দহন আৰু শিখা
Chapter 6
১.যি ৰাসায়নিক প্ৰক্ৰিয়াত দ্ৰব্য় এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে তাক কি বোলা হয় ?
(ক) ইন্ধন
(খ) দহন
(গ) গেছ
উত্তৰঃ (খ) দহন
২. মেগনেছিয়া পুৰিলে কি উৎপন্ন হয় ?
(ক) অক্সিজেন
(খ) কাৰ্বন-ডাই-অক্সাইড
(গ) তাপ আৰু পোহৰ
উত্তৰঃ (গ) তাপ আৰু পোহৰ
৩. আমাৰ শৰীৰত অক্সিজেনৰ সৈতে বিক্ৰিয়া হৈ খাদ্যবোৰ ভাঙি যায় আৰু কি উৎপন্ন হয় ?
(ক) ইন্ধন
(খ) তাপ
(গ) নাইট্ৰ’জেন
উত্তৰঃ (খ) তাপ
৪. কি পাৰমাণৱিক বিক্ৰিয়াৰ দ্বাৰা তাপ আৰু পোহৰ উৎপন্ন হয় ?
(ক) সূৰ্যত
(খ) ইন্ধন
(গ) ওপৰ এটাও নহয়
উত্তৰঃ (ক) সূৰ্যত
৫. যি নিম্নতম উষ্ণতাত দ্ৰব্য এটাত জুই লাগে তাক কি বোলে ?
(ক) দহন
(খ) পোহৰ
(গ) জ্বলন উষ্ণতা
উত্তৰঃ (গ) জ্বলন উষ্ণতা
৬. ৰঙা ফছফৰাছ কিহলৈ ৰূপান্তৰিত হয় ?
(ক) ইন্ধন
(খ) ক’লা ফছফৰাছ
(গ) বগা ফছফৰাছ
উত্তৰঃ (গ) বগা ফছফৰাছ
৭. পটেছিয়াম ক্ল’ৰেটৰ সৈতে ই বিক্ৰিয়া কৰি যথেষ্ট কি উৎপন্ন কৰে ?
(ক) দ্ৰব্য়
(খ) তাপ
(গ) কয়লা
উত্তৰঃ (খ) তাপ
৮. গেছ অতি দ্ৰুতভাৱে জ্বলা ফলত কি উৎপন্ন হয় ?
(ক) তাপ আৰু পোহৰ
(খ) ইন্ধন
(গ) দ্ৰব্য়
উত্তৰঃ (ক) তাপ আৰু পোহৰ
৯. গেছ অতি দ্ৰুতভাৱে জ্বলে আৰু তাপ আৰু পোহৰ উৎপন্ন কৰে। এনেধৰণৰ দহনক কি বুলি জনা যায় ?
(ক) আৰ্দশ ইন্ধন
(খ) বিস্ফোৰণ
(গ) দ্ৰুত দহন
উত্তৰঃ (গ) দ্ৰুত দহন
১০. বিক্ৰিয়াটোত বহু পৰিমাণ গেছ মুক্ত হৈ পৰে। এনে ধৰণৰ বিক্ৰিয়াক কি বোলে ?
(ক) বিস্ফোৰণ
(খ) ইন্ধন
(গ) আৰ্দশ ইন্ধন
উত্তৰঃ (ক) বিস্ফোৰণ
১১. যিবোৰ পদাৰ্থ জ্বলনত বাষ্পীভূত হয় সেইবোৰে কি সৃষ্টি কৰে ?
(ক) দহন
(খ) দ্ৰব্য
(গ) শিখা
উত্তৰঃ (গ) শিখা
১২. ইন্ধনবোৰৰ অসম্পূৰ্ণ দহনে কি গেছ উৎপন্ন কৰে ?
(ক) অক্সিজেন
(খ) কাৰ্বন-ডাই-অক্সাইড
(গ) কাৰ্বন-ম’নক্সাইড
উত্তৰঃ (গ) কাৰ্বন-ম’নক্সাইড
১৩.কয়লা আৰু ডিজেল দহনত কি গেছ উৎপন্ন হয় ?
(ক) কাৰ্বন- ডাই-অক্সাইড
(খ) ছালফাৰ-ডাইঅক্সাইড
(গ) নাইট্ৰ’জেন
উত্তৰঃ (খ) ছালফাৰ-ডাইঅক্সাইড
১৪. ছালফাৰ আৰু নাইট্ৰ’জেনৰ অক্সাইডবোৰে বৰষুণৰ পানীত দ্ৰৱীভূত হৈ কি উৎপন্ন কৰে ?
(ক) দহন
(খ) শিখা
(গ) এছিড
উত্তৰঃ (গ) এছিড
১৫.চি. এন. জিৰ দহনৰ ফলত অতি কম পৰিমাণৰ ক্ষতিকাৰক কি উৎপন্ন হয় ?
(ক) এছিড
(খ) দ্ৰব্য
(গ) ইন্ধন
উত্তৰঃ (খ) দ্ৰব্য
১৬. চি. এন. জি এটা আপেক্ষিকভাৱে কি ইন্ধন ?
(ক) পৰিষ্কাৰ
(খ) প্ৰদূষণ
(গ) ওপৰ এটাও নহয়
উত্তৰঃ (ক) পৰিষ্কাৰ
১৭. যিবোৰ পদাৰ্থ বায়ুত জ্বলে সেইবোৰক কি পদাৰ্থ বোলে ?
(ক) দহন
(খ) দাহ্য
(গ) শিখা
উত্তৰঃ (খ) দাহ্য
১৮. দাহ্য় পদাৰ্থবোৰৰ জ্বলনত উষ্ণতা অতি ?
(ক) উচ্চ
(খ) নিম্ন
(গ) ওপৰ এটাও নহয়
উত্তৰঃ (খ) নিম্ন
১৯.কাঠ আৰু কয়লাৰ দহনে বায়ুৰ কি ঘটায় ?
(ক) উষ্ণতা
(খ) প্ৰদূষণ
(গ) এটাও নহয়
উত্তৰঃ (খ) প্ৰদূষণ
২০.তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক কি দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি ?
(ক) ডিজেল
(খ) কেৰাচিন
(গ) পানী
উত্তৰঃ (গ) পানী