নিৰ্বাচন আৰু প্ৰতিনিধিত্ব ?  (Election And Representation ) অধ্যায় ৩ | Chapter ৩ | Class 11 Political Science Question Answer | HS 1st Year Political Science Solution | Question Answer Assam Board | Assamese Medium | Free Political Science Answer and Model | Higher Secondary First Year Political Science Suggestion | উচ্চতৰ মাধ্যমিক ৰাজনীতি বিজ্ঞানৰ উত্তৰ | একাদশ শ্ৰেণীৰ ( নিৰ্বাচন আৰু প্ৰতিনিধিত্ব)

ৰচনাধর্মী প্রশ্ন 

 ১। নির্বাচন কাক বােলে ? প্রত্যক্ষ আৰু পৰােক্ষ নির্বাচনৰ মাজৰ পাৰ্থক্য কি কি ? 

২। প্রত্যক্ষ আৰু পৰােক্ষ নির্বাচন কাক বােলে ? উভয়ৰে গুণ আৰু দোষবােৰ আলােচনা কৰা ।

 ৩। আমাক কিয় একে স্বাধীন নির্বাচন আয়ােগৰ প্ৰয়ােজন ব্যাখ্যা কৰা । 

 ৪। নির্বাচন কাক বােলে আৰু ভাৰতীয় নির্বাচন সম্পর্কে চমুকৈ বর্ণনা কৰা ।

 ৫। First Past the Post Systern মানে কি বুজা ? ভাৰতত এই ব্যৱস্থাটো কিয় গ্ৰহণ কৰিছিল ? 

৬. ভাৰতীয় গনতন্ত্ৰ এতিয়া First Past The Post System-ৰ পৰা আনুপাতিক প্ৰতিনিধিত্ব পদ্ধতিলৈ পৰিৱৰ্তন কৰিবলৈ সাজু এই উক্তৰ লগত তুমি একমত নে ? এই উক্তিৰ সপক্ষে বা বিপক্ষে যুক্তি দৰ্শোৱা ।

৭. ভাৰতৰ নিৰ্বাচন পদ্ধিটো আলোচনা কৰা । 

  ৮। ভাৰতৰ নির্বাচনী আয়ােগৰ গঠন , ক্ষমতা আৰু কার্যাবলী আলােচনা কৰা । 

৯। ভাৰতৰ নির্বাচন আয়ােগৰ চাৰিটা কর্ম উল্লেখ কৰা । 

 ১০। বৰ্তমানৰ ভাৰতৰ নির্বাচন ব্যৱস্থাৰ দৌৰবিলাক ব্যাখ্যা কৰা । 

১১। ভাৰতৰ নির্বাচন ব্যবস্থাটোৰ সস্কোৰৰ কাৰণে পৰামৰ্শ আগবঢ়োৱা ।

 ১২৷ ভাৰতত নির্বাচনী সম্ভোৰৰ বাৰে চাৰিটা পৰামৰ্শ দিয়া ? 

 ১৩। সঠিসব পদ্ধতি আৰু সূকীরা নির্বাচক বর্ণ পদ্ধতিৰ মাজত পার্থক্য কি ? সংবিধান প্রণেতাসকলে কিয় গােচৰটো নাকচ কৰিছিল ? 

 ১৪। এখন গণতান্ত্রিক ৰাষ্ট্ৰত নিৰ্বাচনৰ কাৰ্বাৱলী আলােচনা কৰা 

১৫। সমানুপাতিক প্রতিনিধিত্ব পদ্ধতিটো উদাহৰণ দি বুজাই লিখা । 

১৪। একে হিচাপে প্রতিনিধি নির্বাচন কৰা পদ্ধতিৰ গুণ আৰু আসোঁৱাহ আলােচনা কৰা ।

১৫. সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতিটো উদাহৰন দি বুজাই লিখা ।

১৬. ভাৰতৰ ৰাজ্যসভাৰ নিৰ্বাচন কৰা পদ্ধতিৰ গুণ আৰু আসোঁৱাহ আলোচনা কৰা ।

১৭. এলেকা হিচাপে প্ৰতিনিধি নিৰ্বাচন কৰা পদ্ধতিৰ গুন আৰু আসোঁৱাহ আলোচনা কৰা ।

১৮। সর্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ বুলিলে কি বুজা ? বহলাই আলােচনা কৰা । 

১৯৷ ভাৰতে কিয় “ প্রথম স্থান দখল কৰিলেই ( FPTP ) ” জরী হােৱা নির্বাচন পদ্ধতি গ্রহণ কৰিলে ? বুজাই লিখা ।

 ২০। সমষ্টি সুৰক্ষণ আৰু সমষ্টি নিৰ্ধাৰণ আয়োগ সম্পর্কে বুজাই লিখা ।

 ২১। সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ বুলিলে কি বুজা ? ইয়াৰ সপক্ষে দুটা আৰু বিপক্ষে দুটা যুক্তি দিয়া । 

 ( Short answers questions ) :

 ১। ভাৰতৰ নির্বাচনী ব্যৱস্থাৰ বিকোনাে চাৰিটা দূর্বলতা উল্লেখ কৰা ।

২. নিৰ্বাচন কাক বোলে?

৩. পৰোক্ষ নিৰ্বাচন কাক বোলে উদাহৰন দি বুজাই লিখা ।

 ৪। ভাৰতে ‘ প্রথম জনেই বিজেতা পদ্ধতি গ্রহণ কৰাৰ দুটা কাৰণ উল্লেখ কৰা ।

 ৫। প্রত্যক্ষ নির্বৰ দুটা গুণ আৰু দুটা দোষ উল্লেখ কৰা । 

 ৬. সমানুপাতিক প্রতিনিধিত্ব মানে কি বুজা ? এই প্রথা প্রচলন থকা দুখন ৰাষ্ট্ৰৰ নাম লিখা ।

৭. সমষ্টি নিৰ্ধাৰন আয়োগ সম্পৰ্কে চমু বৰ্ণনা দিয়া ।

  ৮। সংখ্যালকুৰ প্ৰতিনিধিতুই কি বুজায় ? সংখ্যালঘূৰ প্রতিনিধিত্বৰ দুটা পদ্ধতি উল্লেখ কৰা । 

১০। নির্বাচন আৰু গণতন্ত্রৰ সম্পৰ্ক চমুকৈ ব্যাখ্যা । 

১১। নির্বাচন নিক্যে আৰু নিৰপেক্ষ কৰিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ?

১ ২ প্রথম স্থান লাভ কৰিলেই বিজয়ী হােৱা পদ্ধতি ( FPTP ) আৰু সমানপাতিক প্রতিনিধিত্ব পদ্ধতিৰ মাজৰ চাৰিটা পার্থক্য উল্লেখ কৰা 

১৩। ভাৰতত কিয় প্রথম স্থান দখল কৰিলেই জয়ী হােৱা পদ্ধতি গ্রহণ কৰিছে ?

১৪. ১৯৮৯ চনৰ পৰা ভাৰতত নতুন ধাৰা কি ?

১৫. ভাৰতীয় সংবিধানৰ অধীনত আসন সংৰক্ষণৰ ব্যৱস্থা ব্যাখ্যা কৰা । 

১৬. মুখ্য নিৰ্বাচনী কমিচনাৰৰ ভূমিকা আলোচনা কৰা । 

১৭. মুক্ত আৰু নিকা নিৰ্বাচনৰ তিনিটা বৈশিষ্ট আলোচনা কৰা । 

১৮. ভাৰতত নিৰ্বাচন ব্যৱস্থা অনুষ্ঠিত কৰাৰ তিনিটা ব্যৱস্থা ব্যাখ্য়া কৰা । 

১৯. ভাৰতত সমস্তিবিলাক কেনেকৈ নিৰ্ধাৰন কৰা হয় ?

অতি চমু উত্তৰ প্ৰশ্ন (Very Short Questions ):

১. গণতন্ত্ৰ কি ?

২. আমাক নিৰ্বাচন কিয় লাগে ?

৩. ভাৰতত নিৰ্বাচন সংস্কাৰৰ প্ৰয়োজন কিয় ?

৪. মনোনয়ন পত্ৰৰ অৰ্থ কি ?

৫. নিৰ্বাচন সময়ত দলসমূহৰক নিৰ্বাচনী প্ৰতীক কিয় দিয়া হয় ?

৬. ভাৰতত অনুসূচীত জাতি আৰু জনজাতিৰ বাবে সমষ্টি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে কিয় ?

৭. ভাৰতত নিৰ্বাচন ব্যৱস্থাৰ দুটা বৈশিষ্ট উল্লেখ কৰা ।

৮. ভাৰতীয় ভোটাৰৰ দুটা অৰ্হতা উল্লেখ কৰা । 

৯. তোমাৰ ৰাজ্যৰ পৰা লোকসভালৈ কেইজন আৰু ৰাজ্যসভালৈ কেইজন সদস্য নিৰ্বাচিত হয় ?

১০. সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ কি ?

১১. সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ সপক্ষে দুটা যুক্তি দিয়া ।

১২. নিৰ্বাচনী প্ৰচাৰ দুটা কৌশল উল্লেখ কৰা ।

১৩. ভোটাধিকাৰ অধিকাৰৰ গুৰুত্ব কি ?

১৪. শুদ্ধ নিৰ্বাচনী ব্যৱস্থাৰ দুটা পৰীক্ষা উল্লেখ কৰা ।

১৫. প্ৰত্যক্ষ নিৰ্বাচনৰ দুটা আসোঁৱাহ দাঙি ধৰা ।

১৬. গণতন্ত্ৰত নিৰ্বাচনৰ প্ৰটোজনীয়তা কি ব্যাখ্যা কৰা ।

১৭. বিশেষ সংখ্যাগৰিষ্ঠতা কি ব্যাখ্যা কৰা ।

১৮. নিৰ্বাচন আয়োগৰ সাংবিধানিক স্থান নিৰ্ণয় কৰা ।

১৯. আনুপাতিক প্ৰতিনিধিত্ব বুজায় লিখা ।

২০. সমষ্টি সীমা নিৰ্ধাৰন আয়োগৰ বিষয়ে লিখা । 

বস্ত্তনিষ্ঠ প্ৰশ্নাৱলী ( Objective Type Questions ):

১. প্ৰত্যেকজন নাগৰিকেই একোজন ভোটাৰনে ?

২. নিৰ্বাচন আৰু গণতন্ত্ৰ পৰম্পৰ সম্পৰ্কযুক্ত হয়নে ?

৩. প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তি কি ?

৪. সাৰ্বজনীন ভোটাধিকাৰৰ সপক্ষে এটা যুক্তি দিয়া ।

৫. সমানুপাতিক প্ৰতিনিধিত্ব নীতি অনুসৰণ কৰা এখন দেশৰ নাম লিখা ।

৬. সকলো নাগৰিকেই ভোটাৰ । ( হয় বা নহয় লিখা )

৭. ভাৰতত ৰাষ্ট্ৰপতিক পৰোক্ষ নিৰ্বাচন পদ্ধতি অনুসৰি নিৰ্বাচিত কৰা হয় । (শুদ্ধ নে অশুদ্ধ লিখা 

 ৮. ভাৰতত নিৰ্বাচন আয়োগৰ সদস্য কেইজন ?

৯. ভোটাৰসকলে ভোটদান কৰি প্ৰতিনিধি বাচি দিয়া পদ্ধতিকে নিৰ্বাচন বোলে । ( শুদ্ধ নে অশুদ্ধ লিখা )

১০. উপ - ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত জনসাধাৰণে ভোটদান কৰে । ( শুদ্ধ নে অশুদ্ধ লিখা )

১১. প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কি ?

১২. প্ৰত্যক্ষ নিৰ্বাচন কি ?

১৩. সাম্প্ৰদায়িক প্ৰতিনিধিত্ব মানে কি বুজা ?

( শুদ্ধ উত্তৰ বাচি উলিওৱা ) Choose The Correct Answer ) :

১. ভোটাধিকাৰৰ অৰ্থ হল-

(ক) নিৰ্বাচনত প্ৰতিদ্বন্দ্বতা কৰা 

(খ) ভোট দিয়াৰ অধিকাৰ

(গ) চৰকাৰী চৰকাৰী চাকৰি পোৱা অধিকাৰ

(ঘ) সংঘ গঠন অধিকাৰ 

 ২। তলত উল্লেখ কৰা কোন প্রত্যক্ষভাৱে নির্বাচিত হয় 

( ক ) ভাৰতৰ ৰাষ্ট্রপতি

 ( খ ) ভাৰতৰ উপ - ৰাষ্টপতি

 ( গ ) ৰাজ্যিক বিধানসভাৰ সদস্যসকল 

( ঘ ) ৰাজ্যসভাৰ সদস্যসকল ।

 ৩। ভাৰতৰ ভােটাধিকাৰ লাভ কৰিবলৈ কমেও বয়স হ'ব লাগে

(ক ) ১৮ বছৰ

( খ ) ২৫ বছৰ

 ( গ ) ২৪ বছৰ

 ( ঘ ) ২০ বছৰ  

 ৪। নির্বাচন গণতান্ত্রিক কৰাৰ কাৰণে তলৰ কোনটোৰ প্ৰয়ােজন নাই। 

( ক ) এটা ভােট 

( খ ) মুক্ত আৰু নিকা নির্বাচন

 ( গ ) প্ৰতিটো ভােটৰ মূল্য সমান হ'ব লাগে ।

 ( ঘ ) চৰকাৰী যন্ত্র ব্যৱহাৰ 

৫। নির্বাচন আয়োগৰ সদস্যসকলক নিযুক্তি দিয়ে 

( ক ) সংসদে

( খ ) ৰাষ্ট্রপতিয়ে 

 ( গ ) প্রধানমন্ত্রীয়ে 

( ঘ ) ৰাজ্যপালে

 ৬। তলৰ কোনটো প্রত্যক্ষ গণতন্ত্রৰ লগত বেছি খাপ খায় ?

 ( ক ) পাৰিবাৰিক সভাৰ আলােচনা 

( খ ) শ্রেণী প্রতিনিধি নির্বাচন

 ( গ ) ৰাজনৈতিক দলৰ দ্বাৰা প্রার্থী নির্বাচন 

( ঘ ) গাঁও সভাৰ সিদ্ধান্তসমূহ

 ( ঙ ) প্রচাৰ মাধ্যমে অনুষ্ঠিত কৰা নির্বাচনী মতামত 

৭। তলৰ কোনবােৰ কার্য নির্বাচন আয়ােগে সম্পাদন কৰে—

 ( ক ) নির্বাচনী তালিকা প্রস্ত্তত

 ( খ ) প্রার্থী মনােনয়ন 

( গ ) ভােট গ্রহণ কেন্দ্র স্থাপন 

( ঘ ) আদর্শ আচৰণ বিধি ৰূপায়ণ

 ( ঙ ) পঞ্চায়ত নির্বাচন পৰিচালনা 

৮। ৰাজ্যসভা আৰু লােকসভাৰ সদস্য নির্বাচনৰ বাবে কোনটো নির্বাচন পদ্ধতি উমৈহতীয়া—

( ক ) ১৮ বছৰৰ ওপৰৰ প্ৰতিজন নাগৰিকেই ভােটাৰ হােৱাৰ উপযুক্ত ।

 ( খ ) ভােটদাতাসকলে বিভিন্ন প্রার্থীৰ বাবে পছন্দৰ ক্ৰম দিব পাৰে । 

( গ ) প্ৰতিটো ভােটৰ মূল্য সমান ।

( ঘ ) জয়লাভ কৰােতাজনে আধাতকৈ বেছি ভােট পাব লাগিব ।

৯। সর্বাধিক FPTP পদ্ধতিত কেইজন প্রার্থীক বিজেতা ঘােষণা কৰা হয়—

 ( ক ) যি ডাকযােগে প্রেৰিত ভােট লাভ কৰে 

( খ ) দেশৰ সর্বাধিক ভােট লাভ কৰা দলটোৰ সদস্য ।

 ( গ ) সমষ্টিটোৰ অন্যান্য প্রার্থীতকৈ বেছি ভােট আছে / পাইছে 

( ঘ ) ৫০ শতাংশতকৈ অধিক ভােট লাভ কৰি প্রথম স্থান পায় । 

১০। তলৰ কোনবিলাক উক্তি অশুদ্ধ ? সেইবােৰ চিনাক্ত কৰি মাথােন এটা শব্দ বা খণ্ডবাক্যৰ সহায়ত বিকল্প , অতিৰিক্ত বা পুনৰ গঠন( rearranging ) - ৰ দ্বাৰা সেইবােৰ শুধৰােৱাছ 

( ক ) ভাৰতৰ সকলাে নির্বাচনৰ কাৰণে FPTP পদ্ধতি অনুসৰণ কৰা হয়

 ( খ ) নির্বাচন আয়ােগে পঞ্চায়ত আৰু পৌৰ নির্বাচন পৰিচালনা ( Supervise ) নকৰে

 ( গ ) ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নির্বাচন আয়ুক্তক অপসাৰণ কৰিব নােৱাৰে

 ( ঘ ) নির্বাচন আয়ােগত এজনতকৈ বেছি নির্বাচনী আয়ুক্ত নিয়ােগ কৰাটো বাধ্যতামূলক

 ১১। এখন নতুন দেশৰ সংবিধানৰ বিষয়ে আলােচনা কৰাৰ কাৰণে তলত এখন অধিৱেশনত প্ৰকাশ কৰা কিছুমান ইচ্ছাৰ ( Wishes ) কথা কোৱা হ’ল । ইয়াৰ প্ৰতিটোৰ বিপৰীতে FPTP বা আনুপাতিক প্রতিনিধিত্বৰ কোনটো পদ্ধতি ইচ্ছাবােৰ পূৰণ বেছি কৰিবলৈ উপযুক্ত হ'ব লিখ ।

 ( ক ) জনসাধাৰণে তেওঁলােকৰ প্রতিনিধি কোন সেইটো ভালদৰে জানিব লাগিব 

( খ ) আমাৰ দেশৰ চাৰিওফালে সৰু সৰু ভাষিক সংখ্যালঘুসকল সিঁচৰতি হৈ আছে , আমি তেওঁলােকৰ উপযুক্ত প্রতিনিধিত্বৰ ব্যৱস্থ কৰিব লাগে

 ( গ ) বেলেগ বেলেগ দলৰ বাবে ভোেট আৰু আসনৰ মাজত কোনাে বৈষম্য থকা উচিত নহয় 

( ঘ ) জনসাধাৰণে ৰাজনৈতিক দল এটা ভাল নাপালেও সেই দলৰ উপযুক্ত প্রার্থী নির্বাচিত কৰিব পৰা উচিত

 ১২। নির্বাচন আয়ােগ ।

 ( ক ) ৰাজনৈতিক দলক অনুমােদন জনায়

 ( খ ) প্রধানমন্ত্রী নির্বাচন পৰিচালনা কৰে

( গ ) নির্বাচনৰ কাৰণে প্রার্থী মনােনীত কৰে

 ( ঘ ) কেন্দ্রীয় সংসদ নির্বাচনৰ পৰিচালনা নকৰে 

১৩। ভাৰতত ভােটাধিকাৰ নির্দিষ্ট কৰে 

( ক ) সম্পত্তিৰ অৰ্হতাৰ ওপৰত

 ( খ ) শিক্ষা 

 ( গ ) বাসস্থানৰ মর্যাদা

( ঘ ) সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ

 ১৪। সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকার ভিত্তি হৈছে বয়স শিক্ষা  /সম্পত্তি ।(শুদ্ধ উত্তৰটো বাছি উলিওৱা ) 

Type Sumit Patar.



Post ID : DABP005910