তৰ্কীয় বচনত পদৰ ব্যাপ্ততা 


১।  কোন প্ৰকাৰৰ বচনক উদ্দেশ্য আৰু বিধেয় উভয় পদেই ব্যাপ্ত ।

a. short Type Questions :

১। ( নঞৰ্থক বচনক কোনটো পদ ব্যাপ্ত হয় ।)

২। ( সামান্য বচনত কি পদ ব্যাপ্ত ।)

৩। ( তলত দিয়া বাক্যবোৰক তৰ্কবিজ্ঞানত বচনলৈ ৰূপান্তৰ কৰা আৰু প্ৰতেটো বচনৰে ব্যাপ্ত পদ বা পদবোৰ উল্লেখ কৰা ।)

a. ( দলটোৰ বেছিভাগ খেলুৱৈয়ে পৰিশ্ৰমী নহয় ।)

b. ( সিংহই কেতিয়াও কফি নাখায় ।)


৪। ( সংজ্ঞা দিয়া ) ঃ

উদ্দেশ্য পদ ।


৫। ( পদৰ ব্যাপ্যতা বুলিলে কি বুজা  হয় ।)


a. Very Short Type Questions:

১। ( বচনত কোনটো পদ ব্যাপ্ত । )

২। (কোনবোৰ বচনত উদ্দেশ্য আৰু বিধেয দুয়োটা পদেই ব্যাপ্ত । )

৩। ( পদৰ ব্যাপ্ততাই গুন নে পৰিমান বুজায় । )

৪। ( আমি কিয় পদৰ ব্যাপ্ততাৰ জনা উচিত । )

৫। ( পদৰ ব্যাপ্ততাৰ পৰা আমি কি জানিব পাৰো ।)


B. Short Type Questions :

১। ( তলত দিয়া বাক্যসমূহক বচনলৈ ৰূপান্তৰ কৰা আৰু ব্যাপ্ত  পদ বাছি উলিয়াই আঁচ টানি দেখুওৱা । )

a. (কোনো সিংহ নহয় দ্বি পদী । )

b. (কেইজনমানৰ বাহিৰে সভাত সকলো সদস্যই উপস্থিত আছে । )

c. ( সকলো নাগৰিক দেশপ্ৰেমিক নহয় । )

d. (ধনী মানুহবোৰ সাধাৰনতে নম্ৰ হয় । )

e. ( কেৱল দৃঢ়মনৰ লোকসকলেই বিপদৰ সন্মুখীন  হব পাৰে । )

f. ( সত ব্যক্তিসকল বিশ্বাসযোগ্য হয় । )

g. ( অধিকাংশ বিদ্যাৰ্থীয়েই গনিত টান পায় । )

h. ( শান্তি সকলোৰে কাম্য । )

i. ( সত্ৰৰ সকলো কেউলীয়া ভকতেই অবিবাহিত । )

j. ( কাচিহে মানুহৰ অনুশোচনা হয় । )

k. ( পৰাধীনতা কোনেনো ভাল পায় । )

l. ( অতি কম মানুহেই নি ঃ স্বাৰ্থ ।)


২। ( তলত প্ৰশ্নবোৰৰ উওৰ দিয়া )

a. ( কোনটো উদ্ভিদ সৰ্বভোজী নহয় এই বচনটোৰ দুয়োটা পদ ব্যাপ্ততা বা অব্যাপ্ততা  বুলিলে কি বুজা । )

b. ( পদৰ ব্যাপ্ততাৰ বা অব্যাপ্ততা বুলিলে কি বুজা । )

c. ( এটা বিশেষ সদৰ্থক বা I বচনত কি পদ ব্যাপ্ত ? )

d. ( সামান্য বচনত উদ্দেশ্য পদৰ সম্পূৰ্ন বাচ্যাৰ্থ লক্ষনাৰ্থ বিবেচনা কৰা হয় । )

e. ( পদৰ ব্যাপ্ততাৰ আলোচ্য বিষয়ে কি ? )

f. ( এটা উদ্দেশ্য পদ ব্যাপ্ত বচনৰ উদাহৰ দিয়া । )

g. ( বচন এটা নঞৰ্থক হলে কি পদ ব্যাপ্ত হয় ? )

h. ( এটা বচনৰ উদ্দেশ্য পৰিমান কিহৰ দ্বাৰা নিৰ্নয় কৰা হয় ? )

i. (  এটা নিৰ্দিষ্ট বিশিষ্ট পদযুক্ত A  বচনত কেৱল উদ্দেশ্য ব্যপ্ত হয়নে ? নহয় যদি কিয় ?)


C. Essay Type Questions:

১। ( নঞৰ্থক বচনত দুয়োটা পদেই ব্যাপ্ত উদাহৰনসহ বুজাই লিখা । )

২। ( সামান্য বচনত কেৱল উদ্দেশ্য পদেই ব্যাপ্ত । এই উক্তিটো সত্যনে ? নহয় যদি উদাহৰনসহ বুজাই লিখা । )

Type Sumit Patar.