হাঁহি

১। জ্ঞানদাভিৰাম বৰুৱা কোনখন মহাবিদ্যাল প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল?

1) জগন্নাথ বৰুৱা

2) দৰং

3) আইন

Ans: আইন

২। প্ৰিন্সিপাল বৰুৱাৰ সম্পূৰ্ণ নাম কি?

1) জ্ঞানদাভিৰাম বৰুৱা

2) লক্ষ্যধৰ চৌধৰী

3) ওপৰৰ এটাও নহয়

Ans: জ্ঞানদাভিৰাম বৰুৱা

৩। জ্ঞানদাভিৰাম বৰুৱাৰ পিতৃ এজন কোন আছিল?

1) সাংবাদিক

2) সাহিত্যিক

3) ওপৰৰ গোটেই কেইটা

Ans: ওপৰৰ গোটেই কেইটা

৪। জ্ঞানদাভিৰাম জন্ম কিমান চনত হৈছিল?

1) ১৮৮০

2) ১৮৭৬

3) ১৮৫৯

Ans: ১৮৮০

৫। জ্ঞানদাভিৰাম বৰুৱা ক'ত জন্ম হৈছিল?

1) যোৰহাট

2) নগাঁও

3) গুৱাহাটী

Ans: নগাঁও

৬।  জ্ঞানদাভিৰাম বৰুৱাক কি বুলি মাতিছিল?

1) কণবোপা

2) ভদীয়া পোন

3) পেট-মোচা ল'ৰা

4) ওপৰৰ গোটেই কেইটা

Ans: ওপৰৰ গোটেই কেইটা

৭। জ্ঞানদাভিৰাম বৰুৱা কিমান চনত গুৱাহাটীলৈ আহিছি?

1) ১৯১৪

2) ১৯২২

3) ১৯১৭

Ans: ১৯১৪

৮। জ্ঞানদাভিৰাম বৰুৱায়ে কিমান চনত অসমৰ প্ৰথমখন আইন মহাবিদ্যালয়ৰ অধ্যশ্ৰ গ্ৰহন কৰে?

1) ১৯১৪

2) ১৯১৫

3) ১৯২৩

Ans: ১৯১৪

৯। জ্ঞানদাভিৰাম জন্ম কিমান চনত হৈছিল?

1) ১৯২৩

2)১৯৩৪

3)১৯৩৭

Ans: ১৯৩৭

১০। জ্ঞানদাভিৰাম বৰুৱাৰ প্ৰকাশিত পুথি কেইখন?

1) ৪ খন

2) ৮ খন

3) ১২ খন

Ans: ৪ খন

 ১১। জ্ঞানদাভিৰাম বৰুৱায়ে কেইখন পুথি ইংৰাজীত অনুবাদ কৰিছিল?

1) ৩ খন

2) ৬ খন

3) ৯ খন

Ans: ৯ খন

১২। জ্ঞানদাভিৰাম বৰুৱা কিমান চনত সাহিত্য সভাৰ সভাপতি হৈছিল?

1) ১৯৩৭

2) ১৯৩৩

3) ১৯২৯

Ans: ১৯৩৩

১৩। জ্ঞানদাভিৰাম বৰুৱা কিমান চনত মৃত্যু হ'য়?

1) ১৯৬৫

2) ১৯৫৫

3) ১৯৫৯

Ans: ১৯৫৫

১৪। জ্ঞানদাভিৰাম বৰুৱা ক'ত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল?

1) যোৰহাট

2) লখিমপুৰ

3) ওপৰৰ গোটেই কেইটা

Ans: লখিমপুৰ

১৫। জ্ঞানদাভিৰাম বৰুৱা কিমান চনত সভাৰম্ভ ৰ পৰা অৱসৰ গ্ৰহন কৰিছিল?

1) ১৯৩৭

2) ১৯৪৫

3) ১৯৩২

Ans: ১৯৩৭

Type Susmita Kakati