বচনৰ আধুনিক শ্ৰেনীবিভাজন 


A. Very Short Type Questions :

১। ( নিম্নোক্ত কোনটোৰ দ্বাৰা কোনো বচনৰ গুন নিৰ্দ্ধাৰন কৰা হয় । )

i) উদ্দেশ্য ।

ii) বিধেয় ।

iii) সংযোজক ।

iv) উদ্দেশ্য় আৰু বিধেয় উভয় ।


২। ( বচনৰ আধুনিক শ্ৰেনীবিভাজন অনুসৰি বচন কেহপ্ৰকাৰৰ । )

৩। ( নিম্নলিখিত  বচনসমূহ ভিতৰত কোনটো এক বিধেয়যুক্ত সাধাৰন বচনৰ এটা উদাহৰন । )

বচনৰ আধুনিক শ্ৰেনীবিভাজন 


i. ( সিংহ আছে । )

ii. (কিছুমান দাৰ্শনিক নহয় ৰাজনীতিবিদ । )

iii. (কোনো বস্ও স্থায়ী নহয় । )

iv. ( কোনো মানুহ দেৱদূত নহয় । )


৪। ( নিম্নলিখিত যৌগিক বচনটোক কেইটা সৰল বচন নিহিত হৈ আছে । )

(এইটোৰ সচা নহয় যে হৰিয়ে ফুটবল খেলে কিন্তু যদুৱে ক্ৰিকেট  খেলে । )


A. ( Very Short Type Questions :

১। ( উদাহৰন দিয়া । )

( শ্ৰেনী সদস্যতা বচন । ) 

২। ( উপযুক্ত উদাহৰনসহ উদ্দেশ্য পদবিহীন বচনৰ সংজ্ঞা দিয়া । )


C. Essay Type Questions :

১। ( গুন আৰু পৰিমান সংযুক্ত বা মিশ্ৰনীতি অনুসৰি বিভাজিত বচনৰ বিভিন্ন প্ৰকাৰ প্ৰতিটোকে উদাহৰনসহ চমুকৈ ব্যাখ্যা কৰা । )

২। ( বচনৰ আধুনিক বিভাজন অনুসৰি সৰল বচনৰ বিভিন্ন প্ৰকাৰবোৰৰ নাম উল্লেখ কৰি প্ৰতিটোৰে একোটাকৈ উদাহৰন দিয়া । )

৩। ( বচনৰ আধুনিক বিভাজন অনুসৰি সাধাৰন বচনৰ যিকোনো দুটা প্ৰকাৰৰ বিষয় উপযুক্ত উদাহৰনসহ চমু ব্যাখ্যা আগবঢ়োৱা । )

৪। ( উপযুক্ত উদাহৰনেৰে সৈতে যৌগিক বচনৰ বিভিন্ন প্ৰকাৰৰসমূহৰ নাম উল্লেখ কৰা । )

৫। ( উকযুক্ত উদাহৰনেৰে সৈতে যৌগিক বচনৰ বিভিন্ন প্ৰকাৰসমূহৰ নাম উল্লেখ কৰা । )

৬। ( উপযুক্ত উদাহৰনেৰে সৈতে সাধাৰন বচনৰ বিভিন্ন প্ৰকাৰসমূহৰ নাম উল্লেখ কৰা । )


A. Very Short Type Questions :

১। ( প্ৰত্যেটো তৰ্কীয় সংযোজকেই দুটা আৰু কেৱল দুটা বচনহে সংযোগ কৰে  উক্তিটো সচাঁনে । )

২। ( আধুনিক তৰ্কবিজ্ঞান মতে বচন কেইপ্ৰকাৰৰ । )

৩। ( যি বচনত এটা মাথোন উক্তি থাকে সেই বচনটোৰ নাম উল্লেখ কৰা ।) 

৪। ( যৌগিক বচন কেইপ্ৰকাৰৰ । )

৫। ( যি বচনত দুটা বা ততোধিক সৰল উক্তি থাকে সেই বচনটো নাম কি । )

৬। ( এৰিষ্টটল আধুনিক তৰ্কবিদ হয়নে ।

৭। ( আধুনিক তৰ্কবিদসকলে কি কি কথাৰ ওপৰত ভিওি কৰি বচনৰ শ্ৰেনীবিভাজন কৰিছে । )

৮। ( বচন প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ এটা গোট হয়নে । )

৯। ( আধুনিক তৰ্কবিজ্ঞানত প্ৰতীকে বচনহে নিদেৰ্শ কৰে পদ নহয় । কথাষাৰ সত্যনে । )

১০। ( অবয়ব কি ? )

১১। ( সমন্বয়কাৰক কাক বোলে ? )

১২। ( পুৰনি তৰ্কবিজ্ঞান মতে বচন কেই প্ৰকাৰৰ ? )

১৩। ( বৈকল্পিক বচন আৰু বিয়োজক বচনৰ মাজত কিবা প্ৰভেদ আছেনে । )

১৪। ( আধুনিক তৰ্কবিজ্ঞানত এটা মাত্ৰ শব্দই এটা বচন গঠন কৰিব পাৰেনে । )

১৫। ( শ্ৰেনী সদস্যতা বচনত কি প্ৰতীক ব্যৱহাৰ কৰা হয় । )

১৬। ( সমন্ধী মানে তুমি কি বুজা । )


B. Short Type Questions :

১। ( সংজ্ঞা দিয়া ।

a. ( শ্ৰেনী সদস্যতা বচন ।

b. ( সম্বন্ধবাচক বা সম্বন্ধাত্মক বচন ।

২. ( উদাহৰন দিয়া ।

a. ( নিহিতাৰ্থক বচন ।

b. ( সম্বন্ধাত্মক বচন ।


৩। ( চমুটোকা লিখা )

a. ( সামান্য বচন )

b. ( সৰল বচন )


৪। ( পাৰ্থক্য লিখা )

a. (উদ্দেশ্য বিধেয় আকাৰৰ বচন আৰু শ্ৰেনী সদস্যতা বচন । )

b. (সৰল আৰু যৌগিক বচন । )

c. (শ্ৰেনীসদস্যতা বচন আৰু সামান্য বচন । )


 ৫। ( আধুনিক তৰ্কবিজ্ঞানীসকলে বচনৰ পৰম্পৰাগত বিশ্লষনৰ ক্ৰটিৰ বিষয়ে কি দৰে আলোচনা কৰিছে । )


 ৬। ( উপযুক্ত উদাহৰসহ উদ্দেশ্য পদবিহীন বচনৰ সংজ্ঞা দিয়া । )


৭। ( সংজ্ঞা দিয়া )

a. ( উদ্দেশ্যহীন বচন ।

b. ( সৰল বচন ।

c. ( যৌগিক বচন ।

d. ( সাধাৰন বচন ।

e. ( বৈকল্পিক বচন ।


৮। ( উদাহৰন দিয়া )

a. ( বিয়োজক বচন )

b. ( উদ্দেশ্য বিধেয় বচন ) 

c. ( সংযোজক বচন )

d. ( সাধাৰন বচন )

e. ( উদ্দেশ্যহীন বচন )


৯। ( চমুটোকা লিখা )

a. ( যৌগিক বচন ) 

b. ( বৈকল্পিক বচন )


১০। ( পাৰ্থক্য নিৰূপন কৰা ।

a. ( বিয়োজক বচন আৰু বৈকল্পিক বচন )

b. ( সম্বন্ধাত্মক বচন আৰু যৌগিক বচন )


C. Essay Type Questions :

১। ( সৰল বচন কাক বোলে আৰু ইয়াৰ বিভিন্ন প্ৰকাৰৰ কি কি । )


২। ( আধুনিক তৰ্কবিজ্ঞানত সামান্য বচন বুলিলে কি বুজা । )


৩। ( যৌগিক বচন কাক বোলে আৰু ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি কি । )


৪। ( যৌগিক বচন বুলিলে কি বুজা । যৌগিক বচনসমূহৰ বিভিন্ন প্ৰকাৰৰ উদাহৰনেৰে সৈতে সংজ্ঞা দিয়া । )


৫। ( সামান্য বচন বুলিলে কি বুজা । উদাহৰনেৰে সৈতে সামান্য বচনৰ স্বৰূপ বা প্ৰকৃতি ব্যাখ্যা কৰা । )


৬। ( সৰল বচন কাক বোলে । বিভিন্ন প্ৰকাৰৰ সৰল বচনসমূহৰ প্ৰত্যেকৰে সংজ্ঞা দিয়া । )


৭। ( আধুনিক তৰ্কবিজ্ঞানত সামান্য বচন বুলিলে কি বুজা । সামান্য বচনৰ বিভিন্ন প্ৰকাৰৰসমূহৰ উল্লেখ কৰি প্ৰত্যেকৰে একোটাকৈ উদাহৰ দিয়া । )


৮। ( শ্ৰেনী সদস্যতামূলক বচন আৰু সাধাৰন বচন একেইনে । যদি নহয়  দুটা পাৰ্থক্য উল্লেখ কৰা । )


৯। ( সাধাৰন বচন মূলতঃ  কেনেধৰনৰ বচন । সাধাৰন বচন কেইপ্ৰকাৰত ভাগ কৰিব পাৰি । )


১০। ( যৌগিক বচন আৰু সাধাৰন বচনৰ মূল পাৰ্থক্যটো কি । )


১১। ( সকলো মানুহ হয় বুদ্ধিবৃওিসম্পন্ন ই কি বচনৰ উদাহৰন । )


১২। ( পৰম্পৰাগত বচনৰ শ্ৰেনীবিভাজনৰ দোষবোৰ কি কি । )


১৩। ( বচনৰ আধুনিক শ্ৰেনীবিভাজন আলোচনা কৰা । )


১৪। ( সম্বন্ধাত্মক বচন কি । উদাহৰনসহ আলোচনা কৰা । )


Type Sumit Patar