Class 10 Assamese
গোট-৩ 
Lesson-6
অৰণ্যযাত্ৰা 

A. অতি চমু প্ৰশ্নাৱলীঃ

১) কামত লৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা ।-কথাষাৰৰ বক্তা কোন?
উত্তৰঃ

২) শ্ৰেনী শিক্ষকে কি ঘোষণা কৰাৰ দিনৰে পৰা অষ্টম আৰু নৱম  দোয়োটা শ্ৰেনীৰ মাজত উখল-মাখল পৰিৱেশ হৈছিল ?
উত্তৰঃ

৩) বিদ্যলয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত  লৈছিল ?
উত্তৰঃ

৪) অৰণ্যযাত্ৰাত সৰ্বমুঠ কিমানগৰাকী শিক্ষক-ছাত্ৰ-ছাত্ৰী গৈছিল ?
উত্তৰঃ

৫) পাহিৰ ককায়েকৰ নাম কি ?
উত্তৰঃ

৬) পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে ?
উত্তৰঃ

৭) আনুৰাধা শৰ্মা পূজাৰীয়ে কোনখন গন্থৰ বাবে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰিছিল ?
উত্তৰঃ

৮) অৰণ্যযাত্ৰাত পাহি আৰু বিদিশাক কি দায়িত্ব দিয়া হৈছিল ?
উত্তৰঃ

৯) অৰণ্যযাত্ৰা্ত সৌৰভ আৰু আফিতাবক কি দায়িত্ব দিয়া হৈছিল ?
উত্তৰঃ

১০) অৰণ্যযাত্ৰাৰ দলপতি হিছাপে কাক দায়িত্ব দিয়া হৈছিল ?
উত্তৰঃ

১১) চন্তৰী মানে কি ?
উত্তৰঃ

১২) আদ্যোপান্ত শব্দৰ অৰ্থ লিখা ?
উত্তৰঃ

১৩) ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ?
উত্তৰঃ

১৪)নিগনা চিকাৰীৰ প্ৰকৃত নাম কি ?

উত্তৰঃ 

১৫) কাজিকঙাৰ প্ৰথম ভাৰতীয় তথা  অসমীয়া অৰণ্য বিষয়াজনৰ নাম কি ?

উত্তৰঃ

১৬) 

উত্তৰঃ

১৬) কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই বিশ্ব মানচিত্ৰ চিনাকী কৰি দিয়া প্ৰথম ব্যক্তিজন কোন ?

উত্তৰঃ

১৭) অৰণ্যযাত্ৰা নামৰ পাঠটোৰ লেখক কোন ?

উত্তৰ

B. চমু প্ৰশ্নাৱলী ঃ

১) অনুৰাধা শৰ্মা পূজাৰীৰ জন্ম কত  আৰু কেতিয়া হৈছিল ?

উত্তৰঃ

২) অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা উপন্যাসমূহৰ নাম উল্লেখ কৰা ?

উত্তৰঃ 

৩) অনুৰাধা শৰ্মা পূজাৰীৰ আত্মজীৱনীমূলক প্ৰৱন্ধ সংকলনকেইখনৰ নাম লিখা ঁ?

উত্তৰঃ

৪) অনুৰাধা শৰ্মা পূজাৰীৰ  গল্প সংকলনকেইখনৰ নাম উল্লেখ কৰা ?

উত্তৰঃ

৫) গৰমৰ বন্ধ আৰম্ভ হোৱা দিনটোৰ পৰাই পলৰ কি অভ্যস গঢ়ি উঠিছিল ?

উত্তৰঃ

৭) পলে  কোনেবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল ?

উত্তৰঃ

৮) পাহিৰ গ্ৰীষ্মবন্ধৰ অৰণ্যযাত্ৰাৰ প্ৰস্ততি সম্পৰ্কে আভাস দিয়া ?

উত্তৰঃ

৯) কাজিৰঙালৈ যাবলৈ ওলাওতে পাহি আৰু পলক মাক  আৰু দেউতাকে কি উপেদেশ দিছিল ?

উত্তৰঃ

১০) মনে-মনে থকা। ছাৰ বাইদেৱে শুনিলে দিব মজাপালি । কথাষাৰ কোনে কাক কিয় কৈছিল ?

উত্তৰঃ 

১১ ঠিক আছে ভালকৈ যাবা, আৰু আগলৈ  নজনা  কামত মৰ সাহজ নেদেখুৱাবা।- কোনে কাক কি উদ্দেশ্য কৰি কৈছিল ?

উত্তৰঃ 

১২) অৰণ্যযাত্ৰাৰ বাবে পাহিয়ে নিজৰ বেগত কি কি বস্ত ভৰপাই নিছিল ?

উত্তৰঃ

১৩) মই বৰো পাহৰিলো , তই মোৰ বস্তকেইটাও লগতে বেগত ভৰাই লৈছিলো ?

উত্তৰঃ

১৪) শুনিছা দাদা , মায়ে কি কৈছে ? তুমি যে বিপদত পৰিবা এদিন , সেয়া খাটাং। -কথাষাৰ কোনে কাক কি প্ৰসংগত কৈছিল ?

উত্তৰঃ

১৫) তেতিয়া নিজে কৰিম নহয় , নহলে তোক লৈ আহিম , তই কৰিবি । - কথাষাৰৰ বক্তাগৰাকী  কোন ? কাক আৰু কি প্ৰসংগত বক্তাই কথাষাৰ কৈছিল ?

উত্তৰঃ

১৬)  কাজিকঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল ?

উত্তৰ
-

১৭) আমি মৰিলো অজি । মই  সাতুঁৰিব  নাজানো । কথাষাৰ কোনে কাক কি প্ৰসংহত কৈছিল লিখা ?

উত্তৰঃ

১৮)  বাইদেউ , তোমালোকক কেনেকৈ ধন্যবাদ জনাম ?- কাক কোনো কি কাৰণে ধন্যবাদ জনোৱাৰ কথা কৈছে ?

উত্তৰঃ-

১৯) মহীচন্দ্ৰ  গিৰি কোন ?

উত্তৰঃ 

২০) লৰ্ড কাৰ্জন কোন ?

উত্তৰঃ

২১) কাজিৰঙা ৰাষ্টীয় উদ্যানত পল- অফতাবহত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহতক কোনে উদ্ধাক কৰিছিল ?

উত্তৰঃ

২২) নিগনা  চিকাৰীৰ প্ৰকৃত নাম কি ? তেঁও কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল ?

উত্তৰঃ

২৩) চমু টোকা লিখা ঃ

কাজিৰঙা ৰাষ্টীয় উদ্যান, অম্লজাল, ইয়াণ্ডাবু সন্ধি , মানৰ আক্ৰমন , লৰ্ড কাৰ্জন।

২৪) মহীচন্দ্ৰ মিৰি কোন ? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই  দিবলৈ তেঁও  কেনে ভূমিকা লৈছিল ?

উত্তৰঃ



C.ৰচনধৰ্মী প্ৰশ্নাৱলী ঃ

১)  অনুৰাধা শৰ্মা পুজাৰীৰ  বিষয়ে  চমু পৰিচয় দিঙি ধৰা ।

উত্তৰঃ

২) পাহিয়ে মাকক লৰা-ছোৱালীৰ পাৰ্থক্য দেখি কি কৈছিল ? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল ?

উত্তৰঃ

৩) প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে ?

উত্তৰঃ

৪) কামত লৰা-ছোৱালীৰ কোনো ভাগ নাই । যেনেকৈ ভাগ কৰি দিছো তেনেকৈ কৰা ।-  এই কথাৰৰ বক্তা কোন ? তেওঁ কিয় এই কথাষাৰ কব লগীয়া হৈছিল ?

উত্তৰঃ

৫) শিক্ষক-শিক্ষয়িত্ৰী সকলে অৰণ্যৰ দৰ্শনৰ  কাৰ্যখুচী কিয় বাতিব কৰিব সুজিছিল ? ইয়াৰ দ্বাৰা কি পৰিস্তিতি হল বহলাই লিখা ?

উত্তৰঃ

৬) কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে  কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল ?

উত্তৰঃ

৭) ব্যখ্যা কৰা ঃ

ক) একোখন অৰণ্য মানুহৰ হাওঁফাওঁ দৰে ।

খ) গছ হল বনৰ জীৱ-জন্ত আৰু মানুহৰ বন্ধু আমি গছ নহলে আমি জায়াই থাকিব নোৱাৰিম।

D. পাঠভিত্তিক ব্যাকৰনঃ

 ১) বাক্য ৰচনা কৰা 

ককাই-ভনী , টুলুং-ভুটুং, টিঞৰ-বাখৰ, মানুহ-দুনুহ, তিতি-বুৰি ।

২) মূদ্ধন্য ণ হোৱাৰ কাৰন দৰ্শোৱা ঃ

অৰণ্য, অৰ্পন, কন্ঠ, ওৰনি , আড়স্বপূৰ্ণ।