প্ৰাথমিক বৃত্তি

A. Short Type Questions .


১) সমবায় পামৰ মূখ্য প্ৰকৃতিসমূহ বাখ্য়া কৰা ?

( এই প্ৰশ্নটো 2014 চনত আহিছিল )

২) বজাৰেকেন্দ্ৰিক বাগিচা খেতি পৌৰ এলেকাৰ ওচৰে পাজৰে অনুশীলন কৰে । কিয় ?

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

৩) বাণিজ্যিক পশুপালনৰ দটা বৈশিষ্ট্য লিখা ।

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

৪) অঘৰী পশুপালন আৰু বাণিজ্যিক পশুধন পালনৰ মাজত পাৰ্থক্য নিৰূপণ কৰা ।

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

৫) তৃতীয় শ্ৰেণীৰ বৃত্তিৰ দুটা উদাহৰণ দিয়া ।

( এই প্ৰশ্নটো 2014 চনত আহিছিল )

৬) বাণিজ্যিক পশুধন পালনৰ বৈশিষ্ট্যবোৰ কি কি ?

( এই প্ৰশ্নটো 2017 চনত আহিছিল )

৭) ৰোপন কৃষি কাক বোলে ?

৮) নগৰীয়া এলেকাৰ আশে - পাশে কিয় উদ্যান কৃষি কৰা হয় কাৰণ দৰ্শোৱা ।

9. বিভিন্ন প্ৰকাৰৰ খনিকৰ্মৰ বৈশিষ্ট্যবোৰ কি কি ?

১০) ব্যৱায়িক ভিত্তিত ঘৰচীয়া জন্ত্ত প্ৰতিপালন মানে কি ?

১১) ব্যৱসায়ভিত্তিত বিস্তৃত শস্যৰ কৃষি কৰা পৃথিৱীৰ কেইটামান অঞ্চলৰ নাম লিখা ।

১২) অঘৰী পশুপালন আৰু বাণিজ্যিক পশুধন পালনৰ মাজত পাৰ্থক্য নিৰূপন কৰা ।

১৩) ব্যৱসায়ভিত্তিত দুগ্ধ পালন কৰা পৃথিৱীৰ মূল অঞ্চলকেইটা কি কি ?

১৪) অঘৰী সকলৰ পশুপালনপ বিষয়ে কি জানা ?

১৫) উদ্যান কৃষিৰ গুৰুত্বপূৰ্ণ চাৰিত্ৰ্যিক বৈশিষ্ট্যবোৰ কি কি ?

১৬) পৃথিৱীৰ কোনবোৰ জলবায়ু অঞ্চলত ব্যৱসায়ভিত্তিত বিস্তৃত শস্যৰ কৃষি কৰা হয় ?
উত্তৰ ঃ

১৭) স্থানান্তৰিত কৃষি আৰু স্থাই কৃষিৰ মাজৰ পাৰ্থক্য দেখুওৱা ।

১৮) খনিজ খননত প্ৰভাৱ পেলোৱা কাৰকসমূহ কি কি ?

১৯) সমবায় কৃষিৰ প্ৰধানবৈশিষ্ট্যবোৰ বাখ্যা কৰা ।

২০) সমবায়ভিত্তিক কৃষি কৰা তিনিখন দেশৰ নাম লিখা ।

২১) বাণিজ্যিক পশুধনপালনৰ মূল বৈশিষ্ট্যবোৰ লিখা ।

২২) খাদ্য সংগ্ৰহৰ বাবে কি কি বস্ত্তৰ প্ৰয়োজন ?

২৩) সমবায়ভিত্তিক কৃষিব্যৱস্থা কি ?

২৪) তৃতীয়ক বৃত্তিৰ বৈশিষ্ট্য লিখা ।

২৫) কোনবোৰ দেশ ব্যৱসায়ভিত্তিক ঘৰচীয়া জন্ত্ত পালন ব্যৱায়ত আগবঢ়া ?

২৬) ট্ৰেন্সহিইমেনছ্ মানে কি ?

২৭) উদ্যানশস্য কোনবোৰ অঞ্চলত দেখা পোৱা যায় ?

২৮) ভাৰত , বেষ্ট ইণ্ডিজ আৰু ফিলিপাইনৰ প্ৰধান ৰোপন কৃষি কি ?

২৯) গহন পোষণ কৃষিৰ মূল বৈশিষ্ট্যসমূহ লিখা ।

৩০) সামুহিক কৃষিৰ মৌলিক নীতিটো কি ?

৩১) ব্যৱসায়ভিত্তিত ঘৰচীয়া জন্ত্ত প্ৰতিপালনত কোনবোৰ জীৱ - জন্ত্ত পালন কৰা হয় ?

৩২) ভাৰতত মৃগয়া কাৰ্য কিয় নিষিদ্ধ ?

৩৩) স্থানান্তৰিত কৃষি কাক বোলে ?

৩৪) বিস্তৃত বাণিজ্যিক খাদ্য শস্যৰ খেতিৰ প্ৰধান বৈশিষ্ট্যবোৰ লিখা ।

৩৫)অগৰীসকলৰ পশুপালন ক'ত দেখা পোৱা যায় ?

৩৬) ভূমধ্যসাগৰীয় কৃষি ক'ত পোৱা যায় ?

৩৭) মিশ্ৰ কৃষিৰ মূল বৈসিষ্ট্যবোৰ আলোচনা কৰা ।

৩৮) প্ৰাথমিক কাৰ্যকলাপ হিচাপে মৃগয়া আৰু খাদ্য সংগ্ৰহৰ বাখ্যা আগবঢ়োৱা ?

৩৯) মিশ্ৰ কৃষি ব্যৱস্থা ক'ত পোৱা যায় ?

৪০) কোনবোৰ অঞ্চত খাদ্য সংগ্ৰহ কাৰ্যসূচী দেখা পোৱা যায় ?

৪১) আভ্যন্তৰীণ খনিৰ খনন প্ৰক্ৰিয়া কি ?

৪২) বাণিজ্যিক পশুধন পালনৰ বৈশিষ্ট্যবোৰ কি কি ?

৪৩) ট্ৰাক ফাৰ্মিং কি ?

৪৪) চাৰি অংশীয় কাৰ্যকলাপৰ বৈশিষ্ট্যবোৰ লিখা ?

৪৫) গ্ৰাম্য অঘৰীবাদৰ বৈশিষ্ট্য লিখা ।

৪৬) স্থানাত্নৰিত কৃষিৰ ভৱিষ্যত উৎসাহজনক নহয় । আলোচনা কৰা ।

৪৭) ক কাৰণত অঘৰী পশুপালকৰ সংখ্যা হ্ৰাস পাইছে ?

B. Essay Type Questions 

১) স্থানাত্নৰিত কৃষি আৰু স্থাই  কৃষিৰ প্ৰধান বৈশিষ্ট্যবোৰ উল্লেখ কৰা ।

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

২) স্থানান্তৰিত কৃষিৰ বিষয়ে লিখা ।

৩) ঋতুপ্ৰবাদ বুলিলে কি বুজা ? গ্ৰাম্য অঘৰীবাাদৰ চাৰিটা বৈশিষ্ট্য লিখা ।

৪) ৱযাতায়ত আৰু বিশুদ্ধিকৰণৰ উন্নয়নৰ ফলেই হ'ল বৃহৎপৰ্যায়ৰ দুগ্ঘভিত্তিত উদ্যোগ । বাখ্যা কৰা ।

৫) বিশ্বৰ মৃগয়া আৰু খাদ্য সংগ্ৰহ অঞ্চলসমূহৰবি,য়ে বাখ্যা কৰা ।

৬) নগৰীয়া অঞ্চৰ সমীপত বজাৰ ভিত্তিক উদ্যানশস্য কৰা দেখা যায় । কিয় ?

৭) খনিজ সম্পদ খননৰ পদ্ধতিৰ বিষয়ে চমুকৈ লিখা ।

৮)ৰোপন কৃষিৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ আলোচনা কৰা । বিভিন্ন দেশৰ কেইটামান গুৰুত্বপূৰ্ণ কৃষিৰ নাম লিখা ।

৯)স্থানান্তৰীত কৃষি আৰু স্থাই কৃষিৰ গুৰুত্বপূৰ্ণ পাৰ্থক্য সূচক বৈশিষ্টবোৰ কি কি ?

১০) মিশ্ৰ কৃষিৰ বিষয়ে লিখা ।

১১)মানুহৰ প্ৰাথমিক , দ্বিতীয়ক আৰু তৃতীয়ক কাৰ্যকলাপৰ মূল বৈশিষ্ট্যবোৰ উপযুক্ত উদাহৰণসহ বাখ্যা কৰা ।

১২) অঘৰীসকলৰ পশুপালন আৰু ব্যৱসায়ভিত্তিত ঘৰচীয়া জন্ত্তৰ প্ৰতিপালনৰ মাজৰ পাৰ্থক্য লিখা ।

C. Very short type Questions .

১) প্ৰাথমিক কাৰ্ষকলাপ কি ?

২)ৰঙা কলাৰৰ শ্ৰমিক বুলিলে কি বুজা ?

৩) খাদ্য সংগ্ৰহ কেনেকুৱা জলবায়ু অঞ্চলত কৰা হয় ?

৪) বস্ত্ত বাণিজ্যিক শস্যৰ কৃষি বুলিলে কি বুজা ?

৫)গ্ৰাম্য অঘৰীবাদ বুলিলে কি বুজা ?

৬) পোষন কৃষি কি ?

৭) তিব্বত আৰুএণ্ডিজ পাৰ্বত্য অঞ্চলৰ প্ৰধান ঘৰচীয়া জীৱ কি ?

৮) খনন পদ্ধতিৰ প্ৰকাৰ দুটাৰ নাম লিখা ।

৯)ক্ৰান্তীয় আফ্ৰিকা অঞ্চলৰ সবাতোকৈ গুৰুত্বপূৰ্ণ ঘৰচীয়া জন্ত্ত কি ?

১০) পশুপালন কাৰ্য কোনটো স্তৰত চলে ?

১১) পশ্চিম আফ্ৰিকাত প্ৰথমক ক'ক আৰু কফি খেতি কোনে আৰম্ভ কৰিছিল ?

১২) অৰ্থনৈতিক কাম - কাজ কাক বোলে ?

১৩) দুটা প্ৰাথমিক কাৰ্য কলাপৰ নাম লিখা ।

১৪)মুকলি খনন কাক বোলে ?