মানৱ আচৰণৰ ভিওিসমূহ আৰু দিকদৰ্শন  


A. Very Short Type Questions 

1. পলায়ন প্ৰবৃওিৰ লগত লগত জড়িত আবেগৰ নাম লিখা ।

উত্তৰঃ পলায়ন প্ৰবৃওিৰ লগত লগত জড়িত আবেগৰ নাম হল - ভয় ।

2. আবেগ অনুভূতিৰ পৰা নে ভাববৃওিৰ পৰা উৎপন্ন হয়, লিখা।

উওৰঃ 

3. প্ৰবৃওি আৰু আবেগ যে ঘনিষ্ঠভাবে জড়িত সেয়া কোনে স্থাপিত কৰিছিল ?

উত্তৰঃ 

4. ভাববৃত্তি কাক বোলে ?

 উত্তৰ

5. বশ্য়তা প্ৰবৃত্তিৰ লগত জড়িত আবেগৰ নাম লিখা  ? 

উত্তৰ

6. বশ্য়তা প্ৰবৃত্তিৰ লগত জড়িত আবেগৰ লাম লিখা ?

উত্তৰ

7. প্ৰেৰণাৰ এটা সংজ্ঞা দিয়া ?

বশ্য়তা প্ৰবৃত্তিৰ লগত জড়িত আবেগৰ নাম লিখা ?

উত্তৰঃ

8. কৌতুহল প্ৰবৃত্তি কোনটো আবেগৰ লগত জড়িত ?

বশ্য়তা প্ৰবৃত্তিৰ লগত জড়িত আবেগৰ নাম লিখা ?

উত্তৰ

9. আবেগৰ এটা বৈশিষ্ট্য় প্ৰদান কৰা ?

উত্তৰ

10. টোপনিৰ প্ৰয়োজন হৈছে মানুহৰ মনোবিজ্ঞানিক প্ৰয়োজন । উক্তিটো শুদ্ধনে ?

উত্তৰ

11. আবেগ হ`ল ব্য়ক্তিৰ গতিশীল অথবা লৰচৰ কৰিব পৰা অৱস্থা ।`- এই সংজ্ঞাটো কোনে দিছিল ?

উত্তৰ

 

B. Short Type Questions :

1. আৱেগ কি? আৱেগৰ তিনিটা বৈশিষ্ট্য় উল্লেখ কৰা ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল )

উওৰঃ গেটচ্ মতে, আৱেগ হ'ল এটা প্ৰয়াস য'ত ব্যক্তি সঞ্চালিত নাইবা উত্তেজিত হয়। 

    আৱেগৰ তিনিটা বৈশিষ্ট্য় হ'ল-

   (১) আৱেগৰ অভিজ্ঞতা জীৱৰ নিজস্ব অনুভূতিৰ ওপৰত নিৰ্ভৰশীল। অভিজ্ঞতাৰ ভিন্নতাই আৱেগিক প্ৰকাশত ভিন্ন  অৱস্থাৰ সৃষ্টি কৰিব পাৰে।

(২) আৱেগিক উত্তেজনাৰ ফলত আমাৰ মন আৰু শৰীৰ ক্লান্ত হৈ পৰে আৰু কাৰ্যক্ষমতা কিছু পৰিমাণে সাময়িকভাৱে ক্ষতিগ্ৰস্ত হয়।

(৩) আৱেগিক উত্তেজনা বা আৱেগিক প্ৰকাশ সদায় সহজাত প্ৰবৃত্তিৰ ওপৰত নিৰ্ভৰশীল। প্ৰবৃত্তিৰ তাড়নাত পৰি আৱেগিক উত্তেজনাৰ সৃষ্টি হ'ব পাৰে।

2. প্ৰবৃত্তি পৰিশোধনৰ দুটা উপায় উল্লেখ কৰা ?

(এই প্ৰশ্নটো 2019 চনত আহিছিল )

উত্তৰঃ প্ৰবৃত্তি পৰিশোধনৰ দুটা উপায় হ'ল- 

(১) অৱদমন

(২) উন্নতীকৰণ।

3. প্ৰবৃত্তিৰ দুটা বৈশিষ্ট্য লিখা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল )

উত্তৰঃ প্ৰবৃত্তিৰ দুটা বৈশিষ্ট্য হ'ল-

(১) প্ৰাণীজগতৰ উচ্চ শ্ৰেণীৰ প্ৰাণীৰ প্ৰবৃত্তি সংশোধনৰ ক্ষমতা অধিক।

(২) প্ৰবৃত্তিমূলক কাৰ্যত আৱেগৰ প্ৰাধান্য অধিক হয়। 

4. পৰ্যবেক্ষণ পদ্ধতিৰ এটা গুণ লিখা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

ত্তৰঃ পৰ্যবেক্ষণ পদ্ধতিৰ এটা গুণ হ'ল-

5. মেকডুগেলৰ মতানুসৰি যুযুৎসা প্ৰবৃওিৰ লগত কোনটো আৱেগৰ সম্পৰ্ক আছে?

(এই প্ৰশ্নটো 2018 চনত আহিছিল )

ত্তৰঃ

6. প্ৰবৃওি আৰু আৱেগৰ মাজত থকা পাৰ্থক্য লিখা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল )

ত্তৰঃ প্ৰবৃওি আৰু আৱেগৰ মাজত থকা পাৰ্থক্য হ'ল-

(১) প্ৰবৃত্তিৰ প্ৰভাৱ দেহ-মানসিক অৱস্থাৰ আভ্যন্তৰীণ ভাগত অনুভূত হয় আনহাতে

            আৱেগিক উত্তেজনা সমগ্ৰ দেহতে পৰিস্ফুট হয়।

(২)  প্ৰবৃত্তিৰ তাড়না তাৎক্ষণিকভাৱে অনুভূত নহ'বও পাৰে আনহাতে

                আৱেগিক তাড়না তাৎক্ষণিকভাৱে অনুভূত হয়।

(৩) প্ৰবৃত্তিয়ে প্ৰাণীক কৰ্ম্ম প্ৰেৰণা যোগায় আনহাতে

                আৱেগে অনুভূতি প্ৰেৰণাহে যোগাই তোলে।

(৪) প্ৰতিটো প্ৰবৃত্তিৰ লগত একোটা আৱেগিক প্ৰক্ৰিয়া জড়িত হৈ থাকে আনহাতে

            প্ৰতিটো আৱেগৰ ক্ষেত্ৰতো একোটা প্ৰবৃত্তিগত উৎস সংলগ্নিত হৈ থাকে।

(৫) আৱেগৰ বাবে প্ৰবৃত্তিৰ প্ৰয়োজন আনহাতে,

            প্ৰবৃত্তিৰ বাবে আৱেগৰ প্ৰয়োজন নহ'বও পাৰে।

7. অভ্যাসৰ দুটা সুফল উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল )

ত্তৰঃ

8. প্ৰবৃওি পৰিশোধনৰ দুটা পদ্ধতি বা উপায় উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল ) 

ত্তৰঃ

9. ভ্ৰান্ত প্ৰত্যক্ষৰ দুটা কাৰণ উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল ) 

ত্তৰঃ

10. সংবেদন আৰু সংবোধনৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰ 

11. "আৱেগ হ'ল ব্যক্তিৰ এক সঞ্চালিত অথবা আন্দোলিত অৱস্থা ।" কথাষাৰ কোনে কৈছিল?

(এই প্ৰশ্নটো 2015 চনত আহিছিল )   

ত্তৰঃ

12. আৱেগ হ'ল মনৰ এক আন্দোলিত অবস্থা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল )  

ত্তৰঃ

13. প্ৰেৰণা কি ?

(এই প্ৰশ্নটো 2019 চনত আহিছিল )

ত্তৰঃ

14. আৱেগৰ দুটা বৈশিষ্ট্য লিখা ।

(এই প্ৰশ্নটো 2015 চনত আহিছিল )

ত্তৰঃ

15. ভ্ৰান্ত প্ৰত্যক্ষ কি ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল )     

ত্তৰঃ

16. সংবেদন আৰু সংবোধনৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল ) 

ত্তৰঃ

17. মানুহৰ প্ৰয়োজনৰ দুটা বৈশিষ্ট্য লিখা।

(এই প্ৰশ্নটো 2015 চনত আহিছিল )   

ত্তৰঃ

18. প্ৰবৃওি কি ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল ) 

ত্তৰঃ

19. মনোগ্ৰন্থি বুলিলে কি বুজা ?

উত্তৰঃ

20. যৌথ প্ৰবৃত্তি কাক বোলে ?

উত্তৰঃ

21. সহজাত প্ৰবৃত্তি পৰিশোধনৰ যি কোনো দুটা পদ্ধতিৰ নাম উল্লেখ কৰা ।

উত্তৰঃ

22. চাহিদা কি? তিনিটা জৈৱিক চাহিদা উল্লখ কৰা ।

উত্তৰঃ

23. প্ৰবৃত্তৰি উন্নীতকৰণ কি? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি কি?

উত্তৰঃ

24. হীনমন্যতাবোধ মানে কি সংক্ষেপে লিখা?

উত্তৰঃ

25. ভাববৃত্তিৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে চমুকৈ লিখা?

উত্তৰঃ 

26. অভিপ্ৰায়ৰ শৈক্ষিক তাৎপৰ্য লিখা ।

উত্তৰঃ

27. উদাহৰণৰ সহায়ত আবেগ আৰু ভববৃত্তিৰ মাজৰ পাৰ্থক্য দেখুওৱা ।

উত্তৰঃ

28. ভাল অভ্যাস গঠনৰ চাৰিটা প্ৰক্ৰিয়া লিখা?

উত্তৰঃ

29. ইডিপাচ্ মনোগ্ৰন্থি কাক বোলে?

উত্তৰঃ

30. প্ৰবৃত্তিমূলক কাৰ্যৰ পৰ্যায় তিনিটা কি কি ?

উত্তৰঃ

31. শিশুৰ তিনিটা মানসিক প্ৰয়োজন উল্লেখ কৰা ।

উত্তৰঃ

32. অভ্যাসক 'দ্বিতীয় স্বভাব' কিয় বোলা হয় ? ব্যাখ্যা কৰা ।

উত্তৰঃ

33. অভ্যাস গঠনৰ চাৰিটা কুফল প্ৰদান কৰা ।

উত্তৰঃ

34. পাৰ্থক্য লিখাঃ


A) প্ৰেৰণা আৰু অভিপ্ৰায়।

উত্তৰঃ

B) চেতন আৰু অচেতন অভিপ্ৰায়।

উত্তৰঃ

35. ভাববৃত্তি আৰু মনোগ্ৰন্থিৰ দুটা প্ৰভেদমূলক বৈশিষ্ট্য উল্লখ কৰা ।

উত্তৰঃ

36. অভিপ্ৰায়ৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ

37. ভাববৃত্তি কি? চৰিত্ৰ গঠনত ভাববৃত্তিয়ে কি ধৰণৰ ভূমিকা পালন কৰে?

উত্তৰঃ

38. সহজাত প্ৰবৃত্তি বুলিলে কি বুজাই? প্ৰবৃত্তিৰ চাৰিটা বৈশিষ্ট্য আলোচনা কৰা ।

উত্তৰঃ

39. প্ৰবৃত্তি আৰু পতিবৰ্ত ক্ৰিয়াৰ মাজত চাৰিটা পাৰ্থক্য উল্লেখ কৰা ।

উত্তৰঃ

40. প্ৰবৃত্তি আৰু আবেগৰ মাজত থকা পাৰ্থক্য চাৰিটা উল্লেখ কৰা ।

উত্তৰঃ

41. অভিপ্ৰায় কি ? অভিপ্ৰায়ৰ শৈক্ষিক তাৎপৰ্য সম্পৰ্কে লিখা ।

উত্তৰঃ

42. আবেগৰ কাৰণসমূহ কি কি ?

উত্তৰঃ 

43. জৈৱিক প্ৰয়োজনসমূহ কি কি ?

উত্তৰঃ

44. প্ৰথমিক প্ৰয়োজনসমূহ কি কি? অতি চমুকৈ লিখা।

উত্তৰঃ

45. আগ্ৰহক প্ৰধানতঃ দুটা ভাগত ভগাব পাৰি । সেই ভাগ দুটা কি কি ?

উত্তৰঃ


C. Essay Type Question:

1. আৱেগ কি ? আৱেগৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2016 চনত আহিছিল )   

ত্তৰঃ

2. অভ্যাস গঠনত অভিভাৱক আৰু শিক্ষকৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল ) 

ত্তৰঃ

3. প্ৰবৃওি সংশোধনৰ চাৰিটা পদ্ধতি উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2015 চনত আহিছিল )

ত্তৰঃ

4. অভ্যাসক 'দ্বিতীয় প্ৰকৃতি' বুলি কিয় কোৱা হয় ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল ) 

ত্তৰঃ

5. প্ৰবৃওি আৰু প্ৰতিবৰ্ত ক্ৰিয়াৰ মাজত থকা চৰিটা পাৰ্থক্য উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল )   

ত্তৰঃ

6. সহজাত প্ৰবৃত্তিৰ ছয়টা বৈশিষ্ট্য আলোচনা কৰা ।

উত্তৰঃ

7. অভিপ্ৰায়ৰ পাঁচটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ

8. মনোগ্ৰন্থি কি? ই কেনেকৈ মানুহৰ মনত গঢ় লৈ উঠে ? ইয়াৰ শৈক্ষিক তাৎপৰ্য আলোচনা কৰা ।

উত্তৰঃ

9. অভিপ্ৰায় কি ? ছাত্ৰ-ছাত্ৰীৰ কিছুমান অভিপ্ৰায় বৰ্ণনা কৰা ।

উত্তৰঃ

10. আবেগ কি? শিশুৰ আবেগ প্ৰশিক্ষণত এজন শিক্ষকৰ ভূমিকা কি? বহলাই লিখা।

উত্তৰঃ

11. মানৱ আচৰণৰ ভেটি হিচাপে প্ৰয়োজন, প্ৰেৰণা আৰু অভিপ্ৰায়ৰ বৰ্ণনা কৰা ।

উত্তৰঃ

12. মানুহৰ যিকোনো পাঁচটা মানসিক প্ৰয়োজন উল্লেখ কৰা ।

উত্তৰঃ

13. প্ৰয়োজন বা চাহিদা বুলিলে কি বুজা ? চাৰিটা মানসিক প্ৰয়োজন আলোচনা কৰা।

উত্তৰঃ

14. প্ৰবৃত্তিৰ ৰূপান্তৰৰ পাঁচটা উপায়ৰ নাম লিখা ।

উত্তৰঃ

15. ভাববৃত্তি আৰু মনোগ্ৰন্থিৰ মাজত স্পষ্ট প্ৰভেদ দেখুওৱা ।

উত্তৰঃ

16. সহজাত প্ৰবৃত্তিৰ সংজ্ঞা দিয়া । আবেগৰ লগত এইবোৰ কিভাবে জড়িত ? সহজাত প্ৰবৃত্তিৰ শৈক্ষিক তাৎপৰ্য কি ?

উত্তৰঃ  

 

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)