পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

পৰীক্ষাৰ প্ৰশ্নসমূহঃ

A. অতি চমু প্ৰশ্নাৱলীঃ

১) 'ভূমিস্থলন' মানে কি?

(এই প্ৰশ্নটো 2011 চনত আহিছিল)

উত্তৰঃ


B. চমু প্ৰশ্নাৱলীঃ


১) মৰুকৰণৰ প্ৰধান কাৰণসমূহ চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ


৩) মৰুকৰণ কি? মৰুকৰণৰ দুটা কাৰণ লিখা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ


৪) গোলকীয় উত্তাপ বৃদ্ধিৰ তিনিটা ফলাফল লিখা ।

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ


৫) গোলকীয় উত্তাপ বৃদ্ধি কি? গোলকীয় উত্তাপ বৃদ্ধি কিদৰে ৰোধ কৰিব পাৰি, লিখা ।

(এই প্ৰশ্নটো 0218 চনত আহিছিল)

উত্তৰঃ


৬) প্ৰদূষণ মানে কি বুজায়? মাটি কিদৰে প্ৰদূষিত হয় লিখা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ


৭) প্ৰদূষণ কি? বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ


৮) পানী প্ৰদূষণ কেনেকৈ হয়?

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ


৯) পৰিৱেশ পৰিৱৰ্তনৰ তিনিটা প্ৰধান কাৰণ উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ


১) "গোলকীয় উষ্ণয়ন" মানে কি? গোলকীয় উষ্ণয়ন সম্পৰ্কে চমুকৈ আলোচনা কৰা ।

(এই প্ৰশ্নটো 2013 চনত আহিছিল)

উত্তৰঃ


২) পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


৩) অসমৰ পৰ্যটন উদ্যোগৰ সম্ভাৱনাসমূহৰ বিষয়ে চমুটোকা লিখা ।

(এই প্ৰশ্নটো 2012 চনত আহিছিল)

উত্তৰঃ


৪) পৰিবেশিক সমস্যা কি? পৰিবেশিক সমস্যাৰ ভৌগোলিক ভাগবোৰ বাখ্যা কৰা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ


৫) পাৰিবেশিক ব্যৱস্থাপনা মানে কি? কোনো এখন ঠাইৰ ভূমিস্থলন ৰোধ কৰিবলৈ কি কি বহ্যৱস্থা গ্ৰহণ কৰিব পাৰি মতামত দিয়া ।

(এই প্ৰশ্নটো 2012 চনত আহিছিল)

উত্তৰঃ


 অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলীঃ


A. অতি চমু উত্তৰৰ প্ৰশ্নঃ


১) পৰিবেশৰ উপাদান দুটা কি কি?

উত্তৰঃ


২) জলমণ্ডলে ভূ-পৃষ্ঠৰ কিমান অংশ আগুৰি আছে?

উত্তৰঃ


৩) প্ৰদূষণ কি?

উত্তৰঃ


৪) দুবিধ সেউজ গৃহ গেছৰ নাম  লিখা ।

উত্তৰঃ


৫) ভূ-পৃষ্ঠৰ পৰা বায়ুমণ্ডল  কিমান উচ্চতালৈ  প্ৰসাৰিত হৈ আছে?

উত্তৰঃ


৬) বায়ুমণ্ডলত নাইট্ৰজেন গেছ কিমান শতাংশ আছে?

উত্তৰঃ


৭) বায়পুমণঅডলত স্বাভাৱিক অৱস্থাত কিমান শতাংশ কাৰ্বন-ডাই-অক্সাইড গেছ আছে?

উত্তৰঃ


৮) পৃথিৱীৰ স্থল মণঅডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে?

উত্তৰঃ


৯) পাৰিৱেশিক সমস্যা বুলিলে কি বুজা?

উত্তৰঃ


১০) জীৱমণ্ডলত এতিয়ালৈকে কিমান উদ্ভিদ আৰু প্ৰাণী চিনাক্তকৰণ কৰা হৈছে?

উত্তৰঃ


১১) পৰিৱেশ বুলিলে কি বুজা?

উত্তৰঃ


B. চমু উত্তৰৰ প্ৰশ্নঃ


১) শীতল মৰুভূমি কি?

উত্তৰঃ


২) পৰিৱেশৰ অআঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া ।

উত্তৰঃ


৩) স্থলমণ্ডল কাক বোলে?

উত্তৰঃ


৪) পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা ।

উত্তৰঃ


৫) স্থলমণ্ডল বুলিলে কি বুজায় লিখা ।

উত্তৰঃ


৬) প্ৰদূষক কি?

উত্তৰঃ


৭) পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা ।

উত্তৰঃ


৮) বায়ুমণ্ডল কাক বোলে?

উত্তৰঃ


৯) বায়ুমণ্ডল কিহেৰে গঠিত লিখা ।

উত্তৰঃ


১০) সেউজ গৃহ গেছ কাক বোলে?

উত্তৰঃ


১১) পাৰিৱেশিক সমস্যাবোৰৰ শ্ৰেণীবিভাগ কৰা ।

উত্তৰঃ


১২) এছিড বৰষুণ কিদৰে সৃষ্টি হয়?

উত্তৰঃ


১৩) পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ কোনবোৰ উপাদানে পৰিৱেশ নিৰূপন কৰিছে?

উত্তৰঃ


১৪) জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা ।

উত্তৰঃ


১৫) প্ৰদূষণৰ অৰ্থ লিখা ।

উত্তৰঃ


১৬) ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহ কি কি?

উত্তৰঃ


১৭) কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয়?

উত্তৰঃ


১৮) ভৌগোলিক দৃষ্টিকোণৰ পৰা পাৰিৱেশিক সমস্যাবোৰৰ শ্ৰেণীবিভাগ কৰা ।

উত্তৰঃ


১৯) পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা ।

উত্তৰঃ


২০) ভৌগোলিক দিশৰপৰা পৰিৱেশৰ সমস্যাক কি ভাগত ভগাব পাৰি লিখা ।

উত্তৰঃ


C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ


১) পৰিৱেশৰ সমস্যা কি বাখ্যা কৰা ।

উত্তৰঃ


২) মৰুকৰণৰ কাৰণ দৰ্শোৱা ।

উত্তৰঃ


৩) পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা ।

উত্তৰঃ 


৪) মাটি প্ৰদূষণৰ বিষয়ে এটি চমু টোকা লিখা ।

উত্তৰঃ


৫) জীৱমণ্ডলৰ বৃস্তিতি সম্বন্ধে লিখা ।

উত্তৰঃ


৬) মৰুভূমি কাক বোলে? মৰুকৰণৰ সংজ্ঞা দিয়া ।

উত্তৰঃ


৭) পৰিৱেশৰ স্থানীয় সমস্যা কি? উদাহৰণ দি লিখা ।

উত্তৰঃ


৮) গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা ।

উত্তৰঃ


৯) বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা ।

উত্তৰঃ


১০) চমু টোকা লিখা ঃ-


i) জীৱমণ্ডল ।

ii) সেউজ গৃহ গেছ ।

iii) স্থলমণ্ডল ।

iv) গোলকীয় উত্তপা বৃদ্ধি ।

v) বায়ু প্ৰদূষণ ।

vi) মৰুকৰণ ।

vii) জলমণ্ডল ।

viii) পানী প্ৰদূষণ ।

ix) বায়ুমণঅল ।

x) মাটি প্ৰদূষণ ।


১১) পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা ।

উত্তৰঃ


১২) মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে?

উত্তৰঃ


১৩) তোমাৰ নিজৰ ঠাইখনত পৰিৱেশৰ কিবা সমস্যা আছেনে? যদি আছে তাৰ কাৰণ বাখ্যা কৰা আৰু সমাধানৰ উপায় চিন্তা কৰি লিখা ।

উত্তৰঃ


১৪) গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰণবোৰ উল্লেখ কৰা ।

উত্তৰঃ




দ্বিতীয় খণ্ড ভূগোল