অধ্যায় ১০

মহীয়সী হেলেন কেলাৰ


৪)পাঠটো পঢি উপযুক্ত শব্দ আৰু চন খালী ঠাইত বহুওৱা।

(ক)  চনত দিল্লীৰ এখন বিশেষ সভাত জৱাহৰলাল নেহৰুৱে ভাষণ দি থাকোঁতে এগৰাকী  মহিলাই তেওঁৰ ওঁঠ দুটি কৰি সকলোকে কৰিলে।

(খ) চনত মাকিন যুক্তৰাষ্ট্ৰৰ এক পৰিয়ালত জন্ম হোৱা হেলেন কেলাৰে ডেৰ বছৰ বয়সত ৰোগত আক্ৰান্ত হৈছিল।

(গ) নিঃস্বাখ আৰু পবিত্ৰ প্ৰেমেৰে সকলৰ কল্যাণৰ কাৰণে কাম কৰা
হেলেন কেলাৰৰ মৃত্য হয় চনতল ।

(ঘ) ভালকৈ উপলব্ধি কৰিছিল যে বিশেষ প্ৰয়োজন সম্পন্ন ব্যক্তি সকলৰ বাবে ধন- বিততকৈ মৰম, আৰু বেছি প্ৰয়ো্জন।

(৭ হিমাচল=হিম + অল
   বিদ্যালয় =বিদ্যা + আলয়
   হিমালয়= হিম + আলয়
   অতীন্দ্ৰিয়অতা + ইন্দ্ৰিয়
   পৰীক্ষা =পৰি + ঈক্ষা
   অত্যাচাৰ=  অতি + আচাৰ
   যথেষ্ঠ=যথা + ইষ্ট
   যথোপযুক্ত= যথা + উপযুক্ত
   নাৱিক=নৌ  + ইক


-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------

Post Id: DABP000935