অসমৰ ৰাজ্যপালসকলৰ নাম


১. নামঃ  ৰবার্ট নীল ৰেড  

কাৰ্যকালঃ  ৪ মাৰ্চ ১৯৩৭  চনৰ পৰা ২৪ জুন, ১৯৩৮ চনলৈ।

২. নামঃ গিলবার্ট পিচিন হগ 

কাৰ্যকালঃ ২৫ জুন ১৯৩৮ চনৰ পৰা ২৪ অক্টোবৰ ১৯৩৮ চনলৈ।

৩. নামঃ  ৰবার্ট নীল ৰেড  

কাৰ্যকালঃ ২৫ অক্টোবৰ ১৯৩৮ চনৰ পৰা ২৪ ফেব্ৰুয়াৰী ১৯৩৯ চনলৈ।

Translation resu

৪. নামঃ হেনাৰি যোজেফ টুইনাম

কাৰ্যকালঃ ২৮ ফেব্ৰুৱাৰী ১৯৩৮ চনৰ পৰা ৪ অক্টোবৰ ১৯৩৯ চনলৈ।


৫. নামঃ  ৰবার্ট নীল ৰেড

কাৰ্যকালঃ ৫ অক্টোবৰ ১৯৩৯ চনৰ পৰা ৩ মে ১৯৪২ চনলৈ।


৬. নামঃ অ্যান্ডৰু গুৰলে ক্লো

কাৰ্যকালঃ ৪ মে ১৯৪২ চনৰ পৰা ২৪ এপ্ৰিল ১৯৪৬ চনলৈ।


৭. নামঃ ফ্রেডৰিক চালার্স বোর্ন 

কাৰ্যকালঃ ২৫ এপ্রিল ১৯৪৬ পৰা ৩ ছেপ্টেম্বৰ ১৯৪৬ চনলৈ।


৮. নাম হেনৰি ফোলি নাইট 

কাৰ্যকালঃ ৪ ছেটেম্বৰ ১৯৪৬ পৰা ২৩ ডিচেম্বৰ ১৯৪৬ চনলৈ।


৯. এন্দ্ৰু গৌৰলে ক্ল

কাৰ্যকালঃ ২৪ ডিচেম্বৰ ১৯৪৬ পৰা ৩ মে ১৯৪৭ চনলৈ।


১০. মহস্মদ আকবৰ হাইদৰী 

কাৰ্যকালঃ ৪ মে ১৯৪৭ চনৰ পৰা ২৮ ডিচেম্বৰ ১৯৪৮ চনলৈ।


১১. ৰোনাল্ড ফ্ৰেন্সিছ

কাৰ্যকালঃ ৩০ ডিচেম্বৰ ১৯৪৭ চনৰ পৰা ১৫ ফেব্ৰুৱাৰী ১৯৪৯ চনলৈ।


১২. শ্ৰী প্ৰকাশ

কাৰ্যকালঃ ১৬ ফেব্ৰুৱাৰী ১৯৪৯ চনৰ পৰা ২৬ মে ১৯৫০ চনলৈ।


১৩. জয়ৰামদাস দৌলতৰাম

কাৰ্যকালঃ ২৭ মে ১৯৪৯ চনৰ পৰা ১৪ মে ১৯৫৬ চনলৈ।


১৪. চৈয়দ ফজল আলী

কৰ্যকালঃ ১৫ মে ১৯৫৬ চনৰ পৰা ২২ আগষ্ট ১৯৫৯ চনলৈ।


১৫. বিচাৰপতি চন্দ্রেশ্বৰ প্রসাদ সিংহ

কাৰ্যকালঃ ২৩আগষ্ট ১৯৫৯ চনৰ পৰা ১৩ অক্টোবৰ ১৯৫৯চনলৈ।


১৬. সত্যবন্ত মল্লন্নাহ

কাৰ্যকালঃ ১৪ অক্টোবৰ ১৯৫৯ চনৰ পৰা ১২ নম্বেবৰ ১৯৬০ চনলৈ।


১৭. বিষ্ণু সহায়

কাৰ্যকালঃ ১২ নম্বেবৰ ১৯৬০ চনৰ পৰা ১২ ফেব্ৰুৱাৰী ১৯৬১ চনলৈ।


১৮. জেনেৰেল সত্যবন্ত মল্লান্নাহ শ্রীনাগেশ 

কাৰ্যকালঃ  ১৩ ফেব্ৰুৱাৰী ১৯৬১ চনৰ ৭ ছেটেম্বৰ ১৯৬২ চনলৈ।


১৯. বিষ্ণু সহায়

কাৰ্যকালঃ ৭ ছেটেম্বৰ ১৯৬২ চনৰ পৰা ১৬ এপ্ৰিল ১৯৬৮ চনলৈ।


২০. শ্ৰী নেহেৰু বি. কে . নেহেৰু

কাৰ্যকালঃ ১৭ এপ্ৰিল ১৯৩৮ চনৰ পৰা ৭ ডিচেম্বৰ ১৯৭০ চনলৈ।


২১. পি. কে গোস্বামী 

কাৰ্যকালঃ ৮ ডিচেম্বৰ ১৯৭০ চনৰ পৰা ৪ জানুৱাৰী ১৯৭৩ চনলৈ।


২২. বি. কে নেহেৰু 

কাৰ্যকালঃ ৫ জানুৱাৰী ১৯৭১ চনৰ পৰা ৫ ছেটেম্বৰ ১৯৭৩ চনলৈ।


২৩. এল. পি সিং

কাৰ্যকালঃ ১৯ ছেটেম্বৰ ১৯৭৩ চনৰ পৰা ১১ আগষ্ট ১৯৮১ চনলৈ।


২৪. শ্ৰী প্ৰকাশ মেহেৰোত্ৰা 

কাৰ্যকালঃ ১২ আগষ্ট ১৯৮১ চনৰ পৰা ২৮ মাৰ্চ ১৯৮৪ চনলৈ।


২৫. টি. এচ মিস্রা 

কাৰ্যকালঃ ২৯ মাৰ্চ ১৯৮৪ পৰা ১৫ এপ্ৰিল ১৯৮৪ চনলৈ।


২৬. ভীষ্ম নাৰায়ন সিং 

কাৰ্যকালঃ ১৬ এপ্ৰিল ১৯৮৪ পৰা ১১ মে ১৯৮৯ চনলৈ।


২৭. হৰিদেৱ জোশী

কাৰ্যকালঃ ১২ মে ১৯৮৯ পৰা ২৬ জুলাই ১৯৮৯ চনলৈ।


২৮. ন্যায়পতি অনিসেটি ৰঘুভীৰ

কাৰ্যকালঃ ২৭ জুলাই ১৯৮৯ পৰা ১ মে ১৯৯০ চনলৈ।


২৯. দেৱী দাস ঠাকুৰ

কাৰ্যকালঃ ২ মে ১৯৯০ পৰা ১৬ মাৰ্চ ১৯৯১ চনলৈ।


৩০. লোকনাথ মিসৰা

কাৰ্যকালঃ ১৭ মাৰ্চ ১৯৯১ পৰা ৩১ আগষ্ট ১৯৯৭ চনলৈ।


৩১. এস. কে সিনহা

কাৰ্যকালঃ ১ ছেটেম্বৰ ১৯৯৭ পৰা ৪ জুন ২০০৩ চনলৈ। 


৩২. অজয় সিংহ

কাৰ্যকালঃ৫ জুন ২০০৩ পৰা ৩ জুলাই ২০০৮ চনলৈ।


৩৩. শ্ৰী শিৱচৰণ মাথুৰ

কাৰ্যকালঃ ৪ জুলাই ২০০৮ চনৰ পৰা ২৫ জুন ২০০৯ চনলৈ। 


৩৪. শঙ্কৰনাৰায়ন

কাৰ্যকালঃ ২৬ জুন ২০০৯ পৰা ২৬ জুলাই ২০০৯ চনলৈ।


৩৫. সিত সিবতে ৰাজি

কাৰ্যকালঃ ২৭ জুলাই ২০০৯ চনৰ ১০ ডিচেম্বৰ ২০০৯ চনলৈ। 


৩৬. জানকি বল্লভ পাটনায়েক

কাৰ্যকালঃ ১১ ডিচেম্বৰ ২০০৯ চনৰ পৰা ১১ ডিচেম্বৰ ২০১৪ চনলৈ।


৩৭. পদ্মনাভ বালকৃষ্ণ আচার্য

কাৰ্যকালঃ ১২ ডিচেম্বৰ ২০১৪ পৰা ২২ আগষ্ট ২০১৬ চনলৈ।


৩৮. বানওয়াৰিলাল পুৰোহিত

কাৰ্যকালঃ ২২ আগষ্ট ২০১৬


৩৯. জগদীশ মুখী