যাতায়ত আৰু যোগাযোগ

A. Very Short Type Questions.

১) 'যোগাযোগ' বুলিলে কি বুজা?
( এই প্ৰশ্নটো 2016 চনত আহিছিল )
২) BRO ৰ সম্পূৰ্ণ নাম কি?
৩) জল পৰিবহনৰ প্ৰকাৰ দুটা কি কি?
৪) ভাৰতীয় উপকূলৰেখাৰ দৈৰ্ঘ্য কিমান?
৫) এছিয়াৰ প্ৰথম মহাদেশীয় সংযোগকাৰী পাইপ লাইনডাল কোনডাল?
৬) ৰাষ্ট্ৰীয় এক্সপ্ৰছৱে ঘাইপথ কি?
৭) ভাৰতীয় পথৰ মুঠ দৈৰ্ঘ্য কিমান?
৮) কেতিয়া আৰু কাৰ মাজত বায়ু পৰিবহণ ব্যৱস্থা প্ৰথম আৰম্ভ হৈছিল?
৯) ব্ৰডগজ, মিটাৰগজ, নেৰ'গজ ৰে'লৱে ট্ৰেক্টৰ প্ৰস্থ কিমান?
১০) কোনবোৰ অঞ্চলত পৱনহংস হেলিকপ্টাৰ সেৱা ব্যৱহাৰ কৰা হয়?
১১) NHAI ৰ সম্পূৰ্ণ নাম কি?
১২) পূব-পশ্চিম কৰিডৰ কি?
১৩) ভাৰতীয় জলপথৰ মুঠ দৈৰ্ঘ্য কিমান?
১৪) কোন দুখন ঠাইৰ মাজত প্ৰথম ভাৰতীয় ৰে'লপথ আৰম্ভ হৈছিল?
১৫) কেতিয়া INSAT  আৰু IRS আৰম্ভণি ঘটিছিল?
১৬) কোনখন ৰাজ্যত পথৰ সবাতোকৈ বেছি আৰু কম ঘনত্ব আছে?
১৭) ভাৰতীয় বিমান প্ৰাধিকৰণে কিমানটা বিমান বন্দৰ চোৱা চিতা কৰে?
১৮) উত্তৰ-দক্ষিণ কৰিডৰ কি?
১৯) ভাৰতীয় জলপথ প্ৰাধিকৰণ কেতিয়া স্থাপন কৰা হৈছিল?
২০) পৰিবহনৰ প্ৰধান উপায়বোৰ কি কি?
২১) INSAT আৰু IRS ৰ সম্পূৰ্ণ নাম কি?
২২) ভাৰতীয় উপকূল ৰেখাত কিমানটা ডাঙৰ আৰু সৰু বন্দৰ আছে?
২৩) কেতিয়াৰ পৰা ভাৰতৰ অঁনাতাৰ সেৱৰ নাম অল ইণ্ডিয়া ৰেডিঅ' আৰু আকাশবাণী হয়?
২৪) মেট্ৰ'ৰে'ল কি?

B. Short Type Questions.

১) পৰিবহণ ব্যৱস্থা হিচাপে সাগৰীয়া জলপথৰ এটা আভাস দাঙি ধৰা?
( এই প্ৰশ্নটো 2013 চনত আহিছিল )
২) ৫১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ছয়টা প্ৰধান নগৰৰ নামৰ তালিকা প্ৰস্ত্তত কৰা?
( এই প্ৰশ্নটো 2016 চনত আহিছিল )
৩) জি.টি. পথ কোনে নিৰ্মাণ কৰিছিল? জি.টি. পথৰ সম্বন্ধে চমুকৈ লিখা ।
( এই প্ৰশ্নটো 2012 চনত আহিছিল )
৪) উপগ্ৰহ যোগাযোগ সম্বন্ধে বাখ্যা কৰা ।
( এই প্ৰশ্নটো 2015 চনত আহিছিল )
৫) নগৰীয়া অঞ্চলত মেট্ৰ'ৰেল ব্যৱস্থা কিয় সূচনা কৰা হৈছে?
৬) ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰকল্পৰ বিষয়ে এটা টোকা লিখা ।
৭) ৰাষ্ট্ৰীয় ঘাইপথৰ সূচলতাৰ বাবে তুমি কি কি উপায় গ্ৰহণৰ পৰামৰ্শ দিবা?
৮) কোনবোৰ পথক ৰাষট্ৰীয় ঘাইপথ বুলি কোৱা হয়?
৯) বিভিন্ন ভূ-প্ৰাকৃতিক অৱয়ব অনুসৰি পৰিবহণ ব্যৱস্থা কিয় বেলেগ বেলেগ?
১০) পাহাৰীয়া, মালভূমি আৰু বনাঞ্চলে আগুৰা এলেকাত গ্ৰাম্য পথৰ ঘনত্ব অতি কম কিয়?
১১) জলপৰিবহণ ব্যৱস্থা ৱেকবাটাৰ বিশেষ কি তাৎপৰ্য আছে?
১২) পৰিবহণ ব্যৱস্থাই কি বহন কৰে?
১৩) উপগ্ৰহ যোগাযোগ ব্যৱস্থাৰ বিষয়ে লিখা ।
১৪) সীমান্ত পথ সংস্থা কিয় স্থাপন কৰা হৈছিল?
১৫) কৃত্ৰিম উপগ্ৰহ, যোগাযোগ ব্যৱস্থাৰ বিষয়ে বাখ্যা কৰা ।
১৬) যোগাযোগৰ উপায়বোৰৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা ।
১৭) NHAI ৰ কাম কি?
১৮) ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰকল্পৰ বিষয়ে আলোচনা কৰা ।
১৯) যোগাযোগ বুলিলে কি বুজা?
২০) পৰিবহণ ব্যৱস্থাৰ তিনিটা প্ৰধাান প্ৰকাৰৰ নাম লিখা ।
২১) ভাৰতৰ পথ পৰিবহনৰ মূল বৈশিষট্যবোৰ লিখা ।

C. Essay Type Questions.

১) ভৰাতৰ অৰ্থনৈতিক বিকাশত স্থল পৰিবহনে কেনে প্ৰভাৱ পেলায় বৰ্ণনা কৰা ।
( এই প্ৰশ্নটো 2018 চনত আহিছিল )
২) ভাৰতৰ পৰিবহণ ব্যৱস্থাত জলপথৰ অৱদান সম্পৰ্কে আলোচনা কৰা ।
৩) ভাৰতৰ পাইপলাইন পৰিবহনৰ এটি ভৌগোলিক বিৱৰণ দিয়া ।
৪) ভাৰতত আকাশী পৰিবহন ব্যৱস্থাৰ সমস্যা আু সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা ।
৫) ভাৰতৰ পৰিবহণৰ প্ৰধআন উপায়সমূহ কি কি? পৰিবহণ উন্নয়নত প্ৰভাৱ পেলোৱা কাৰকসমূহ কি কি আলোচনা কৰা ।
৬) পৰিবহনৰ প্ৰকৃতিটো লিখা ।
৭) ভাৰতৰ বায়ু পৰিবহণত এয়াৰ ইণ্ডিয়াৰ অৱদান সম্পৰ্কে আলোচনা কৰা ।
৮) পাইপলাইন পৰিবহনৰ উপকাৰিতা আৰু অপকাৰিতাবোৰ আলোচনা কৰা ।
৯) ভাৰতৰ উন্নয়নত পৰিবহন নেটৱৰ্কৰ ভূমিকা বাখ্যা কৰা ।
১০) আমাৰ বাবে জলপৰিবহন কিদৰে গুৰুত্বপূৰ্ণ?
১১) ভাৰতৰ স্থল পৰিবহণৰ এটা চমু বিৱৰণ দিয়া ।
১২) ভাৰতীয় ৰে'লেসেৱাৰ উন্নয়নৰ বৰ্ণনা দিয়া আৰু ইয়াৰ গুৰুত্ব আলোকপাত কৰা ।
১৩) ভাৰতৰ ৰেলপথ নেটৱৰ্কৰ বিতৰণ বৈশিষ্ট্য বাখ্যা কৰা ।
১৪) ৰে'ল পৰিবহণৰ সুবিধা আৰু অসুবিধাবোৰ লিখা ।