গিবন

 অতি চমু প্রশ্নঃ

১। ৰুছো কোন আছিল? 

(এই প্ৰশ্নটো 2019চনত আহিছিল)

উত্তৰঃ

চমু প্রশ্নঃ 

১। জন মিল্টন কোন শতিকাৰ কবি আছিল? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম কি?

(এই প্ৰশ্নটো 2019চনত আহিছিল) 

উত্তৰঃ

A. ৰচনাধর্মী প্রশ্নঃ  

১। এডৱার্ড গিবনৰ চমু পৰিচয় দিয়া। 

(এই প্ৰশ্নটো 2019চনত আহিছিল)

উত্তৰঃ

২। এডৱার্ড গিবনৰ চমু পৰিচয় দিয়া।

(এই প্ৰশ্নটো 2019চনত আহিছিল)

উত্তৰঃ

৩। চমুকৈ লিখা? 

(ক) হােমেন বৰগােহাঞি

(এই প্ৰশ্নটো 2019চনত আহিছিল) 

উত্তৰঃ

 অতিৰিক্ত প্রয়ােজনীয় প্রশ্নাৱলী 

(ক) অতি চমু প্রশ্নঃ 

১। 'গিবন' নামৰ প্ৰবন্ধটোৰ লেখক কোন?

উত্তৰঃ

 হােমেন বৰগােহাঞিৰ ভাষা সম্পর্কীয় গ্রন্থ এখনৰ নাম লিখা। 

উত্তৰঃ

৩। হােমেন বৰগােহাঞিদেৱে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল? 

উত্তৰঃ

৪। হােমেন বৰগােহাঞিদেৱে কোন চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল? 

উত্তৰঃ

৫। এৱাৰ্ড গিবন কোন আছিল? 

উত্তৰঃ

৬। পৃথিৱীৰ উচ্চতম গিৰিশৃংগটোৰ নাম কি? 

উত্তৰঃ

৭। এডৱার্ড গিবনৰ জীৱনৰ কীর্তিস্তম্ভস্বৰূপ গ্ৰন্থখনৰ নাম কি? 

উত্তৰঃ

৮। এডৱার্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা।

উত্তৰঃ

৯। শ্বপেন হাৱাৰ কোন আছিল? 

উত্তৰঃ

১০। “আলেকজেণ্ড্ৰিয়ান কোৱাৰ্টেট’ উপন্যাসমালাৰ লেখকগৰাকীৰ নাম কি? 

উত্তৰঃ

১১।'পেৰাডাইজ লষ্ট' নামৰ বিখ্যাত গ্রন্থখনৰ গ্ৰন্থকাৰগৰাকী কোন? 

উত্তৰঃ

১২। ছাত্র হিচাপে এডৱার্ড গিবন কেনে ধৰণৰ আছিল? 

উত্তৰঃ

১৩। এডৱার্ড গিবনে পােন্ধৰ বছৰ বয়সত কোনখন কলেজত নাম ভর্তি কৰিছিল? 

উত্তৰঃ

১৪। এডৱার্ড গিবনে ৰচনা কৰা প্রখ্যাত গ্রন্থ এখনৰ নাম লিখা। 

উত্তৰঃ

১৫। ভলতেয়ৰ কোন আছিল?

উত্তৰঃ

১৬। এডৱার্ড গিবনৰ কেতিয়া মৃত্যু ঘটিছিল? 

উত্তৰঃ

১৭। লুছান ক’ত অৱস্থিত? 

উত্তৰঃ

১৮। এডৱার্ড গিবনৰ প্ৰেমৰ পাত্ৰী গৰাকীৰ নাম কি? 

উত্তৰঃ

১৯। গিবনে কাৰ নিৰ্দেশত লুছান এৰিবলগা হয়? 

উত্তৰঃ

২০। গিবনৰ প্ৰেমৰ পাত্রী ছুজান কাদে কাৰ সৈতে বিবাহপাশত আবদ্ধ হয়? 

উত্তৰঃ

২১। মঁচিয়ে নেকাৰ কাৰ বিত্তমন্ত্রী আছিল?

 উত্তৰঃ

২২। মাডাম দ্য ষ্টেল কোন

উত্তৰঃ

২৩। 'এডলফ' নামৰ আত্মজৈৱনিক উপন্যাসখনৰ স্রষ্টা কোন?

উত্তৰঃ

২৪। লৰেঞ্চ ডাৰেল কোন? 

উত্তৰঃ

২৫। এডৱার্ড গিবনে ৰােমান সাম্রাজ্যৰ ইতিহাস গ্রন্থখন কিমান বছৰ ধৰি লিখিছিল? 

উত্তৰঃ

২৬। এডৱার্ড গিবনে ৰােমান সাম্রাজ্যৰ ইতিহাস গ্রন্থখন কিমানটা খণ্ডত লিখি উলিয়াইছিল? 

উত্তৰঃ

২৭। এডৱার্ড গিবনে কিমান চনৰ কোন তাৰিখে ‘ডিক্লাইন এণ্ড ফল’ৰ সর্বশেষ পৃষ্ঠাকেইটা লিখি শেষ কৰি উলিয়াইছিল? 

উত্তৰঃ

২৮। 'লাইফ অব ডঃ জনছন' নামৰ বিখ্যাত গ্রন্থখনৰ গ্রন্থকাৰগৰাকী কোন? 

উত্তৰঃ

B. চমু প্রশ্নঃ

১। হােমেন বৰগােহাঞিৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? 

উত্তৰঃ

২। হােমেন বৰগােহাঞিৰ আত্মজীৱনীমূলক গ্রন্থকেইখন কি কি? 

উত্তৰঃ

৩। হােমেন বৰগােহাঞিৰ চুটিগল্পৰ কেইখনমান গ্রন্থৰ নাম লিখা।  

উত্তৰঃ

৪।হােমেন বৰগােহাঞিৰ ৰচিত উপন্যাস কেইখনমানৰ নাম উল্লেখ কৰা। 

উত্তৰঃ

৫। হােমেন বৰগােহাঞিদেৱে সম্পাদনা কৰা বাতৰি কাকত কেইখনৰ নাম উল্লেখ কৰা। 

উত্তৰঃ

৬। গিবনৰ সম্পূর্ণ নামটো কি আছিল? তেওঁ কোন শতিকাৰ লেখক আছিল? 

উত্তৰঃ

৭। অক্সফোর্ড আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোনখন মহাদেশৰ অন্তৰ্গত?

 উত্তৰঃ

৮। ড° হীৰেন গােহাঁয়ে গৱেষণাৰ উদ্দেশ্যে কিমান চনত কেম্ব্ৰিজ   বিশ্ববিদ্যালয়লৈ গৈছিল? 

উত্তৰঃ

৯। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ আগতে ক'ত নামভৰ্তি কৰিব লাগিছিল? 

উত্তৰঃ

১০। বিশ্বৰ প্রাচীনতম প্রখ্যাত বিশ্ববিদ্যালয়খনৰ নাম কি? 

উত্তৰঃ

১১। বিশ্বৰ প্রাচীনতম প্রখ্যাত বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল? 

উত্তৰঃ

১২। বিশ্বৰ দ্বিতীয়খন প্রাচীন বিশ্ববিদ্যালয়ৰ নাম কি? 

উত্তৰঃ

১৩। কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোনে প্রতিষ্ঠা কৰিছিল? 

উত্তৰঃ

১৪কেম্ব্ৰিজ বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল? 

উত্তৰঃ

১৫। কলিকতা, বােম্বাই, মাদ্রাজ বিশ্ববিদ্যালয় কিমান চনত প্রতিষ্ঠা হৈছিল? 

উত্তৰঃ

১৬। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত কেইখন কলেজ আছে? 

উত্তৰঃ

১৭। ড° হীৰেন গােহাঁয়ে অধ্যয়ন কৰা কেম্ব্ৰিজ কলেজখনৰ নাম কি? 

উত্তৰঃ

১৮। ড° হীৰেন গােহাঁয়ে অধ্যয়ন কৰা কেম্ব্ৰিজ কলেজখনৰ প্ৰতিষ্ঠাপকগৰাকীৰ নাম লিখা। 

উত্তৰঃ

১৯। কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত? 

উত্তৰঃ

২০। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনৰ গােহাঁইদেৱে পঢ়া কলেজখন কেতিয়া প্রতিষ্ঠা কৰা হৈছিল? 

উত্তৰঃ

২১। দ্বাদশ-ত্রয়ােদশ শতিকাতে স্থাপন হােৱা য়ুৰোৰপৰ বিশ্ববিদ্যালয়সমূহৰ শিক্ষাৰ মাধ্যম কি আছিল? 

উত্তৰঃ

২২। নট্ৰ্ডাম কি? 

উত্তৰঃ

২৩। জর্জ্ ষ্টাইনাৰ কোন? 

উত্তৰঃ

২৪। দ্বাদশ-ত্রয়ােদশ শতিকাতে স্থাপন হােৱা য়ুৰােপৰ বিশ্ববিদ্যালয়সমূহক প্রথমতে কি বুলি কোৱা হৈছিল? 

উত্তৰঃ

২৫। কলেজ অধ্যক্ষক কোনে নির্বাচন কৰিছিল? 

উত্তৰঃ

২৬। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ শিক্ষাব্যৱস্থাৰ সৈতে অসমৰ কি অনুষ্ঠানৰ কোনটো বিষয়ত সাদৃশ্য আছে? 

উত্তৰঃ

২৭। পিয়েৰ আবে’লাৰ কোন? 

উত্তৰঃ

২৮। খ্রীষ্টানসকলৰ কোনখন ঠাইক পৱিত্ৰস্থান বুলি গণ্য কৰা হয়? 

উত্তৰঃ

২৯। জন ডান্স স্কটাছ কোন আছিল? 

উত্তৰঃ

৩১। আৰবী গ্রন্থত প্লেটোক কি নামেৰে নামকৰণ কৰা হৈছিল?

উত্তৰঃ

৩২। টমাছ আকুৱাইনাছ কোন আছিল?

 উত্তৰঃ

৩৩। আৰবী গ্রন্থত এৰিষ্ট'টলক কি নামেৰে নামকৰণ কৰা হৈছিল?

 উত্তৰঃ

৩৪। ইবন ৰুশ্বদ কোন আছিল? 

উত্তৰঃ

৩৫। উইলিয়াম অব অকে'ম কোন আছিল? 

উত্তৰঃ

৩৬। কাল আৱে'ৰৰছ কোন? 

উত্তৰঃ

৩৭। 'ছুম্মা থিয়'লজিকা' নামৰ গ্ৰন্থখনৰ গ্ৰন্থকাৰগৰাকীৰ নাম কি? 

উত্তৰঃ

৩৮। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰকাশ কৰা প্রচীনতম সাপ্তাহিক পত্রিকাৰ নাম কি? 

উত্তৰঃ

B. চমু প্রশ্নঃ

১। ড° হীৰেন গােহাঁইৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? 

উত্তৰঃ

২। ড° হীৰেন গােহাঁয়ে ৰচনা কৰা আত্মকথামূলক গ্রন্থসমূহৰ নাম লিখা। 

উত্তৰঃ

৩। ড° হীৰেন গােহাঁয়ে ৰচনা কৰা সাহিত্য আৰু সমাজ সমালােচনামূলক কেইখনমান গ্রন্থৰ নাম লিখা।  

উত্তৰঃ

৪। য়ুৰােপৰ মধ্যযুগত স্থাপন হােৱা কেইখনমান প্রাচীন বিশ্ববিদ্যালয়ৰ নাম লিখা। 

উত্তৰঃ

৫। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনৰ কেইখনমান কলেজৰ নাম লিখা।

উত্তৰঃ

৬। প্রাচীন ভাৰতৰ বিশ্ববিদ্যলয়কেইখনৰ নাম লিখা। 

উত্তৰঃ

৭। ক্ৰুছে’দ বা ধর্মযুদ্ধ বুলিলে কি বুজা? 

উত্তৰঃ

৮। মধ্যযুগত কুসংস্কাৰত ডুব গৈ থকা য়ুৰােপক কিহে মুক্তি দিলে? 

উত্তৰঃ

৯। গথিক স্থাপত্য বুলিলে কি বুজা?

উত্তৰঃ

১০। ইংলণ্ডৰ গির্জাত পৰিস্ফুট হােৱা তিনি প্ৰকাৰৰ গথিক স্থাপত্য শৈলীৰ নাম লিখা। 

উত্তৰঃ

১১। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে পৰিধান কৰা পােছাকৰ চমু আভাস দিয়া।

 উত্তৰঃ

১২।কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবােৰৰ অধ্যক্ষসকল কিদৰে নির্বাচন কৰা হৈছিল? 

উত্তৰঃ

১৩। মধ্যযুগত য়ুৰােপৰ কলেজসমূহ কিদৰে প্রতিষ্ঠা কৰা হৈছিল আৰু কলেজসমূহে অর্থসাহায্য কেনেদৰে লাভ কৰিছিল? 

উত্তৰঃ

১৪। মানৱীয় জ্ঞানৰ ভঁৰাল চহকী কৰা আৰৱ পণ্ডিতসকলে মূলতঃ ক'ৰপৰা মূলধন আহৰণ কৰিছিল? 

উত্তৰঃ

১৫। “ব্যৱস্থাটোৱে কিছু পৰিমাণে অসমৰ সত্ৰব্যৱস্থাৰ কথা মনত পেলায়।” য়ুৰােপৰ কি ব্যৱস্থাই অসমৰ সত্ৰব্যৱস্থাৰ কথা মনত পেলাই বুলি লেখকে উল্লেখ কৰিছে?

উত্তৰঃ