অসমীয়া খাদ্য় -২
১) মাংস -
মাংসৰ জোল
পঠাৰ মাংস
ধনিয়া পাতেৰে মাংসৰ আঞ্জা
কোলাপুৰী মাংসৰ জোল
মিথি মাংসৰ আঞ্জা
ৰাজমা -মাংস
অমিতাৰে পঠাৰ মাংস
বিলাহীৰে খাহিৰ মাংস
শুকান থেকেৰাৰে পঠাৰ মাংস
দাইলৰ সৈতে মাংস
ধনিয়া পাতেৰে মাংস
পালেং শাক মাংস
বিলাহী মাংস
বন্ধাকবিৰে ছাগলি মাংস
সৰিয়হ মাংস
দৈ মাংস বৰ
মাংস জালুকৰ শুকান ভজা
জলকীয়াৰে মাংস ভজা
মুৰ্গি মাংসৰ জোল
কেপচিকাম মুৰ্গিৰ আঞ্জা
মাংস আৰু মগুৰ দম
সৰিয়হ মুৰ্গি
গাজৰ মুৰ্গি
বিলাহী মুৰ্গিৰ জোল
মুৰ্গি আৰু পাচলি
পাৰ ভজা মাংস
পাৰ মাংসৰ তৰকাৰী
কলডিলেৰে পাৰ মাংস
হাঁহৰ মাংস আঞ্জা
হাঁহৰ মাংস ভদা
কাছৰ মাংসৰ আঞ্জা
বৰ থেকেৰাৰে কাছৰ মাংস
আলুৰে কাছৰ মাংস
মাছ
ৰৌ মাছৰ আঞ্জা
ৰৌ মাছৰ জোল
বিলাহী ৰৌ মাছ
বিলাহীৰে ৰৌ মাছ
ৰৌ মাছৰ মছলা জোল
ৰৌ মাছৰ আৰু তিলৰ আঞ্জা
ৰৌ মাছৰ জ্বলা আঞ্জা
ৰৌ মাছৰ টেঙা আঞ্জা
মিঠা - টেঙা ৰৌ মাছ
খৰিচা মাছৰ টেঙা
বেঙেনাৰ সৈতে ৰৌ মাছৰ মূৰ
কচুৰ থোৰ- ৰৌ মাছৰ মূৰ
ভাপত দিয়া ৰৌ মাছ
পাতত দিয়া ৰৌ মাছ
ৰৌ খৰিকা দিয়া
শাকেৰে পাভ মাছৰ টেঙা
ঔটেঙা আৰু শ'ল মাছৰ আঞ্জা
মাগুৰ মাছৰ জোল
পালেং মিছামাছ
মাছৰ জোল
মাছৰ জ্বলা জোল
মাছ-বিলাহীৰ জোল
ভজা মাছৰ আঞ্জা
ধনিয়া পাত মাছৰ আঞ্জা
খটুৰা শাকেৰে মাছ
শাকেৰে মাছ
সৰু মাছ পাতত দিয়া
মাছৰ পেটু ভজা
মাছৰ কণী ভজা
কণী
বিলাহীৰে কণীৰ তৰকাৰী
কণীৰ দম
মিথি শাকেৰে কণীৰ জোল
পনীৰ কণীৰ আঞ্জা
পাচলিৰে কণীৰ আঞ্জা
বিলাহীৰে কণীৰ অমলেট
কণীৰ আলু ভজা
কলডিল - কণীভাজি
( অপূৰ্ব কাকতি )
Post ID: DABP001350