Unit 7  

Chapter 2

প্ৰমান ঃ প্ৰত্যক্ষ আৰু অনুমান 

A. Very Short Type Questions :

1.How Many Pramanas Are Aceepted In Indian Philosophy ?

ভাৰতীয় দৰ্শনত কেইটা প্ৰমান স্বীকাৰ কৰা হয় ?

A. Very Short Type Questions :

1.

প্ৰত্যক্ষ জ্ঞান কি ? 

2.

অযথাৰ্থ জ্ঞান কি ?

3.

ভাৰতীয় দৰ্শনৰ চৰম উদ্দেশ্য কি ?

4.

যথাৰ্থ জ্ঞানৰ উৎস কি ?

5. 

চাৰ্বাক জড়বাদী দৰ্শন হয়নে ?

6.

প্ৰমা নিৰ্দিষ্ট আৰু সুনিশ্চিত হয়নে ?

7. 

অনুপলন্ধি কি ?

8.

প্ৰভাকৰে কেইটা প্ৰমান স্বীকাৰ কৰিছে ?

9. 

চাৰ্বাকক লোকায়ত বুলি কোৱা হয়নে ?

10.

ভাৰতীয় দৰ্শনত স্বীকৃত ষষ্ঠ ইন্দ্ৰিয় কি ?

11.

অলৌকিক প্ৰত্যক্ষ কি ?

12.

নাকৰ মূল লক্ষন কি ?
13.

চাৰ্বাকৰ লোকায়ত বুলি কোৱা হয়নে ?

14.

ভাৰতীয় দৰ্শনে স্বীকৃতি দিয়া প্ৰমানসমূহৰ কি কি ?

15.

নিৰ্বিকল্প প্ৰত্যক্ষ কি ?

16.

সবিকল্প প্ৰত্যক্ষ কি ?

17.

প্ৰমান শাস্ত্ৰমতে প্ৰথম প্ৰমান কি ?

18.

উপনয় কোনপ্ৰকাৰৰ অনুমানৰ লগত জড়িত ?

19.

অলৌকিক প্ৰত্যক্ষ প্ৰকাৰসমূহৰ উল্লেখ কৰা ।

20.

পৰাৰ্থানুমানৰ কেইটা অৱয়ব থাকে আৰু সেইকেইটা কি ?

21.

পৰাৰ্থানুমানৰ কেইটা অৱয়ব থাকে আৰু সেইকেইটা কি ?

22.

প্ৰমা মানে কি ?

23.

B. Short Type Questions :

1.

সংজ্ঞা দিয়া ।

a. 

প্ৰমা ।

b.

প্ৰমান ।

c.

লৌকিক প্ৰত্যক্ষ ।

d.

শেষবৎ  অনুমান ।

e.

পূৰ্ববৎ  অনুমান ।

f.

ব্যাপ্তি ।

2.

 পাৰ্থক্য নিৰ্ণয় কৰা ।

a.

লৌকিক আৰু অলৌকিক প্ৰত্যক্ষ ।

b.

স্বাৰ্থানুমান আৰু পৰাৰ্থানুমান ।

C. Essay Type Questions :

1.

প্ৰমান কাক বোলে ? বহলাই আলোচনা কৰা ।

2.

প্ৰত্যক্ষ কি ? ইয়াৰ প্ৰকাৰবোৰ আলোচনা কৰা ।

3.

অনুমান কি ? ইয়াৰ বিভিন্ন প্ৰকাৰবোৰ আলোচনা কৰা ।

4.

ন্যায়মতে অনুমান এটা জ্ঞান লাভৰ বৈধ উৎস হয়নে ?

Type Sumit Patar.