অসম-ভূমি, জনসংখ্যা আৰু অৰ্থনীতি

A. Very Short Type Questions.


১) অসমৰ প্ৰথম তেলশোধনাগাৰ কোনটো?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

২) ব্ৰহ্মপুত্ৰ নদীৰ উৎসটোৰ নাম লিখা ।

(এই প্ৰশ্নটো 2018 চনত আহিছি)

৩) ২০১১ চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা কিমান?
( এই প্ৰশ্নটো 2013 চনত আহিছিল )

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

৪) ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত?

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

৫) তলৰ কোনখন ঠাইত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ অতি কম?
ক) শিলচৰ খ) গুৱাহাটী গ) তেজপুৰ ঘ) লামডিং ।

( এই প্ৰশ্নটো 2017 চনত আহিছিল )

B. Short Type Questions.

১) অসমক কিয় ক্ষুদ্ৰ ভাৰত বুলি কোৱা হয়? দুটা কৰাণ দিয়া ।

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

২) অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম লিখা ।

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

৩) কাৰ্বি মালভূমিৰ দুটা শৃংগৰ নাম লিখা ।

( এই প্ৰশ্নটো 2014 চনত আহিছিল )  

৪) অসমৰ দ্ৰাঘিমানংশ আৰু অক্ষাংশৰ বিস্তৃতি কিমান? অসমত কি ধণৰ জলবায়ু দেখা যায়?

( এই প্ৰশ্নটো 2012 চনত আহিছিল )

৫) অসমৰ চাহ উদ্যোগৰ বিষয়ে এটা টোকা লেখ দিয়া ।

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

৬) অসম ধান খেতিৰ উপযুক্ত হোৱাৰ দুটা কাৰণ লিখা ।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

৭) অসমক কিয় ক্ষুদ্ৰ ভাৰত বুলি কোৱা হয়?

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

৮) অসমৰ গুৰু উদ্যোগ স্থাপন কৰাটো কিয় জটিল দুটা কাৰণ দৰ্শোৱা।

( এই প্ৰশ্নটো 2017 চনত আহিছিল )

৯) অসমৰ ঘনবসতিপূৰ্ণ জিলা কোনখন ( ২০০১)? সেই জিলাখনত ঘন জনবসতি হোৱাৰ দুটা প্ৰধান কাৰণ লিখা ।

( এই প্ৰশ্নটো 2012 চনত আহিছিল )

১০) অসমৰ মালভূমি অঞ্চলৰ দুটা বৈশিষ্ট্য লিখা ।

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

১১) অসমৰ জনসংখ্যাৰ ঘনত্বৰ বৰ্ণনা দিয়া ।

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

১২) অসমত উপাদিত হোৱা দুবিধ চিল্কৰ আঁহৰ নাম লিখা ।

( এই প্ৰশ্নটো 2014 চনত আহিছিল )

১৩) অসমত কোন বছৰত চাহ আৱিষ্কাৰ হৈছিল? চাহ খেতিৰ বাবে কেনে ধৰণৰ জলবায়ু আৰু মাটিৰ আৱশ্য়ক?
( এই প্ৰশ্নটো 2012 চনত আহিছিল )

১৪) ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত মিলিত হোৱা দুটা প্ৰধান উপনৈৰ নাম লিখা ।

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

১৫) অসমৰ পাহাৰীয়া জিলাসমূহত কৰা ঝুম খেতি সম্বন্ধে এটা চমু টোকা লিখা ।

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

১৬) অসমৰ ভূ-প্ৰাকৃতিক বিভাগ তিনিটাৰ  নাম লিখা ।

( এই প্ৰশ্নটো 2017 চনত আহিছিল )

১৭) হামৰেন মালভূমি ক'ত অৱস্থিত?

১৮) ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণপাৰৰ উপনৈ সমূহৰ নাম লিখা ।

১৯) উত্তৰ-পূব ভাৰতৰে উমৈহতীয়া সীমান্ত চুবুৰীয়া ৰাষ্ট্ৰ দুখনৰ নাম লিখা ।

২০) ব্ৰহ্মপুত্ৰ আৰু বৰাক দুই জলচ্ছেদক বিভাজন কৰা পৰ্বতমালাৰ নাম লিখা ।

২১) পাদদেশ মণ্ডল  বুলিলে কি বুজা?

২২) অসমত জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ?
২৩) অসমৰ ভৌগোলিক সীমাৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান?

২৪) অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি?
২৫) অসমৰ জনসাধাৰণ বৈচিত্ৰময় বৈশিষ্ট্যটো লিখা ।

২৬) উত্তৰ-পূব ভাৰতৰ দ্ৰাঘিমা ৰেখা আৰু বিষূৱ ৰেখাৰ বিস্তৃতি কিমান?
২৭) ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ পাৰৰ উপনৈসমূহৰ নাম লিখা ।

২৮) বেতেৰে নিৰ্মিত দুটা পাত্ৰৰ নাম লিখা ।

২৯) ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ ৰ দুই মুৰ ক'ত ক'ত লাগিছে?

৩০) অসমৰ দুটা তেল শোধনাগাৰৰ নাম লিখা ।

৩১) চাহ খেতিৰ বাবে কেনেধৰণৰ মাটিৰ প্ৰয়োজন?

৩২) অসমত ব্যৱহৃত কৃষি সঁজুলিবোৰৰ বিষয়ে এটা চমু টোকা লিখা ।

৩৩) অসমত মুঠ নগৰবাসীৰ হাৰ কিমান?

৩৪) ২০০৪ চন পৰ্যন্ত অসমৰ মুঠ পথ দৈৰ্ঘ্য কিমান?

৩৫) অসমৰ চাৰিসীমাটো লিখা ।

৩৬) বৰাক নদীৰ উৎস ক্ষেত্ৰৰ নাম লিখা ।

৩৭) ২০০১-লোকপিয়ল অনুসৰি অসমত মুঠ কৰ্মৰত জনসংখ্যাৰ হাৰ কিমান?

৩৮) উত্তৰ-পূব ভাৰতৰ মুঠ মাটিকালি কিমান?

৩৯) বৰাইল অঞ্চলৰ মূল শৃংগৰ নাম লিখা ।

৪০)অসমত ব্যহৃত মাছ মৰা সঁজুলিবোৰৰ বিষয়ে এটা চমুটোকা লিখা ।

৪১) অসমৰ কেইটামান গুৰুত্বপূৰ্ণ ক্ষুদ্ৰ উদ্যোগৰ নাম লিখা ।

৪২) অসমৰ মূখ্য পাট বয়ন কেন্দ্ৰ কোনখন?

৪৩) ৰাষ্ট্ৰীয় ঘাইপথ-৫৪ৰ দুই মুৰ ক'ত ক'ত লাগিছে?

৪৪) অসমৰ গড় বাৰ্ষিক তামপান কিমান?

৪৫) ২০০১-ৰ লোকপিয়ল তথ্য মতে অসমত সাক্ষৰতাৰ হাৰ কিমান?

৪৬) অসমৰ কৃষক পৰিচালিত পোষক কৃষিৰ বিষয়ে চমুকৈ লিখা ।

৪৭) কাৰ্বি মালভূমিৰে বোৱা ব্ৰহ্মপুত্ৰৰ দুখন উপনৈৰ নাম লিখা ।

৪৮) অসমৰ কোন অংশত আন্তঃনৈ জলাহ অঞ্চল দেখা যায়?

৪৯) অসমৰ জনসংখ্যা ধৰ্মীয় গাঁথনি?

৫০) অসমত সাক্ষৰ মহিলাৰ হাৰ কিমান?

৫১) অসমৰ ধান খেতিৰ মূল প্ৰকাৰটো কি?

৫২) মাজুলীৰ বৰ্তমান আয়তন কিমান?

৫৩) অসমৰ তিনি জনজাতিৰ নাম লিখা ।

৫৪) অসমৰ প্ৰধান যোগাযোগ ব্যৱস্থাৰ নাম লিখা ।

৫৫) ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ তাপমানৰ তাৰতম্য হোৱাৰ মূল কাৰণটো কি?

৫৬) অসমত প্ৰব্ৰজন ।

৫৭) ক্ৰাবি মালভূমিৰ নদীসমূহৰ প্ৰকৃতি কেনেকুৱা?

৫৮) ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভৈযাম অঞ্চলৰ দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান?

৫৯) অসমত খেতি কৰাৰ প্ৰধান ফল-মূলবোৰ কি কি?

৬০) অসমৰ মুঠ মাটিকালি কিমান?

৬১) ব্ৰহ্মপুত্ৰ উপত্যকাৰ কৃষি পদ্ধতিৰ বিষয়ে লিখা ।

৬২) ডিমা হাছাও জিলাত মহিলাৰ জনসংখ্যা কম কিয়?

৬৩) অসমৰ খনিজ সম্পদৰ বিষয়ে বৰ্ণনা কৰা ।

৬৪) অসমৰ বৰাক আৰু পাহাৰীয়া অঞ্চলৰ ভূ-আকৃতিৰ বৰ্ণনা লিখা ।

৬৫) উত্তৰ-পূব ভাৰতৰ প্ৰধান ভূ-অবয়বৰ বৰ্গসমূহৰ বিষয়ে এটা টোকা লিখা ।

৬৬) নামনি অসমত মৰাপাট খেতি হয় কিয়?

৬৭) অসমৰ যোগাযোগ ব্যৱস্থাৰ এটি লেখ দিয়া ।

৬৮) অসমৰ ভংগিল পৰ্বতমালাৰ বৈশিষ্ট্যবোৰ লিখা ।

৬৯) পৰিবহন বিভিন্ন উপায়বোৰৰ মাজত সমন্বয়ৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা ।

৭০) ২০০১-ৰ লোকপিয়ল মতে অসমত লিংগ অনুপাতৰ সংখ্যাটো কি?

৭১) ২০০১ চনত উত্তৰ পূৱ ভাৰতৰ মূঠ জনসংখ্যা কিমান আছিল?

৭২) অসমৰ লিংগ অনুপাতৰ গড়টোৰ বিষয়ে এটা চমু টোকা লিখা ।

৭৩) অসমৰ ক'ত মৰাপাট কল আছে?

৭৪) ৰাষ্ট্ৰীয় ঘাইপথ ৫১-ৰ দুই মুৰ ক'ত ক'ত লাগিছে?

৭৫) অসমৰ কোনখন জিলাত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ অৱস্থিত?

৭৬) অসমত এতিয়ালৈকে কিমানখন ৰেচম গাওঁ গঢ়ি তোলা হৈছে?

৭৭) অসমত পৰিবহন ব্যৱস্থাৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা ।

৭৮) ব্ৰহ্মপুত্ৰ সমতলৰ বসতিৰ ৰূপটোৰ এটা লেখ দিয়া ।

৭৯) ব্ৰহ্মপুত্ৰ নদীৰ তিনিটা বৈশিষ্ট্য লিখা ।

৮০) অসমৰ তিনিটা বিমান বন্দৰৰ নাম লিখা ।

৮১) অসমৰ চাহ উদ্যোগক সহায় কৰা কাৰকসমূহ কি কি?

৮২) বৰাক নদীৰ তিনিখন উপনৈৰ নাম লিখা । 

৮৩) কোন বছৰত নুমলীগড় তেল শোধনাগাৰ স্থাপিত হৈছিল?

৮৪) তিনি বিধ বাহেৰে নিৰ্মিত হস্ত শিল্পৰ নাম লিখা ।

৮৫) অসমৰ প্ৰথম তেলশোধনাগাৰ কোনটো?

৮৬) অসমৰ জনসংখ্যাৰ বৃত্তিগত গাঁথনি?

৮৭) অসমত সাক্ষৰ পৰুৰুষৰ হাৰ কিমান?

৮৮) ব্ৰহ্মপুত্ৰ নদীৰ গড় প্ৰস্থ কিমান?

৮৯) অসমত কিমানখন গাওঁ আছে?

৯০) অসমত উৎপাদিত দুবিধ পাটসূতাৰ নাম লিখাল ।

৯১) অসমত পাহাৰীয়া জিলাসমূহৰ স্থানান্তৰীত কৃষিৰ বিষয়ে এটা চমু টোকা লিখা ।

৯২)  অসমৰ জনগণনা নগৰসমূহৰ বৈশিষ্ট্যৰ এটা লেখ দিয়া ।

৯৩) অসমত ৰজ্জুপথ কিয় গুৰুত্বপূৰ্ণ?

৯৪) অসমত সাক্ষৰতাৰ হাৰ সম্পৰ্কে এটা লেখ দিয়া ।

৯৫) অসমৰ বনজ সম্পদৰ বিষয়ে বৰ্ণনা কৰা ।

৯৬) অসমত বৃত্তিধাৰী মহিলাৰ ভূমিকা?

৯৭) ৰাষট্ৰীয় ঘাইপথ-৩১ৰ দুই মূৰ ক'ত ক'ত লাগিছে?

৯৮) দেশৰ মূঠ মাটিৰ কিমান অংশ অসমে আগুৰি আছে?

৯৯) অসমৰ পৰিবহন তন্ত্ৰৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি?

১০০) অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয বিমান বন্দৰটোৰ নাম লিখা ।

১০১) অসমৰ ভূ-প্ৰাকৃতিক বিভাগ তিনিটাৰ নাম লিখা ।

১০২) অসমৰ পাহাৰীয়া আৰু ভৈয়ামৰ জিলাসমূহৰ মাজত সক্ষৰতাৰ হাৰৰ পাৰ্থক্য সম্পৰ্কে চমুকৈ লিখা ।

১০৩) অসমত থকা জিলাৰ সংখ্যা কিমান?

১০৪) অসমৰ অৱস্থানিক বিশেষত্বৰ এটা লেখ দিয়া ।

১০৫) অসমৰ বিমান পৰিবহনৰ বিষয়ে এটা লেখ দিয়া ।

১০৬) কোন দুখন নদীৰ মাজত কাৰ্বি মালভূমি অৱস্থিত?

১০৭) অসমৰ খেতিয়কে ব্যৱহাৰ কৰা অধিক উৎপাদনক্ষম বিভিন্ন প্ৰজাতিৰ ধান খেতিৰ বিষয়ে এটা টোকা লিখা ।

১০৮) অসমৰ অৱবাহতন্ত্ৰৰ এক বৰ্ণনা দিয়া ।

১০৯) অসমক কিয় ভাৰতৰ বাকী অংশৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলক সংযোজিত কৰা ঘাই পথ বুলি কোৱা হয়?

১১০) অসমৰ কৃষি প্ৰায়ে বতৰীয়া হয় কিয়?

১১১) বিশ্বৰ আটাইতকৈ ডাঙৰ জনবসতিপূৰ্ণ নদীদ্বীপ কোনটো?

১১২) চাহ খেতিৰ বাবে কেনেধৰণৰ জলায়ুৰ প্ৰয়োজন?

১১৩) ব্ৰহ্মপুত্ৰ উপত্যকাই কিমান অঞ্চল আগুৰি আছে?

১১৪) অসমৰ বায়ুমণ্ডলীয় তাপমানৰ বিষয়ে এটা লেখ দিয়া ।

১১৫) ২০০১-ৰ লোকপিয়ল মতে অসমৰ মুঠ কৰ্মৰত পূৰুষ জনসংখ্যাৰ হাৰ কিমান?

১১৬) কোন বছৰত ডিগৰৈ তেল শোধনাগাৰ স্থাপিত হৈছিল?

১১৭) অসমত এতিয়াও কিয় বাণিজ্যিক ফল-মূলৰ উৎপাদনৰ বিকাশ হোৱা নাই তাৰ কাৰণ দৰ্শোৱা ।

১১৮) ব্ৰহ্মপুত্ৰ উপত্যকাৰ এটা ভূ-আকৃতিগত বৰ্ণনা দিয়া ।

১১৯) অসমৰ কোনখন জিলাত আটাইতকৈ কম নগৰীকৰণ হৈছে?

১২০) উত্তৰ-পূব সীমান্ত ৰেলপথৰ মূখ্য কাৰ্যালয় ক'ত অৱস্থিত?

১২১) অসমৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ বিষয় কেনেকৈ বাখ্যা কৰিব ।

১২২) ২০০১-ৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ কৰ্মৰত মহিলাৰ জনসংখ্যাৰ হাৰ কিমান?

১২৩) কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগটোৰ উচ্চতা কিমান আৰু ইয়াৰ এলেকা কোনটো?

১২৪) অসমৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ সম্ভৱনাৰ বিষয়ে আলোচনা কৰা ।

১২৫) লোকপিয়ল মতে অসমৰ মুঠ নগৰৰ সংখ্যা কিমান?

১২৬) অসমত প্ৰথমটো ৰেলপথ কোন চনত স্থাপিত হয়?

১২৮) বৰাক উপত্যকাৰ বিষয়ে এটা ভৌগোলকি লেখ দিয়া ।

১২৯) কোন বছৰত বঙাইগাওঁ তেলশোধনাগাৰ আৰু পেট্ৰ'ৰাসায়নিক উদ্যোগ স্থাপিত হৈছিল?

১৩০) উত্তৰ-পূব ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ ভিতৰত অসমে কিয় আটাইতকৈ বেছি সুবিধাজনক অৱস্থান গ্ৰহণ কৰি আছেে?

১৩১) অসমৰ প্ৰধান পৰিবহনৰ উপায়সমূহৰ  বিষয়ে আলোচনা কৰা ।

১৩২) অসমত পথ পৰিবহন ব্যৱস্থা উন্নয়নত মুখামুখি হোোৱা সমস্যাবোৰ আলোচনা কৰা ।

১৩৩) অসমৰ গ্ৰাম্যবসতিৰ ধৰণটোৰ এটা লেখ দিয়া ।

১৩৪) অসমৰ কেইটামাৰ গুৰুত্বপূৰ্ণ কুটীৰ উদ্যোগৰ নাম লিখা ।

১৩৫) অসমৰ পাট উদ্যোগৰ গুৰুত্ব সম্পৰ্কে লিখা ।

১৩৬) উজনি অসমত চাহ খেতি ভাল হয় কিয়?

১৩৭) অসমত নগৰীকৰণৰ প্ৰধান সমস্যাবোৰ কি কি?

১৪৮) শেহতীয়া বছৰবোৰত অসমৰ নগৰীকৰণৰ ৰূপটোৰ এটা লেখ দিয়া ।

C. Essay Type Questions.

১) অসমৰ জলবায়ুৰ এটি চমু বৰ্ণনা দিয়া ।

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

২) জিলা ভিত্তিক জনসংখ্যা বৃদ্ধি আৰু ঘনত্বৰ এটা লেখ দিয়া ।

৩) সামগ্ৰিকভাৱে অসম ধান উৎপাদনৰ বাবে কিয় উপযুক্ত? কাৰণ দৰ্শোৱা ।

৪) অসমত বাঁহ-বেতৰ শিল্পকৰ্মৰ বৈশিষ্ট্য আৰু সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা ।

৫) অসমৰ বায়ুমণ্ডীয় তাপমানৰ ওপৰত বতৰীয়া বৃষ্টিপাতৰ প্ৰভাৱ আলোচনা কৰা ।

৬) অসমৰ কৃষি ব্যৱস্থাৰ দুৰ্বতলাৰ কাৰণসমূহ বাখ্যা কৰা ।

৭) হিমালয় মূলৰ নদীসমূহৰ বৈশিষ্ট্যবোৰ কি কি?

৮) অসমৰ কৃষি উন্নয়ন কিদৰে দ্ৰুত কৰিব পাৰি সেই বিষয়ে এটা টোকা লিখা ।

৯) অসমৰ বিমান পৰিবহনৰ বৰ্তমান অৱস্থাৰ বিষয়ে এটা লেখ দিয়া ।

১০) বৰাক নদীৰ বৈশিষ্ট্যসমূহ লিখা ।

১১) অসমৰ জনসংখ্যা বৃদ্ধিৰ আৰ্হিটোৰ এটা লেখ দিয়া ।

১২) অসমৰ জীৱিকাৰ ধৰণ সম্পৰ্কে লিখা ।

১৩ অসমৰ পৰিবহন ব্যৱস্থাৰ অনুন্নয়নৰ আঁৰৰ কাৰণবোৰ কি কি?

১৪) অসমৰ তেল শোধনাগাৰৰ বিষয়ে এটা লেখ দিয়া ।

১৫) অসমৰ জনসাধাৰণৰ সামাজিক গাঁথনিৰ আৰ্হিটোৰ বিষয়ে আলোচনা কৰা ।

১৬) অসমৰ জলবায়ুত মৌচুমী বতাহতৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা ।

১৭) বৰাইল অঞ্চলত নদীৰ গৰাখহনীয়াই সৃষ্টি কৰা সাধাৰণ ভূ-অৱয়বটো কি?

১৮) নুনমাটী শোধনাগাৰৰ ঐতিহাসিক উন্নয়নৰ বিষয়ে চমুকৈ লিখা ।

১৯) অসমৰ চাহ খেতিৰ সহায়ক হোৱা ভৌগোলিক কাৰকবোৰ কি কি?

২০) বৰাক উপত্যকাৰ পাহাৰ আৰু টিলা সমূহৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা ।

২১) অসমৰ জলবায়ুৰ বৈশিষ্ট্য লিখা ।

২২) অসমৰ অন্যান্য ওখ ঠাইতকৈ বৰাইল অঞ্চলত নদীৰ গৰাখহনীয়া সৰ্বাধিক কিয় তাৰ কাৰণ দৰ্শোৱা ।

২৩) নুমলীগড় শোধনাগাৰৰ উন্নয়নৰ বিষয়ে এটা টোকা লিখা ।

২৪) অসমত মৰাপাট খেতিৰ বাবে প্ৰজোনীয় ভৌগোলিক আৰু অৰ্থনৈতিক চৰ্তসমূহৰ বিষয়ে লিখা ।

২৫) অসমৰ ভূ-প্ৰাকৃতিক বিভাজনবোৰ কি কি? এইবোৰৰ যকোনো ছটাৰ বৈশিষ্ট্যবোৰৰ এটা লেখ দিয়া ।

২৬) অসমৰ নগৰীয়া জনসংখ্যাৰ এটা লেখ দিয়া ।

২৭) অসমৰ ৰে'ল পৰিবহনৰ প্ৰধান সমস্যাসমূহ কি কি?

২৮) বৰাক নদীৰ অৱবাহিকামূলক বৈশিষ্ট্যসমূহ লিখা ।

২৯) ব্ৰহ্মপুত্ৰ নদীৰ মধ্য সুঁতিৰ প্ৰতিবন্ধকতাবোৰৰ বৈশিষ্ট্যসমূহ কি কি?

৩০) অসমত ফল-মূলৰ উৎপাদনৰ বিষয়ে এটা লেখ দিয়া ।

৩১) অসমত গধুৰ উদ্যোগ স্থাপন কৰাটো কিয় জটিল?

৩২) সামাডজিক গাঁথনিত অসমৰ জনসংখ্যাৰ প্ৰভাৱ আলোচনা কৰা ।

৩৩) অসমৰ নগৰীকৰণৰ এটটা লেখ দিয়া ।

৩৪) অসমৰ চাহ উদ্যোগৰ বিষয়ে এটা লেখ দিয়া ।

৩৫) অসমৰ মালভূমি অঞ্চলৰ বৈশিষ্ট্যবোৰৰ বিষয়ে আলোচনা কৰা ।

৩৬) অসমৰ পথ পৰিবহনৰ বিষয়ে এটা লেখ দিয়া ।

৩৭) অসমৰ জনসংখ্যাৰ ঘনত্বৰ তাৰতম্যৰ বিষয়ে আলোচনা কৰা ।

৩৮) অসমৰ কৃষি ব্যৱস্থাত ধান খেতিৰ ভূমিকা সম্পৰ্কে লিখা ।

৩৯) অসমৰ জনসংখ্যাৰ ধৰ্মীয় গাঁথনিৰ বিষয়ে বাখ্যা কৰা ।

৪০) অসমত পেট্ৰলিয়াম উদ্যোগ গঢ়ি উঠাৰ অনুকুল অৱস্থাবোৰৰ বিষয়ে এটা চমু টোককা লিখা ।


Write short notes on ( চমুটোকা লিখা )


১) Airport in Assam . ( অসমৰ বিমান বন্দৰসমূহ )

২) The Barak valley . ( বৰাক উপত্যকা )

৩) Bamboo and cane industry of Assam. ( অসমত বাঁহ বেতৰ উদ্যোগ )

৪) Latifundium settlement. ( বাগান বসতি )

৫) The Barail Range. ( বৰাইল অঞ্চল )

৬) Duars Plain. ( ডুৱাৰ্ছ সমতল )

৭) Fruit production in Assam. ( অসমত ফল-মূলৰ উৎপাদন ।

৮) Lower development of urban areas in Assam. ( অসমৰ নগৰীয়া অঞ্চলসমূহৰ নিম্ন বিকাশ )

৯) The river islands of the Brahmaputra river. ( ব্ৰহ্মপুত্ৰ নদীৰ নদী-দ্বীপসমূহ )

১০) Silk industry of Assam. ( অসমৰ পাট উদ্যোগ )

১১) The Karbi plateu. ( কাৰ্বি মালভূমি )

১২) Crop production in Assam. ( অসমত শস্য় উৎপাদন )

১৩) Oil industry in Assam. ( অসমৰ তেল উদ্যোগ )

১৪) Development of Railways in Assam. ( অসমত ৰলপথৰ বিকাশ )

১৫) Rain shadow zones of Assam. ( অসমৰ সৃষ্টি ছায়া অঞ্চলসমূহ )

১৬) Urbanization in Assam. ( অসমত নগৰীকৰণ )

১৭) Types of agriculture in Assam. ( অসমৰ কৃষষিৰ প্ৰকাৰ )

১৮) The Barak river basin. ( বৰাক নৈৰ অৱবাহিকা )

১৯) Jute industry in Assam. ( অসমৰ মৰাপাট উদ্যোগ )

২০) Scope for water transport in Assam. ( অসমত জল পৰিবহনৰ সুবিধা )

২১) Density of population in Assam. ( অসমত জনসংখ্যাৰ ঘনত্ব )

২২) Causes of uneven distribution of population in Assam. ( অসমৰ জনসংখ্যাৰ অসমান বিতৰণৰ কাৰণসমূহ )

২৩) The Brahmaputra plain. ( ব্ৰহ্মপুত্ৰ সমভূমি )

২৪) Tea cultivation in Assam. ( অসমৰ চাহ খেতি )

২৫) Types of rural Settlement in Assam. ( অসমৰ গ্ৰাম্য বসতিৰ প্ৰকাৰ )

২৬) Ropeways in Assam. ( অসমত ৰজ্জু পথ )

২৭) Rice cultivation in Assam. ( অসমৰ ধান খেতি )

২৮) The 'Chars' of the Brahmaputra River. ( ব্ৰহ্মপুত্ৰ নদীৰ 'চহৰসমূহ' )