তুমি - -ৰুমীয়া বেগম । 

তােমাক অভিমান নকৰিও যে
থাকিব নােৱাৰোঁ আজি 
কালি , ।
ভাববােৰ অজানিতে তােমালৈ
বুলি বিস্তৃত হৈ পৰে মােৰ |
চাৰিওকাষ ,
বুকুৰ উঠা নমাবােৰ , হৃদয়ৰ
গােপন ভাষাবােৰ আৰু যে
মৰমৰ চকুলােবােৰ তােমাৰেই
সৃষ্টি . . . .



Post Id: DABP000700