১। প্ৰাচীন কামৰূপ ৰাজ্য কেইটা ভাগত ভগাব পাৰি ?                                                

a) ৩ টা

b) ৪ টা

c) ৫ টা

Ans: ৪ টা


২। চুতীয়া সকলে ব্ৰহ্মপুত্ৰৰ কোনটো পাৰত ৰাজত্ব কৰিছিল ?

a) পূব

b) পশ্চিম

c) উত্তৰ

Ans: উত্তৰ


৩। কোন শতিকাত কোচ ৰাজ্যৰ জন্ম হয় ?

a) ১২ শতিকাত

b) ১৪ শতিকাত

c) ১৬ শতিকাত

Ans: ১৬ শতিকাত 


৪। তলৰ কোনটো  খেতিৰ সজুলি নহয় ?

a) কোৰ

b) নিৰণি

c) কোঠা

Ans: কোঠা


৫। পাহাৰীয়া অঞ্চলৰ মানুহবোৰে কি খেতি কৰিছিল ?

a) ঝুম খেতি

b) মাহজাতীয় খেতি

c) ধান খেতি

Ans: ঝুম খেতি


৬। মধ্য যুগৰ ৰাজহ ব্যৱস্থা অনুসৰি কোন ভূমি সম্পত্তিৰ স্বত্বাধিকাৰী আছিল ?

a) মন্ত্ৰী

b) ৱকিল

c) ৰজা

Ans: ৰজা


৭। মধ্য যুগৰ অসমৰ সাধাৰণ প্ৰজাসকলৰ মূলতঃ কি আছিল ?

a) কৃষি

b) বেহা-বেপাৰ

c) ওপৰৰ গোটেই কেইটা

Ans: কৃষি


৮। কৰযুক্ত ভূমি ব্যৱস্থাটোক কি বোলা হয় ?

a) লাখেৰাজ

b) পীৰপাল

c) হস্তশিল্প

Ans: লাখেৰাজ


৯। কৃষিকাৰ্যৰ সমানে গুৰুত্ব পোৱা বিষয়টো কি ?

a) লাখেৰাজ

b) পীৰপাল

c) হস্তশিল্প

Ans: হস্তশিল্প


১০। মধ্য যুগৰ অঞ্চলৰ মানুহৰ প্ৰধান খাদ্য কি ?

a) ভাত

b) ৰুতি

c) মাংস

Ans: ভাত


১১। ধান খেতিৰ প্ৰদান ভাগ কেইটা ?

a) ২ টা

b) ৪ টা

c) ৬ টা

Ans: ২ টা


১২। আহুধানৰ খেতি কোন মাহত কৰা হয় ?

a ) শীতকালৰ শেষত

b) বহাগৰ শেষত

c) আঘুনৰ শেষত

Ans: শীতকালৰ শেষত


১৩। ধান জমা কৰি ৰখা ঘৰটোক কি বোলা হয় ?

a) মোন

b) সেৰ

c) ভঁৰাল

Ans: ভঁৰাল


১৪।তলৰ কোনটো মাহত আহু ধানৰ খেতি কৰা নহয় ?

a) বহাগ

b) ফাগুন

c) আঘুণ

Ans: আঘুণ


১৫। অসমৰ কোনটো অঞ্চলত কুঁহিয়াৰ খেতি কৰা হৈছিল ?

a) উজনি অসমত

b) আপাৰ আসাম

c) লোৱাৰ আসাম

Ans: উজনি অসমত