মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

পৰীক্ষাৰ প্ৰশ্নসমূহঃ

A. অতি চমু প্ৰশ্নাৱলীঃ

১)আজাদ হিন্দ ফৌজৰ মূল লক্ষ্য আৰু উদ্দেশ্যে কি আছিল?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

২)গান্ধী-আৰউইন চুক্তি’ কি আছিল?

(এই প্ৰশ্নটো 2011 আৰু 2015 চনত আহিছিল)

৩)গান্ধী-আৰউইন চুক্তিৰ মূল উদ্দেশ্য কি আছিল?

(এই প্ৰশ্নটো 2013 চনত আহিছিল)

B. চমু প্ৰশ্নাৱলীঃ

১)গান্ধী-আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিলএই চুক্তিৰ এটা পৰিণতি উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

২)১৯৩১ চনত স্বাক্ষৰিত হোৱা গান্ধী-আৰউইন চুক্তিৰ যিকোনো দুটা চৰ্ত উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2015 আৰু 2018 চনত আহিছিল)

৩)গান্ধীজীয়ে কেতিয়া সৱৰমতী আশ্ৰমৰ পৰা সাগৰৰ পাৰৰ দাণ্ডিলৈ লোণ আইন ভংগ কৰিবলৈ যাত্ৰা কৰিছিল? সৱৰমতী আৰু সাগৰৰ পাৰৰ দাণ্ডিৰ দূৰত্ব কিমান?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ

১)অসমত অসহযোগ আন্দোলন কেনেকৈ আৰম্ভ কৰিছিলআলোচনা কৰা ।

(এই প্ৰশ্নটো 2012 চনত আহিছিল)

২)মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত অসহযোগ আন্দোলনৰ বিষয়ে আলোচনা কৰা আৰু এই আন্দোলন স্থগতিকৰণৰ কাৰণ উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

৩)ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ ভূমিকা আলোচনা কৰা ।

(এই প্ৰশ্নটো 2010 চনত আহিছিল)

৪)কি ৰাজনৈতিক পৰিস্থিতত গান্ধী-আৰউইন’ চুক্তি স্বাক্ষৰিত হৈছিলচুক্তিৰ চৰ্তসমূহ আলোচনা কৰা ।

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

৫)গান্ধীজীৰ ভাৰত ত্যাগ আন্দোলনৰ আঁৰত কি আছিলতেখেতে এই আন্দোলন কেনেকৈ পৰিচালিত কৰিছিল?

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

৬)ভাৰতৰ স্বাধীনতা সংগ্ৰামত আজাদ হিন্দ ফৌজৰ অৱদান আলোচনা কৰা ।

(এই প্ৰশ্নটো 2011 চনত আহিছিল)

৭)সত্যাগ্ৰহ’ বুলিলে কি বুজাযি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংশিপ্ত বিৱৰণ দিয়া ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

৮)কি ৰাজনৈতিক পৰিস্থিতিত গান্ধী আৰউইন চুক্তি স্বাক্ষৰ কৰা হৈছিল চমুকৈ বাখ্যা কৰা।

(এই প্ৰশ্নটো 2012 চনত আহিছিল)

৯)কি পৰিস্থিতত মহাত্মা গান্ধীয়ে অহিংসা আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসুচী কি আছিল?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

১০)মন্ত্ৰীদূত সদস্যসকল কোন কোন আছিলবাৰতবৰ্ষৰ ৰাজনৈতিক সমস্যা সমাধানৰ বাবে মন্ত্ৰীদূতে আগবঢ়োৱা আঁচনিসমূহ লিখা ।

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

 ১১)স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত অসহযোগ আন্দোলনৰ বিষয়ে এটি বৰ্ণনা দিয়া ।

(এই প্ৰশ্নটো 2011 চনত আহিছিল)

 ১২) কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অভিবেশনত ভাৰতীয় সকলৰ মূল দাবী হিপাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

১৩) ভাৰতবৰ্ষত স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা ।

(এই প্ৰশ্নটো 2012 চনত আহিছিল)

১৪)আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ প্ৰধান কাৰণ সমূহ কি আছিল? গান্ধীজীয়ে এই আন্দোলন কেনেদৰে আৰম্ভ কৰিছিল, আলোচনা কৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

 অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নসমূহঃ

A. অতি চমু প্ৰশ্নাৱলীঃ

১)মহাত্মা গান্ধীয়ে নাটালত কোনটো ৰাজনৈতিক সংগঠন গঢ়ি তুলিছিল?

২)চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল?

৩)জালিৱানাবাগৰ হত্যাকাণ্ডৰ খলনায়ক কোন আছিল?

৪)দক্ষিণ আফ্ৰিকাত কোন আইনৰ জৰিয়তে গান্ধীক জেলৰ পৰা মুক্তি দিয়া হৈছিল?

৫)'ক্ৰিপছ মিছন' কেতিয়া ভাৰতলৈ আহিছিল?

৬)কিমান তাৰিখে চৌৰীচোৰাৰ কষকসকলে এটা পুলিচ চকী পুৰি পেলাইছিল?

৭)আজাদ হিন্দ ফৌজ'ৰ জন্মদাআইন অমান্তায কেপ্তেইন সোহান সিং পূৰ্বতে কি আছিল?

৮)বাংলাদেশ পাকিস্তানৰ পৰা কেতিয়া স্বাধীন হয়?

৯)আইন অমান্1য় আন্দোলন কিহৰ জৰিয়তে আৰম্ভ হৈছিল?

১০) সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল?

১১)লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল?'আগষ্ট ক্ৰান্

১২)ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় 'নাইট' উপাধি ত্যাগ কৰিছিল?

১৩)গান্ধীয়ে ওকালতি পঢ়িৱলৈ লণ্ডললৈ কেতিয়া গৈছিল?

১৪)১৯৪৬ চনত ইংলেণ্ডত কোন দলে চৰকাৰ গঠন কৰে?
১৫) দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল?

১৬) ভাৰত আৰু বাংলাদেশৰ সীমা আন কি নামেৰে জনা যায়?

১৭)বাওলাট আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?

১৮)ৰুছ বিপ্লৱ কেতিয়া সংঘটিত হৈছিল?

১৯)বাঁটোৱাৰ চুক্তি কোনখন চুক্তিৰ দ্বাৰা সংশোধন কৰা হৈছিল?

২০)অসহয়োগ আন্দোলনৰ মূখঅয লক্ষ্য কি আছিল?

২১) ভাৰতীয় জাতীয় সেনাবাহিনীৰ ধাৰণাটো পোন প্ৰথমে কোনে পোষণ কৰিছিল?

২২)সীমান্ত গান্ধী নামেৰে কাক জনা যায়?

২৩) কোন দিনা মুছলিম লীগে পাকিস্তানৰ দাবীত সমগ্ৰ দেশতে প্ৰত্যক্ষ দাবী দিৱস পালনৰ আহ্বান দিছে?

২৪)স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?

২৫) গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডিৰ সাগৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ গৈছিল? সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান?

২৬)জালিৱানাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল?

২৭) মহাত্মা গান্ধীৰ জন্ম কক'ত আৰু কেতিয়া হৈছিল?

২৮) কেতিয়াৰ পৰা আইন অমান্য আন্দোলনৰ অন্ত পৰে?

২৯) সত্যাগ্ৰহৰ ভিত্তি কি?

৩০) আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

৩১)ভাৰত আৰু পাকিস্তানৰ সীমা আন কি নামেৰে জনা যায়?

৩২) 'আগষ্ট ক্ৰান্তি মৈদান' বুলি কোনখন ঠাইক জনা যায়?

৩৩)1922 চনৰ 22 ফেব্ৰুৱাৰীত কি কাৰণত গান্ধীয়ে আন্দোলন স্থগিত ঘোষণাৰে আন্দোলন বন্ধ হৈছিল?

৩৪) কাৰ কাৰ নেতৃত্বত ভাৰতৰ খিলাফৎ আন্দোলনৰ সূচনা হৈছিল?

৩৫) গান্ধীয়ে পোনপ্ৰথমে ক'ত সত্যাগ্ৰহ আৰম্ভ কৰিছিল?

৩৬) 'কোনে 'ইণ্ডিয়ান ইণ্ডিপেণ্ডেস লীগ' গঢ়ি উঠিছিল?

৩৭) কেনে পৰিস্থিতত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল?

৩৮) গান্ধীয়ে কেতিয়া অহিংসা আন্দোলন আৰম্ভ কৰিছিল?

৩৯) মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কোনখন বাতৰি কাকত উলিয়াইছিল?

৪০) সূভাষ চন্দ্ৰ বসুৰ বিখ্যাত উক্তিটো কি আছিল?

৪১) ৰে়ক্লিফ ৰেখা কি?

৪২)দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধই কোন আছিল?

৪৩) ব্যক্তিগত সত্যাগ্ৰহক আন কি নামেৰে জনা যায়?

৪৪) কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল?

৪৫)আগষ্ট প্ৰস্তাৱ কেতিয়া ঘোষণা কৰা হয়?

৪৬) ছাৰ-ষ্টাৰ্ফড ক্ৰিপছ ইংলেণ্ডৰ কোন দলৰ সদস্য আছিল?

৪৭) দক্ষিণ আফ্ৰিকাৰ পৰা গান্ধী কেতিয়া ভাৰতলৈ উভতি আহিছিল?

৪৮)বৰ্ণবাদৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ত গান্ধীৰ গান্ধীৰ বয়স কিমান আছিল?

৪৯) জালিৱানাগাবৰ হত্যাকাণ্ডৰ অনুসন্ধান চলাবলৈ কাৰ নেতৃত্বত এখন  আয়োগ গঠন কৰা হৈছিল?

 ন্দোলন কৰিছিল?

৫০)  মহাত্মা  গান্ধীয়ে বৰ্ণবাদৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাত কেতিয়া আন্দোলন কৰিছিল?

৫১) লৰ্ড মাউন্টবেটেন কেতিয়া ভাৰতৰ ভাৰচৰয় হৈ আছিল?

৫২ বাংলাদেশৰ পূৰ্বৰ নাম কি আছিল?

৫৩)ভাৰত ত্যাদ আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

৫৪) খান আব্দপল গফউৰ খানৰ নেতৃত্বত কি আন্দোলন চলিছিল?

৫৫)মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ২১৯ কোন ঠাইত ওকালতি কৰিবলৈ গৈছিল?

৫৬) কিমান তাৰিখে গান্ধী -আৰউইন চুক্তি স্বাক্ষৰ হয়?

৫৭)ভাৰতীয় জাতীয় সেনাবাহিনীৰ মূলা শ্লোগান কি আছিল?

৫৮)ছাইমন কমনিছনৰ নেতৃত্ব কোনে দিছিল?

৫৯) সুভাষ চন্দ্ৰ বসুক কেতিয়া ব্ৰিটিছে গৃহবন্দী কৰিছিল?

৬০) খিলাফৎ সমিতি কাৰ নৃেতৃত্বত গঠিত হৈছিল?

৬১) ১৯৪৬ চনত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল?

৬২)  ব্যক্তিগত সত্যাগ্ৰহৰ আন্দোলনত গ্ৰেপ্তাৰ বৰণ কৰা  প্ৰথমজন সত্যাগ্ৰহী কোন আছিল?

৬৩) "মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম" উক্তিটো কাৰ আছিল?

৬৪) ১৯২৯ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত কংগ্ৰেছৰ লাহোৰ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল?

৬৫) প্ৰথম ঘূৰণীয়া মেজমেল কেতিয়া হৈছিল?

৬৬) ছাইমন কমিছন কেতিয়া ভাৰতলৈ আহিছিল?

৬৭) সুভাষ চন্দ্ৰ বসুৱে 'কাৰ সহযোগগ 'আজাদ হিন্দ ফৌজ' গঠন কৰিছিল?

৬৮)'কৰিম কিম্বা মৰিৰ' ধ্বনি কোন আন্দোলনৰ মূলমন্ত্ৰ আছিল?

৬৯) কোন বৃটিছ প্ৰধান মন্ত্ৰীয়ে সাম্প্ৰদায়িক বায়োৱাৰৰ কথা ঘোষণা কৰিছিল?

৭০) অসমযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল আৰু কেতিয়ালৈ চলিছিল? 

৭১) ১৯২৯ চনত কাৰ সভাপত্বিতত লাহোৰত কংগ্ৰেছৰ অভিৱেশন অনুষ্ঠিত হৈছিল? 

৭২) কোন তাৰিখে গান্ধীয়ে দাণ্ডীলৈ লোণ আইন ভংগ কৰিবলৈ যাত্ৰা কৰিছিল?

৭৩) আইন অমান্য আন্দোলনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল?

B. চমু প্ৰশ্নাৱলীঃ

১) কেবিনেট মিছনৰ উদ্দেশ্য কি আছিল?

২) প্ৰধানকৈ কি কি কাৰণত অসহযোগ আন্দোলনৰ সূচনা হৈছিল?

৩)  লৰ্ড মাউন্টবেটেনৰ ঘূষণা পত্ৰৰ দুটা বৈশিষ্ট্য লিখা ।

৪) সত্যাগ্ৰহ মানে কি?

৫) গান্ধীজীয়ে পোনপ্ৰথমে ক'ত কেনেকৈ অহিংসা নীতি প্ৰয়োগ কৰিছিল?

৬) মেকডোনাল্ডৰ ঘোষণাৰ দ্বাৰা ব্ৰিটিছে ভাৰতৰ কোন কোন ঠাইত জাতি/শ্ৰেণীক সংখ্যাঘুৰূপে স্বীকৃতি দিছিল?

৭) কেতিয়া আৰু কোন অধিৱেশনত অসহযোগ আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল?

৮) গান্ধীজীয়ে ভাৰতবৰ্ষত পোনতে ক'ত অহিংসা নীতি প্ৰয়োগ কৰে?

৯)  আইন অমান্য আন্দোলনৰ দুটামান দাবী উল্লেখ কৰা ।

১০) অসহযোগ আন্দোলনৰ তিনিটা কাৰক উল্লেখ কৰা ।

১১) বৰ্তমানৰ কোনবোৰ দেশ স্বাধীনতাৰ পূৰ্বে ভাৰতবৰ্ষৰ অন্তৰ্ভূক্ত কৰিছইল?

১২) লৰ্ড বাভেলৰ ঠাইত কোন আৰু কেতিয়া ভাৰতৰ ভাইচৰয় হৈ আহিছিল?

১৩) গান্ধীয়ে কিয় অসহযোগ আন্দোলনত স্থগিত কৰিছিল?

১৪) দেশ বিভাজনৰ সম্পৰ্কত আজাদৰ মনোভাৱ কেনে ধৰণৰ আছিল?

১৫) ১৯৪৭ চনৰ ভাৰত স্বাধীন আইনৰ দুটা দফা উল্লেখ কৰা ।

১৬) কেবিনেট মিছনৰ তিনিজন সদস্য কোন কোন আছিল?

১৭) অহিংসা নীতিৰ উদ্ভাৱনৰ ক্ষেত্ৰত গান্ধী কাৰ কাৰ  আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল?

১৮) মন্ত্ৰীদূতৰ ঘোষণামতে প্ৰদেশসমূহক কি কি শাখাত ভাগ কৰা হৈছিল আৰু তাৈৰ প্ৰতি শাখাত অন্তৰ্ভূক্ত অঞ্চলসমূহৰ বিষয়ে উল্লেখ কৰা ।

C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ

১) ১৯৪৭ চনৰ ৩ জুনৰ ঘোষণাপত্ৰৰ বৈশিষ্ট্য সমূহ লিখা ।

২) আজাদ হিন্দ ফৌজৰ ইতিহাস বিবৃত কৰা । কোনে এই ফৌজৰ জন্ম দিছিল?

৩) ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল?

৪) মন্ত্ৰীদূতৰ আঁচনিৰ প্ৰতি কংগ্ৰেছ আৰু মুছলীম লীগৰ প্ৰতিক্ৰিয়া বৰ্ণনা কৰা ।

৫) মেকডোনাল্ডৰ সাম্প্ৰদায়িক বাঁটোৱাৰৰ বিষয়ে বাখ্যা কৰা ।

৬) চমুটোকা লিখা । 

১) চৌৰাচৌৰাৰ কৃষক বিদ্ৰোহ ২) সুভাষ চন্দ্ৰ বসু ৩)  গান্ধী-আৰউইন চুক্তি ৪) ৰাওলাট আইন ৫) আজাদ হিন্দ ফৌজ ৬) কেপ্তেইন চোহান সিং ৭) সত্যাগ্ৰহ ৮ ) ক্ৰিপছ মিছন ৯) ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ  ১০) ভাৰত ত্যাগ আন্দোলন ১১) খিলাফৎ আন্দোলন ১২) ব্যক্তিগত সত্যআগ্ৰহ ১৩) সীমান্ত গান্ধী  ১৪) অসহযোগ আন্দোলন ১৫) সাম্প্ৰদায়িক বাঁটোৱাৰা ১৬) ৰেডক্লিফ লাইন ১৭) আইন অমান্য আন্দোলন ১৮) জালিৱানাবাগৰ হত্যাকাণ্ড ১৯) জেনেৰেল ৰেজিনেল্ড দায়েৰ ২০) জালিৱনালাবাগৰহত্যাকাণ্ড ।

৭) আইন অমান্য আনৱ্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল?

৮) ভাৰত ত্যাগ আন্দোলনৰ এটি চমু বিৱৰণ দিয়া । এই আন্দোলনক কিয় বিয়াল্লিছৰ আন্দোলন বা আগষ্টৰ বিপ্লৱ বোলা হয়?

৯) গান্ধীয়ে ভাইচৰয় লৰ্ড আৰউইনলৈ প্ৰেৰণ কৰা দাবীসমূহ কি কি?

১০) ক্ৰিপছ মিছন কি? ইয়াৰ জৰিয়তে পঠিওৱা প্ৰস্তাৱসমূহৰ আলোচনা কৰা ।

১১) কোন চনৰ পৰা আইন অমান্য আন্দোলন সূচনা কৰা হৈছিল? ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত আইন অমান্য আনোদলনৰ ভূমিকা উল্লেখ কৰা ।

১২) ১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসুচী কি আছিল? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল?

১৩) ভাৰতজীয় জাতীয় সেনাবাহিনীৰ বিষয়ে এটা চমু টোকা লিখা ।

১৪) ভাৰত স্বাধীন আইন ১৯৪৭, দফাসমূহ কি কি আছিল?

১৫) কি পৰিস্থিতিত  ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসুচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া ।


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------