ধুনীয়া হেঁপাহৰ ঘৰখনি, 'শ্বেলিনা'

কিমান যে 
ধুনীয়া হেঁপাহৰ ঘৰখনি,,,,
মৰমৰে বান্ধিছে ,,,,,,,,,,,
সকলোকে আপোন কৰি,,
বাৰাণ্ডাৰ কাষতে ৰুলো
মৰমৰ ফুলনি,,,,,
জকমকাই ফুলিছে 
গোলাপী গোলাপ পাহি
হিয়াৰে বিলাইছে
সুবাস সুগন্ধি 
সবাকে আপোন কৰি
সিখনি ঘৰ মোৰ
বৰ আপোন
সিখনি ফুলনি
মোৰ সপোনৰ
কেনেকৈ পাহৰো
সপোন সৃষ্টি
মোৰ  নয়নমণি,,,,
*শ্বেলিনা*






Post Id: DABP000698