰবী বৰমুদৈঃ ৰাজনীতি নুবুজা মানুহ
চতুৰ্থ গোটঃ উপন্য়াস 20
মামণি ৰয়ছম গোস্বামীঃ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা
সহায়ক গ্ৰন্থ (নিৰ্বাচিত) ঃ
অসমীয়া চুটিগল্পঃ ঐতিহ্য় আৰু বিৱৰ্তনঃ অপূৰ্ব বৰা (সম্পা.)
আধুনিক গল্প সাহিত্য়ঃ ত্ৰৈলোক্য়নাথ গোস্বামী
উপন্য়াস আৰু অসমীয়া উপন্য়াসঃ গোবিন্দ প্ৰসাদ শৰ্মা
এশ বছৰৰ অসমীয়া উপন্য়াসঃ নগেন ঠাকুৰ (সম্পা.)
দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাঃ মামণি ৰয়ছম গোস্বামী
শ্ৰেষ্ঠ অসমীয়া চুটিগল্পঃ শৈলেন ভৰালী (সম্পা.)
বুনিয়াদী পাঠ্য়
ASM-HC-6026
অসমীয়া লিপিৰ ইতিহাস
মূল্য়াংকঃ ৮০
(উদ্দেশ্য়ঃ এই পাঠ্য়ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া লিপিৰ ইতিহাসৰ আভাস পোৱাৰ লগতে অসমৰ শিলালিপি, অসমৰ তাম্ৰলিপি সম্পৰ্কেও জ্ঞান লাভ কৰিব।)
প্ৰথম গোটঃ লিপিৰ পৰিচয় আৰু ভাৰতীয় লিপি; অসমীয়া লিপিৰ
উদ্ভৱ আৰু বিকাশ 20
দ্বিতীয় গোটঃ অসমৰ শিলালিপিঃ পৰিচয়মূলক অধ্য়য়ন— সুৰেন্দ্ৰ বৰ্মাৰ
উমাচল লিপি, ভূতি বৰ্মাৰ বৰগঙ্গা লিপি, হৰ্জৰ বৰ্মাৰ
তেজপুৰ লিপি, কাণাই বৰশীবোৱা লিপি, সমুদ্ৰপালৰ
আমবাৰী লিপি, গছতলৰ লিপি 20
তৃতীয় গোটঃ অসমৰ তাম্ৰলিপিঃ পৰিচয়মূলক অধ্য়য়ন— ভাস্কৰ বৰ্মাৰ ডুবি আৰু নিধনপুৰ শাসন, হৰ্জৰ বৰ্মাৰ হায়ুংথল শাসন, বনমাল বৰ্মাৰ তেজপুৰ আৰু পৰ্বতীয়া শাসন, বলবৰ্মাৰ নগাঁও আৰু হাওৰাঘাট শাসন |
চতুৰ্থ গোটঃ অসমীয়া হাতেলিখা পুথিৰ লিপিঃ
গড়গঞা লিপি, বামুণীয়া লিপি, কায়থেলী লিপি; হাতেলিখা পুথিৰ লিখন কলা আৰু লেখন সামগ্ৰী 20
সহায়ক গ্ৰন্থ (নিৰ্বাাচিত)ঃ
অসমীয়া প্ৰাচীন লিপিঃ সৰ্বেশ্বৰ কটকী
অসমীয়া লিপিঃ উপেন্দ্ৰনাথ গোশ্বামী
অসমীয়া লিপিতত্ত্ব অধ্য়য়নঃ সতীশ চন্দ্ৰ ভট্টাচাৰ্য্য়
অসমীয়া লিপিৰ পৰিচয়ঃ কনক চন্দ্ৰ চহৰী
পাঠ-সমীক্ষা (সূত্ৰ আৰু প্ৰয়োগবিধি) ঃ মালিনী গোস্বামী
পাঠ-সমীক্ষা প্ৰসংগতঃ ৰামচৰণ ঠাকুৰীয়া
প্ৰাচ্য় শাসনাৱলীঃ মহেশ্বৰ নেওগ
বিশ্বলিপিৰ ভূমিকাঃ নাৰায়ণ দাস (সম্পা.)
ovreDevelopment of Script in Ancient Kamrup: T.P. Verma
Inscriptions of Ancient Assam: M. M. Sarma: (ed.)
Kamrupa Sasanavali: D. Sarma (Ed.)
The Evolution of Assamese Script: Mahendra Bora
বিষয় সম্পৰ্কীয় ঐচ্ছিক পাঠ্য়
(এই ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীয়ে পাঁচটা বিষয় সম্পৰ্কীয় ঐচ্ছিক পাঠ্য় ASM-HE-6016, ASM-HE-6026,
ASM-HE-6036, ASM-HE-6046, ASM-HE-6056-ৰ মাজৰ পৰা যিকোনো দুটা পাঠ্য় বাছি ল’ব পাৰিব)
ASM-HE-6016
লক্ষ্মীনাথ বেজবৰুৱা
মূল্য়াংকঃ ৮০
(উদ্দেশ্য়ঃ এই পাঠ্য়ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে সাহিত্য়ৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সৃষ্টিশীল আৰু চিন্তামূলক লেখাৰ আভাস পাব।)
প্ৰথম গোটঃ কবিতা (কবিতা, মালতী, বীণবৰাগী ১ম তৰংগ) 20
দ্বিতীয় গোটঃসুৰভি (বাপিৰাম,লাওখোলা,মলক গুইন্ গুইন) 20
তৃতীয় গোটঃ আত্মজীৱনী(মোৰ জীৱন সোঁৱৰণ,প্ৰথমভাগ) 20
চতুৰ্থ গোটঃ তত্ত্বকথাঃ গীতাতত্ত্ব 20
লঘু ৰচনাঃ কৃপাবৰ বৰুৱাৰ উইল
সহায়ক গ্ৰন্থ (নিৰ্বাচিত)ঃ
অসমীয়া সাহিত্য়ৰ ঐতিহ্য় আৰু লক্ষ্মীনাথ বেজবৰুৱাঃ তৰণী ডেকা, কামালুদ্দিন আহমেদ (সম্পা.)
কালান্তৰৰ দোমোজাত বেজবৰুৱাঃ হীৰেন গোহাঁই
বেজবৰুৱাৰ সাহিত্য় প্ৰতিভাঃ বাণীকান্ত শৰ্মা (সম্পা.)
ৰমন্য়াসবাদ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাঃ কামালুদ্দিন আহমেদ
লক্ষ্মীনাথ বেজবৰুৱাঃ অসম প্ৰকাশন পৰিষদ
লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য় প্ৰতিভাঃ বিশ্বনাৰায়ণ শাস্ত্ৰী
সাহিত্য়ৰথীঃ প্ৰফুল্ল কটকী
Lakshminath Bezbaroa the Sahityarathi of Assam: Maheswar Neog (ed.)
বিষয় সম্পৰ্কীয় ঐচ্ছিক পাঠ্য়
ASM-HE-6026
বাণীকান্ত কাকতি
মূল্য়াংকঃ ৮০
(উদ্দেশ্য়ঃ এই পাঠ্য়ৰ জৰিয়তে বাণীকান্ত কাকতিৰ সমালোচনামূলক আৰু চিন্তামূলক প্ৰবন্ধৰ সৈতে ছাত্ৰ-ছাত্ৰীসকল পৰিচিত হ’ব পাৰিব।)
প্ৰথমগোটঃবৰগীত 20
বধকাব্য়
নামঘোষা
দ্বিতীয় গোটঃআৰ্যাবৰ্ত আৰু পুৰণি অসম 20
কবিৰ অহৈতুকী প্ৰীতি
বেজবৰুৱা
তৃতীয় গোটঃকথা -কবিতা 20
তুমি
নাৰী হৃদয়
চতুৰ্থ গোটঃ জাতীয় চৈতন্য় 20
নীৰৱ সাধনা
আমাৰ নতুন সাহিত্য়
সহায়ক গ্ৰন্থ (নিৰ্বাচিত)ঃ
প্ৰসংগ বাণীকান্তঃ ভবেন বৰুৱা
বাণীকান্ত ৰচনাৱলীঃ মহেশ্বৰ নেওগ (সম্পা.)
বাণীকান্তৰ পৰা ভবেন বৰুৱালৈঃ শৈলেন ভৰালী
সাহিত্য় আৰু চেতনাঃ হীৰেন গোঁহাই
Banikanta Kakati – The Man And His Works: Tabu Taid and Ranjit Dev Goswami (eds.)
বিষয় সম্পৰ্কীয় ঐচ্ছিক পাঠ্য়
ASM-HE-6036
অসমীয়া শিশু আৰু কিশোৰ সাহিত্য়
মূল্য়াংকঃ ৮০
(উদ্দেশ্য়ঃ এই পাঠ্য়ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল শিশু-কিশোৰ উপযোগী পদ্য়, কাব্য়, সাধুকথা, নাটক, প্ৰবন্ধ আৰু মহাকাব্য়ৰ সৈতে পৰিচিত হ’ব পাৰিব।)
প্ৰথমগোটঃপ্ৰচলিতঃকপৌটি 20
জ্য়োতিপ্ৰসাদ আগৰৱালাঃ ‘জ্য়োতি ৰামায়ণ’ৰ ৰামৰ জন্ম অংশ
নৱকান্ত বৰুৱাঃ কোনে
নিৰ্মলপ্ৰভা বৰদলৈঃ ৰ’দালি এ ৰ’দ দে
দ্বিতীয়গোটঃপ্ৰফুল্লদত্তগোস্বামীঃবিলাতীহোজা 20
ভবেন্দ্ৰনাথ শইকীয়াঃ মৰমৰ দেউতা
তৃতীয়গোটঃমিত্ৰদেৱমহন্তঃমৌমহাভাৰত 20
হোমেন বৰগোহাঞিঃ স্মৃতি- শক্তি আৰু চিন্তা-শক্তি
চতুৰ্থগোটঃপ্ৰবীণাশইকীয়াঃঅজানদেশতএলিচ 20
বন্দিতা ফুকনঃ গৰমৰ বন্ধত সোণটি
সহায়ক গ্ৰন্থ (নিৰ্বাচিত)ঃ
অজান দেশত এলিচঃ প্ৰবীণা শইকীয়া
অসমীয়া শিশু সাহিত্য়ৰ সংক্ষিপ্ত ইতিহাসঃ উপেন্দ্ৰ বৰকটকী
কিতাপ পঢ়াৰ আনন্দঃ হোমেন বৰগোহাঞি
গৰমৰ বন্ধত সোণটিঃ বন্দিতা ফুকন
জ্য়োতিপ্ৰসাদ ৰচনাৱলীঃ নগেন শইকীয়া (সম্পা.)
নৱকান্ত বৰুৱাৰ শিশু সাহিত্য় সমগ্ৰঃ গগণ চন্দ্ৰ অধিকাৰী (সম্পা.)
বিলাতী হোজাঃ প্ৰফুল্লদত্ত গোস্বামী
মৰমৰ দেউতাঃ ভবেন্দ্ৰনাথ শইকীয়া
মৰুৱা ফুলঃ নৱকান্ত বৰুৱা
মৌ-মহাভাৰতঃ মিত্ৰদেৱ মহন্ত
Children's Literature: A Very Short Introduction: Kimberley Reynolds
Reading Children: Essays on Children's Literature: Rimi B Chatterjee & Nilanjana Gupta (eds.)
বিষয় সম্পৰ্কীয় ঐচ্ছিক পাঠ্য়
ASM-HE-6046
অসমীয়া ভাষাৰ উপভাষা
মূল্য়াংকঃ ৮০
(উদ্দেশ্য়ঃ এই পাঠ্য়ত অসমীয়া ভাষাৰ বিভিন্ন আঞ্চলিক আৰু সামাজিক উপভাষাৰ বিষয়ে আলোচনাকৰা হৈছে। তদুপৰি উপভাষা প্ৰয়োগ সম্বলিত পাঠ সংযোগৰ জৰিয়তে এনে উপভাষাৰ সাহিত্য়িক প্ৰয়োগৰ ধাৰণা ছাত্ৰ-ছাত্ৰীক দিবলৈ চেষ্টা কৰা হৈছে।)
প্ৰথম গোটঃ উপভাষাৰ সংজ্ঞা আৰু স্বৰূপঃ 20
উপভাষাৰ নিৰ্মাণ প্ৰক্ৰিয়া, উপভাযা অধ্য়য়নৰ প্ৰয়োজনীয়তা
দ্বিতীয় গোটঃ অসমীয়া ভাষাৰ ভিন্নতাঃ 20
আঞ্চলিক উপভাষা, সামাজিক উপভাষা, নৃগোষ্ঠীয় উপভাষা
তৃতীয় গোটঃ অসমীয়া ভাষাৰ আঞ্চলিক উপভাষাবোৰৰ ভাষিক বৈশিষ্ট্য়ঃ 20
উজনি আৰু নামনি
চতুৰ্থ গোটঃ অসমীয়া সাহিত্য়ত উপভাষাৰ প্ৰয়োগঃ 20
গুণাভিৰাম বৰুৱাঃ ৰাম-নবমী (পঞ্চম অংক, দ্বিতীয় দৰ্শন)
সৌৰভ কুমাৰ চলিহাঃ হাঁহিচম্পা
শীলভদ্ৰঃ সহযাত্ৰী
সহায়ক গ্ৰন্থ (নিৰ্বাচিত)ঃ
অসমীয়া আৰু অসমৰ ভাষা- উপভাষাঃ উপেন ৰাভা হাকাচাম
অসমীয়া ভাষাৰ উদ্ভৱ, সমৃদ্ধি আৰু বিকাশঃ উপেন্দ্ৰ নাথ গোস্বামী
উপভাষা আৰু অসমৰ উপভাষাঃ দীপ্তি ফুকন পাটগিৰি (সম্পা.)
উপভাষা বিজ্ঞানঃ দীপাংকৰ মৰল
এহাক ডাবাঃ সৌৰভ কুমাৰ চলিহা
কামৰূপী উপভাষাঃ এচি অধ্য়য়নঃ বিভা ভৰালী
গুণাভিৰাম বৰুৱাঃ ৰাম-নবমীঃ প্ৰসেনজিৎ চৌধুৰী (সম্পা.)
গোৱালপৰীয়া উপভাষাঃ ৰূপ বৈচিত্ৰ্য়ঃ বিভা ভৰালী আৰু কল্পনা তালুকদাৰ (সম্পা.)
শীলভদ্ৰঃ মধুপুৰৰ মধুকৰ (শীলভদ্ৰৰ নিৰ্বাচিত গল্প)ঃ মুনীন বায়ন (সম্পা.)
A Study on Kamrupi - A Dialect of Assamese: Upendra Nath GoswamiDialectology: Peter Trudgill
বিষয় সম্পৰ্কীয় ঐচ্ছিক পাঠ্য়
ASM-HE-6056
প্ৰকল্প
মূল্য়াংকঃ ১০০
এই কিতাপখনৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে বিভাগীয় শিক্ষকৰ তত্ত্বাৱধানত কোনো গুৰুত্বপূৰ্ণ স্থান, উৎসৱ-পাৰ্বণ, লোকাচাৰ, লোকপৰিৱেশ্য় কলা, লোক সাহিত্য়, লোকভাষা আদি যিকোনো এটা বিষয়ত প্ৰকল্প প্ৰস্তুত কৰিব লাগিব। প্ৰকল্পৰ শব্দসংখ্য়া ৪০০০-৫০০০ ৰ ভিতৰত হ’ব লাগিব। বিভাগৰ মুৰব্বী/অধ্য়াপক/অধ্য়াপিকাই তত্ত্বাৱধায়কৰ সহযোগত মূল্য়ায়নৰ ব্য়ৱস্থা কৰি প্ৰকল্পটি আৰু নম্বৰ তালিকা বিশ্ববিদ্য়ালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকলৈ প্ৰেৰণ কৰিব। এই প্ৰকল্পৰ মুঠ 100 নম্বৰৰ ভিতৰত 80 নম্বৰ প্ৰকল্পৰ বাবে আৰু 20 নম্বৰ মৌখিক পৰীক্ষাৰ বাবে ধাৰ্য কৰা হৈছে।
Post ID : DABP004541