আমাৰ গাওঁখনি 


শুৱনি আমাৰ চেনেহী গোওঁখনি 

গছ-লতাৰে ভৰা ।

ইয়াৰ প্ৰকৃতিক ৰূপ

অতি মনোমোহা ।

গছে-গছে নানান পখীয়ে  

জোৰে শুৱলা গীত ,

গ্ৰীষ্ম, বৰ্ষা, শৰ, হেমন্ত

পাছতে আহে শীত।

শুৱনি আমাৰ পথাৰ খনি 

সোন গুটিৰে ভৰা ।

আঘোনত লখিমী আদৰাৰ দৃশ্য় 

চালে চকু ৰোৱা ।

আমাৰ গাওঁৰ পুথিভঁৰালটি 

নানা পুথিৰে ভৰা,

জ্ঞান অন্বেষনৰ ইচ্ছা 

প্ৰকাশেকে নন মনুহ আহে ।

 


নামঃ- ময়ূৰী বৰা

শ্ৰেণীঃ- পঞ্চম ।

ৰোল নংঃ- ৮

বিদ্য়ালয়ঃ- বৰঙাবাৰী বালিকা প্ৰাথমিক বিদ্য়ালয়