মৰিগাঁও জিলাৰ অধিবেশনলৈ আহিব কাৰণে

Rail Road 
ৰেল পৰিবহণৰ কাৰণে গুৱাহাটীৰ পৰা বা বাকী পশ্চিমৰ জিলাবোৰৰ ভমন কাৰি সকলে জাগীৰোড (JID) ৰেল ষ্টেচনত নামিব লাগিব। তাৰ পাছত তাৰ পৰা মৰিগাঁও অভিমুখী বাছ বা মেজীক আৰু তেম্পু আদিত আহিব পাৰিব ভাৰা  ৩০ টকা কৈ ল'ব। মূখ্য তাউনপৰা E rickshaw লৈ আহিব পাৰিব ভাৰা ১০ টকা লৈ ল'ব।



Jagiroad Rail Station  Google Map

Jagiroad Station 
জাগীৰোড ৰেল ষ্টেচনৰ বাহীৰত মৰিগাঁও যোৱা গাড়ী বোৰ চিঞৰি থকা শুনিব পাব।

Magic Or Bus ( Google Map)

Jagiroad Bus and Other Transport 




Morigaon Main Town Google Map

Morigaon Main Town
Assam Morigaon Adhibekhon Google Map





Bus and Transport System  

গুৱাহাটীৰ খানাপাৰা পৰা মৰিগাঁও লৈ
বাছত আহিব কাৰণে পশ্চিম ফালৰ পৰা অহা লোকসকলে গুৱাহাটীৰ খানাপাৰা পৰা মৰিগাঁও লৈ গাড়ী পাব ভাৰা ৭০ টকা সৰু গাড়ীত, যেনে তেভেলাৰ বা উইংগাৰ আৰু ডাঙৰ বাচ গাড়ী ত ৬০ টকাকৈ ল'ব।

পল্টন বজাৰ পৰা মৰিগাঁও লৈ  আহিব পৰিব চৰকাৰী ASTC BUS ত |

পল্টন বজাৰ  পৰা জাগীৰোডলৈ ASTC BUS ত আহকৈ ও আহিব পাৰিব ।

Guwahati Chandrapur road to Morigaon Google Map
গুৱাহাটীৰ পৰা অহা লোকসকলে চন্দ্ৰপুৰ হৈ ভকতগাওঁ ওলাই মৰিগাঁও আহিব পাৰিব

জাগীৰোড পৰা মৰিগাঁও লৈ আহিব কাৰণে মেজিক বা বাছ গাড়ী ত আহিব লাগিব। বাছ গাড়ী কাৰণে কিছু সময় ৰব লাগিব। সৰু মেজিক বোৰত ৩০ টকা কৈ এজনৰ ভাৰা দিব লাগিব।

নগাঁও পৰা মৰিগাঁও লৈ অহা লোকসকলে  বিভিন্ন পথে আহিব পাৰিব তলত লিংকবোৰ দিয়া হ'ল

নগাঁও পৰা ৰহা বাৰপূজীয়া Road হৈ  মৰিগাঁও Google Map


মৰিগাঁও পৰা অধিবেশনলৈ যোবা সকলো পথ বোৰ যাতে যানযতৰ পৰা বাচিব পাৰে

মৰিগাঁওত অধিবেশনৰ কাৰণে সকলো সৰু ডাঙৰ পথ সম্পূৰ্ণ ৰূপে মেৰামতি কৰা হৈছে যিকোনো  পথত আপুনি অসুবিধা নাপাই কেবল এখন গাড়ী যাব পৰা পথত গাড়ী সোমাই নিদিব।

1. মৰিগাঁও মূখ্য পুলিচত পয়েন্ট টোৰ পৰা উত্তৰ  দিশে হৈছে অধিবেশনলৈ যোবা ঘাই পথ

ইয়াৰ বাহিৰে কিছুমান বহল পথ

2. বাচানা ঘাত বাসৰবড়ী হৈ বৰঙাবাৰী পথ ( বাসৰবড়ী দলংখন নাপাওতে পূব দিশে যাব লাগিব।)
    Google Map 




Main Point Google Map Location


MY Own Help : 8723870872 whats app Only
Email Me: 





Post Id: DABP000685