আন্তৰ্জাতিক বাণিজ্য


A. Very Short Type Questions.

১) মুক্ত বাণিজ্য বুলিলে কি বুজা?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

২) বিনিময় প্ৰথা কি?

(এই প্ৰশ্নটো 2014 চনত আহিছিল)

৩) বাণিজ্য কোন বৰ্গৰ কাৰ্যকলাপৰ অন্তৰ্গত?

৪) OPEC ৰাষ্ট্ৰ বুলিলে কি বুজা?

৫) GATT ৰ সম্পূৰ্ণ নাম কি?

৬) USR সৈতে আমদানি আৰু ৰপ্তানি উভয় সম্পৰ্ক থকা দেশখনৰ নাম লিখা ।

৭) 'বাণিজ্য'ই কি বুজায়? 

৮) দ্বিপাক্ষিক বাণিজ্য বুলিলে কি বুজা?

৯) ঔদ্যোগিক বন্দৰ কি?

১০) মুক্ত বাণিজ্য বুলিলে কি বুজা?

১১) ছিল্ক ৰোডে সংযোগ কৰা দেশ দুখন কি কি?

১২)বহুপাক্ষিক বাণিজ্যৰ অৰ্থ কি?

১৩) জাপানৰ সৈতে USA ৰ বাণিজ্যৰ মূল্য কিমান ?

১৪) আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কি?

১৫) নৌ বন্দৰ কি?

১৬) বিশ্বত কিমান আঞ্চলিক বাণিজ্যিক সংস্থা আছে?

১৭) কানাডাৰ সৈতে USA ৰ বাণিজ্যৰ মূল্য কিমান?

১৮) কোন স্তৰত বাণিজ্য সম্পন্ন কৰা হয়?

১৯) বাণিজ্যিক সন্ত্তলনৰ অৰ্থ কি?

২০) বাণিজ্য কিয় সম্ভৱপৰ?

২১) পশ্চিম ইউৰোপৰ সৈতে USA ৰ বাণিজ্যৰ মূল্য কিমান?

২২) W.T.O. সম্পূৰ্ণ নাম কি?


B. Short Type Questions .


১) ভাৰতৰ পূৱ উপকূলত অৱস্থিত দুটা বন্দৰৰ নাম লিখা ।

(এই প্ৰশ্নটো 2014 চনত আহিছিল)

২) ভাৰতৰ বিভিন্ন দেশৰ পৰা আমদানি কৰি অনা উল্লেখযোগ্য সামগ্ৰীবোৰৰ নাম লিখা ।

(এই প্ৰশ্নটো 2018  চনত আহিছিল)

৩) বিনিময় প্ৰথা বুলিলে কি বুজা? এই প্ৰথাৰ অসুবিধাবোৰ কেনেদৰে আঁতৰ কৰা হৈছিল ?
(এই প্ৰশ্নটো 2013 চনত আহিছিল)

৪) দ্বিপাক্ষিক বাণিজ্যৰ দুটা গুণাগুণ লিখা ।
(এই প্ৰশ্নটো 2015 চনত আহিছিল)

৫) বাণিজ্য সন্ত্তলনৰ এটা বাখ্যা আগবঢ়োৱা ।

৬) বিনিময় প্ৰথাৰ অসুবিধাবোৰ কি কি?

৭) এখন দেশ বাবে নিগেটিভ বেলেঞ্চ পেমেন্ট কিয় ক্ষতিকাৰক?

৮) আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ দুৱাৰমুখ স্বৰূপ বন্দৰসমূহৰ বিষয়ে বাখ্যা কৰা ।

৯) আন্তৰ্জাতিক বাণিজ্যৰ দুটা ভাগ কি?

১০) বিশ্ব বাণিজ্য সংস্থাৰ প্ৰধান কাৰ্যাৱলীসমূহ কি কি?

১১) বিনিময় প্ৰথা কি?

১২) আঞ্চলিক বাণিজ্য গোষ্ঠীয়ে কি বুজায়? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ বাখ্যা কৰা ।

১৩) আঞ্চলিক বাণিজ্য সংস্থা সমূহৰ উদ্দেশ্য কি?

১৪) দাস ব্যৱসায় কি?

১৫) বাণিজ্য সংস্থা গঠন দেশ এখনৰ বাণিজ্যৰ বাবে কিদৰে লাভজনক?

১৬) বিশ্বায়নে কেনেকৈ উন্নয়নশীল দেশৰ অৰ্থনীতিত প্ৰভাৱ পেলায়?

১৭) আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰকাৰ সমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

১৮) বিশ্বায়ন মানে কি?

১৯) মনত নপৰা কালৰে পৰাই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কিয় টিকি আছে কাৰণ দৰ্শোৱা ।

 C. Essay Type Questions .

১) আন্তৰ্জাতিক বাণিজ্যৰ ভিত্তিসমূহৰ বিষয়ে আলোচনা কৰা ।

২) বাণিজ্যৰ গাঁথনিৰ গুৰুত্বপূৰ্ণ দিশসমূহ আলোচনা কৰা ।

৩) বন্দৰ সমূহে কেনেকৈ বাণিজ্যত সহায় কৰে? বন্দৰৰ অৱস্থান অনুসৰি কৰা শ্ৰেণীবিভাজন বৰ্ণনা কৰা ।

৪)জাহাজৰ মাল আৰু ভিত্তিত বন্দৰসমূহৰ প্ৰধান প্ৰকাৰবোৰ কি কি ।
৫)আন্তৰ্জাতিক বাণিজ্যৰ ইতিহাস সম্পৰ্কে আলোচনা কৰা ।

৬) বিশেষীকৃত কাৰ্যাৱলীৰ ভিত্তিত ভিত্তিত গঢ়ি উঠা বন্দৰসমূহৰ প্ৰধান প্ৰকাৰসমূহৰ বিষয়ে এটা টোকা লিখা ।

৭)  বিশ্ব বাণিজ্য সংস্থাৰ বিষয়ে লিখা ।

৮) দেশ এখনে কেনেদৰে আন্তৰ্জাতিক বাণিজ্যৰ পৰা লাভ অৰ্জন কৰে?
৯) বন্দৰৰ সকলো শ্ৰেণীৰ বিষয়ে আলোচনা কৰা ।