পদ  


1. অৰ্থযুক্ত বিশিষ্ট পদৰ এটা উদাহৰণ দিয়া।

(এই প্ৰশ্নটো ২০০৩ আৰু ২০০৭ চনত আহিছিল)

উত্তৰঃ


2. সকলো শব্দই পদ - এই বাক্যটো সঁচানে?

(এই প্ৰশ্নটো ২০০০ চনত আহিছিল)

উত্তৰঃ


3. সকলো শব্দই পদ নহয় - এইটো সঁচানে?

(এই প্ৰশ্নটো ২০০৫ চনত আহিছিল)

উত্তৰঃ


4. 'সেউজীয়া' আৰু 'ৰঙা' - এই পদ দুটা বিপৰীত পদনে?

(এই পশ্নটো ২০০৬ চনত আহিছিল)

উত্তৰঃ


5. "সকলো শব্দই পদ, কিন্তু সকলো পদেই শব্দ নহয়"- এইটো সত্য নে?

(এই প্ৰশ্নটো ২০০৮ চনত আহিছিল)

উত্তৰঃ


6. পৰতন্ত্ৰসিদ্ধ শব্দৰ এটা উদাহৰণ দিয়া।

(এই প্ৰশ্নটো ২০১০ চনত আহিছিল)

উত্তৰঃ


7. উদ্দেশ্য পদ আৰু বিধেয় পদৰ মাজত থকা সম্বন্ধসূচক চিহ্নটোক             বুলি জনা যায়।

(এই পশ্নটো ২০১৭ চনত আহিছিল)

উত্তৰঃ


8. নিম্নলিখিত কোনটো উক্তি শুদ্ধ?

(i) সকলো পদেই শব্দ নহয়।

(ii) সকলো শব্দই পদ।

(iii) কিছুমান শব্দ পদ নহয়।

(iv) কোনো শব্দই পদ নহয়।

(এই প্ৰশ্নটো ২০১৮ চনত আহিছিল)

উত্তৰঃ


9. তৰ্কবিজ্ঞানসন্মত বচনত সংযোজকটো এটা পদ হয়নে?

(এই প্ৰশ্নটো ২০১৯ চনত আহিছিল)

উত্তৰঃ


B. Short Type Question:

1. সংজ্ঞা দিয়াঃ

(a) লক্ষণাৰ্থক পদ 

(এই প্ৰশ্নটো ২০০৩ আৰু ২০০৫ চনত আহিছিল)

উত্তৰঃ


(b) অৰ্থযুক্ত বিশিষ্ট পদ

(এই পশ্নটো ২০০০, ০১, ০৮ চনত আহিছিল)

উত্তৰঃ


(c) সামান্য পদ

(এই প্ৰশ্নটো ২০০২ চনত আহিছিল)

উত্তৰঃ


(d) পদ

(এই প্ৰশ্নটো ২০০৪ আৰু ২০০৬ চনত আহিছিল)

উত্তৰঃ


(e) লক্ষণাৰ্থ

(এই প্ৰশ্নটো ১৯৯৯ চনত আহিছিল)

উত্তৰঃ


2. উদাহৰণ দিয়াঃ

অৰ্থযুক্ত বিশিষ্ট পদ 

(এই প্ৰশ্নটো ১৯৯৯ আৰু ২০০৭ চনত আহিছিল)

উত্তৰঃ


3. পদ বুলিলে কি বুজা 

(এই প্ৰশ্নটো ২০১০ আৰু ২০১৫ চনত আহিছিল)

উত্তৰঃ


4. সামান্য পদ মানে কি? এই পদৰ এটা উদাহৰণ দিয়া।

(এই প্ৰশ্নটো ২০১০ চনত আহিছিল)

উত্তৰঃ


5. পাৰ্থক্য নিৰ্ণয় কৰাঃ

(a) বিপৰীত আৰু বিৰুদ্ধ পদ 

(এই প্ৰশ্নটো ১৯৯৯ ২০০৫ আৰু ২০০৭ চনত আহিছিল)


(b) লক্ষণাৰ্থক আৰু অলক্ষণাৰ্থক পদ

(এই প্ৰশ্নটো ১৯৯৯ ২০০১ আৰু ২০০৭ চনত আহিছিল)

উত্তৰঃ


6. চমু টোকা লিখাঃ

(a) বিপৰীত আৰু বিৰুদ্ধ পদ

(এই পশ্নটো ২০০২ চনত আহিছিল)

উত্তৰঃ


(b) পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থ

(এই প্ৰশ্নটো ২০০৬ চনত আহিছিল)

উত্তৰঃ


7. তৰ্কবিজ্ঞানত অসিদ্ধ শব্দ বা অপদ বুলিলে কি বুজা? এই প্ৰকাৰ শব্দত এটা উদাহৰণ দিয়া।

(এই প্ৰশ্নটো ২০০৮ চনত আহিছিল)

উত্তৰঃ


8. কোনো পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থ বুলিলে কি বুজা?

(এই প্ৰশ্নটো ২০০৮ চনত আহিছিল)

উত্তৰঃ


9. "পৰষ্পৰ সম্বন্ধযুক্ত আৰু ক্ৰমবিনস্ত্য শ্ৰেণীবাচক পদবোৰৰ ক্ষেত্ৰতহে কেৱল পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ মাজত থকা বিপৰীতমুখী পৰিবৰ্তন সম্বন্ধ প্ৰযোজ্য হয়।"-এই কথাষাৰিৰ তাৎপৰ্য উপযুক্ত উদাহৰণসহ ব্যাখ্যা কৰা।

(এই প্ৰশ্নটো ২০১০ চনত আহিছিল)

উত্তৰঃ


C. Essay Type Question:

1. পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ সম্বন্ধ বিপৰীতমুখী' - উক্তিটো আলোচনা কৰা।

(এই প্ৰশ্নটো ২০০০ ২০০৩ আৰু ২০০৫ চনত আহিছিল)

উত্তৰঃ


2. লক্ষণাৰ্থক পদ কাক বোলে আলোচনা কৰা।

(এই প্ৰশ্নটো ২০০৭ চনত আহিছিল)

উত্তৰঃ


3. পদ কাক বোলে? পদৰ শ্ৰেণীবিভাজন উল্লেখ কৰা।

(এই প্ৰশ্নটো ২০১৯ চনত আহিছিল)

উত্তৰঃ


Additional Important Question


A. Very Short Type Question:

1. অৱধাৰণা কি?

উত্তৰঃ


2. ব্যাহতাৰ্থক পদ মানে তুমি কি বুজা?

উত্তৰঃ


3. একেমুখী পৰিৱৰ্তন কি?

উত্তৰঃ


4. বিপৰীতমুখী পৰিৱৰ্তন মানে কি?

উত্তৰঃ


B. Short Type Question 

1. উদাহৰণ দিয়াঃ

(a) বিশিষ্ট পদ 

(b) সামান্য পদ

(c) বিপৰীত পদ

(d) বিৰুদ্ধ পদ

(e) সাপেক্ষ পদ

(f) লক্ষনাৰ্থক পদ

  

2. সংজ্ঞা দিয়াঃ
(a) বিশিষ্ট পদ
(b) সাপেক্ষ পদ
(c) নঞৰ্থক পদ

3. পাৰ্থক্য লিখাঃ
(a) বিশিষ্ট পদ আৰু সামান্য পদ।
(b) পদ আৰু শব্দ।
(c) পদৰ ব্যাচ্যাৰ্থ আৰু লক্ষণাৰ্থ।

4. চমুটোকাঃ
(a) লক্ষনাৰ্থক পদ।
(b) পদৰ ব্যাচ্যাৰ্থ।
(c) বিৰুদ্ধ পদ।

5. চমুকৈ উত্তৰ দিয়াঃ
(a) পদ কি?
(b) সকলো শব্দই কি?
(d) শব্দ কেই প্ৰকাৰৰ?

C. Essay type Question
1. "সকলো পদেই শব্দ কিন্তু সকলো শব্দই পদ নহয় ব্যাখ্যা কৰা ।
উত্তৰঃ

2. সকলো প্ৰকাৰৰ পদেই আলোচনা কৰা।
উত্তৰঃ

3. কি পৰিস্থিতিত ব্যাচাৰ্থ আৰু লক্ষণাৰ্থৰ নিয়মবোৰ প্ৰযোজ্য নহয়?
উত্তৰঃ

_______________________________________________________

_______________________________________________________