ডালিম এবিধ ফল ইয়াৰ উপকাৰীতা বহুত, এটা ডালিমে ১০০ বেমাৰৰ পৰা হাত সাৰিব পৰা শক্তি পোৱা যায়। ইয়াৰ গছ পাত ফল ফুল বাকলি সকলো ঔষধীয় গুণ আছে।
১. ANTIOXIDANTS
আমাৰ শৰীৰত দৈনিক কিছুমান অপ্ৰয়োজনীয় পদাৰ্থ যাক free redical কয় ই শৰীৰৰ কাৰণে বেয়া পদাৰ্থ ইয়াৰ উপস্থিত শৰীৰৰ যথেষ্ট শতিসাধন হয় । ডালিমৰ ৰসত থকা antioxidant তে এই পদাৰ্থবোৰক নিয়ন্ত্ৰণ কৰি ৰাখে।
২. Vitamin C
এটা ডালিমল ৰস দৈনিক খালে দেহত প্ৰয়োজন হোৱা ৪০ শতাংশ ভিতামিন C পাব পাৰি। কাম কৰা ফলত আমাৰ দেহত ভিতামিন C কম হয় আৰু ডালিমৰ ৰস খাই ইয়াৰ প্ৰয়োজনতা দূৰ কৰিব পৰি।
৩. Cancer Prevention
ডালিমৰ ৰস খালে অলপ দিনৰ আগতে কৰা এটা অধ্যয়নত গম পোৱা গ'ল যে ই মাৰাত্মক Cancer ৰূগৰ বেক্টেৰিয়া ক বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে আৰু কিছু পৰিমাণে হ্ৰাস ও কৰে ইয়াৰ ওপৰত আৰু যথেষ্ট অধ্যয়ন চলাই আছে।
৪. Alzheimer's disease Protection
আলজাইমা বেমাৰৰ প্ৰতিৰোধ,
আলজাইমা মগজুৰ এবিধ বেমাৰ এই বেমাৰৰ ফলত স্মৃতি শক্তি হ্ৰাস পায় সাধাৰণতে ৬০ বছৰৰ পাছত হোৱা দেখা যায় যদিও আজিকালি কম বয়সতো হয়। ডালিমৰ ৰস খালে এই বেমাৰৰ পৰা হাত সাৰিব পৰা যায় আৰু স্মৃতি শক্তি বৃদ্ধি হয়।
৫. Digestion হজম শক্তি
ডালিমৰ ৰস খালে হজম শক্তি বৃদ্ধি হয় যাৰ ফলত Crohn's disease, Ulcerative Colitis আদিৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰি।
৬. Hemoglobin
ডালিমৰ ৰস খালে তেজত himoglobin বাঢ়ে।
৭. দাঁতৰ সমস্যাৰ কাৰণে ডালিমৰ ৰস ভাল। দাঁতত থকা বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে।
৮. Liver ৰ কাৰণে ই অতি উপকাৰী।
৯. চুলিৰ কাৰণে ও ই যথেষ্ট উপকাৰী।



Post Id: DABP000340