অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ

 A. অতি চমু প্রশ্নঃ 

১। অসম সাহিত্য সভাৰ প্রথম সভাপতি কোন আছিল?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

 উত্তৰঃ

২। পদ্মনাথ গােহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা।

(এই প্ৰশ্নটো 2019 চনত আহিছিল) 

উত্তৰঃ

B. চমু প্রশ্নঃ 

১। ‘অসমত মহাত্মা গান্ধীৰ পােন প্রথম পদার্পণ’ পাঠটোত উল্লেখ থকা দুগৰাকী স্বাধীনতা যােদ্ধাৰ নাম লিখা।

(এই প্ৰশ্নটো 2019 চনত আহিছিল) 

উত্তৰঃ

B. ৰচনাধর্মী প্রশ্নঃ

১। গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পর্কে এটি টোকা লিখা।

(এই প্ৰশ্নটো 2018 চনত আহিছিল) 

উত্তৰঃ

২। গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পর্কে এটি টোকা লিখা।

(এই প্ৰশ্নটো 2019 চনত আহিছিল) 

উত্তৰঃ

 A. অতি চমু প্রশ্নঃ

১। 'অসমত মহাত্মা গান্ধীৰ পােন প্রথম পদার্পণ' প্রবন্ধটিৰ লেখক কোন?

উত্তৰঃ

২। 'অসমত মহাত্মা গান্ধীৰ পােন প্রথম পদার্পণ' শীর্ষক পাঠটি লেখকৰ কোনখন গ্ৰন্থৰ পৰা লােৱা হৈছে?

উত্তৰঃ

৩। প্রথম অসমীয়া উপন্যাস প্রণেতাগৰাকীৰ নাম কি? 

উত্তৰঃ

৪। অসমীয়া সাহিত্যত পােন প্রথমে বুৰঞ্জীমূলকনাট কোনে ৰচনা কৰিছিল?

উত্তৰঃ

৫।পদ্মনাথ গােহাঞিবৰুৱাই ৰচনা কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?

উত্তৰঃ

৬। পদ্মনাথ গােহাঞিবৰুৱাই কোন চনত জন্মগ্রহণ কৰিছিল? 

উত্তৰঃ

৭।পদ্মনাথ গােহাঞিবৰুৱাই কোন ঠাইত জন্মগ্রহণ কৰিছিল? 

উত্তৰঃ

৮।কোন চনত পদ্মনাথ গােহাঞি বৰুৱাই উচ্চ শিক্ষা গ্রহণৰ অর্থে কলিকতালৈ গৈছিল?

উত্তৰঃ

৯। কলিকতাত থাকোতে গোহাঞিবৰুৱাই  কোনখন আলোচনীৰ মুখ্য সম্পাদনা কৰিছিল?

উত্তৰঃ

১০। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা আত্নজীৱনীখনৰ নাম লিখা?

উত্তৰঃ

১১। গান্ধীজীৰ সন্মানাৰ্থে 'পকী'ৰ মন্মুখত আয়োজিত মজ্লিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা?

উত্তৰঃ

১২।গোহাঞিবৰুৱা অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি হৈছিল?

উত্তৰঃ

১৩। গোহাঞিবৰুৱাদেৱৰ তত্ত্বমূলক গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ

১৪। পদ্মনাথ গােহাঞিবৰুৱাৰ ৰচিত কোন দখন উপন্যাস বিজুলী আলােচনীত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল?

উত্তৰঃ

১৫। গােহাঞিবৰুৱাদেৱক ভাৰত চৰকাৰে কি খিতাপেৰে বিভূষিত কৰিছিল?

উত্তৰঃ

১৬। গােহাঞিবৰুৱাদেৱে কোনখন নাটকৰ যােগেদি নাট্য জগতত প্ৰৱেশ কৰে? 

উত্তৰঃ

১৭। 'টেটোন তামুলী' নামৰ নাটকখনৰ নাট্যকাৰগৰাকী কোন?

উত্তৰঃ

১৮। গােহাঞিবৰুৱাদেৱে ৰচনা কৰা একমাত্র পৌৰাণিক নাটকখনৰ নাম কি? 

উত্তৰঃ

১৯। পদ্মনাথ গােহাঞিবৰুৱাদেৱে কোন ঠাইৰ স্কুলত প্রধান শিক্ষক হিচাপে যােগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে?  

উত্তৰঃ

২০। মহাত্মা গান্ধীয়ে সর্বপ্রথম কোন চনত অসমলৈ আহিছিল? 

উত্তৰঃ

২১। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্রিকাৰপৰা ভাৰতলৈ উভতি আহি দীঘলীয়া পত্ৰখন কালৈ উদ্দেশ্য কৰি লিখিছিল?

উত্তৰঃ

২২। লেখকে গান্ধীজীক দর্শন লাভৰ আগলৈকে শাৰীৰিক অৱয়ব কেনেকুৱা হ'ব পাৰে বুলি কল্পনা কৰিছিল? 

উত্তৰঃ

২৩। লেখকে গান্ধীজীক দেখাৰ লগে লগে নিজৰ সৈতে কি সাদৃশ্য দেখা পাইছিল? 

উত্তৰঃ

২৪। এই পাঠটিৰ লেখক পদ্মনাথ গােহাঞিবৰুৱাদেৱক মহাত্মা গান্ধীৰ সৈতে কোনে চিনাকি কৰাই দিছিল? 

উত্তৰঃ

২৫।‘আগৰৱালা পকী’ কি?

উত্তৰঃ

২৬।'আগৰৱালা পকী' ক’ত অৱস্থিত?

উত্তৰঃ

২৭। মজলিচ মানে কি? 

উত্তৰঃ

২৮।এঘণ্টাৰ চাৰি ভাগৰ এভাগক কি বুলি কোৱা হয়?

উত্তৰঃ

২৯।তেজপুৰত গান্ধীজীয়ে পােনপ্রথম দিয়া বক্তৃতা কিমান সময় ধৰি একেৰাহে প্ৰদান কৰিছিল? 

উত্তৰঃ

৩০।সতৰঞ্চি কি?

উত্তৰঃ

B. চমু প্রশ্নঃ 

১। পদ্মনাথ গােহাঞিবৰুৱাই ৰচনা কৰা উপন্যাস দুখনৰ নাম লিখা। 

উত্তৰঃ

২। পদ্মনাথ গােহাঞিবৰুৱাৰ ৰচিত নাটককেইখনৰ নাম লিখা।

 উত্তৰঃ

৩। পদ্মনাথ গােহাঞিবৰুৱাৰ ৰচিত প্ৰহসনকেইখনৰ নাম লিখা। 

উত্তৰঃ

8। গগাহাঞিবৰুৱাই সম্পাদনা কৰা আলােচনীকেইখনৰ নাম লিখা।

 উত্তৰঃ

৫। লেখকে কাৰ কীর্তি-কাহিনীৰ কথা ভালেমান দিনৰপৰা ঘুনুক-ঘানাককৈ শুনি আছিল? 

উত্তৰঃ

৬। গান্ধীজীক আদৰিবলৈ যাওঁতে লেখকে কি সাজপাৰ পৰিধান কৰি গৈছিল? 

উত্তৰঃ

৭। লেখকে প্রথম অৱস্থাত গান্ধীজীৰ কি কি গুণাৱলী শুনি আন্তৰিক মনত শ্রদ্ধা-ভক্তি উপচি পৰিছিল? 

উত্তৰঃ

৮। আমেৰিকাৰ খ্রীষ্টিয়ান মিচনেৰি সম্প্রদায় পুৰােহিতসকলে মহাত্মা গান্ধীক কোনগৰাকী অৱতাৰী পুৰুষতকৈ ওখ স্থান দিছিল?

উত্তৰঃ

৯। আমেৰিকাৰ খ্রীষ্টিয়ান মিচনেৰি সম্প্রদায়ে মহাত্মা গান্ধীৰ কি গুণত বিস্ময় মানি তেওঁক প্রশংসা কৰিছিল?

উত্তৰঃ

১০। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্রিকাৰপৰা ভাৰতলৈ উভতি আহি কি কি বিষয়ত আত্মনিয়ােগ কৰে? 

উত্তৰঃ

১১। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্রিকাৰপৰা ভাৰতলৈ উভতি আহি ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লর্ড ৰীডিঙলৈ লিখা পত্ৰখনৰ সেইসময়ৰ পৰিস্থিতিত বিশেষত্বটো কি আছিল ? 

উত্তৰঃ

১২। মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লর্ড ৰীডিঙলৈ লিখা দীঘলীয়া পত্ৰখন লিখাৰ উদ্দেশ্য কি আছিল ?

 উত্তৰঃ

১৩। মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক কি বুলি সম্বােধন কৰি চিঠি লিখিছিল? 

উত্তৰঃ

১৪। লেখকৰ মহাত্মা গান্ধীক দর্শন লাভৰ ধাউতি কিয় বাঢ়িছিল? 

উত্তৰঃ

১৫। গান্ধীজী অসমলৈ আহোঁতে অসমৰ কোনগৰাকী ব্যক্তিৰ ঘৰত আলহী হৈছিল? 

উত্তৰঃ

১৬। তৰুণ ৰাম ফুকন কোন আছিল?

উত্তৰঃ

১৭। মহাত্মা গান্ধীয়ে সর্বপ্রথম কোন চনৰ কিমান তাৰিখে অসমৰ ক'ত পদার্পণ কৰিছিল?

উত্তৰঃ

১৮। মহাত্মা গান্ধীৰ অসম আগমনৰ প্ৰাকক্ষণত অসমীয়া মানুহৰ উৎকণ্ঠা আৰু সহযােগিতা কেনেধৰণৰ আছিল?

উত্তৰঃ

১৯। “যি হওক, আশাকৰাে খিতাপৰ কিৰীটিয়ে পাক ঘূৰণি খুৱাই আপােনাক ৰাইজৰ প্রতিকূলমুখীয়া নকৰক যেন।”— কথাষাৰৰ বক্তাগৰাকী কোন? কাক কি উদ্দেশ্য কৰি বক্তাই উক্ত কথাষাৰ কৈছিল? 

উত্তৰঃ

২০। “সূতা ঘৰত কটা নহয়, দোকানৰপৰা কিনি আনি ঘৰত বােৱা কাপােৰহে।”— কথাষাৰ কোনে, কাক আৰু কিয় কৈছিল? 

উত্তৰঃ

২১। 'অসমত মহাত্মা গান্ধীৰ পােন প্রথম পদার্পণ' শীর্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যােদ্ধাৰ নাম লিখা।

 উত্তৰঃ

২২। গান্ধীজীয়ে নাৱৰপৰা নামিবৰ সময়ত পলম কৰা কাৰণে কাৰ ওচৰত কি প্রতিক্রিয়া প্রকাশ কৰিছিল? 

উত্তৰঃ

২৩। “... মেঘৰ কাম মেঘে কৰি আছে, আমাৰ কাম আমি কৰোঁগৈ।”— কথাষাৰৰ বক্তাগৰাকী কোন? কি পৰিস্থিতিত বক্তাই উক্ত কথাষাৰ কৈছিল? 

উত্তৰঃ

২৪। হৰিবিলাস আগৰৱালা কোন আছিল? 

উত্তৰঃ

২৫। 'আগৰৱালা পকী' কি? মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ লগত পকীৰ তাৎপর্য কি লিখা। 

উত্তৰঃ

২৬। মহাত্মা গান্ধীজীয়ে নাৱৰপৰা নমাৰ পৰৱর্তী আদৰণি কার্যসূচী চমুকৈ বর্ণনা কৰা ।

উত্তৰঃ

২৭। তেজপুৰত কি কি বিষয়ত গান্ধীজীয়ে পােনপ্ৰথম বক্তৃতা প্রদান কৰিছিল? 

উত্তৰঃ

C. ৰচনাধর্মী প্রশ্নঃ

১। পদ্মনাথ গােহাঞিবৰুৱাৰ বিষয়ে চমু পৰিচয় দিয়া। 

উত্তৰঃ

২। মহাত্মা গান্ধীৰ অসম আগমন উপলক্ষে অসমীয়া মানুহৰ উৎকণ্ঠা আৰু সহযােগিতা কেনেধৰণৰ আছিল পাঠৰ আধাৰত বর্ণনা কৰা। 

উত্তৰঃ

৩।পদ্মনাথ গােহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কোনবােৰ কার্যৰ কাৰণে গান্ধীজীক লগ পাবলৈ উদগ্রীৱ হৈ পৰিছিল? 

উত্তৰঃ

৪। গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পর্কে এটি টোকা লিখা। 

উত্তৰঃ

৫।মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ সময়ত ক’ত কোনে মজলিছ বৈঠক আয়ােজন কৰিছিল, বুজাই লিখা। 

উত্তৰঃ

৬। 'আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে।'– এই কথাষাৰ কোনে কি প্রসংগত কৈছিল বুজাই লিখা। 

উত্তৰঃ

৭। গান্ধীজীৰ 'স্বৰাজ' আৰু ‘অসহযােগ’ ধাৰণাৰ বিষয়ে তুমি কি জানা লিখা। 

উত্তৰঃ

৮। গান্ধীজী আৰুপদ্মনাথ গােহাঞিবৰুৱাৰ মাজত হােৱা কথােপকথনখিনি তােমাৰ ভাষাত বুজাই লিখা।

উত্তৰঃ