কেম্ব্ৰিজৰ শিক্ষাব্যৱস্থা  আৰু শিক্ষানুস্থান 


A. অতি চমু প্ৰশ্নঃ

১। ° হীৰেন  গোহাঁইৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

B. চমু প্রশ্নঃ 

১।ইউৰােপত মধ্যযুগত স্থাপন হােৱা দুখন বিশ্ববিদ্যালয় নাম লিখা।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

A. ৰচনাধর্মী প্রশ্নঃ 
১। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পাঠদানকার্য সম্পর্কে চমুকৈ আলােচনা কৰা।
(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ

২। কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবােৰ কোনে কিদৰে প্রতিষ্ঠা আৰু পৰিচালনা কৰে বুজাই লিখা।
 (এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

অতিৰিক্ত প্রয়ােজনীয় প্রশ্নাৱলী 

(ক) অতি চমু প্রশ্নঃ 

১। 'কেম্ব্ৰিজ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান' নামj প্ৰবন্ধটোৰ লেখক কোন ?

উত্তৰঃ

২। 'কেম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান' পাঠটি লেখকৰ কোনখন গ্ৰন্থৰপৰা লােৱা হৈছে?

উত্তৰঃ

৩। ড° হীৰেন গােহাঁইৰ জন্ম কোন চনত হৈছিল ?

উত্তৰঃ

৪। ড° হীৰেন গােহাঁয়ে কোনখন বিশ্ববিদ্যালয়ৰপৰা বি.এ. পাছ কৰে?

 উত্তৰঃ

৫। ড° হীৰেন গােহাঁয়ে কোনখন বিশ্ববিদ্যালয়ৰপৰা এম.এ . উপাধি লাভ কৰে? 

উত্তৰঃ

৬। ড° হীৰেন গােহাঁয়ে এম.এ . পাছ কৰাৰ পাছত কোনখন কলেজত শিক্ষকতা কৰিছিল? 

উত্তৰঃ

৭। 'সাহিত্যৰ সত্য' গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ

৮।কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰকাশ কৰা প্রচীনতম সাপ্তাহিক পত্রিকাৰ নাম কি? 

উত্তৰঃ

৯। ড° গােহাঁইদেৱে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল? 

উত্তৰঃ

১০। 'বতাহত ক’ৰ গধূলি গােপাল' আত্মকথামূলক গ্রন্থ খন কোনে ৰচনা কৰিছিল?

উত্তৰঃ 

১১। ড° হীৰেন গােহাঁইদেৱে কোন চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ

১৬। “জ্ঞানক যেতিয়া কেৱল সম্পত্তিৰ ৰূপত চোৱা হয় , তেতিয়া আৰু সেইটো সম্ভৱ নহয়।” — বাক্যশাৰীৰ তাৎপর্য বিচাৰ কৰা। 

উত্তৰঃ

১৭। লেখকে অধ্যয়ন কৰা সময়ৰ কেম্ব্ৰিজৰ ছাত্ৰৰ ওপৰত থকা অনুশাসন পদ্ধতি কেনেকুৱা আছিল? 

উত্তৰঃ

১৮। “কিন্তু উঠি অহা মেধাৱী ছাত্রয়াে কেতিয়াবা প্রকৃত মৌলিকতা বা অন্তদৃষ্টিৰ মূল্য দিব নােৱাৰে।” লেখকে কি প্ৰসংগত এই কথাষাৰ উল্লেখ কৰিছে? 

উত্তৰঃ

১৯। চমুটোকা লিখাঃ

কেম্ব্ৰিজ বিশ্ববিদ্যালয়, 

উত্তৰঃ

অক্সফোর্ড বিশ্ববিদ্যালয় 

উত্তৰঃ

C. ৰচনাধর্মী প্রশ্নঃ

১। ড° হীৰেন গােহাঁইৰ বিষয়ে চমু পৰিচয় দাঙি ধৰা।

উত্তৰঃ

২ । ড° হীৰেন গােহাঁইৰ সাহিত্য প্রতিভা সম্পর্কে চমুকৈ আলােচনা কৰা। 

উত্তৰঃ

৩। 'য়ুৰােপৰ বিশ্ববিদ্যালয়বােৰত মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল কিন্তু আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰপৰা।'— কথাষাৰ বুজাই লিখা। 

উত্তৰঃ

৪। “মই নিজেও গৱেষক ছাত্র হৈও মধুলােভী মৌমাখিৰ দৰে কিছুমান ক্লাছৰ সােৱাদ লৈছিলাে।” — লেখকে উল্লেখ কৰা উক্ত বাক্যশাৰীৰ আলমত কে'ম্ব্ৰিজৰ শিক্ষাব্যৱস্থাৰ বিষয়ে লিখা। 

উত্তৰঃ

৫। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ শৈক্ষিক ব্যৱস্থাপনা তথা পাঠদান কেনেকুৱা আছিল, পাঠটোৰ আধাৰত চমুকৈ বর্ণনা কৰা। 

উত্তৰঃ

৬। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা? 

(ক) “দেশ বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যােগাযােগ আৰু বিনিময়েহে মানৱীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে। জ্ঞানক যেতিয়া কেৱল সম্পত্তিৰ ৰূপত চোৱা হয়, তেতিয়া আৰু সেইটো সম্ভৱ নহয়।”

উত্তৰঃ