Lesson 5

গোট- ৩
অৰুণিমা সিন্হা 

A.অতি চমু প্ৰশ্নাৱলী ঃ

১)  অৰুণিমা সিন্হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল ?
    (এই প্ৰশ্নটো ২০২০ চনত আহিছিল )
উত্তৰঃ

২) অৰুণিমা সিন্হা নামৰ পাঠটোৰ লেখক কোন ?
উত্তৰঃ

৩)  ড°জয়শ্ৰী  গোস্বামী মহন্তই কেতিয়া সাংসদ হিচাপে অসমক  প্ৰতিনিধিত্ব কৰিছিল ?
উত্তৰঃ

৪) ড° জয়শ্ৰী গোস্বামী মহন্তই কেতিয়া পদ্মশ্ৰী  উপাধিৰে সন্মানিত হয়?
উত্তৰঃ

৫) অৰুণিমা সিন্হাৰ ঘৰ কত আছিল ?
উত্তৰঃ

৬) অৰুণিমা  সিন্হাৰ বয়ষ কিমান আছিল ?
উত্তৰঃ

৭)  অৰুণিমা সিন্হাৰ উঠি অহা ৰেলগাড়ীখন কৰ পৰা কলৈ আহিছিল ?
উত্তৰঃ

৮) অৰুণি্মা সিন্হাই কাৰ তাত্ত্ববধানত পৰ্তআৰোহনৰ অলুশীলন কৰিছিল ?
উত্তৰঃ

৯) অৰুণিমা সিন্হাই প্ৰথমটো পৰ্বত আৰোহন অভিযানত কিমান ফুট উচ্চটালৈ 
আৰোহনৰ অভিযান কৰিছিল ?
উত্তৰঃ

১০) ২০১৫  চনৰ টেনজিং নাৰগে সন্মান লাভ কৰা ব্যাক্তি গৰাকী কোন ?
উত্তৰঃ

১১) কাঠমানন্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ কিমান দিনৰ অন্তত অৰুণিমা সিংহাই মাউন্ট এভাৰেষ্টৰ  শৃঙ্গত পদাপৰ্ণ কৰিবলৈ সক্ষম হৈছিল ?
উত্তৰঃ

১২) অৰুণিয়া সিন্হাই কিমান তাৰিসে মাউন্ট এভাৰেষ্ট শৃঙ্গত পদাৰ্পন কৰিবলৈ সক্ষম হৈছিল ?
উত্তৰঃ

১৩)  ভাৰত চৰকৰে কিমান চনত অৰুণিমা সিন্হাক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰে ?
উত্তৰঃ

B.চমু প্ৰশ্নাৱলী ঃ

১) এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমাহঁতে খৰখেদাকৈ কিয় নামি আহিবলৈ বাধ্য হয়?
 (এই প্ৰশ্নটো ২০২০ চনত আহিছিল)
উত্তৰঃ

২)  ড° জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰা কেইখন মান গল্প-সংকলনৰ নাম  লিখাঁ।
উত্তৰঃ

৩)  ড° জয়শ্ৰী গোস্বাামী মহন্তই ৰচনা কৰা কেই খন মান প্ৰবন্ধ -সংকলনৰ নাম লিখাঁ।
উত্তৰঃ

৪)  ড° জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰা শিশু-কিশোৰ উপযোগী  কেইখনমানৰ নাম লিখা ?
উত্তৰঃ

৫)আটাইৰে মুখবোৰ শুকাই টেমি গৈছে যেন হৈছে -কাৰ কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছে ?
উত্তৰঃ

৬) এয়া মায়ে দিয়া আশীৰ্বাদ  এয়াএডাল চেইন নহয় | -কোনে কি পৰিস্থিতিত পৰি কাক এইষাৰ কথা কৈছিল?
উত্তৰঃ

৭)  হস্পিতালৰ থাকোতে অৰুণিমাৰ মনত কি সপোনে  তিব্ৰ ৰুপ লৈছিল ?
উত্তৰঃ

৮) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল ?
উত্তৰঃ

৯) মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহন কৰিছিল ? তেওঁ তাত কিমান সময় ধৰি আছিল ?
উত্তৰঃ

১০) অৰুণিমা সিন্হাই প্ৰথমটো পৰ্বতাৰোহন  আৰোহন  কেতিয়া কৰিছিল ?
উত্তৰঃ

১১) ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰানিত কৰিছিল ?
উত্তৰঃ

১২)অৰুণিমাৰ সপোন পূৰন কৰাৰ  ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল ?
উত্তৰঃ

১৩) নিজৰ সাধনা আৰু একগ্ৰতাৰ বলত সিদ্ধি লাভ কৰা প্ৰাচীন চৰিত্ৰকেইটাৰ নাম লিখা ?
উত্তৰঃ

১৪) চমু টোকা লিখা ঃ
বাচেন্দ্ৰি পাল , টেনজিং নৰগে , এভাৰেষ্ট শৃংগ , হিমালয় , ষ্টিফেন হকিং, ক্ৰিকেট খেলুৱৈ যুবৰাজ সিং , একলব্য ।

১৫)  অৰুণিমা সিংহাই  কিয় লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ন্ন  কৰিব নোৱাৰিলে ?
উত্তৰঃ

C.ৰচনাধৰ্মী প্ৰশ্নাৱলী ঃ

১)  ড° জয়শ্ৰী গোস্বামী মহন্তৰ বিষয়ে  চমু পৰিচয় দঙি ধৰা ?
উত্তৰঃ

২)  অৰুণিমা সি্নহা কোন ? তেওঁৰ পৰ্বতাৰোহনৰ  অভিযানৰ বিষয়ে পাঠটিৰ আধাৰত লিখা ?
উত্তৰঃ

৩) অৰুণিমা  সিন্হাৰ  এভাৰেষ্ট  অভিযানৰ বৰ্ননা দিয়া ?
উত্তৰঃ

৪) একোগৰাকী ব্যাক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰৰনাৰ বতৰা কঢ়িয়াই আনে । কথাষাৰৰ যুক্তিযুক্তা অৰুণিমাই   সিংহাৰহ জীৱনৰ আধাৰত বুজাই লিখা ।
উত্তৰঃ

৫) অভিশপ্ত ঘটনাত কথামপি  পাণ ৰক্ষা পৰি বিকলাংগ হোৱা অৰুণিমা সিংহাই পিছলৈ কিদৰে পৃথিৱীৰ সব্বোচ্চ শৃংগ বিজয় কৰিবলৈ সক্ষম হল পাঠৰ আধাৰত বহলাই লিখা ।
উত্তৰঃ

D. পাঠভিত্তিক ব্যাকৰণ  ঃ
১) সন্ধি ভাঙ া
সংশয়, পৰ্বতাৰোহন, উৎসাহ, হিমালয়, প্ৰত্যাহ্বান়, বিপদাপন্ন।

২) তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুৱা ঃ

অনুৰাগ, অনুভৱ, অভিনয়, প্ৰতিফলন।