জনসংখ্যাঃ বিতৰণ, ঘনত্ব, বৃদ্ধি আৰু গঠন


1. Very Short Type Question .


১) ভাৰতবৰ্ষত প্ৰকৃততে সম্পূৰ্ণ লোক গণনা কোন চনত আৰম্ভ হয়?

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

২) ভাৰতৰ অতি ঠাণ্ডা অঞ্চল দুটাৰ নাম লিখা ।

৩) 30 খনতকৈ অধিক জিলা থকা ভাৰতৰ দুখন ৰাজ্যৰ নাম লিখা ।

৪) ভাৰতত কিমান গাওঁ আছে?\

৫)২০০ বৰ্গ কিলোমিটাৰতকৈ কম ভৌগোলিক এলেকাবিশিষ্ট দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম লিখা ।

৬) এছিয়াৰ কোনখন দেশৰ জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক?

৭)ভাৰতক কিয় গ্ৰাম্য ভূমি বুলি কোৱা হয়?

৮)ভাৰতৰ অতি সেমেকা জলবায়ুৰ দুখন ৰাজ্যৰ নাম লিখা ।

৯) জনসংখ্যাৰ ঘনত্ব কেনেদৰে প্ৰকাশ কৰা হয়?

১০) এক সবল অৰ্থনৈতিক শক্তি হিচাপে ভাৰতে মূৰ দাঙি উঠিব পৰা নাই কিয়?

১১)  জনসংখ্যা বৃদ্ধি মানে কি?

১২)1000 বৰ্গ কিলোমিটাতকৈও অধিক ভৌগোোলিক এলেকা বিশিষ্ট দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম লিখা ।

১৩) ভাৰতৰ কিমান মানুহ গাৱঁত বাস কৰে?


B. Short Type Question.

১) ভাৰতৰ অতি ঠাণ্ডা অঞ্চল দুটাৰ  নাম লিখা ।

( এই প্ৰশ্নটো 2017 চনত আহিছিল )

২) ভূ-আকৃতিগত আৰু কৃষিগত ঘনত্ব মানে কি?

৩) কোন কেইখন ৰাজ্যত আমি মুছলমান মানুহ পাওঁ?

৪) ৰাজ্য ভিত্তিত শ্ৰমিকৰ জনসংখ্যাৰ এটা লেখ দিয়া ।

৫) পানীৰ প্ৰাচুৰ্যতাই কেনেদৰে জনসংখ্যা বিতৰণ নিয়ন্ত্ৰণ কৰে?

৬) ভাৰতৰ কৰ্মৰত জনসংখ্যাৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

৭) জনসংখ্যা বৃদ্ধি নিম্নহাৰ থকা ভাৰতৰ চাৰিখন ৰাজ্যৰ নাম লিখা ।

৮) নগৰীয়া-গ্ৰাম্য প্ৰভেদ সম্পৰ্কে এটা টোকা লিখা ।

৯) জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা দুটা আৰ্থ-সামাজিক উপাদানৰ নাম লিখা ।

১০) ভাৰতৰ জংসনখ্যা বৃদ্ধিৰ ধৰণ সম্পৰ্কে এটা টোকা লিখা ।

১১) ভাৰতৰ কিমান ভাষ আৰু দোৱান আছে?

১২) জনসংখঅযা বৃৃদ্ধিৰ দুবিধ উপাদান কি কি?

১৩) ভাৰতৰ জনসংখ্যআৰ ঘনত্বৰ ধণ সম্পৰ্কে এটা টোকা লিখা ।

১৪) খ্ৰীষ্টাম  মানুহ থকা চাৰিখন দেশ নাম লিখা ।

১৫) নগৰীয়া জনসংখ্যা বৃদ্ধিৰ হাৰৰ মূল কাৰণ কি?

১৬) ভাৰতৰ জনসংখ্যা বৃদ্ধি সম্পৰ্কে এটা টোকা লিখা ।

১৭) ভাৰতৰল কোন কেইখন ৰাজ্যত ৭০-৯০% আৰু তাতকৈ বেছি সংখ্যক হিন্দু মানুহ সিঁচৰতি হৈ থাকে?

১৮) যোা এটা শতিকাত ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ কি?'

C. Essay Type Question .

১) উন্নয়নশীল দেশসমূহৰ মানুহৰ জনবসতিৰ সমস্যাসমূহ আলোচনা কৰা ।

( এই প্ৰশ্নটোজন 2012  চনত আহিছিল )

২) পৃথিৱীৰ জনসংখ্যাৰ ঘনত্ব আৰুি বিতৰণত নিৰ্ভৰ কৰা কাৰকসমূহ আলোচনা কৰা ।

( এই প্ৰশ্নটোজন 2012  চনত আহিছিল )

৩) ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ গতিধাৰাৰ বিষয়ে বৰ্ণনা দিয়া ।

৪) ভাৰতৰ ধৰ্মীয় গাঁথনিৰ বিষয়ে লিখা ।

৫)  জনসংখ্যা বিতৰণত জলবায়ুৰ ভূমিকাৰ বিষয়ে বাখ্যা কৰা ।

৬) " কৃষিখণ্ড ভাৰতৰ কৃষকৰ বাবে সৰ্ববৃহৎ খণ্ড ।"- বাখ্যা কৰা ।

৭) ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যা সৰ্বাধিক? এই ৰাজ্যত জনসংখ্যা বেছি হোৱাৰ কাৰণ কি?

৮) লিংগ সম্পৰ্কত ভাৰত ইয়াৰ প্ৰতিবেশীবোৰতৈ উন্নত কিয়?

৯) ভাৰতৰ জনসংখ্যাৰ বৃত্তিগত গাঁথনিটোৰ এটা লেখ দিয়া ।

১০) ভাৰতীয় মানুহৰ বৃত্তিগত গঠনৰ এটা বাখ্যা আগবঢ়োৱা ।

১১) ভাৰতৰ জনসংখ্যাৰ ঘনত্বৰ বিষয়ে লিখা ।

১২) ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত কিয় আঞ্চলিক বৈষম্য দেখিবলৈ পোৱা যায়?

১৩) ভাৰতৰ ভাষিক গাঁথনিৰ বিষয়ে লিখা ।

১৪) ভাৰতৰ জনসংখ্যাৰ ভাষিক গাঁথনিটো পৰীক্ষা কৰা ।

১৫) ভাৰতৰ জনসংখ্যাৰ ঘনত্বৰ তাৰতম্যৰ ধৰণ সম্পৰ্কে আলোচনা কৰা ।

১৬) ভাৰতবৰ্ষৰ কিছুমান ৰাজ্যৰ কামত অংশগ্ৰহণৰ হাৰ আন ৰাজ্যতকৈ বেছি কিয়?

১৭) ভাৰতৰ জনসংখ্যাৰ ঘনত্বৰ ধৰণ সম্পৰ্কে এটা টোকা লিখা ।

১৮) ভাৰতৰ নগৰীয়া বিকাশত আঞ্চলিক পাৰ্থক্যৰ বিষয়ে আলোচনা কৰা ।

১৯) নগৰীয়া জনসংখ্যাৰ গাঁথনিটোৰ বিষয়ে আলোচনা কৰা ।



Post ID : DABP004073