অনুজীৱ ঃ মিত্ৰ আৰু শত্ৰু

Chapter 2

১. আমি চকুৰে মনিব নোৱাৰা জীৱ  হ’ল ?

(ক) শেলাই

(খ) অনুজীৱ

(গ) ওপৰ এটাও নহয়।

উত্তৰঃ (খ) অনুজীৱ


২. বাৰিষা দিনত পাউৰুটিবোৰ কি হয় ?

(ক) নষ্ট হয়।

(খ) ভাল হয় থাকে।

(গ) এটাও নহয়।

উত্তৰঃ (ক) নষ্ট হয়।


৩. ঈষৎ ছাই বৰণীয়া কি আৱৰি থাকে?

(ক) চামনি আৱৰি থাকে।

(খ) বেক্টেৰিয়া আৱৰি থাকে।

(গ) শেলাই আৱৰি থাকে।

উত্তৰঃ চামনি আৱৰি থাকে।


৪. অণুজীৱবোৰ লৰচৰ কৰি______

(ক) নাথাকে

(খ) থাকে

(গ) এটাও নহয়।

উত্তৰঃ (খ) থাকে


৫. পানী আৰু মাটি কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কি থাকে?

(ক) ভাইৰাছ থাকে।

(খ) জীৱ থাকে।

(গ) ভেঁকুৰ থাকে।

উত্তৰঃ (খ) জীৱ থাকে।


৬. সকলোবোৰ অণুজীৱৰ শ্ৰেণীভুক্ত ?

(ক) হয়

(খ) নহয়

(গ) এটাও নহয়।

উত্তৰঃ (খ) নহয়


৭. অণুজীৱবোৰ কেইটা শ্ৰেণীত ভাগ কৰা হৈছে ?

(ক) পাঁচ টা শ্ৰেণীত ভাগ কৰা হৈছে।

(খ) তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে।

(গ) এটাও নহয়।

উত্তৰঃ (গ) এটাও নহয়।


৮. অণুজীৱ সমূহ এককোষী হ’ব ________

(ক) পাৰে

(খ) নোৱাৰে

(গ) ওপৰ এটাও নহয়।

উত্তৰঃ (ক) পাৰে


৯. কিছুমান অণুজীৱ বহুকোষী হ’ব __________

(ক) নোৱাৰে

(খ) পাৰে

(গ) এটাও নহয়।

উত্তৰঃ (খ) পাৰে


১০. কিহৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয় ?

(ক) নাইট্ৰ’জেন

(খ) ইষ্ট

(গ) এটাও নহয়।

উত্তৰঃ (খ) ইষ্ট


১১. কিহৰ দ্বাৰা কলেৰা হয় ?

(ক) অণুজীৱ দ্বাৰা হয়।

(খ) বেক্টেৰিয়া দ্বাৰা হয়।

(গ) ভাইৰাছ দ্বাৰা হয়।

উত্তৰঃ (খ) বেক্টেৰিয়া দ্বাৰা হয়।


১২.পৃথিৱীত অক্সিজেন গেছৰ পৰিমান কিমান শতাংশ ?  

(ক) ২১ শতাংশ

(খ) ৩৫ শতাংশ

(গ) ৯০ শতাংশ

উত্তৰঃ (ক) ২১ শতাংশ


১৩. বায়ুমণ্ডলত নাইট্ৰ’জেন গেছৰ পৰিমান কিমান শতাংশ ?

(ক) ৫৫ শতাংশ

(খ) ৩০ শতাংশ

(গ) ৭৮ শতাংশ

উত্তৰঃ (গ) ৭৮ শতাংশ


১৪. শ্বাস প্ৰশ্বাসত কি গেছ উৎপন্ন হয় ?

(ক) অক্সিজেন

(খ) কাৰ্বন-ডাই-অক্সাইড

(গ) নাইট্ৰ’জেন

উত্তৰঃ (খ) কাৰ্বন-ডাই-অক্সাইড


১৫. আচাৰ নষ্ট নোহোৱাকৈ কি ব্য়ৱহাৰ কৰা হয় ?

(ক) বেক্টেৰিয়া

(খ) ভিনেগাৰ

(গ) ভাইৰাছ

উত্তৰঃ (খ) ভিনেগাৰ


১৬. গাখীৰক দৈ হোৱাত কিহেৰে সহায় কৰে?

(ক) ভিনেগাৰ

(খ) লেক্ট’বেছিলাছ

(গ) বেক্টেৰিয়া

উত্তৰঃ (খ) লেক্ট’বেছিলাছ


১৭. বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমান কিমান শতাংশ আছে ?

(ক) ০.০৪%

(খ) ০.০৩%

(গ) ০.০৫%

উত্তৰঃ (ক) ০.০৪%


১৮. উদ্ভিদত হোৱা ৰোগৰ অন্যতম কাৰক হ’ল ?

(ক) অণুজীৱ

(খ) ভাইৰাছ

(গ) বেক্টেৰিয়া

উত্তৰঃ (ক) অণুজীৱ


১৯. ৰাসায়নিক দ্ৰব্য বোৰে  অণুজীৱসমূহক কেনেদৰে  প্ৰতিৰোধ কৰিব পাৰে ?

(ক) ধ্বংস কৰি

(খ) ৰাসায়নিক সাৰ প্ৰয়োগ কৰি

(গ) ওপৰ এটাও নহয়।

উত্তৰঃ (ক) ধ্বংস কৰি


২০. অণুজীৱই আমাৰ খাদ্য  কি  কৰে ?

(ক) ভাল কৰি ৰাখে ।

(খ) নষ্ট কৰে ।

(গ) এটাও নহয়।

উত্তৰঃ (খ) নষ্ট কৰে ।