১। প্ৰাচীন কামৰূপ ৰাজ্য কেইটা ভাগত ভগাব পাৰি ?
a) ৩ টা
b) ৪ টা
c) ৫ টা
Ans: ৪ টা
২। চুতীয়া সকলে ব্ৰহ্মপুত্ৰৰ কোনটো পাৰত ৰাজত্ব কৰিছিল ?
a) পূব
b) পশ্চিম
c) উত্তৰ
Ans: উত্তৰ
৩। কোন শতিকাত কোচ ৰাজ্যৰ জন্ম হয় ?
a) ১২ শতিকাত
b) ১৪ শতিকাত
c) ১৬ শতিকাত
Ans: ১৬ শতিকাত
৪। তলৰ কোনটো খেতিৰ সজুলি নহয় ?
a) কোৰ
b) নিৰণি
c) কোঠা
Ans: কোঠা
৫। পাহাৰীয়া অঞ্চলৰ মানুহবোৰে কি খেতি কৰিছিল ?
a) ঝুম খেতি
b) মাহজাতীয় খেতি
c) ধান খেতি
Ans: ঝুম খেতি
৬। মধ্য যুগৰ ৰাজহ ব্যৱস্থা অনুসৰি কোন ভূমি সম্পত্তিৰ স্বত্বাধিকাৰী আছিল ?
a) মন্ত্ৰী
b) ৱকিল
c) ৰজা
Ans: ৰজা
৭। মধ্য যুগৰ অসমৰ সাধাৰণ প্ৰজাসকলৰ মূলতঃ কি আছিল ?
a) কৃষি
b) বেহা-বেপাৰ
c) ওপৰৰ গোটেই কেইটা
Ans: কৃষি
৮। কৰযুক্ত ভূমি ব্যৱস্থাটোক কি বোলা হয় ?
a) লাখেৰাজ
b) পীৰপাল
c) হস্তশিল্প
Ans: লাখেৰাজ
৯। কৃষিকাৰ্যৰ সমানে গুৰুত্ব পোৱা বিষয়টো কি ?
a) লাখেৰাজ
b) পীৰপাল
c) হস্তশিল্প
Ans: হস্তশিল্প
১০। মধ্য যুগৰ অঞ্চলৰ মানুহৰ প্ৰধান খাদ্য কি ?
a) ভাত
b) ৰুতি
c) মাংস
Ans: ভাত
১১। ধান খেতিৰ প্ৰদান ভাগ কেইটা ?
a) ২ টা
b) ৪ টা
c) ৬ টা
Ans: ২ টা
১২। আহুধানৰ খেতি কোন মাহত কৰা হয় ?
a ) শীতকালৰ শেষত
b) বহাগৰ শেষত
c) আঘুনৰ শেষত
Ans: শীতকালৰ শেষত
১৩। ধান জমা কৰি ৰখা ঘৰটোক কি বোলা হয় ?
a) মোন
b) সেৰ
c) ভঁৰাল
Ans: ভঁৰাল
১৪।তলৰ কোনটো মাহত আহু ধানৰ খেতি কৰা নহয় ?
a) বহাগ
b) ফাগুন
c) আঘুণ
Ans: আঘুণ
১৫। অসমৰ কোনটো অঞ্চলত কুঁহিয়াৰ খেতি কৰা হৈছিল ?
a) উজনি অসমত
b) আপাৰ আসাম
c) লোৱাৰ আসাম
Ans: উজনি অসমত
0 Comments