অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ 


পৰীক্ষাৰ প্ৰশ্নসমূহঃ


A. অতি চমু প্ৰশ্নাৱলীঃ


১) কোন চনত অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল?
(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ

B. চমু প্ৰশ্নাৱলীঃ


১) ১৮৫৭ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা ।
(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ

২) ১৮৫৭ চনৰ বিদ্ৰোহৰ বাবে অসমত হোৱা প্ৰভাৱসমূহ উল্লেখ কৰা ।
(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ

৩) ইয়াণ্ডাবু সন্ধিৰ পিছত অসমত কিয় বৃটিছ বিৰোধী বিদ্ৰোহ সংঘটিত হৈছিল?
(এই প্ৰশ্নটো 2010 চনত আহিছিল)

উত্তৰঃ

৪) ভাৰতৰ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণসমূহ আৰু অসমত ইয়াৰ প্ৰভাৱ চমুকৈ আলোচনা কৰা ।
(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

৫) অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ কিয় বিফল হৈছিল?
(এই প্ৰশ্নটো 2014 চনত আহিছিল)

উত্তৰঃ


৬) ব্ৰিটিছৰ বিৰুদ্ধে কৰা জয়ন্তীয়া বিদ্ৰোহৰ বিশেষত্ব সম্পৰ্কে লিখা ।
(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ


৭) ১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়া সলকে কৰা বিদ্ৰোহৰ বিষয়ে এটি চমু টোকা লিখা ।
(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ


৮) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰা ।
(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ


৯) ইতিহাসত ফুলগুৰি ধাৱাৰ বিষয়ে এটি চমু টোকা লিখা ।
(এই প্ৰশ্নটো 2017 আৰু 2019 চনত আহিছিল)

উত্তৰঃ


১০) ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ এটি চমু বিৱৰণ দিয়া ।
(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


১১) 'পথৰুঘাটৰ' কৃষক বিদ্ৰোহ'ৰ ওপৰত এটা টোকা লিখা ।
(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ


১২) অসমত ফুলগুৰিৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? এই বিদ্ৰোহৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা ।
(এই প্ৰশ্নটো 2011 চনত আহিছিল)

উত্তৰঃ




C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ


১) অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণবোৰ আলোচনা কৰা ।
(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ


২) বৃটিছৰ শাসনকালত অসমত কৃষক আৰু কুটিৰশিল্পৰ লগত জড়িত লোকসকলৰ দুৰৱস্থাৰ কাৰণ সমূহ লিখা ।
(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


৩) আহোম ৰাজ্য পতনৰ পিছত ব্ৰিটিছসকলে অসমত কেনেদৰে প্ৰশাসনিক সংস্কাৰ প্ৱৰ্তন কৰিছিল আলোচনা কৰা ।
(এই প্ৰশ্নটো 2012 চনত আহিছিল)

উত্তৰঃ


৪) ব্ৰিটিছৰ শাসনকালত অসমৰ জিলা প্ৰশাসনত সংস্কাৰ সাধনৰ বাবে ৰবাৰ্টচন আৰু ফ্ৰে জেনকিন্স কেনে ব্যৱস্থা লৈছিল চমুকৈ লিখা ।
(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ


৫) অসমত ১৮৫৭-৫৮ চনত কিয় বিদ্ৰোহ সংঘটিত হৈছিল?
(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ


অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলীঃ


A. অতি চমু প্ৰশ্নাৱলীঃ


১) উত্তৰ কাছাৰৰ বিদ্ৰোহৰ কেন্দ্ৰস্থল কি আছিল?

উত্তৰঃ


২) ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ


৩) মণিৰাম দেৱানক ফাঁচীৰ হুকুম কোনে জাৰি কৰিছিল?
উত্তৰঃ


৪) পথৰুঘাটৰ বিদ্ৰহোৰ বিচাৰ কোনে কৰিছিল?
উত্তৰঃ


৫) কোন চনত মফট মিলছ অসমলৈ আহিছিল?
উত্তৰঃ


৬) মণিৰাম দেৱানৰ প্ৰকৃত নাম কি আছিল?
উত্তৰঃ


৭) অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা ।
উত্তৰঃ


৮) ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ আৰম্ভণি কেতিয়া হৈছিল?
উত্তৰঃ


৯) মণিৰাম দেৱাক আৰু পিয়লি বৰুৱাক কেতিয়া আৰু ক'ত ফাঁচী দিয়া হৈছিল?
উত্তৰঃ


১০) লেফটেনেন্ট ছিংগাৰ কোন আছিল?
উত্তৰঃ


১১) ১৮৩৫ চনত জয়ন্তীয়া ৰাজ্য কাৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায়?
উত্তৰঃ


১২) পথৰুঘাটৰ ৰাইজমেল কেতিয়য়া অনুষ্ঠিত হৈছিল?
উত্তৰঃ


১৩) ইংৰাজে অসমত দাস প্ৰথাৰ বিলুপ্তি কেতিয়া ঘটাইছিল?
উত্তৰঃ


১৪) টিকেন্দ্ৰজিতক কোনে মৃত্যুদণি্দৰে দণ্ডিত কৰিছিল?
উত্তৰঃ


১৫) মণিৰাম দেৱানক ইংৰাজে কি পদত নিষুক্তি কৰিছিল?
উত্তৰঃ


১৬) ফুলগুৰি ধাৱাৰ সময়ত নগাওংৰ উপায়ুক্ত কোন আছিল?
উত্তৰঃ


১৭) ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকুঁৱৰক পুনৰাই আহোম সিংহাখনত বহুৱাব খুজিছিল?
উত্তৰঃ


১৮) কন্দপেৰ্শ্বৰ সিংহৰ পিতৃ কোন আছিল?
উত্তৰঃ


১৯) ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ


২০) কন্দপেৰ্শ্বৰ সিংহক গ্ৰেপ্তাৰ কৰি ক'ৰ জেলত ৰখা হৈছিল?
উত্তৰঃ


২১) নগাসকলে কোন ব্ৰিটিছ বিষয়াক ১৮৭৮ চনত হত্যা কৰিছিল?
উত্তৰঃ


২২) পথৰুঘাটৰ ৰাইজমেলৰ সময়ত তাৰ জিলাধিপতি কোন আছিল?
উত্তৰঃ


২৩) লচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ


২৪) কেঞাসলক কোন আছিল?
উত্তৰঃ


২৫) মণিৰাম দেৱানে কোন আহোম কোঁৱৰক সিংহাখনত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল?
উত্তৰঃ


২৬) ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ সময়ত ৰঙিয়াৰ তহছিলাৰ কোন আছিল?
উত্তৰঃ


২৭) লচিমা ক'ত অৱস্থিত?
উত্তৰঃ


২৮) মণিপুৰত ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰাত মুখ্য নায়কজন কোন আছিল?
উত্তৰঃ


২৯) জে ডব্লিও কুইন্টনক কোনে হত্যা কৰিছিল?
উত্তৰঃ


৩০) অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ কোনটো?
উত্তৰঃ


৩১) পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল?
উত্তৰঃ


৩২) কাৰ নেতৃত্বত জয়ন্তীয়াসকলে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল?
উত্তৰঃ


৩৩) ফুলগুৰি ধাৱা কেতিয়া হৈছিল?
উত্তৰঃ


৩৪) পথৰুঘাটৰ বিদ্ৰোহৰ কাহিনী 'দলি পূৰাণ'নামে কোনে ৰচনা কৰিছিল?
উত্তৰঃ


৩৫) কোন ব্ৰিটিছ বিষয়াই অংগামী নগাসকল বিদ্ৰোহ দমন কৰিছিল?
উত্তৰঃ


৩৬) ১৮৫৩ চনত কলিকতা উচ্চ ন্যায়়লয়ৰ মূখ্য ন্যায়ধীশ কোন আছিল?
উত্তৰঃ


৩৭) ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা।
উত্তৰঃ


৩৮) ফুলগুৰি ধাৱাত কোনে ছিংগাৰ চাহাবক কোবাই মাটিত বগৰাই দিছিল?
উত্তৰঃ


৩৯) অসমত ১৮৫৭ চনত বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ


৪০) বাহাদুৰ গাওঁবুঢ়া আৰু শ্বেখ ফমুৰ্দ আলীক কি শাস্তি দিয়া হৈছিল?
উত্তৰঃ


৪১) মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচি কাঠত ওলমিব লগা হৈছিল?
উত্তৰঃ


৪২) জয়ন্তীয়া সকলে কেতিয়া জোৱাইত থকা ব্ৰিটিছ ছাউনীত আক্ৰমণ কৰিছিল?
উত্তৰঃ


৪২) ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ সময়ত তাৰ উপায়ুক্ত কোন আছিল?
উত্তৰঃ


৪৩) কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তক কৰা হৈছিল?
উত্তৰঃ


৪৪) মণিৰাম দেৱানে কোন বাঙালী মুক্তিয়াৰৰ লগলাগি অসমৰপৰা ইংৰাজক খেদোৱাৰ ৰচনা কৰিছিল?
উত্তৰঃ




৪৫) ব্ৰিটি শাাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল?
উত্তৰঃ


৪৬) ফুলগুৰি বিদ্ৰোহৰ সময়ত অসমৰ কমিছনাৰ কোন আছিল?
উত্তৰঃ


৪৭) উত্তৰ-কাছাৰত কাৰ তেতৃত্বৰ ইংৰাজৰ বিৰুদ্ধে আন্দোলন হৈছিল?
উত্তৰঃ


B. চমু প্ৰশ্নাৱলীঃ


১) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ দুটা গুৰুত্ব লিখা ।

উত্তৰঃ


২) মণিৰাম দেৱানত বিদ্ৰোহত সহায় কৰা কেইজনমান ব্যক্তিৰ নাম লিখা ।
উত্তৰঃ


৩) মণিৰাম দেৱানৰ বিদ্ৰোহৰ ব্যৰ্থতাত এটা কাৰণ উল্লেখ কৰা ।
উত্তৰঃ


C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ


১) মণিৰাম দেৱানৰ বিদ্ৰোহৰ যো-জাৰ সম্পৰ্কে লিখা ।

উত্তৰঃ


২) ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা ।
উত্তৰঃ


৩) ১৮৯১ চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা ।
উত্তৰঃ


৪) ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা ।
উত্তৰঃ


৫) অসমত ১৮৫৭ চনৰৰ বিদ্ৰোহৰ কাৰণসমূহ চমুকৈ বাখ্যা কৰা ।
উত্তৰঃ


৬) ফুলগুৰিত ধাৱা বা বিদ্ৰোহৰ কাৰণ আৰু ফলাফলৰ বৰ্ণনা কৰা ।
উত্তৰঃ


৭) চমুটোকা লিখাঃ-
১) ৰঙিয়াৰ কৃষক বিদ্ৰোহ ২) পথৰুঘাটৰ ৰণ ৩) টিকেন্দ্ৰজিত সিং ৪) মণিৰাম দেৱান ৫) লচিমাৰ কৃষক বিদ্ৰোহ ৬) অংগামী নগা বিদ্ৰোহ ৭) পথৰুঘাটৰ ৰাইজ মেল ৮) অসমত ইংৰাীজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা ৯) অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব ১০) মণিপুৰৰ বিদ্ৰোহ ১১) ফুলগুৰি ধাৱা ১২) জয়ন্তীয়া বিদ্ৰোহ ১৩) টিকেন্দ্ৰজিৎ ১৪)উত্তৰ কাছাৰৰ বিদ্ৰোহ ।

উত্তৰঃ

৮) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা ।
উত্তৰঃ

৯) মণিৰাম দেৱানে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ কাৰণসমূহ বুজাই লিখা ।
উত্তৰঃ

১০) নামনি অসমৰ কৃষক বিদ্ৰোহ দুটাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা ।
উত্তৰঃ

১১) ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা ।
উত্তৰঃ

১২) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে লিখা ।
উত্তৰঃ

১৩) অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণইৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা ।
উত্তৰঃ

১৪) ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰা ।
উত্তৰঃ

১৫) ব্ৰিটিছৰ বিৰুদ্ধে হোৱা জনজাতীয় বিদ্ৰোহ সমূহৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ

১৬) অসমত ব্ৰিটিছে আৰোপ কৰা কৰ-কাটলৰ প্ৰভাৱ কেনে আছিল লিখা ।
উত্তৰঃ

১৭) কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা ।
উত্তৰঃ

১৮) ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ লিখা ।
উত্তৰঃ


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------