গতি আৰু দূৰত্বৰ জোখ-মাখ




১। যি গতিয়ে নিৰ্দিষ্ট সময়ৰ ব্যৱধানত নিজেই পুনৰাবৃত্তি কৰে তাক কি গতি বুলি কোৱা হয় ?
বৃত্তিয় গতি
পৰ্যাবৃত্ত গতি
সৰল গতি
উত্তৰঃ পৰ্যাবৃত্ত গতি

২। এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ মানুহে কি ব্যৱস্থা ব্যৱহাৰ কৰে ?
Option 1
একক পদ্ধতি
পৰিবহণ
উত্তৰঃ পৰিবহণ

৩। সৰলৰেখাত কৰা গতিক কি বুলি কোৱা হয় ?
সৰলগতি
সৰলৰৈখিক গতি
Option 3
উত্তৰঃ সৰলৰৈখিক গতি

৪।  এক মিটাৰ মানে কিমান চে.মি ?
১০০
৫০০
১০০০
উত্তৰঃ ১০০

৫। বাইচাইকেলৰ চকাৰ গতিটোক কি গতি বুলি কোৱা হয় ?
পৰ্যাবৃত্ত গতি
বৃত্তীয় গতি
সৰলৰৈখিক গতি
উত্তৰঃ বৃত্তীয় গতি

৬। 'গতি' শব্দৰ ইংৰাজী ৰূপ কি ?
Motion
Unit
Circular
উত্তৰঃ Motion

৭। পুৰণি দিনত মানুহে এঠাইৰ পৰা আনঠাইলৈ কেনেদৰে গৈছিল ?
ৰেলৰ দ্বাৰা
খোজ কাঢ়ি
জাহাজৰ দ্বাৰা
উত্তৰঃ খোজ কাঢ়ি

৮। আন্তৰ্জাতিক একক পদ্ধতিত দৈৰ্ঘ্যৰ একক কি ?
মিটাৰ
কিল'মিটাৰ
চেণ্টিমিটাৰ
উত্তৰঃ মিটাৰ

৯। তলত থকা চিত্ৰটো কি গতিত ঘূৰিছে ?



পৰ্যাবৃত্ত গতিত
বৃত্তাকাৰ গতিত
উত্তৰঃ বৃত্তাকাৰ গতিত

১০। 'বৃত্তীয় গতি' শব্দৰ ইংৰাজী ৰূপ কি ?
Circular motion
Periodic motion
উত্তৰঃ Circular motion

১১। জলপথেৰে চলাচল কৰিবৰ বাবে প্ৰাচীন কালৰে পৰা মানুহে কি ব্যৱহাৰ কৰিছিল ?
জাহাজ
ফেৰী
নাও
উত্তৰঃ নাও

১২। কিমান শতিকালৈ মানুহে এঠাইৰ পৰা আনঠাইলৈ অহা-যোৱা কৰিবৰ বাবে প্ৰাণীৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিছিল ?
সোতৰ শতিকাৰ শেষলৈকে
উনৈশ শতিকাৰ আৰম্ভণিলৈকে
উত্তৰঃ উনৈশ শতিকাৰ আৰম্ভণিলৈকে

১৩। কিমান চনত উৰাজাহাজৰ বিকাশ ঘটে ?
১৮৬৮ চনত
১৯০০ চনত
২০০০ চনত
উত্তৰঃ ১৯০০ চনত

১৪। তলৰ কোনটো বিংশ শতিকাৰ অৱদান ?
মন'ৰেইল
মহাকাশযান
ওপৰৰ দুয়োটা
উত্তৰঃ ওপৰৰ দুয়োটা

১৫। ১৭৯০ চনত কোনে জোখ-মাখৰ এক প্ৰমাণ একক প্ৰৱৰ্তন কৰিছিল ?
ফৰাচীসকলে
বৃটিছসকলে
মানসকলে
উত্তৰঃ ফৰাচীসকলে

১৬। আমি কিহৰ সহায়ত বক্ৰ ৰেখা এডালৰ দৈৰ্ঘ্য পোনে পোনে জুখিব নোৱাৰোঁ ?
সূতাৰ সহায়ত
মানুহৰ সহায়ত
স্কেলৰ সহায়ত
উত্তৰঃ স্কেলৰ সহায়ত

১৭। তলৰ ছবিখনত কি গতিৰ দৃশ্য প্ৰতিফলিত হৈছে ?




বৃত্তীয় গতি
সৰলৰৈখিক গতি
পৰ্যাবৃত্ত গতি
উত্তৰঃ সৰলৰৈখিক গতি

১৮। 'দূৰত্ব' শব্দৰ ইংৰাজী ৰূপ কি ?
Distance
Circular
measurement
উত্তৰঃ Distance

১৯। বৰ্তমান গোটেই পৃথিৱীতেই কি একক গ্ৰহণ কৰা হৈছে ?
আন্তৰ্জাতিক একক পদ্ধতি
কৃষি একক পদ্ধতি
এটাও নহয়
উত্তৰঃ আন্তৰ্জাতিক একক পদ্ধতি

২০। পাঁচ কিলোমিটাৰ মানে  মিটাৰ।
২০০০
১০০
৫০০০
উত্তৰঃ ৫০০০