ভাৰতীয় প্ৰেক্ষাপটত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন


A. Very Short Type Questions.

১) পৰিকল্পনা কি?

২) 'দ্য পপুলেচন ব'ম্ব' কোনে লিখিছিল?

৩) বহনক্ষণ উন্নয়নৰ সংজ্ঞা দিয়া ।

৪) পৰিকল্পনাই কি কি সাঙুৰি লয়?

৫) কেতিয়া খৰাংপৰীড়িত অঞ্চল আঁচনিখন গ্ৰহণ কৰা হৈছিল?

৬) ইন্দিৰা গান্ধীৰ নলাৰ পূৰ্বৰ নাম কি আছিল?

৭) কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত পাৰ্বত্য অঞ্চল উন্নয়ন কাৰ্যসুচী গ্ৰহণ কৰা হৈছিল?

৮) ভাৰমূৰ গাৱঁৰ বাসিন্দাসকলক কি বুলি জনা যায়?

৯) খৰাং প্ৰৱণ এলেকা কি?

১০) পৰিকল্পনা আয়োগে ( ১৯৬৭ ) কেইখন খৰাংপীড়িত জিলা হিচাপে চিনাক্ত কৰিছিল?

১১) পৰিকল্পনাৰ প্ৰক্ৰিয়া আগবঢ়া স্তৰসমূহ কি কি?

১২) ভাৰমূৰ গাৱঁৰ জীৱিকা কি?

১৩) নিৰ্দেশাত্মক এলেকা উন্নয়ন কাৰ্যসুচী কি?

১৪) ITDP সম্পূৰ্ণ ননাম কি?

১৫) ইন্দিৰা গান্ধী কেনেল প্ৰকল্পৰ মুঠ পৰিকল্পিত দৈৰ্ঘ্য কিমান আছিল?

১৬)  পৰম্পৰাগত পৰিকল্পনা পদ্ধতিৰ পৰা শেহতীয়া সময়ৰ পৰিকল্পনা কিদৰে পৃথক?

১৭) ইন্দিৰা গান্ধী কেনেল প্ৰকল্পটো কেতিয়া মুকলি কৰা হৈছিল?


B. Short Type Questions.


১) ভাৰমূৰ গাঁৱৰ জলবায়ু কেনেধৰণৰ?

২) পৰিকল্পনাৰ দুটা  প্ৰচেষ্টা বাখ্যা কৰা ।

৩) উন্নয়নৰ অৰ্থ বাখ্যা কৰা ।

৪) বহলভিত্তিত পৰিকল্পনা কি?

৫) পাৰ্বত্য অঞ্চল উন্নয়ন কাৰ্যসুচীৰ অন্তৰ্গত অঞ্চলবোৰ কি কি?

৬) ভাৰ্মোৰ মণ্ডলৰ বস্ত্তগত পৰিপাৰ্শ্বিকতাৰ বিষয়ে লিখা ।

৭) অঞ্চলভিত্তিক পৰিকল্পনা কি?

৮) পাহাৰীয়া এলেকা উন্নয়ন কাৰ্যসুচীৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

৯) পৰিকল্পনাত লক্ষ্য এলেকা আৰুল লক্ষ্য গোটৰ সূচনা কিয় কৰা হৈছে তাৰ কাৰণবোৰ দেখুওৱা?

১০) ভাৰমূৰ জনজাতীয় অঞ্চলত ITDP ৰ সামাজিক উপকাৰসমূহ কি কি?

১১) খৰাংপীড়িত অঞ্চৰকল্লপৰ জলসিঞ কাৰ্যসুচীৰ লক্ষণসমূহ কি কি?

১২)পৰিকল্পনাৰ দুটা প্ৰচেষ্টা বাখ্যা কৰা ।

১৩) বহনক্ষম উন্নয়নৰ ধাৰণাৰ সংজ্ঞা দিয়া ।

১৪) ইন্দিৰা গান্ধী নলাৰ দুটা স্তৰ বাখ্যা কৰা ।

১৫) ভাৰমূৰৰ সংযুক্ত জনজাতীয় উন্নয়ন প্ৰকল্প আঁচনিবোৰ লক্ষ্যসমূহ কি আছিল?


C. Essay Type Questions.


১) ভাৰ্মোৰ মণ্ডলত সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ এটা লেখ দিয়া ।

২) ইন্দিৰাগান্ধী কেনেল প্ৰকল্পৰ জলসিঞ্চনৰ ক্ষেত্ৰত যোগাত্মক প্ৰভাৱসমূহ কি কি?
৩) ভাৰতৰ বিভিন্ন ধৰণৰ পথৰ বিষয়ে বাখ্যা কৰা ।

৪) ইন্দিৰা গান্ধী কেনেল প্ৰকল্প অঞ্চলত বহন ক্ষমতা বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়া ।

৫) পিছপৰা শ্ৰেণী কাৰ্যসুচীৰ এটা লেখ দিয়া ।

৬) খাংপীড়িত অঞ্চলৰ আঁচনি সম্পৰ্কে চমুটোকা লিখা । কেনেকৈ এই কাৰ্যসুচীয়ে ভাৰতৰ শুকান অঞ্চলৰ খেতিৰ উন্নয়নত সহীয় কৰিছে?

৭) ভাৰতৰ পৰিকল্পনাৰ দৃষ্টিভংগী সম্পৰ্কে আলোকপাত কৰা ।