পৃথিৱীৰ ভূগোল 

    

পৰীক্ষাৰ প্ৰশ্নসমূহঃ

A. চমু প্ৰশ্নাৱলীঃ

১) ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত দুখন দেশৰ নাম লিখা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


২) এছিয়া মহাদেশ মাটিকালি আৰু ইয়াৰ অৱস্থানৰ বৈশিষ্ট্য লিখা ।

(এই প্ৰশ্নটো 2011 চনত আহিছিল)

উত্তৰঃ


৩) ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত ইউৰোপ মহাদেশৰ দুখন দেশৰ নাম লিখা ।

উত্তৰঃ


৪) পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক'ত অৱস্থিত?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


৫) উত্তৰ-আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বতশ্ৰেণীটোৰ নাম কি? ই মহাদেশখনৰ কোন অংশত অৱস্থিত?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ


C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ


১) ইউৰোপ মহাদেশৰ পাঁচখন দেশ আৰু তাৰ ৰাজধানীসহ নাম লিখা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ


২) মহাসাগৰসমূহৰ বিতৰণ আৰু বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা ।

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ


৩) এছিয়া মহাদেশত জলবায়ুৰ তাৰতম্যৰ লগত জড়িত কাৰকবোৰ আলোচনা কৰা ।

(এই প্ৰশ্নটো 2013 চনত আহিছিল)

উত্তৰঃ


৪) উত্তৰ আমেৰিকা মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ বাখ্যা কৰা ।

(এই প্ৰশ্নটো 0219 চনত আহিছিল)

উত্তৰঃ


৫) পৃথিৱীত সৰ্ব্বমূঠ কিমানখন দেশ আছে মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশদুখনৰ নাম লিখা ।

(এই প্ৰশ্নটো 217 চনত আহিছিল)

উত্তৰঃ


৬) এছিয়া মহাদেশৰ প্ৰধান ভূ-প্ৰাকৃতিক বিভাগসমূহ বৰ্ণনা কৰা ।

(এই প্ৰশ্নটো 2010 চনত আহিছিল)

উত্তৰঃ


৭) এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা ।

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ


৮) এছিয়া মহাদেশৰ জলবাায়ু ভিন্ন হোৱাৰ কাৰকবোৰ আলোচনা কৰা ।

(এই প্ৰশ্নটো 0217 চনত আহিছিল)

উত্তৰঃ


৯) মহাদেশীয় বিস্থাপন বা সঞ্চাৰণৰ সুত্ৰটো চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


১০) পৃথিৱীৰ বৃহত্তম মহাসাগৰখন কি? এই মহাসাগৰখনৰ মুঠ কালি কিমান উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ


অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলীঃ

A. অতি চমু উত্তৰৰ প্ৰশ্নঃ

১) প্ৰশান্ত মহাসাগৰৰ গঢ় গভীৰতা কিমান?

উত্তৰঃ


২) উত্তৰ আমেৰিকা মহাদেশৰ জনসংখ্যা কিমান?

উত্তৰঃ


৩) ইউৰোপ মহাদেশৰ অন্তৰ্গত এটা দ্বীপৰ নাম লিখা ।

উত্তৰঃ


৪) পৃথিৱীৰ বৃহত্তম দেশখন কি?

উত্তৰঃ


৫) মাটি-কালি হিচাপত ভূ-পৃষ্ঠৰ স্থলভাগ কিমান?

উত্তৰঃ


৬) দক্ষিণ মহাসাগৰৰ মাটিকালি কিমান?

উত্তৰঃ


৭) ভাৰতৰ একমাত্ৰ মৰুভূমিখন কি?

উত্তৰঃ


৮) ওছেনিয়া মহাদেশৰ মাটিকালি কিমান?

উত্তৰঃ


৯) আফ্ৰিকা  মহাদেশৰ মাটিকালি কিমান?

উত্তৰঃ


১০) উত্তৰ মহাসাগৰখন বৰফেৰে ঢাক খাই থাকে কিয়?

উত্তৰঃ


১১) স্থলমণ্ডল কাক বোলে?

উত্তৰঃ


১২) দক্ষিণ আমেৰিকা মহাদেশৰ জনসংখ্যা কিমান?

উত্তৰঃ


১৩) আটলান্টিক মহাসাগৰৰ আকৃতি কেনেকুৱা?

উত্তৰঃ


১৪)  এছিয়া মহাদেশৰ জনসংখ্যা কিমান?

উত্তৰঃ


১৫) মহীঢাল কি?

উত্তৰঃ


১৬) দক্ষিণ আমেৰিকা মহাদেশ বৃহত্তম দেশখন কি?

উত্তৰঃ


১৭) পৃথিৱীৰ সৰ্ববৃহৎ মহাসাগৰ খনৰ নাম কি?

উত্তৰঃ


১৮) আল্পছ পৰ্বতৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি?

উত্তৰঃ


১৯) ভূ-পৃষ্ঠৰ কিমান শতাংশ জলভাগ?

উত্তৰঃ


২০) দক্ষিণ আমেৰিকা মহাদেশৰ উচ্চতম মালভূমিটোৰ নাম কি?

উত্তৰঃ


২১) পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ দেশখন কি?

উত্তৰঃ


২২) আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শৃংগটোৰ নাম লিখা ।

উত্তৰঃ


২৩) মহীসোপন কি?

উত্তৰঃ


২৪) উত্তৰ আমেৰিকা মহাদেশৰ মাটিকালি কিমান?

উত্তৰঃ


২৫) পৃথিৱীৰ উচ্চতম মালভূমি?

উত্তৰঃ


২৬) ওছেনিয়া মহাদেশখনৰ বৃহত্তম দেশখনৰ নাম ক?

উত্তৰঃ


২৭) ইউৰোপৰ মুঠতে কিমানখন দেশ আছে?

উত্তৰঃ


২৮) পৃথিৱীৰ ক্ষুদ্ৰতম দেশখন কি?

উত্তৰঃ


২৯) ইউৰোপ মহাদেশৰ মাটিকালি কিমান?

উত্তৰঃ


৩০) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসগাৰ কোনখন?

উত্তৰঃ


৩১) পৃথিৱীৰ আটাইতকৈ জনবহুল দেশখন কি?

উত্তৰঃ


৩২) পৃথিৱীৰ দ্বিতী বৃহত্তম দেশখন কি?

উত্তৰঃ


৩৩) পৃথিৱীৰ গভীৰতম খাত কি? ইয়াৰ গভীৰতা লিখা ।

উত্তৰঃ


৩৪) ওছেনিয়া মহাদেশৰ জনসংখ্যা কিমান?

উত্তৰঃ


৩৫) বৰ্তমান পৃথিৱীৰ জনসংখ্যা কিমান?

উত্তৰঃ


৩৬) উত্তৰ আমেৰিকা মহাদেশৰ সৰ্বোচ্চ ঠাইখন কি?

উত্তৰঃ


৩৭) দক্ষিণ মহাসাগৰ কিয় বৰফেৰে ঢাক খাই থাকে?

উত্তৰঃ


৩৮) এছিয়া মহাদেশৰ মাটিকালি কিমান?

উত্তৰঃ


৩৯) পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণীটোৰ নাম কি?

উত্তৰঃ


৪০)  উত্তৰ আমেৰিকা মহাদেশত মুঠতে কিমানখন দেশ আছে?

উত্তৰঃ


৪১) পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত হ্ৰদখনৰ নাম কি?

উত্তৰঃ


৪২) ইউপোৰ জনসংখ্য়া কিমান?

উত্তৰঃ


৪৩) উত্তৰ মহাসাগৰৰ মাটিকালি কিমান?

উত্তৰঃ


৪৪) আফ্ৰিকা মহাদেশৰ জনসংখ্যা কিমান?

উত্তৰঃ


৪৫) দক্ষিণ আমেৰিকা মহাদেশৰ উচ্চতম উচ্চতম শৃংগটোৰ নাম কি? 

উত্তৰঃ

         

৪৬)মাটি কালি হিচাপত ভূ-পৃষ্টৰ জলভাগ কিমান?

উত্তৰঃ


৪৭) পৃথিৱীৰ বৃহত্তম মৰুভূমি কি?

উত্তৰঃ


৪৮) পৃথিৱীত মুঠ কিমানখন দেশ আৰ্ছে?

উত্তৰঃ


৪৯) পৃথিৱীৰ মুঠ মাটিকালি কিমান?

উত্তৰঃ


৫০) পৃথিৱীৰ তৃতীয় বৃহত্তম মাহদেশখন কি?

উত্তৰঃ


৫১) ইউৰোপৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি?

উত্তৰঃ


৫২) আটলান্টিক মহাসাগৰৰ মাপ লিখা ।

উত্তৰঃ


৫৩) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখন কি?

উত্তৰঃ


৫৪) দক্ষিণ আমেৰিকা মহাদেশত কেইখন দেশ আছে?

উত্তৰঃ


৫৫) উত্তৰ মহাসগাৰ খনৰ গভীৰতা কিমান?

উত্তৰঃ


৫৬) পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰ কোনখন?

উত্তৰঃ


৫৭) উত্তৰ আমেৰিকা মহাদেশৰ নিম্নতম ঠাইখনৰ নাম কি?

উত্তৰঃ


৫৮) গড় হিচাপে্ মহাসাগৰৰ গভীৰতা কিমান?

উত্তৰঃ


৫৯) ভূ-পৃষ্ঠৰ কিমান শতাংশ স্থলভাগ?

উত্তৰঃ


৬০) ভাৰত মহাসগাৰৰ গভীৰতা কিমান?

উত্তৰঃ


৬১) পৃথিৱাৰ সৰ্ববৃহৎ মহাদেশ খনৰ নাম কি?

উত্তৰঃ


৬২) জলমণ্ডল কাক বোলে?

উত্তৰঃ


৬৩) প্ৰশান্ত মহাসাগৰত কিমান সামুদ্ৰীক দ্বীপ আছে?

উত্তৰঃ


৬৪) আটলান্টিক মহাসাগৰৰ গভীৰতা কিমান?

উত্তৰঃ


৬৫) প্ৰশান্ত মহাসাগৰৰ বিস্তৃতি আৰু মাপ লিখা ।

উত্তৰঃ


B. চমু উত্তৰৰ প্ৰশ্নঃ


১) পেঞ্জীয়া কি?

উত্তৰঃ


২)  দক্ষিণ মহাসাগৰৰ বিস্তৃতি লিখা ।

উত্তৰঃ


৩) উত্তৰ আমেৰিকা মহাদেশৰ কেইখনমান নদীৰ নাম লিখা ।

উত্তৰঃ


৪) উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি? এই পৰ্তমালাৰ দৈৰ্ঘ্য কিমান ই মহাদেশৰ কোন অংশত অৱস্থিত?
উত্তৰঃ


৫) ইউৰোপ মহাদেশৰ চাৰিসীমা লিখা ।

উত্তৰঃ


৬) ওচেনিয়া মহাদেশৰ কেইখনমান মৰুভূমিৰ নাম লিখা ।

উত্তৰঃ


৭) আফ্ৰিকা মহাদেশৰ বিস্তৃতি লিখা ।

উত্তৰঃ


৮) প্ৰশান্ত মহাসাগৰৰ চাৰিসীমা লিখা ।

উত্তৰঃ


৯) ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা ।

উত্তৰঃ


১০) আটলান্টিক মহাসগাৰৰ বিস্তৃতি লিখা ।

উত্তৰঃ


১১) পৃথিৱীৰ মহাদেশ কেইখন আৰু কি কি?

উত্তৰঃ


১২) দক্ষিণ আমেৰিকা মহাদেশৰ কেইখনমান নদীৰ নাম লিখা ।

উত্তৰঃ


১৩) ভাৰত মহাসাগৰৰ অন্তৰ্গত কেইখনমান সাগৰৰ নাম লিখা ।

উত্তৰঃ


১৪) উত্তৰ আমেৰিকা মহাদেশৰ বিস্তৃতি লিখা ।

উত্তৰঃ


১৫) ওচেনিয়া মহাদেশৰ চাৰিসীমা লিখা ।

উত্তৰঃ


১৬) পৃথিৱীৰ কোনখন দেশ কোন দুখন মহাদেশলৈ বিস্তৃত?

উত্তৰঃ


১৭) পৃথিৱীৰ কিমান শতাংশ জলভাগ আৰু স্থলভাগ আছে কালিৰ হিচাপত ইয়াৰ মাপ কিমান?

উত্তৰঃ


১৮)  লৰেছিয়া বিভাজিত হৈ সৃষ্টি হোৱা ঠাইসমূহৰ নীম লিখা ।

উত্তৰঃ


১৯) এছিয়া মহাদেশৰ কেইখনমান উল্লেখযোগ্য নদীৰ নাম লিখা ।

উত্তৰঃ


২০) আফ্ৰিকা মহাদেশৰ কেইখনমান হ্ৰদৰ নাম লিখা ।

উত্তৰঃ


২১) পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমাল কোনটো আৰু ক'ত অৱস্থিত?

উত্তৰঃ


২২) টেথিছ সাগৰ কি?

উত্তৰঃ


২৩) দক্ষিণ আমেৰিকা মহাদেশৰ কেইখনমান মালভূমিৰ নাম লিখা ।

উত্তৰঃ


২৪) ভাৰত মহাসাগৰৰ চাৰিসীমা লিখা ।

উত্তৰঃ


২৫) উত্তৰ আমেৰিকা মহাদেশৰ চাৰিসীমা লিখা ।

উত্তৰঃ


২৬) পৃথিৱীৰ মহাসগাৰ কেইখন আৰু কি কি?

উত্তৰঃ


২৭) এছিয়া মহাদেশত থকা কেইখনমান পৰ্বতমালাৰ নাম লিখা ।

উত্তৰঃ


২৮) ইউৰোপ মহাদেশৰ কেইখনমান হ্ৰদৰ নাম লিখা ।

উত্তৰঃ


২৯) এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূব দিশলৈ প্ৰবাহিত নদীৰ নাম লিখা ।

উত্তৰঃ


৩০) আটলান্টিক মহাসগাৰত থকা কেইটামান খাতৰ নাম লিখা ।

উত্তৰঃ


৩১) আফ্ৰিকা মহাদেশৰ কেইখনমান নদীৰ নাম লিখা ।

উত্তৰঃ


৩২) পৃথিৱীৰ মুঠজনসংখ্যাৰ ৯০ শতাংশই উত্তৰ গোলাৰ্ধত বাস কৰাৰ কাৰণ কি?

উত্তৰঃ


৩৩) উপকূলৰ পৰা সাগৰৰ মাজভাগলৈ থকা ঠাইবোৰৰ নাম লিখা ।

উত্তৰঃ


৩৪) পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ আৰু মহাসাগৰ খনৰ নাম কি?

উত্তৰঃ


৩৫) দক্ষিণ আঈমেৰিকা মহাদেশৰ দুখন মৰুভূমিৰ নাম লিখা ।

উত্তৰঃ


৩৬) প্ৰশান্ত মহাসগাৰত থকা কেইটামান  গভীৰ খাতৰ নমা লিখা ।

উত্তৰঃ


৩৭) দক্ষিণ আমেৰিকা মহাদেশৰ বিস্তৃতি লিখা ।

উত্তৰঃ


৩৮) পান্থালাছা কাক বোলে?

উত্তৰঃ


৩৯) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু শ্ৰুদ্ৰতম দেশৰ নাম লিখা ।

উত্তৰঃ


৪০) উত্তৰ আমেৰিকা মহাদেশৰ কেইখনমান পৰ্বত শ্ৰেণীৰ নাম লিখা ।

উত্তৰঃ


৪১) আটলান্টিক মহাসাগৰত থকা কেইটামান দ্বীপৰ নাম লিখা ।

উত্তৰঃ


৪২) আফ্ৰিকা মহাদেশ চাৰিসীমা লিখা ।

উত্তৰঃ 


৪৩) গণ্ডোৱানালেণ্ড বিভাজিত হৈ সৃষ্টি হোৱা ঠাই সমূহৰ নাম লিখা ।

উত্তৰঃ


৪৪) আফ্ৰিকা মহাদেশৰ কেইখনমান মৰুভূমিৰ নাম লিখা ।

উত্তৰঃ


৪৫) আটলান্টিক মহাসগাৰত থকা সাগৰ কেইখনৰ নাম লিখা ।

উত্তৰঃ


৪৬) অষ্ট্ৰেলিয়াৰ একোখনকৈ প্ৰধান পৰ্বতশ্ৰেণী, নদী আৰু মৰুভূমিৰ নাম লিখা ।

উত্তৰঃ


৪৭) ওচেনিয়া মহাদেশৰ বিস্তৃতি লিখা ।

উত্তৰঃ


৪৮) ভাৰত মহাসগাৰৰ বিস্তৃতি লিখা ।

উত্তৰঃ


৪৯) উত্তৰ আমেৰিকা মহাদেশৰ কেইখন মান হ্ৰদৰ নাম লিখা ।

উত্তৰঃ


৫০) ভাৰত মহাসগাৰৰ খাত কেইটামানৰ নাম লিখা ।

উত্তৰঃ


৫১) ওচেনিয়া মহাদেশৰ কেইখনমান হ্ৰদৰ নাম লিখা ।

উত্তৰঃ


৫২) আটলান্টিক মহাসগাৰৰ চাৰিসীমা লিখা ।

উত্তৰঃ


৫৩) এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰাকৃতিক সীমা কিহে সৃষ্টি কৰিছে?

উত্তৰঃ


৫৪) দক্ষিণ আমেৰিকা মহাদেশৰ চাৰিসীমা লিখা ।

উত্তৰঃ


৫৫) এছিয়া মহাদেশত থকা কেইখনমান মালভূমিৰ নাম লিখা ।

উত্তৰঃ


৫৬) এছিয়া মহাদেশ চাৰিসীমা লিখা ।

উত্তৰঃ


৫৭) ওচেনীয়া মহাদেশৰ কেইখনমান নদীৰ নাম লিখা ।
উত্তৰঃ


৫৮) এছিয়া মহাদেশৰ কেইখনমান মৰুভূমিৰ নাম লিখা ।

উত্তৰঃ


৫৯) ভাৰত মহাসগাৰৰ অন্তৰ্গত কেইটামান দ্বীপৰ নাম লিখা ।

উত্তৰঃ


৬০) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশৰ নাম লিখা ।

উত্তৰঃ


৬১) ইউৰোপ মহাদেশৰ বিস্তৃতি লিখা ।

উত্তৰঃ


৬২) ইউৰোপ মহাদেশ কেইখনমান নদীৰ নাম লিখা ।

উত্তৰঃ


৬৩) পৃথিৱীৰ উচ্চতম আৰু দ্বিতীয় উচ্চতম শৃংগ শৃংগ দুটাৰ নাম লিখা ।

উত্তৰঃ


৬৪) এছিয়া মহাদেশৰ বিস্তৃতি লিখা ।

উত্তৰঃ


C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ


১) পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অবয়ৱসমূহৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ


২) পাৰ্থক্য লিখাঃ


i) এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগ ।

ii) গোবি মৰুভূমি আৰু আটাকাম মৰুভূমি ।

iii) মহীসোপান আৰু মহীঢাল ।

iv) ওছেনিয়া মহাদেশ আৰু এন্ট্ৰাকটিকা মহাদেশ ।


৩) পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ


৪) এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা ।

উত্তৰঃ


৫) মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ব সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰঃ


৬) চমুটোকা লিখা ।

i) আফ্ৰিকা মহাদেশৰ হ্ৰদসমূহ ।

ii) উত্তৰ আমেৰিকা মহাদেশ হ্ৰদসমূহ ।

iii) পেঞ্জীয়া ।

iv) ইউৰোপ মহাদেশৰ নদ-নদী ।

v) উত্তৰ মহাসগাৰ ।

vi) এছিয়া মহাদেশৰ নদ-নদী ।

vii) আপেলেছিয়ান উচ্চভূমি অঞ্চল ।

viii) ওছেনিয়া মহাদেশ ।


৭) মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল?

উত্তৰঃ


৮) কাৰণ দৰ্শাই উত্তৰ লিখা ।

i) এন্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয়?ট

ii) পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গোলাধৰ্ত থুপ খাই আহিছে কিয়?

উত্তৰঃ


৯) মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰঃ




দ্বিতীয় খণ্ড ভূগোল