ৎপাদনশীল উদ্যোগ 

 


A. Short Type Questions.


১) ভাৰতৰ দুটা মুখ্য তৈলক্ষেত্ৰৰ নাম লিখা ।

( এই প্ৰশ্নটো 2014 চনত আহিছিল )

২) ভাৰতবৰ্ষৰ দুটা উদ্যোগিক অঞ্চলৰ নাম লিখা ।

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

৩) চুটনাগপুৰ উদ্যোগিক অঞ্চলৰ বিষয়ে  এটি টোকা লিখা ।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

৪) পদস্থলন উদ্যোগ সম্বন্ধে এটা বাখ্যা দাঙি ধৰা ।
( এই প্ৰশ্নটো 2013 চনত আহিছিল )

৫) অ-নৱীকৰণ সম্পদৰ দুটা উদাহৰণ দিয়া ।

( এই প্ৰশ্নটো 2014 চনত আহিছিল )

৬) উদ্যোগৰ ক্ষেত্ৰত বজাৰৰ ভূমিকা কেনেকুৱা?

৭) পেট্ৰ'কমিকেল উদ্যোগৰ ভাগকেইটা কি কি?

৮) দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাত স্থাপন কৰা সংযুক্ত লো-তীখা উদ্যোগকেইটা কি কি আছিল?

৯) উৎপাদনৰ উপৰত নিৰ্ভৰ কৰি উদ্যোগৰ ভাগকেইটা কি কি?

১০) উদ্যোগত কেঁচামালৰ ভূমিকা কি?

১১) ঔদ্যোগিককৰণৰ বাবে ছোটনাগপুৰ অঞ্চলৰ সুবিধাবোৰ কি কি?

১২) গোলকীকৰণৰ প্ৰধান বৈশিষ্ট্যবোৰ লিখা ।

১৩) উদ্যোগৰ উদাৰীকৰণৰ প্ৰধান বৈশিষট্যবোৰ লিখা ।

১৪) গোলকীকৰণৰ সংজ্ঞা দিয়া ।

১৫) পেট্ৰ'কমিকেল উদ্যোগৰ কেঁচামাল কি? এই উদ্যোগৰ কেইটামান উৎপাদনৰ নাম লিখা ।

১৬) গুৰগাওঁ-দিল্লী-মিৰাট মণ্ডলৰ বিষয়ে এটা টোকা লিখা ।

১৭) তলৰ ঔদ্যোগিক অঞ্চলসমূহৰ উৎপাদনোবৰ কি কি?

ক) বাংগালুৰু-চেন্নাই অঞ্চল খ) মুম্বাই-পুনে ঔদ্যোগিক অঞ্চল গ) ছোটনাগপুৰ অঞ্চল ঘ) হুগলী ঔদ্যোগিক অঞ্চল ঙ) গুজৰাট ঔদ্যোগিক অঞ্চল ।

১৮) ভাৰতৰ কপাহী বস্ত্ৰ উদ্যোগৰ ভাগ দুটা কি কি?

১৯) উদ্যোগৰ অৱস্থাৰ নিৰ্ওণয় কৰা কৰাকসমূহ কি কি?

২০) মালিকানাৰ ওপৰত নিৰ্ভৰ কৰি উদ্যোগৰ ভাগকেইটা লিখা ।

২১) উদ্যোগত শ্ৰমিকৰ ভূমিকা কেনেকুৱা? 

২২) উৎপাদিত সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি উদ্যোগৰ ভাগবোৰ কি কি?

২৩) উদাৰীকৰণৰ প্ৰধান বৈশিষ্ট্যবোৰ কি কি?

২৪) ছোটনাগপুৰ ঔদ্যোগিক মণঅডলৰ বিষয়ে এটা টোকা লিখা ।

২৫) চিছেটিক সূতাৰ ব্যৱহাৰসমূহ কি কি?

২৬) দুটা ঘৰুৱা বস্ত্ৰ উদ্যোগৰ নাম লিখা । সেইবোৰৰ পাৰ্থক্য লিখা ।

২৭) মুম্বাই-পুনে অঞ্চলৰ গুৰুত্বপূৰ্ণ ঔদ্যোগিক কেন্দ্ৰসমূহ কি কি?

২৮) তামিলনাডুৰ বস্ত্ৰ উদ্যোগৰ কেন্দ্ৰসমূহ কি কি?

২৯) কেঁচামালৰ ওপৰত নিৰ্ভৰ কৰি উদ্যোগৰ ভাগকেইটা কি কি?

৩০) উদ্যোগত পৰিবহনৰ ভূমিকা কেনেকুৱা?

৩১) ভাৰতৰ নতুন ঔদ্যোগিক নীতিৰ প্ৰধান লক্ষ্যসমূহ কি কি?

৩২) বৈদেশীৰ সহযোগিতাৰ প্ৰধান বৈশিষ্ট্যবোৰ লিখা ।

৩৩) গুৰগাওঁ-দিল্লী-মীৰাট ঔদ্যোগিক অঞ্চলৰ প্ৰধান ঔদ্যোগিক কেন্দ্ৰ আৰু  উৎপাদনবোৰ কি কি?

৩৪) উদ্যোগত শক্তিৰ ভূমিকা কেনেকুৱা?

৩৫) উত্তৰ প্ৰদেশৰ চেনী উদ্যোগৰ কেন্দ্ৰসমূহ কি কি?

৩৬) উদ্যোগসমূহৰ পুঞ্জীভূতকৰণৰ বাবে ব্যবহৃত প্ৰধান উপাদানবোৰ কি কি?

৩৭) হুগলী ঔদ্যোগিক অঞ্চলৰ গুৰুত্বপূৰ্ণ ঔদ্যোগিক কেন্দ্ৰসমূহ কি কি?

৩৮) লো-তীখা উদ্যোগৰ কেঁচামালবোৰ কি?

৩৯) চেনী উদ্যোগক কিয় ঋতুকালীন উদ্যোগ বুলি কোৱা হয়?

৪০) উদ্যোগবৰক পুঞ্জীভূত কৰাৰ বাবে ব্যৱহাৰ কৰা প্ৰধান উপাদানবোৰ কি কি?

৪১) ভাৰতৰ তথ্য-প্ৰযুক্তি বিপ্লৱৰ প্ৰভাৱ কেনেকুৱা?

৪২) কপাহী বস্ত্ৰ উদ্যোগ স্থাপনত প্ৰভাৱ পেলোৱা কাৰকসমূহ কি কি?

৪৩) গুজৰাট ঔদ্যোগিক মণঅডলৰ এটা লেখ দিয়া ।

৪৪) ভাৰতত পেট্ৰ'ৰাসায়নিক উদ্যোগসমূহে সন্মুখীন হোৱা বিভিন্ন সমস্যাবোৰ লিখা ।

B. Essay Type Questions.

১) পেট্ৰ'ৰাসায়নিক উদ্যোগৰ দ্বাৰা উৎপাদিত দুটা দ্ৰব্যৰ নাম লিখা ।

( এই প্ৰশ্নটো 2014 চনত আহিছিল )

২) কেঁচা সামগ্ৰীৰ এওপৰত ভিত্তি কৰি উদ্যোগসমূহক বিভক্ত কৰা ।

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

৩) উদ্যোগৰ বিভিন্ন ভাগসমূহ কি কি?

৪) ভাৰতত কপাহী বস্ত্ৰ উদ্যোগৰ বিষয়ে এটা ভৌগোলিক লেখ দিয়া ।

৫) ভাৰতৰ ঔদ্যওগিক মণ্ডলসমূহৰ এটা লেখ দিয়া ।

৬) ভাৰতৰ চেনী উদ্যোগৰ বিষয়ে এটা লেখ দিয়া ।

৭) ভাৰতৰ কপাহী বস্ত্ৰ উদ্যোগহৰ বিষয়ে লিখা ।

৮) ভাৰতৰ লো আৰু তীখা উদ্যোগৰ বিষয়ে এটা ভৌগোলিক লেখ দিয়া ।

৯) মুম্বাই-পুনে ঔদ্যোগিক মণ্ডলৰ প্ৰধান বৈশিষ্ট্যসমূহ বাখ্যা কৰা ।

১০) স্বদেশী আন্দোলনে কেনেকৈ বস্ত্ৰ কপাহী বস্ত্ৰ উদ্যোগত প্ৰভাৱ পেলাইছিল?

১১) ভাৰতৰ ঔদ্যোগিক অঞ্চলসমূহৰ এটা বৰ্ণনা দিয়া ।

১২) ভাৰতৰ কপাহী বস্ত্ৰ উদ্যোগৰ বিষয়ে এটা ভৌগোলিক লেখ দিয়া ।

১৩) উদ্যোগৰ অৱস্থান নিৰ্ণয় কৰা কাৰকসমূহ আলোচনা কৰা ।

১৪) ভাৰতীয় অৰ্থনীতিত জ্ঞনভিত্তিক উদ্যোগসমূহৰ প্ৰভাৱ আৰু GDP লৈ ইয়াৰ বৰঙণিৰ বিষয়ে বাখ্যা কৰা ।

১৫) ভিত্তিবোৰৰ কথা বিবেচনা কৰি তুমি উদ্যোগসমূহৰ শ্ৰেণীবিভাজন কৰা ।

১৬) উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ মানে কি বুজা? এইবোৰে ভাৰতৰ ঔদ্যোগিক উন্নয়নত কেনেদৰে সহায় কৰিছে?

১৭) গোলকীকৰণ নীতিৰ তিনিটা দিশৰ বিষয়ে বাখ্যা কৰা ।


C. Very Short TYpe Questions.


১) গুজৰাট ঔদ্যোগিক অঞ্চলৰ বিস্তৃতি লিখা ।

২) মূলধনী সামগ্ৰীৰ উদ্যোগ কি?

৩) বিশ্বৰ চেনী উৎপাদনত ভাৰতৰ বৰঙণি কি?

৪) HSCO ৰ সম্পূৰ্ণ নাম কি?

৫) DVC ৰ সম্পূৰ্ণ নাম কি?

৬) আমাৰ বাবে উদ্যোগৰ তাৎপৰ্য কি?

৭) মুম্বাই-পুনে ঔদ্যোগিক অঞ্চলৰ বিস্তৃতি কিমান?

৮) কেতিয়া ক'ত ৰুৰকেল্লা তীখা উদ্যোগ স্থাপন কৰা হৈছিল?

৯) সমবায় উদ্যোগ বুলিলে কি বুজা?

১০) হুগলী ঔদ্যোগিক অঞ্চলৰ বিস্তৃতি কিমান?

১১) TISCO ৰ সম্পূৰ্ণ নাম কি?

১২) দুৰ্গাপুৰ তীখা উদ্যোগ ক'ত অৱস্থিত?

১৩) লো আৰু তীখা উদ্যোগক কিয় এখন দেশৰ ঔদ্যোগকি বিকাশ মূল বুলি কোৱা হয়?
১৪) নতুন ঔদ্যোগিক নীতিৰ প্ৰধান  দিশ কেইটা কি কি?

১৫) VISL ৰ সম্পূৰ্ণ নাম কি?

১৬) ছোটনাগপুৰ ঔদ্যোগিক অঞ্চলৰ বিস্তৃতি লিখা ।

১৭) বস্ত্ৰ উদ্যোগৰ কেঁচামাল কি?