#Future_in_Human
‌জীৱনৰ সত্যটো হ'ল মৃত্যু কিন্তু ভবিষ্যতত এইটো সত্য নহ'বও পাৰে। মই ইণ্টাৰনেটত বিভিন্ন নতুন নতুন কথাবোৰ বিচাৰি থাকো আৰু নিজেও ইয়াৰ সত্যতা জানিবলৈ চেষ্টা কৰো। বহু দিনৰ পৰা এটা বিষয় ওপৰত মোৰ বিশেষকৈ দৃষ্টিগোচৰ হৈছে আৰু মই নিজেও ইয়াৰ বিষয়ে কিছু পৰিমাণে চিন্তা কৰো হয়তো আপুনি নিশ্চয় এবাৰ হ'লেও ভাবিছে। ভবিষ্যতত মানব জীৱন অমৰ হ'ব পাৰিবনে? বৈজ্ঞানিক সকলে এতিয়ালৈ যিবোৰ আবিষ্কাৰ কৰিছে তাৰ ভিত্তিত কব পৰা যাই যে, ভবিষ্যতত এইটো নিশ্চিয় সম্ভৱ হ'ব আৰু মানুহে অমৰত্ত্ লাভ কৰিব। বৈজ্ঞানিক সকলে ইয়াৰ বিষয়ে যথেষ্ট অধ্যয়ন কৰি আছে। সহজকৈ কব গ'লে  ভবিষ্যতত   দুটা পদ্ধতি বিষেকৈ দেখিবলৈ পাব এটা Biological  আৰু আনটো Electrological, Biological ত এজন ব্যক্তিৰ হুবহু নকল কৰি Clone বনাই ব্যক্তি জনৰ neurones clone টোলৈ পেৰন কৰা হ'ব। আৰু আনটো একেটা পদ্ধতি ব্যৱহাৰ কৰি second generation Robot  এটাত স্থাপন কৰা হ'ব। বৈজ্ঞানিক সকলে জনোৱা মতে ২০৭০ চনলৈ এইটো সম্ভব হ'ব পাৰে।  আৰু এইটো সম্ভব হ'লে মনুহে Civilization One সম্পূৰ্ণ কৰিব। Comments কৰি জনাব এইটো সম্ভৱ হ'ব নে?
পুষ্প কাকতি, ৮৭২৩৮৭০৮৭২






Post Id: DABP000341