মানৱ বিকাশ

A. Short Type Questions.

১) মানৱ বিকাশৰ ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল?

( এই প্ৰশ্নটো 2015 আৰু 2016 চনত আহিছিল )

উত্তৰঃ মানৱ বিকাশৰ ধাৰণাটো মেহবুব-উল্ হকে্ উদ্ভাৱন কৰিছিল।


২) বিকাশৰ অৰ্থ কি?

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

উত্তৰঃ বিকাশৰ অৰ্থ হ'ল বৃদ্ধিতকৈ বহল।


৩) মানৱ বিকাশৰ চাৰিটা মুখ্যৰ স্তম্ভৰ নাম লিখা।

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰঃ মানৱ বিকাশৰ চাৰিটা মুখ্য স্তম্ভৰ নাম হ'ল- সাম্য অথবা সমতা, স্থায়িত্ব, উৎপাদন আৰু অধিকাৰ অথবা ক্ষমতা। 


৪) মানৱ বিকাশৰ দুটা উপাদানৰ নাম লিখা।

এই প্ৰশ্নটো 2015 আৰু 2016 আৰু 2017 চনত আহিছিল )

উত্তৰঃ মানৱ বিকাশৰ দুটা উপাদানৰ নাম হ'ল- সমতা আৰু স্থায়িত্ব।


৫) কোনবোৰ কাৰকে মানুহৰ স্বাস্থ্যৱান জীৱন বা শিক্ষিত জীৱন এটাৰ পৰা বঞ্চিত কৰে?

উত্তৰঃ আৰ্থসামাজিক আৰু পাৰিপাৰ্শ্বিক পৰিস্থিতি যেনে দৰিদ্ৰতা আদি এনেধৰণৰ কাৰকে মানুহৰ স্বাস্থ্যৱান জীৱন বা শিক্ষিত জীৱন এটাৰ পৰা বঞ্চিত কৰে।


৭) মানৱ উন্নয়নৰ প্ৰতিবেদনে কি বুজায়?

উত্তৰঃ 

৮) বিকাশ আৰু উন্নয়নৰ মাজত পাৰ্থক্য কি?


৯) অৰ্থৱহ জীৱন বুলিলে কি বুজা?


১০) মানৱ উন্নয়নত বহন ক্ষমতাৰ ভূমিকা কেনেধৰণৰ ?


১১) মানৱ উন্নয়নত তিনিটা প্ৰাথমিক ক্ষেত্ৰ কি কি ?


১২)মানৱ উন্নয়নত সবলীকৰণৰ ভূমিকা কেনেধৰণৰ ?


১৩) ডঃ মেহবুবে মানৱ উন্নয়নৰ ধাৰণাটো কোনোদৰো বৰ্ণনা দিছে ?


১৪) মানৱ উন্নয়ন় উনুসৰি তুমি কেনেকৈ দেশসমূহকক শ্ৰেণীবিভাজন কৰিবা ?


১৫) মানৱ উন্নয়ন সূচকৰ ভেটিত কেনেদৰে দেশবোৰক শ্ৰেণীবিভাজন কৰা হয় ?


১৬) মানৱ উন্নয়নত সমতাৰ ভূমিকা কেনেকুৱা ?


১৭) মানৱ উন্নয়ন সূচকাংকৰ আধাৰত দেশসমূহৰ মাজত কিদৰে শ্ৰেণীবিভাজন কৰা হয় ?


১৮) মানৱ উন্নয়নত সবাতোকৈ গুৰুত্বপূৰ্ণ দৃষ্টিভংগীসমূহ কি কি ?


B. Essay Type Questions .

১) উন্নয়নৰ অৰ্থ বুজাই লিখা ।

( এই প্ৰশ্নটো 2014 চনত আহিছিল )


২) এখন দেশৰ মানৱ বিকাশৰ সতে আন এখন দেশৰ মানব বিকাশৰ পাৰ্থক্য দেখিবলৈ পোৱা যায় কিয় ? কাৰণসমূহ লিখা ।

( এই প্ৰশ্নটো 2013 চনত আহিছিল )


৩) মানৱ উন্নয়নৰ ধাৰণাটো কোনে আগবঢ়াইছিল ? তেখেতে মানৱ উন্নয়ন সম্বন্ধে কেনেকৈ বৰ্ণনা কৰিছিল ?

( এই প্ৰশ্নটো 2014 চনত আহিছিল )


৪) মানৱ উন্নয়নৰ দৃষ্টিভংগীবোৰৰ বিষয়ে আলোচনা কৰা ।


৫) মানৱ উন্নয়নৰ ধাৰণাটো কি ? মানৱ উন্নয়ন সূচাংক গণনাৰ সময়ত ব্যৱহাৰ কৰা সূচকবোৰৰ বিষয়ে আলোচনা কৰা ।


৬) মানৱ উন্নয়ন বুলিলে কি বুজা ?


৭)মানৱ উন্নয়নৰ চাৰিটা স্তম্ভৰ বিষয়ে আলোচনা কৰা।


৮) মানৱ উন্নয়ৰ ধাৰণাত ক্ষমতা আৰু বহনক্ষমতাই কি বুজায় ?


৯) মানৱ উন্নয়ন কিয় প্ৰয়োজনীয় তাৰ কাৰণ দৰ্শোৱা ।


১০) বিকাশ আৰু উন্নয়ৰ ধাৰণাৰ বিষয়ে লিখা ।


১১) মানৱ উন্নয়ৰ আন্তৰ্জাতিক তুলনাৰ বিষয়ে আলোচনা কৰা ।


১২) মানৱ উন্নয়ন সম্বন্ধে এটি চমু টোকা লিখা।


C. Very Short Type Questions .


১) মানৱ বিকাশ কি ?


২) বিকাশ মানে কি ?


৩) প্ৰাপ্তবয়স্ক সাক্ষৰতা কি ?


৪) উচ্চ সূচক মানত অন্তৰ্ভূক্ত দেশৰ সংখ্যা কিমান ?


৫) মানৱ বিকাশৰ ধাৰণাটো কোনে উদ্ধাৱন কৰিছিল ?


৬) H.D.I. ৰ সম্পূৰ্ণ অৰ্থ কি ?


৭) মানৱ বিকাশ দুটা উপাদানৰ নাম লিখা । 


৮) উন্নয়ন মানে কি ?


৯) মধ্যম সূচক মানত অন্তভূৰ্ক্ত দেশৰ সংখ্যা কিমান ?