Class 6 English
Lesson 4
  Uses of ICT  
আইচিটিৰ ব্যৱহাৰ

Q1. Here is some of the information you just read about in the lesson. See if you can remember what you read. Work in pairs. Note down the answers from your memory and then read the lesson again to check if they are correct.

    এই পাঠটোত তুমি কিছুমান তথ্য অধ্যয়ন কৰিছা। ইয়াত স্মৰণ কৰা  যি‍‍খিনি অধ্যয়ন কৰিছা। স্মৃতি কৰা উত্তৰ সমূহ টুকি লোৱা  তাৰ পাছত আকৌ পঢ়ি নিৰীক্ষণ কৰা ‍‍যদি শুদ্ধ হয়।

a) What is the full form of ICT?

ICT সম্পূৰ্ণ নামটো কি?

Ans: The full form of ICT is Information and Communication Technology.

উত্তৰঃ আইচিটিৰ সম্পূৰ্ণ ৰূপটো হৈছে তথ্য আৰু যোগাযোগ প্ৰযুক্তি।

b) What are the uses of computer?

( কম্পিউটাৰ ব্যৱহাৰ ক’ত কৰা হয়? )

Ans: The uses of computer are-
  • Many other activities can be done by computer.
  • It helps us to design, edit, compose, download and save pictures.
  • It also helps us to draw, calculate and play games.
কম্পিউটাৰ  ব্যৱহাৰ সমূহ হ’ল-
  • কম্পিউটাৰ দ্বাৰা ভিন্ন ক্ৰিয়াকলাপ সম্পন্ন কৰা হয়।
  • ই আমাক ছবি তৈয়াৰ কৰাত, লেখা সম্পাদন কৰাত, গঠন কৰাত, আৰু ছবি ডাউনলোড কৰাত সহায় কৰে।
  • ইয়াৰ উপৰিও ই আমাক ছবি অঁকাত, গণনা কৰাত আৰু গেম খেলাত সহায় কৰে।
c) What do children learn in the computer lab?

  ( ছাত্র-ছাত্রী সকলে কম্পিউটাৰ লেবত কি কি জ্ঞান লাভ কৰে? )

Ans:  The children learn about the components of hardware and software of a computer. They also learn to use ICT in their studies.

   ( ছাত্র-ছাত্রী সকলে কম্পিউটাৰৰ হাৰ্ড্ৱেৰ আৰু সোফ্ট্ৱেৰ উপাদান সমূহ শিকিব পাৰে।  সিহঁতে ইয়াৰ উপৰিও ICT কেনেকৈ ব্যৱহাৰ কৰে সেইয়াও জ্ঞান লাভ কৰে। )

d) Why do people depend on technology?

( কি কাৰণে মানুহে প্রযুক্তিবিদ্যা ওপৰত বেছি নিৰ্ভৰ কৰে? )

Ans: People depend on technology because technology helps them to communicate information at a very fast speed. The computers have the ability to search information by using internet connectivity. The various applications called browsers such as Google or Yahoo are used to search information.

মানুহে প্রযুক্তিবিদ্যা ওপৰত নিৰ্ভৰ কৰে  কাৰণ প্রযুক্তিবিদ্যা তেওলোকক ভাব তথ্য আদিৰ আদান-প্ৰদান কৰাত সহায় কৰে। কম্পিউটাৰৰ সক্ষমতা আছে ইণ্টাৰনেটৰ জৰিয়তে তথ্য বিচাৰ কৰাত।

e) What are some uses of ICT? (You can think of at least five uses.)

 ( ICTৰ কিছুমান ব্যৱহাৰ সমূহ লিখা? (পাচটা ব্যৱহাৰ সমূহ ভাবি লিখি দিয়া)

Ans: Some uses of ICT are-
  • It is used to create.
  • It is used to process, collect, and manage information.
  • It can be used for studies.
  • It is used to locate access and collect information from various websites.
ICTৰ ব্যৱহাৰ সমূহ হ’ল-
  • ই তথ্য সৃষ্টি কৰাত সহায় কৰে।
  • প্রক্রমণ কৰাত, গ্রহণ কৰাত আৰু নিয়ন্ত্ৰণ কৰাটো সহায় কৰে।
  • ই অধ্যয়ন কৰাটো সহায় কৰে।
  • ই  বিভিন্ন বেব্সাইট পৰা মূল পথত ওলাবলৈ আৰু তথ্য গ্রহণ কৰিব সহায় কৰে।
2. Work with a friend. Read out statements (a), (b) and (c), and ask him/her to say if they are true or false. Your friend will now read statements (d), (e) and (f), and you will have to say if they are true or false.

বন্ধুৰ সৈতে এই কার্য্য কৰা। বক্তব্য(a), (b) আৰু (c), পঢ়ি শুনুৱা আৰু বন্ধুক সচাঁ নে মিছা কব কোৱা। তাৰ পাছত তোমাৰ লগৰটোৱে তোমাক বক্তব্য(d), (e) আৰু (f),সুধিব তেতিয়া তুমি উত্তৰ দিবা সচাঁ নে মিছা.

a) ICT stands for Information and Computer Technology- False

ক) আইচিটিৰ অৰ্থ হৈছে তথ্য আৰু কম্পিউটাৰ প্ৰযুক্তি- মিছা

b) We can use a computer to draw and calculate- True

আমি কম্পিউটাৰ সহায়ত ছবি আকিব আৰু গণনা কৰিব পাৰো। - সচাঁ

c) A smartphone is a digital service that can perform similar functions as a computer- True

স্মাৰ্টফোন এটা ডিজিটল সর্বিস হয় ‍‍য’ত কম্পিউটাৰ দৰে একে কার্য্য কৰা হয়। - সচাঁ

d) A mobile phone is not a device used for ICT- False

মোবাইল ফোন ICT ব্যৱহাৰ নকৰা এটা যন্ত্র। -  মিছা

e) We can use ICT to do project on English grammar- True

ইংৰাজী ব্যাকৰণ যোজনা কাৰণে আমি ICT ব্যৱহাৰ কৰিব পাৰো -সচাঁ

f) Google and Yahoo are search engines- True

গূগল আৰু যাহূ হ’ল এটা সর্চ ইঞ্জন- সচাঁ

3. In the box below are some words from the lesson. Read the sentences and replace the underlined words with the correct word from the box.

তলৰ বাকচত পাঠটোৰ লগত জৰিত কিছুমান শব্দ আছে। বাক্যবোৰ পঢ়া আৰু শব্দ তলৰ আচঁ টানাবোৰক বাকচত থকা শুদ্ধ শব্দবোৰেদি সলনি কৰা।

a) The elder students are working in the computer lab.

    ( জ্যেষ্ঠ ছাত্রসকলে কম্পিউটাৰ লেবত কার্য কৰি আছে। )

Ans: The seniors are working in the computer lab.

 ( প্রবীন লোক সকলে কম্পিউটাৰ লেবত কার্য কৰি আছে। )

b) There is a tall tower and an electronic device that is sent into space and moves around the earth.

তাত এটা ওখ স্তম্ভ আৰু ইলেকট্রনিক সম্বন্ধীয় যণ্ত্র আছে সেইটোদি পঠিয়াই দিয়া হয় মহাকাশ আৰু পৃথিবী চাৰিওফালে ঘূৰে

Ans: There is a tall tower and a satellite.

তাত এটা ওখ স্তম্ভ আৰু এটা কৃতিম উপগ্রহ আছে।

c) We use computers to draw, to  find out a total number and play online games.

আমি কম্পিউটাৰ জৰিয়তে ছবি আঁকো, মুঠ সংখ্যা বিচৰণ কৰো আৰু গেম খেলো।

Ans: We use computers to draw, to calculate and play online games.

( আমি কম্পিউটাৰ জৰিয়তে ছবি আঁকো, গণনা কৰো আৰু গেম খেলো। )

d) We watch films  on a computer too.

   ( আমি কম্পিউটাৰত ফিল্ম চাব পাৰো। )

Ans: We watch movies on a computer too.

আমি কম্পিউটাৰত মূবীস চাব পাৰো।

e) Computers and the mobile phone are pieces of equipment that are used to create, collect, process and manage information.

কম্পিউটাৰ আৰু মবাইলফোন  হ’ল কিছুমান য়াৱতীয় সামগ্রীৰ অংশ যিটোৰ সহায়ত তথ্য সৃষ্টি কৰো, সংকলন কৰো, প্রকৰণ আৰু নিয়ন্ত্রণ কৰো।

Ans: Computers and the mobile phone are devices that are used to create, collect process and manage information.

কম্পিউটাৰ আৰু মবাইলফোন  হ’ল যন্ত্র যিটোৰ সহায়ত তথ্য সৃষ্টি কৰো, সংকলন কৰো, প্রকৰণ আৰু নিয়ন্ত্রণ কৰো।

e) Computers and the mobile phone are pieces of equipment that are used to create, collect, process and manage information.
ইয়াত আপোনাৰ পাঠৰ পৰা কিছু তথ্য আছে। পাঠটো সোনকালে পঢ়ক আৰু তথ্যদিয়া অনুচ্ছেদটো বিচাৰি উলিয়াওক। যিজনে প্ৰথমে কামটো সম্পূৰ্ণ কৰে তেওঁ বিজয়ী হ'ব। 

a) Mobile phones and computers are some devices which use technology to create, collect, process, manage and consolidate information.

মবাইলফোন আৰু কম্পিউটাৰ কিছুমান যন্ত্র হয় যিবিলাকৰ সহায়ত তথ্য সৃষ্টি, সংকলন, প্রকৰণ আৰু নিয়ন্ত্রণ কৰা হয়।

Ans: Paragraph 19

উত্তৰ:অনুচ্ছেদ ১৯

b) To perform different functions the computer and the mobile phone require internet connectivity.

  ( ইণ্টারনে’টৰ সহায়ত কম্পিউটাৰ আৰু মবাইলফোনে বিভিন্ন ক্ৰিয়া সম্পাদন কৰিব পাৰে। )

Ans: Paragraph 17

উত্তৰ:অনুচ্ছেদ ১৭

c) One can use ICT skills to locate, gather, and access information from respective websites.

  ( এজনে ICT দক্ষতাৰ সহায়ত তথ্যৰ স্থান নিৰুপণ কৰিব, সংগ্রহ কৰিব আৰু উদ্ধাৰ কৰিব পাৰে নিজ নিজ ওয়েৱসাইতৰ পৰা। )

Ans: Paragraph 25

উত্তৰ:অনুচ্ছেদ ২৫

d) ICT stands for Information and Communication Technology.
   ( ICT সমতুল্য Information and Computer Technology )

Ans: Paragraph 5

উত্তৰ:অনুচ্ছেদ ৫

e) Computers can be used to draw, calculate, design, compose, edit, download and save pictures, audio and video, watch movies, play online games etc.

  ( কম্পিউটাৰ সহায়ত ছবি তৈয়াৰ কৰাত, লেখা সম্পাদনাত, গঠন কৰাত,ছবি ডাউনলোড, গান, চিনেমা,গেম আদি কৰিব পাৰি। )

Ans: paragraph 12, 13, 14

উত্তৰ:অনুচ্ছেদ ১২, ১৩, ১৪

5. Let’s learn some grammar:
ভাষা লিখা নিয়ম-নীতি লিখো:

Here are some sentences from the lesson. Fill in the blanks with the options given in the brackets.

  ( ইয়াত কিছুমান পাঠিৰ জৰিয় বাক্য সমূহ আছে। খালী ঠাই সম্পূর্ণ কৰা ব্রেকেটত থকা শব্দবোৰেদি। )

a) The teacher smiled       them. (in/at)

   ( দ টীচৰ স্মাইলদ ঐট দেম। )

Ans:- at

b) The teacher promised to take their class      the lab that afternoon. (to/at)

  ( দ টীচৰ প্রামস্ট টূ টেক দেৰ ক্লৈস টূ দ লৈব দট ঐফ্টর্নূন। )

Ans:- to

c) ‘What do you see ______ (in/on) the screen?’ the teacher asked. 

    ( বট ডূ য়ূ সী ওন দ স্ক্রীন। )

Ans:- on

d) The student asked, ‘Can we do similar things _____(in/on) our mobile phone?’

Ans:- on

e) ICT is the use of technology ____ (to/for) communicate information at a very high speed.

Ans:- to

আইসিটি ইজ দ যূজ অব টেক্নালজী টূ কমূ্য়নকেট ইম্ফর্মেশন ঐট এ বেৰী হাই স্পীড।

Now fill in the gaps in these sentences with appropriate prepositions from the choices given:

খালী ঠাই সম্পূর্ণ কৰা তাত থকা সঠিক উপসর্গ পৰা।

i) Please tell me some uses of a computer. (in/of/on)

প্লীজ টেল মী সম য়ূসিজ অব এ কম্পিউটাৰ।(ইন/অব/অন)

ii) A computer is used to type, draw and calculate. (to/by/that)

এ কম্পিউটাৰ ইজ য়ূজ্ড টূ টাইপ, ড্রো অণ্ড কৈল্ক্যলেট। (টূ/ বাই / দৈট)

iii) My brother recorded a poem on his mobile phone. (to/of/on)

মাই ব্রদৰ ৰকোর্ডড এ পোঅম অন হিজ মবাইল ফোন। (টূ/অব/অন)

iv) He sent it to his teacher. (by/to/in)

হী সেণ্ট ইট টূ হিজ টীচৰ। (বাই / টূ/ইন)

6. In your earlier classes, you learned about asking questions using Wh-words such as why, who, and where. Like Wh questions, can is also used to ask or enquire about something, such as: ‘Can we do similar things on our mobile phone?’

তোমালোকে আগৰ শ্রেণীত, শিকিব পাৰিছিলা যে কেনেকৈ Wh-শব্দবোৰ, এনেকুৱা why, who, আৰু where । Wh নিচিনা প্রশ্নবোৰ দৰে, can শব্দটো ব্যৱহাৰ কৰিব পাৰি প্রশ্ন কাৰণে,এনেকুৱা কে: ‘Can we do similar things on our mobile phone?’

Think about five questions on ICT that you can ask your friend. Begin each question with Can and end it with a question mark.
ICT ওপৰত পাঁচটা প্ৰশ্নৰ বিষয়ে চিন্তা কৰা যিবোৰ তুমি তোমাৰ বন্ধুক সুধিব পাৰিবা। প্ৰতিটো প্ৰশ্ন Can সৈতে আৰম্ভ কৰা আৰু ইয়াক এটা প্ৰশ্নবোধক চিহ্নৰে সমাপ্ত কৰা।

Ans: (a) Can I use ICT for my studies?
(b) Can you tell me what a computer can do?
(c)Can I collect Information through internet?
(d) Can I operate a mobile phone?
(e) Can you name an ICT device?


Q7. Read the words in the word web
প্ৰশ্ন 7। Web শব্দটোৰ শব্দবোৰ পঢ়া:
work with a friend. Make a similar word web for a Computer and use the words in sentences. Then tell the class about a Computer using these sentences.
 এজন বন্ধুৰ সৈতে কাম কৰা। কম্পিউটাৰ এটাৰ বাবে একে শব্দ web বনাওক আৰু শব্দবোৰ বাক্যত ব্যৱহাৰ কৰা। তাৰ পিছত শ্ৰেণীটোক এই বাক্যবোৰ ব্যৱহাৰ কৰি কম্পিউটাৰ এটাৰ বিষয়ে কোৱা। 

Q8. a) Look at the following words. They can be broken into different syllables. Read the words aloud and clap your hands for each syllable. Write how many times you have clapped for each word in the given box. One is done for you. 

    তলত দিয়া শব্দবোৰ চোৱা। সেইবোৰ শব্দ ভগ্ন হলে বিভিন্ন ভগ্নশব্দ বনিব। শব্দবোৰ ডাঙৰ মাতেৰে পঢ়া আৰু হাতচাপৰি মাৰিবা এটা ভগ্নশব্দৰ কাৰণে। লিখবা তলত দিয়া বাকচত কিমানবাৰ হাতচাপৰি মাৰিলা এটা ভগ্নশব্দৰ বাবে।

(i) information  -   in - for - ma - tion   -     4syllables  -     4claps

(ইলফৰমেচন)      ইন-ফৰ-মেচন           ৪চিলেবলচ        ৪ক্লেপচ

ii) Calculation  -  cal - cu - la - tion    -     4syllables   -   4 claps

কৈল্ক্যলেশন          কেল - কু -লে - চন       -    ৪ ভগ্নশব্দ  -  ৪ হাতচাপৰি

iii) Projection      -         pro-jec-tion         -         3 syllables   -          3 claps

প্রজেক্শন                  প্র-জেক-শন                 ৩ ভগ্নশব্দ              ৩ হাতচাপৰি

iv) Communication   -   com-mu-ni-ca-tion   -   5 syllables              5 claps

কম্যূনকেশন              কম-ম্যূ-নি-কে-শন             ৫ ভগ্নশব্দ          ৫ হাতচাপৰি

v) Application          app-li-ca-tion       -          4syllables       -       4 claps

ঐপ্লকেশন                   ঐপ-লি-কেশন                ৪ ভগ্নশব্দ               ৪ হাতচাপৰি

vi) Technology       -     tech-no-lo-gy        -        4 syllables       -          4 claps

টেক্নালজী                    টেক-না-লজী                     ৪ ভগ্নশব্দ           ৪ হাতচাপৰি

(b) Find out few more words from the text having three or four syllables and add them to the list.

(খ) তিনি বা চাৰিটা শব্দাংশ থকা পাঠৰ পৰা আৰু কেইটামান শব্দ বিচাৰা আৰু সেইবোৰ তালিকাত যোগ দিয়া।

(v) Technology         tech-no-logy         4syllables         4claps

   ( টেকন'ল'জি)      'টেক-ন-ল-জি         চিলেবলচ      ৪ক্লেপচ   

(vi) afternoon           af-ter-noon            3shllables        3claps
( আফটাৰনুন)         আফ-টাৰ-নুন        চিলেবলচ      ৩ক্লেপচ                                        

(vii) internet             in-ter- net                3shllables        3claps
 (ইন্টাৰনেট)            ইন-টাৰ-নেট             ৩চিলেবলচ     ৩ক্লেপচ                      

(viii) components     com-po-nents           3shllables        3claps

(কম্পোনেন্টচ)        কম-পো-নেন্টচ       চিলেবলচ    ৩ক্লেপচ   
                                                               
(c) Notice that information and calculation are pronounced with the stress in the third syllable, i.e. We say the third syllable more strongly than the others:   

এনেদৰে আৰু কিছুমান শব্দ বিচৰা য’ত তিনিটা বা চাৰিটা ভগ্নশব্দ বনিব আৰু এই তালিকাত যোগ কৰি দিবা।
in-for-ma-tion                cal-cula-tion

Listen to your teacher pronounce projection and communication. Which syllable is being stressed? Practise saying the words with the correct stress.

তোমাৰ শিক্ষকে প্ৰক্ষেপণ আৰু যোগাযোগ উচ্চাৰণ কৰা শুনিব। কোনটো শব্দাংশৰ ওপৰত চাপ দিয়া হৈছে? সঠিক ষ্ট্ৰেৰে শব্দবোৰ কোৱাৰ অভ্যাস কৰা।

9.Working with Words:
Let's play with a word pyramid . Sit in groups of four. Complete the word pyramods by adding one letter at a time. When you add a letter it must forom a word. you can add aletter in front, in the middle, or number of correct words is the winner.


9. শব্দৰ সৈতে কাম কৰা:
এটা শব্দ পিৰামিডৰ সৈতে খেলোঁ আহা। চাৰিজনীয়া গোটত বহা। এবাৰত এটা আখৰ যোগ দি পাইৰামোড শব্দটো সম্পূৰ্ণ কৰা। যেতিয়া তুমি এটা আখৰ যোগ দিয়া তেতিয়া এটা শব্দ  হ'ব লাগিব। তুমি সন্মুখত, মাজত এটা আখৰ যোগ দিব পাৰা, আটাইতকৈ বেছি শুদ্ধ শব্দৰ সংখ্যা থকা দলটো হ'ব বিজয়ী।
 a            m               b              t
an          me             be             at
can        men           bet           ate
scan       mean        beast        plate
scant      meant       beast        plate       

From Q10 to Q11, the questions are activity based question so here you have to play with words, construct sentence, and gather information.

প্রশ্ন ১০ পৰা ১১ প্রশ্নখিনি ক্রিয়াকলাপ ভিত্তি প্রশ্ন সেই কাৰণে ইয়াত তুমি শব্দবোৰ লগত খেলিব, বাক্য বনাব, আৰু তথ্য গোটাব লাগিব।








Post Id: DABP001155