ভূসম্পদ আৰু কৃষি

A. Very Short Type Questions .


১) উত্তৰ-পূৱ ভাৰতৰ পাহাৰীয়া অঞ্চলত তলত দিয়া কোনটো কৃষি পদ্ধতি অনুসৰণ কৰা হয়?

             ১) মিশ্ৰ কৃষি ।
  
             ২) সমবায় কৃষি ।

             ৩) বাণিজ্যিক কৃষি ।

             ৪) স্থানান্তৰীত কৃষি ।

( এই প্ৰশ্নটো 2014 আৰু 2017 চনত আহিছিল )

২) 'শ্বেত বিপ্লৱ' বুলিলে কি বুজা?

( এই প্ৰশ্নটো 2014 চনত আহিছিল )

৩) মৰাপাতৰ ব্যৱহাৰ কি?ভ

৪) শ্বেত বিপ্লৱ বুলিলে কি বুজা?ৎ 

৫) ভূমিৰ প্ৰধান ব্যৱহাৰবোৰ কি কি?

৬) ভাৰতৰ মূঠ শস্য কৰা কিমান অঞ্চল কিমান অঞ্চল শস্যই আগুৰি আছে?
৭) আন্তঃকৰ্ষণ কি?

৮) ভাৰতৰ মুঠ কৃষিক্ষেত্ৰৰ কিমান অংশ ঘেঁহুৱে আগুৰি আছে?

৯) শুষ্ক এলেকাত কৃষিৰ উৎপাদনশীলতা কম হয় কি?

১০) শস্য উৎপাদনত ভাৰতৰ স্থান কিমান?

১১) ভাৰতৰ ভিতৰত কোনখন ৰাজ্য চাহ উৎপাদনত প্ৰথম?

১২) গহন পোষন কৃষি বুলিলে কি বুজা?

১৩) ভাৰতৰ কোন অঞ্চলত কুঁহিয়াৰ সৰ্বাধিক কৰা হয়?

১৪) ধানৰ বাবে কেনেধৰণৰ জলবায়ু ভাল?

১৫) অনুৰ্বৰ আৰু খেতি কৰিব পৰা ভূমিৰ পামখেতিৰ পাৰ্থক্য দেখুওৱা?

B. Short Type Questions .

১) মিশ্ৰ কৃষিৰ প্ৰধান লক্ষণসমূহ আলোচনা কৰা?

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

২) উমৈহতীয় সম্পদসমূহ কি কি?

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

৩) জীৱনধাৰণৰ বাবে কৰা কৃষি বুলিলে কি বুজা?

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

৪) ভাৰতৰ গম কৃষিৰ বিষয়ে এটি টোকা লিখা ।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

৫)ভাৰতৰ কফি খেতি সম্বন্ধে এটি আভাস দাঙই ধৰা ।

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

৬) শ্বেত বিপ্লৱৰ দুটা মুখ্য প্ৰকৃতি উল্লেখ কৰা ।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

৭)শুষ্ক এলেকাত কৃষিৰ উৎপাদনশীলতা কম হয় কিয়?

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

৮) উত্তৰ-পূৱ ভৰতৰ ভূমিৰ ব্যৱহাৰৰ প্ৰধান শ্ৰেণীসমূহৰ এটা টোকা লিখা ।

( এই প্ৰশ্নটো 2015 চত আহিছিল )  

৯) কৃষি পদ্ধতিৰ বিভিন্ন প্ৰকাৰসমূহ কি কি?

১০) খাৰিফ আৰু ৰবি খেতিৰ পাৰ্থক্য় সূচক এঅটা টোকা লিখা ।

১১) তৈলবীজৰ বাবে কেনেধৰণৰ জলবায়ু ভাল?

১২) কৃষি নিৰ্ভৰ জনসাধাৰণৰ বাবে ভূমিসম্পদ কিয় গুৰুত্বপূৰ্ণ কাৰক?

১৩) ভাৰতৰ কফি খেতিৰ এটা লেখ দিয়া ।

১৪) তলৰ শস্য কেইবিধৰ বাবে প্ৰয়োজনীয় জলবায়ুৰ নাম লিখা- ঘেঁহু, বজ্ৰা, কপাহ, ধান, মাকৈ, মৰাপাট ।

১৫) শুকান আৰু সিক্ত কৃষি পদ্ধতিৰ মাজত পাৰ্থক্য কি?

১৬) মুঠ বীজ সিঁচা অঞ্চল আৰু খুব খেতি কৰা অঞ্চলৰ মাজৰ পাৰ্থক্য কি?

১৭) মৰাপাট খেতিিৰ বাবে ভৌগোলিক প্ৰয়োজনীয়তা সমূহৰ বিষয়ে চমুকৈ লিখা আৰু ভাৰতৰ প্ৰধান মৰাপাট উৎপাদনকাৰী অঞ্চলবোৰৰ নাম লিখা ।

১৮) সেউজ বিপ্লৱ কি?

১৯) ভাৰতৰ শস্যৰ খেতি কৰা ঋতুকেইটাৰ বিষয়ে লিখা ।

২০) ধান উৎপাদনত আগবঢ়া ভাৰতৰ ৰাজ্যকেইখন কি কি?

২১) ভাৰতৰ মাকৈ খেতিৰ এটি লেখ দিয়া ।

২২) চাহ খেতিৰ বাবে ভৌগোলিক প্ৰয়োজনীয়াতসমূহ কি কি আৰু ভাৰতৰ প্ৰধান চাহ উৎপাদনকাৰী অঞ্চলবোৰ কি কি?

২৩) ভূ-সম্পদ জনসাধাৰণৰ জীৱন নিৰ্বাহৰ বাবে কিদৰে অতি গুৰুত্বপূৰ্ণ হয়? এটা টোকা লিখা ।

২৪) ভাৰতৰ কোনকেইখন ৰাজ্য চাহ উৎপাদনত আগবঢ়া?

২৫) ভাৰতৰ কপাহ খেতিৰ এটা লেখ দিয়া ।

২৬) তুমি কেনেকৈ মুঠ কৃষিযোগ্য মাটিৰ হিচাব উলিয়াবা?

২৭) ভূমি ৰাজহ অভিলেখত উল্লেখ কৰাৰ দৰে প্ৰধান ভূমিৰ বৰ্গবোৰ বিষয়ে চমুকৈ আলোচনা কৰা । 

২৮) ভাৰতৰ নিচিনা দেশত শস্য উৎপাদন বৃদ্ধি কৰিবৰ বাবে কিয় কৌশলগত পদ্ধতিৰ প্ৰয়োজন আছে?

 C. Essay Type Questions.

১) ভাৰতৰ বিভিন্ন খাদ্যশস্যৰ বিষয়ে লিখা ।

২) ভাৰতৰ প্ৰধান তৈলবীজৰ খেতিৰ বিষয়ে বাখ্যা আগবঢ়োৱা ।

৩) ভাৰতৰ ধান খেতিৰ বিষয়ে এটা লেখ দিয়া ।

৪) ভাৰতত ভূমি ব্যৱহাৰ পৰিৱৰ্তনৰ ধাৰাটোৰ বিষয়ে এটা বৰ্ণনা দিয়া ।

৫) ভাৰতত মাহজাতীয় শস্যৰ খেতিৰ বিষয়ে এটা লেখ দিয়া ।

৬) ভাৰতীয় কৃষিৰ সমস্যা কি? আলোচনা কৰা ।

৭) কুঁহিয়াৰ খেতিৰ বাবে লাগতীয়াল ভৌগোলিক প্ৰয়োজনীয়তাসমূহৰ বিষয়ে আলোচনা কৰা ।

৮) ভাৰতৰ ভূমিসম্পদৰ প্ৰাকৃতিক সমস্যাসমূহ কি কি?

৯) ভাৰতত ঘেঁহুৰ ভৌগোলিক অৱস্থাৰ প্ৰয়োজনীয়তা আৰু উৎপাদনৰ বিষয়ে  আলোচনা কৰা ।

১০) স্বৰাজোত্তৰ ভাৰতৰ কৃষি উন্নয়নৰ বাবে গ্ৰহণ কৰা কৌশলসমূহ কি কি আলোচনা কৰা ।

১১) ভাৰতত কুঁহিয়াৰ ভৌগোলিক অৱস্থাৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ উৎপাদননৰ আৰ্হিটো বাখ্যা কৰা ।