জনবসতি


A. Very Short Type Questions . 


১) বয়স-লিংগ পিৰামিড কি?

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

২) কেন্দ্ৰীভূত বসতি কি?

৩) নগৰ সংহতি বুলিলে কি বুজা?

৪)মানুহৰ বসতি মানে কি?

৫) উপ-নগৰীকৰণ কি?

৬)বসতিৰ সংজ্ঞা তুমি কিদৰে দিবা?

৭) নগৰপুঞ্জ বুলিলে কি বুজা?

৮)কানবেৰা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

৯) বিৰল বসতি বুলিলে কি বুজা?

১০)বন্দোৱস্তিৰ শ্ৰেণীবিভাজনৰ বৃত্তিবোৰ কি কি?

১১) ক্ৰছ আকৃতিৰ বসতি কি?

১২) আডিছ আবাব কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

১৩)বিৰল বসতিত গৃহবোৰৰ কুদৰে সজা লগোৱা হয়?

১৪) আকৃতিৰ ভইত্তিত বসতিৰ ভাগ দুটা কি কি?

১৫) কেন্দ্ৰীভূত বসতিৰ বৈশিষ্ট্য দুটা কি কি?


B. Short Type Questions.


১) মহানগৰ কি? সন্নিহিত নগৰপুঞ্জৰ লগত ইয়াৰ পাৰ্থক্য কি?

( এই প্ৰশ্নটো 2012 চনত আহিছিল )

২) কেন্দ্ৰীভঊত বসতি কাক বোলে? উদাহৰণ দিয়া ।

( এই প্ৰশ্নটো 2016 আৰু 2017 চনত আহিছিল )

৩) লিংগ-বয়স পিৰামিডৰ তাৎপৰ্য কি?

( এই প্ৰশ্নটো 2012 চনত আহিছিল )

৪)মৰুভঊমি অঞ্চলত গ্ৰাম্য বসতি স্থাপন হ'বলৈ কি কাৰকৰ অভাৱ দেখা যায়?

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

৫) গ্ৰামি্য বসতিৰ দুটা বৈশিষ্ট্য লিখা ।

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

৬) বসতি গঠনত পানী যোগানৰ ভূমিকা কি?

৭) স্থান আৰু অৱস্থিতিৰ মাজত পাৰ্থক্য কি?

৮) অবৈধ বসতিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা ।

৯)উন্নয়নশীল দেশসমূহত মানৱ বসতিৰ সমস্যাবোৰ কি কি?

১০)মানৱ ভূগোলত মানৱ বসতিৰ অধ্যয়নক কেনেদৰে বিচাৰ কৰিবা?

১১) নগৰ আৰু মহানগৰৰ শ্ৰেণীবিভজন কৰা ।

১২) আয়তক্ষেত্ৰকাৰ বসতিৰ আৰ্হিটোৰ বিষয়ে লিখা ।

১৩)বসতিৰ শ্ৰেণীবিভাজনৰ বাবে প্ৰয়োজন হোৱা ভিত্তিসমূহ কি?

১৪)স্বাস্থ্যকৰ মহানগৰ বুলিলে কি বুজা?

১৫)মানৱীয় বসতিৰ অধ্যয়ন কিয় মানৱ ভূগোলৰ বুনিয়াদ ।

১৬) গ্ৰাম্য বসতিৰ প্ৰধান বৈশিষ্ট্যবোৰ চমুকৈ আলোচনা কৰা ।

১৭)নগৰীয়া বসতিত সামাজিক-সাংস্কৃতিক সমস্যাসমূহ কি কি?

১৮) নগৰীয়া বসতি নিৰ্ধাৰণত অৱস্থানে কিদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আলোচনা কৰা ।


C. Essay Type Questions .


১) উন্নয়নশীল দেশৰ পৌৰ বসতি বা গ্ৰাম্য বসতিৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা ।

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

২) নগৰীয়া বসতি শ্ৰেণীবিভাজনৰ ভিত্তিসমূহ কি কি? আলোচনা কৰা ।

৩) আকাৰৰ ভিত্তিত নগৰবোৰৰ শ্ৰেণীকৰণ কৰা ।

৪)উন্নয়নীল দেশসমূহত নগৰীয়া বসতিৰ সমস্যাসমূহ আলোচনা কৰা ।

৫) গ্ৰাম্য বসতিৰ আৰ্হিটো আলোচনা কৰা ।

৬) প্ৰশাসনিক নগৰসমূহৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা ।

৭) গ্ৰাম্য বসতিৰ শ্ৰেণীসমূহ লিখা আৰু আলোচনা কৰা ।

৮) গ্ৰাম্য ৰু নগৰীয়া বসতি কি? সিহঁতৰ বৈশিষ্ট্য উল্লেখ কৰা ।

৯) নগৰীয়া কেন্দ্ৰসমূহৰ প্ৰধান কাৰ্যাৱলী আলোচনা কৰা ।

১০) নগৰীয়া বসতিৰ ভাগসমূহ আলোচনা কৰা ।

১১) উন্নয়নশীল দেশসমূহত জন বসতিৰ সমস্যাসমূহ আলোচনা কৰা ।

১২) ভাৰতৰ নগৰীকৰণৰ বিষয়ে এটা চমু টোকা লিখা ।


C. Essay Type Questions .


 ১) ভাৰতত নগৰ ক্ৰমবিকাশৰ বিষয়ে লিখা ।

 ২) াৰতৰ বিকাশৰ প্ৰতিকিৰিয়াত গঢ়ি উঠা বিভিন্ন নগৰসমূহৰ বৈশিষ্ট্যবোৰ লিখা ।

 ৩) জনসংখ্যাৰ আয়তনৰ ওপৰত লক্ষ্য ৰাখি কৰা নগৰৰ শ্ৰেণীবিভাজনৰ বিষয়ে আলোচনা কৰা ।

 ৪) গ্ৰাম্য বসতিৰ বিভিন্ন বিষয়ে আলোচনা কৰা ।

 ৫) কাৰ্যকলাপৰ ভিত্তিত নগৰসমূহৰ বাখ্যা আগবঢ়োৱা ।

 ৬) বিভিন্ন প্ৰাকৃতিক পৰিৱেশত গঢ় লোৱা বিভিন্ন বসতিৰ অন্তৰালত থকা কাৰকসমূহ কি কি?

 ৭) কাম অনুসৰি বিভক্ত কৰা নগৰৰ শ্ৰেণী বিভাজনৰ বিষয়ে আলোচনা কৰা ।