কাৰ্যপালিকা ?  (Election And Representation ) অধ্যায় ৩ | Chapter ৩ | Class 11 Political Science Question Answer | HS 1st Year Political Science Solution | Question Answer Assam Board | Assamese Medium | Free Political Science Answer and Model | Higher Secondary First Year Political Science Suggestion | উচ্চতৰ মাধ্যমিক ৰাজনীতি বিজ্ঞানৰ উত্তৰ | একাদশ শ্ৰেণীৰ (  কাৰ্যপালিকা )

ৰচনাধর্মী প্রশ্ন : 

 ১। কাৰ্যপালিকা কাক বােলে ? বিভিন্ন প্রকাৰৰ কাৰ্যপালিকা কি কি ? ২। সংসদীয় কার্যপালিকা বুলিলে কি বুজা ? ভাৰতত সংসদীয় কার্যপালিকা আছে নে ? 

৩। ভাৰতৰ ৰাষ্ট্রপতি নির্বাচন পদ্ধতি চমুকৈ বর্ণনা কৰা । 

৪। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যপালিকাৰ ক্ষমতাসমূহ ব্যাখ্যা কৰা । 

৫। আমােলাতন্ত্ৰক কিয় স্থায়ী কার্যপালিকা বুলি গণ্য কৰা হয় আলােচনা কৰা ।

 ৬। কাৰ্যপালিকাৰ প্ৰধান ক্ষমতাসমূহ ব্যাখ্যা কৰা । 

 ৭। ভাৰতৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাসমূহ ব্যাখ্যা কৰা । 

৮। ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিধায়ী ক্ষমতাসমূহ আলােচনা কৰা ।  )  

 ৯। ভাৰতৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাসমূহ কেইভাগত ভগাব পাৰি আৰু সেইবােৰ কি কি ?

 ১০। ভাৰতৰ ৰাষ্ট্ৰপতিৰ স্ববিচাৰ ক্ষমতা বহলাই ব্যাখ্যা কৰা । 

১১। ভাৰতৰ ৰাষ্ট্রপ্রধান কোন ? তেওঁৰ সাংবিধানিক পদমর্যাদা চমুকৈ আলােচনা কৰা ।

 ১২। ভাৰতৰ উপৰাষ্ট্রপতিক কোনে নির্বাচিত কৰে ? তেওঁৰ ক্ষমতা আৰু কার্যাৱলী আলােচনা কৰা । 

. ১৩। ভাৰতৰ প্ৰধানমন্ত্রীক কিদৰে নিযুক্ত কৰা হয় ? তেওঁৰ ক্ষমতা আৰু কার্যাবলী আলােচনা কৰা ।

 ১৪। ভাৰতৰ প্ৰধানমন্ত্রী ক্ষমতা আৰু কার্যাবলী আলােচনা কৰা । 

 ১৫। ভাৰতৰ মন্ত্রীসভা কেনেদৰে গঠন হয় ? ইয়াত কেইপ্ৰকাৰৰ মন্ত্রী আছে ? 

১৬। ভাৰতৰ প্ৰধানমন্ত্রী মন্ত্রীপৰিষদৰ লগত থকা সম্পর্ক আলােচনা কৰা । 

১৭। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পাঁচটা গুৰুত্বপূর্ণ কার্য চমুকৈ আলােচনা কৰা ।

 ১৮। ভাৰতৰ শাসনব্যৱস্থাত প্রধানমন্ত্ৰীৰ ভূমিকা আলােচনা কৰা । 

১৯। ভাৰতৰ শাসনব্যৱস্থাত কেন্দ্রীয় মন্ত্রীপৰিষদৰ ভূমিকা আলােচনা কৰা । 

২০। ৰাষ্ট্ৰপতিৰ ওপৰত মন্ত্রীসভাৰ উপদেশ কিয় বাধ্যতামূলক বুলি ভাবা ১০০ টা শব্দৰ ভিতৰত উত্তৰ দিয়া ।

 ২১। আমােলাতন্ত্র মানে কি বুজা ? আমােলাতন্ত্রৰ কার্যাৱলী আলােচনা কৰা । 

২২। কার্যপালিকা নিয়ন্ত্ৰণৰ বাবে সংসদীয় পদ্ধতিৰ কাৰ্যপালিকাই বিধানমণ্ডলৰ ওচৰত বহুতাে ক্ষমতা অর্পণ কৰিছে । কাৰ্যপালিকাক নিয়ন্ত্রণ কৰা কিয় ইমান প্রয়ােজন বুলি তুমি ভাবা ? 

২৩। ভাৰতৰ শাসনব্যৱস্থাত আমােলাতন্ত্ৰৰ ভূমিকা চমুকৈ আলােচনা কৰা । 

২৪। ভাৰতীয় প্রশাসনীয় ব্যৱস্থাত আমােলাতৰ গুৰুত্ব পৰীক্ষা কৰা ।   চমু উত্তৰৰ প্ৰশ্ন ( Short Answer Question ) : 

১। কার্যপালিকাৰ এটা মুখ্য কার্য ব্যাখ্যা কৰা । 

২। ভাৰতৰ ৰাষ্ট্রপতি অপসাৰণ পদ্ধতি বর্ণনা কৰা । 

৩। সংসদীয় কার্যপালিকা বুলিলে কি বুজা ? বুজাই লিখা । 

৪। ৰাষ্ট্ৰপতিৰ ন্যায়িক ক্ষমতাৰ বিষয়ে চমুকৈ লিখা । 

৫। ভাৰতৰ উপৰাষ্ট্রপতি । 

৬। ৰাষ্ট্ৰপতিৰ পদমর্যাদা । 

 ৭। ভাৰতৰ ৰাষ্ট্ৰপতিৰ দুটা স্বেচ্ছাধীন ক্ষমতা উল্লেখ কৰা ।

 ৮। ৰাষ্ট্ৰপতিৰ স্ববিচাৰ ক্ষমতা আলােচনা কৰা ।

 ৯। ভাৰতৰ ৰাষ্ট্ৰপতিৰ চাৰিটা কাৰ্যপালিকাৰ ক্ষমতা লিখা ।

 ১০। প্রধানমন্ত্রী নির্বাচনত ৰাষ্ট্ৰপতিৰ ভূমিকা আলােচনা কৰা । 

১১। ভাৰতৰ ৰাষ্ট্রপতি পদৰ বাবে কি কি অৰ্হতাৰ প্ৰয়ােজন ?

 ১২। ৰাষ্ট্রপতিয়ে কাক প্রধানমন্ত্ৰী হিচাপে নিযুক্ত কৰিব পাৰে ? 

১৩। ৰাষ্ট্ৰপতিৰ বিধায়ী ক্ষমতা আলােচনা কৰা । 

১৪। ৰাষ্ট্ৰপতিৰ লগত প্রধানমন্ত্ৰীৰ সম্পর্ক আলােচনা কৰা । 

১৫। মন্ত্রীপৰিষদৰ পাচটা বৈশিষ্ট্য আলােচনা কৰা । 

 ১৬। কেন্দ্রীয় মন্ত্রী পৰিষদৰ চাৰিটা কার্য ব্যাখ্যা কৰা । 

১৭। মন্ত্রীসভা আৰু মন্ত্রীপৰিষদৰ মাজৰ পার্থক্য নির্ণয় কৰা ।

১৮। কেন্দ্রীয় লােকসেৱা আয়ােগৰ চাৰিটা কাৰ্য লিখা । 

 ১৯। জাতিৰ নেতা হিচাপে প্রধানমন্ত্ৰীৰ ভূমিকা আলােচনা কৰা ।

 ২০। ৰাষ্ট্ৰপতিৰ ভেটো ক্ষমতা কি কি ? 

২১। কেন্দ্রীয় লােকসেৱা আয়ােগৰ গঠন ব্যাখ্যা কৰা ।

 চমু উত্তৰৰ প্ৰশ্ন ( Short Type Questions )  

 ১। কার্যপালিকাৰ প্ৰকাৰ চিত্ৰ আঁকি দেখুওৱা ।

 ২। শ্রীলংকাৰ অর্ধ ৰাষ্ট্ৰপতীয় পতাকা । 

৩। ভাৰতীয় সংবিধানৰ কোন তিনিটা অনুচ্ছেদ মতে ভাৰতৰ ৰাষ্ট্রপতিয়ে বেলেগ বেলেগ তিনি প্ৰকাৰৰ জৰুৰী অৱস্থা পাৰে ? 

৪। মন্ত্রীসভা আৰু মন্ত্রীপৰিষদৰ মাজৰ পার্থক্য নির্ণয় কৰা । 

৫.  ৯১ তম সংশােধনী আইনে ( ২০০৩ ) কিদৰে মন্ত্রীপৰিষদৰ আকাৰ সীমাবদ্ধ কৰিছিল ?

 ৬। মন্ত্রীসভাৰ যিকোনাে দুটা কার্য উল্লেখ কৰা । 

৭। প্রধানমন্ত্রী মন্ত্রীপৰিষদৰ মুৰব্বী বুলি কিয় কোৱা হয় ? 

৮। ভাৰতৰ উপৰাষ্ট্রপতিক কেনেকৈ আঁতৰাব পাৰি ?

 ৯। ৰাষ্ট্রপতি সংসদৰ অবিচ্ছেদ্য অংগ । তুমি এই বিষয়ে একমত নে ? বুজাই লিখা । 

১০। আমােলাতন্ত্ৰৰ যিকোনাে দুটা কার্য উল্লেখ কৰা । 

১১। জাতিৰ নেতা হিচাপে প্রধানমন্ত্ৰীৰ ভূমিকা আলােচনা কৰা । 

১২। উপ - ৰাষ্ট্ৰপতিৰ যিকোনাে দুটা কার্য উল্লেখ কৰা । 

১৩। সংসদীয় চৰকাৰত কেই প্ৰকাৰৰ কাৰ্যপালিকা আছে আৰু কি কি ? 

১৪। উপৰাষ্ট্রপতি কেনেদৰে নির্বাচিত হয় ? 

১৫। বংশানুক্রমিক আৰু নির্বাচিত কার্যপালিকাৰ মাজত পার্থক্য নির্ণয় কৰা । 

১৬। ৰাষ্ট্ৰপতিৰ সাংবিধানিক স্থান নির্ণয় কৰা । 

১৭। ৰাষ্ট্ৰপতিৰ যিকোনাে দুটা কার্য উল্লেখ কৰা । ১৮। আমােলাতন্ত্রৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । 

১৯। সংসদীয় চৰকাৰ মানে কি বুজাই লিখা । 

২০। সর্বভাৰতীয় সেৱাৰ দুটা বৈশিষ্ট্য লিখা । 

২১। ভাৰতৰ ৰাষ্ট্ৰপতিৰ দুটা স্বেচ্ছাধীন ক্ষমতা উল্লেখ কৰা ।  বস্তুনিষ্ঠ প্রশ্নাৱলী

 ( Objective type questions ) :

 ( A ) অতি চমু উত্তৰৰ প্রশ্ন : 

১। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ কোনে গঠন কৰে ? 

২। মন্ত্রীসভাৰ কার্যকাল কেই বছৰৰ ? 

৩। মন্ত্রীসকলক কোনে নিযুক্তি দিয়ে ? 

৪। কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকত কোনে সভাপতিত্ব কৰে ? 

৫। ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কেই বছৰৰ ? 

৬। প্রধানমন্ত্রীক কোনে নিযুক্তি দিয়ে ? 

৭। ভাৰতৰ প্ৰধানমন্ত্রী নে ৰাষ্ট্রপতি নামমাত্র কার্যপালিকা ? 

৮। কেন্দ্রীয় চৰকাৰৰ আমােলাসকলক বাছনি কৰা সংস্থাটোৰ নাম কি ? 

৯। স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী কোন আছিল ? ১০। ৰাষ্ট্ৰপতিৰ মুখ্য উপদেষ্টা কোন ? 

১১। মহাভিযােগ প্রস্তাৱ কি ? 

১২। কোন দেশত বহুব্যক্তি কাৰ্যপালিকা আছে ? ১৩। অর্ধ ৰাষ্ট্রপতি থকা ৰাষ্ট্র এখনৰ নাম লিখা । 

১৪। কোনখন দেশত একক কাৰ্যপালিকা আছে ? ১৫। কেন্দ্রীয় মন্ত্রীসভাত কোনে সভাপতিত্ব কৰে ? ১৬। মন্ত্রীপৰিষদৰ সদস্যসকলৰ মাজত কোনে বিভাগবােৰ ভাগবতৰা কৰি দিয়ে ?

 ( B ) হয় বা নহয় লিখা ( Write " Yes ' or ' No ' ) :

 ১। ৰাষ্ট্রপতিয়ে মন্ত্রীসভাৰ পৰামৰ্শ মানিবলৈ বাধ্য নে ? 

২। সংসদলৈ নির্বাচিত নােহােৱা ব্যক্তি মন্ত্রীপৰিষদত অন্তর্ভুক্ত কৰিব পাৰিনে ? 

৩। ভাৰতত ৰাষ্ট্ৰপতীয় পদ্ধতিৰ চৰকাৰ আছে । 

৪। ভাৰতৰ চতুর্দশ ৰাষ্ট্রপতি ৰামনাথ কোবিন্দ । 

৫। ভাৰতৰ প্ৰধানমন্ত্রী কার্যকাল পাঁচ বছৰৰ ।

 ৬। শ্রীলংকাত অর্ধ - ৰাষ্ট্ৰপতীয় চৰকাৰ আছে ।

 ৭। আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতীয় চৰকাৰ আছে । 

৮। ৰাষ্ট্রপতি ভাৰত ৰাষ্ট্ৰৰ আনুষ্ঠানিক মূৰব্বী ।

 ৯। ৰাষ্ট্ৰপতিৰ ভেটো ক্ষমতা আছে । 

১০। উপ - ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ছয় বছৰৰ । 

১১। প্রধানমন্ত্রীয়ে মন্ত্রীপৰিষদত কোন কোন মন্ত্রী হ’ব সেই সিদ্ধান্ত গ্রহণ কৰে । 

১২। ৰাজ্যপালসকলক প্রধামন্ত্ৰীয়ে নিযুক্তি দিয়ে । 

( C ) শুদ্ধ উত্তৰ বাছি উলিওৱা ( Choose the correct answers ) 

 ১। ভাৰতৰ ৰাষ্ট্রপতিঃ

 ( ক ) চৰকাৰৰ মুৰব্বী 

( খ ) ৰাষ্ট্ৰৰ মুৰব্বী 

( গ ) কেন্দ্রীয় শাসিত অঞ্চলৰ মুৰব্বী 

( ঘ ) এইকেইটাৰ এটাও নহয় 

২। তলত উল্লেখ কৰা কোনখন দেশত প্রকৃত কাৰ্যপালিকা আছে ? 

( ক ) ভাৰত 

( খ ) ইৰান 

( গ ) আমেৰিকা

 ( ঘ ) ফ্রান্স

 ৩। তলত উল্লেখ কৰা কোনখন দেশত কাৰ্যপালিকাৰ মূৰব্বী প্রকৃত 

( ক ) ভাৰত

 ( খ ) ইংলেণ্ড

 ( গ ) আমেৰিকা 

( ঘ ) চুইজাৰলেণ্ড 

৪। সংসদীয় কার্যপালিকাৰ অৰ্থ হ'ল ?

 ( ক ) এটা সংসদ থকা কাৰ্যপালিকা 

( খ ) সংসদৰ দ্বাৰা নির্বাচিত কার্যপালিকা 

( গ ) সংসদে য'ত কাৰ্যপালিকা হিচাপে কার্যনির্বাহ কৰে 

( ঘ ) সংসদত সংখ্যাগৰিষ্ঠ সমর্থনৰ ওপৰত নিৰ্ভৰ কৰা কাৰ্যপালিকা । 

৫। তলৰ কথােপকথনটি পঢ়া আৰু কোনটো যুক্তি তুমি গ্ৰহণ কৰা তাক উল্লেখ কৰা

 ( ক ) অমিতঃ সাংবিধানিক ব্যৱস্থালৈ চাই , ৰাষ্ট্ৰপতিক ৰাবাৰ ষ্টাম্প ( Rubber Stamp ) যেন লাগে ।

 ( খ ) চামা ও প্রধানমন্ত্ৰীক ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে । গতিকে তেওঁৰ প্ৰধানমন্ত্রীক অপসাৰণ কৰাৰাে ক্ষমতা থাকিব লাগে ।

 ( গ ) ৰাজেশঃ আমাক এজন ৰাষ্ট্ৰপতিৰ প্ৰয়ােজন নাই । নির্বাচনৰ পিছত সংসদ মিলিত হ'ব পাৰে আৰু এজন নেতাক প্রধানমন্ত্রী নির্বাচিত কৰিব লাগে ।

৪। নিম্নলিখিতবােৰ মিলােৱা ?

a. য'ত বাছনি হয় সেই নির্দিষ্ট ৰাজ্যত কাম কৰে 

b. দেশৰ ৰাজধানী অথবা দেশৰ আন ঠাইত অৱস্থিত যিকোনো কেন্দ্ৰীয় চৰকাৰৰ কাম কৰে ।

 ( c ) য'ত আবণ্টন দিয়া হৈছে সেই নির্দিষ্ট ৰাজ্যত কাম কৰে কেন্দ্ৰলৈ ডেপুটেচনত পঠাব পাৰে ।

( d ) দেশৰ বাহিৰত ভাৰতীয় মিচনত কাম কৰে

( ক ) ভাৰতীয় বৈদেশিক সেৱা

( খ ) ৰাজ্যিক অ - সামৰিক সেৱা যিকোনাে কেন্দ্রীয় চৰকাৰৰ কাম কৰে । 

(গ) সৰ্বভাৰতীয় সেৱা

  ( ঘ ) কেন্দ্রীয় সেৱা

 ৫। প্রধানমন্ত্রী নিযুক্তিৰ বাবে ৰাষ্ট্রপতিয়ে বাছনি কৰে ? 

( ক ) লােকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাক

 ( খ ) মিত্রজোটৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা যি লােকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰে

 ( গ ) ৰাজ্যসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাক

 ( ঘ ) মৰ্চাৰ নেতাক অথবা যি দলে লােকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰে

 ৬। যােড়শ নির্বাচনৰ পিছত ভাৰতৰ কোন প্রধানমন্ত্রী হৈছিল ? 

( ক ) শ্ৰীলালকৃষ্ণ আদৱানী 

( খ ) শ্রীনৰেন্দ্ৰ মােদী 

( গ ) শ্ৰীমনমােহন সিং 

( ঘ ) শ্রীঅটল বিহাৰী বাজপেয়ী 

৭। বর্তমান ভাৰতৰ ৰাষ্ট্রপতি হ'ল— 

( ক ) প্ৰণৱ মুখার্জী 

( খ ) এ.পি.জে. আব্দুল কালাম 

( গ ) ৰামনাথ কোবিন্দ

 ( ঘ ) হামিদ আনচাৰী

Type Sumit Patar



Post ID : DABP005929