আমাৰ পৰিৱেশ 

অধ্য়ায়-15


A. অতি চমু প্ৰশ্নাৱলীঃ             মূল্য়াংকঃ1 

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

     তলত দিয়া কোনটো জীৱ নিন্মিকৰণ পেলনিয়া দ্ৰব্য় ? [HSLC'16]

(a) পলিথিনৰ মোনা 

(b) আমৰ বাকনি

(c) ফালি যোৱা চমৰাৰ মোনা 

(d) প্লাষ্টিকৰ বটল 


2. তলৰ কোনটো জীৱ নিম্নিকৰণ আৱৰ্জনা নহয় ? [HSLC'15]

(a) পাকঘৰৰ শাক-পাচলি  আৱৰ্জনা 

(b) পুৰণি ফটা কাপুৰ 

(c) প্লাষ্টিকৰ মোনা 

(d) পুৰণি বাতৰি কাকত


3. বায়ুমণ্ডলৰ উচ্চ, স্তৰত অজন_____ ক  বাধা দিয়ে । [HSLC'17]

(a) অৱলোহিত ৰশ্মি 

(b) দৃশ্য়মান পোহৰ 

(c) অতি বেঙুনিয়া ৰশ্মি

(d) (a)  আৰু  (b)


4. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদাৰ্থ আছে ? [HSLC'18]

(a) পিঠা, কাঠ আৰু ঘাঁহ 

(b) ফলমূলৰ বাকলি, পিঠা আৰু টেঙা ৰস 

(c) ঘাঁহ, কাঠ আৰু প্লাষ্টিক 

(d) ঘাঁহ, ফুল আৰু চামৰা 


5. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য় শৃংখলা গঠন কৰে ? [HSLC' 20]

(a) ঘাঁহ, মাছ আৰু ছাগলী 

(b) ছাগলী, গৰু আৰু হাতী 

(c) ঘাঁহ, ছাগলী আৰু মানুহ 

(d) ঘাঁহ, ঘেহুআৰু আম 


B. চমু প্ৰশ্নালৱীঃ               মূল্য়াংকঃ 2/3 

1. অ'জ'ন  স্তৰ কি আৰু ইয়াৰ কেনেকৈ অবক্ষয় ঘটিছে ? [HSLC' 15]


2. পৰিস্থিতি তন্ত্ৰ কি আৰু ইয়াৰ উপাদান বিলাক কি ? [HSLC'15]


3. কৃষিত প্ৰগ কৰা কীটনাশক দ্ৰব্য়বোৰ কেনেকৈ আমাক প্ৰভাৱাম্বিত কৰে ব্য়াখ্য়া কৰা । [HSLC' 16]


4. পৰিস্থিতিতন্ত্ৰত শক্তিৰ প্ৰবাহ কেনেদৰে হয় লিখা । [HSLC' 16]


5. পৰিস্থিতি তন্ত্ৰৰ উপাদান বিলাক কি কি ব্য়াখ্য়া কৰা । আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ এটা উল্লেখ কৰা । [HSLC' 17]


6. পৌষ্টিক স্তৰ কি ? খাদ্য় শৃংখল এটাৰ পৌষ্টিক স্তৰ সমূহ বৰ্ণনা কৰা । [HSLC' 17]


7. পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি ? এটা পৰিস্থিতিতন্ত্ৰত শক্তিৰ পৰিবহণৰ চিত্ৰ আকাঁ । [HSLC' 18] 


8. অ'জন স্তৰৰ কেনেকৈ অৱক্ষয় ঘটিছে চমুকৈ ব্য়াখ্য়া কৰা । [HSLC' 19]


9. অজৈৱ নিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যি কোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা । [HSLC' 19]


10. পেলনীয় আবৰ্জনাৰ সমস্য়া হ্ৰাস কৰিবলৈ তুমি পদক্ষেপ গ্ৰহন কৰিবা ?  

[HSLC' 20]


11. আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদাৰ্থবিলাকৰ পৰা হোৱা দুটা সমস্য়াৰ উল্লেখ কৰা । [HSLC' 20]

       

Type by- Bikul Mandal